মহন্ত
অৱয়ব
| এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
এই প্ৰবন্ধটো মহন্ত পদবীৰ বিষয়ে। মহন্ত উপাধিৰ বাবে মহন্ত (উপাধি) চাওক।
মহন্ত হ'ল হিন্দু ধৰ্মৰ (সনাতন) ধৰ্মীয় অতি উচ্চ বৰ্ণ, বিশেষকৈ এই শ্ৰেণীৰ লোক সকল সত্ৰৰ গৰাকী মহন্ত সকলে গোস্বামী,দেৱ গোস্বামী,অধিকাৰী আৰু নামনি অসমত তেওঁলোকে ৰায়চৌধুৰী,দত্ত বৰুৱা,দত্ত আদি উপাধি লয় কিন্তু উজনিত এই শেষৰ উপাধি কলিতা আদি লোক সকলে লিখে।
অসমৰ মহন্ত সকল জাতত ব্ৰহ্ম কায়স্থ আৰু ব্ৰাহ্মণ কুলৰ । অসমত মহন্ত সকলক সাধাৰণ ব্ৰাহ্মণ আদিতকৈ উচ্চ বৰ্ণত ধৰা হয় ।