প্ৰতিভাবান ন-সম্পাদকৰ পদক [ সম্পাদনা কৰক ]
প্ৰতিভাবান ন-সম্পাদকৰ পদক সঠিক পথত এজন নতুন সম্পাদক
নতুন সম্পাদক হিচাপে অসমীয়া ৱিকিপিডিয়াত আপুনি দেখুওৱা উৎসাহ আৰু অৱদানৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই বঁটা আগবঢ়োৱা হৈছে। আশা কৰোঁ আগলৈও এনেদৰে কাম কৰি আমাক উৎসাহিত কৰি থাকিব৷
- অসমীয়া ৱিকিপিডিয়াৰ সদস্যবৃন্দ
জলি বৰা (talk ) 18:47, 17 November 2015 (ইউ.টি.চি.)
The Asian Month Barnstar! [ সম্পাদনা কৰক ]
এই মাহৰ ৱিকিপিডিয়ান: জানুৱাৰী [ সম্পাদনা কৰক ]
এই মাহৰ ৱিকিপিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিপিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক "এই মাহৰ ৱিকিপিডিয়ান" সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিপিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-
অসমীয়া ৱিকিপিডিয়াৰ সদস্যবৃন্দ
- দিব্য দত্ত (বাৰ্তা ) 12:39, 4 February 2016 (ইউ.টি.চি.)
ৱিকিপিডিয়াৰ প্ৰবন্ধকাৰ পদক
১০০ + প্ৰবন্ধ অসমীয়া ৱিকিপিডিয়াত লিখি এইখন সমৄদ্ধিশালী কৰি তোলাৰ বাবে অভিনন্দন আৰু কৃতজ্ঞতা সহকাৰে তোমালৈ এই পদকটো আগবঢ়াবলৈ পাই মই অত্যন্ত সুখী আৰু গৌৰৱবোধ কৰিছো। আশাকৰোঁ তুমি এনেদৰেই তোমাৰ বলিষ্ঠ সম্পাদনাৰে ৱিকিপিডিয়াৰ লগত জড়িত হৈ ৰ’বা।
Anamitra Saikia (talk ) 07:55, 8 September 2016 (ইউ.টি.চি.)
Thankyou so much Mr. অজয় দাস for your excellent translation effort!
I very very Grateful.
The Assamese language is really unique.
May God Bless You !
Yours Sincerely, --Philip J (talk ) 13:47, 4 October 2016 (ইউ.টি.চি.)
অক্লান্ত কৰ্মী পদক
ৱিকিপিডিয়াত আপোনাৰ মূল্যবান অৱদানৰ বাবে কৃতজ্ঞতা জনালোঁ। আশা কৰোঁ আপুনি আগলৈও এই প্ৰকল্পক সমৃদ্ধিশালী কৰাৰ নিঃস্বাৰ্থ প্ৰয়াস কৰি থাকিব।
- দিব্য দত্ত (বাৰ্তা ) 08:40, 7 October 2016 (ইউ.টি.চি.)
ৱিকি উদ্যোগীৰ পদক
প্ৰিয় সতীৰ্থ, ৱিকিপিডিয়াত আপোনাৰ নেৰানেপেৰা চেষ্টাৰ বাবে এই পদক অৰ্পন কৰা হ'ল। - দিব্য দত্ত (বাৰ্তা ) 12:43, 26 October 2016 (ইউ.টি.চি.)
The Teamwork Barnstar
লৈংগিক সমতা ৰক্ষা কৰাৰ উদেশ্যেৰে অসমীয়া ৱিকিপিডিয়াত আয়োজিত ৱিকি লাভ্ছ ৱুমেন ২০১৯ - ভাৰত শীৰ্ষক সম্পাদনা মাৰাথনত ৫০+ প্ৰবন্ধ যোগ দি আগবঢ়োৱা অমূল্য অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি তোমালৈ এই বঁটা আগবঢ়ালো৷ আগলৈকে একেই উৎসাহেৰে অসমীয়া ৱিকিপিডিয়াত কাম কৰি যাবা বুলি আশা ৰাখিছোঁ৷-- জলি বৰা (talk ) 12:53, 31 March 2019 (ইউ.টি.চি.)
অমূল্য অৱদান পদক
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাৰ অৱদান অতুলনীয় । আনকি আমাৰ দৰে তুলনামূলকভাৱে পিছত যোগদান কৰা ৱিকিপিডিয়ানসকলৰ বাবে আপোনাৰ অফুৰন্ত উৎসাহ আৰু অৱদান প্ৰেৰণাৰ উৎস । অসমীয়া ৱিকিপিডিয়াই ৱিকি লাভ্ছ ৱুমেন ২০১৯ - ভাৰত ত অংশ লৈ শতাধিক প্ৰৱন্ধ সৃষ্টি কৰিবলৈ সমৰ্থ হোৱাৰ মূল কৃতিত্বও আপোনাৰ প্ৰাপ্য । সেই আপাহতে অসমীয়া ৱিকিপেডিয়াৰ হৈ আপোনাক এই পদকটো প্ৰদান কৰিছোঁ৷
—Priyankush Deka (talk ) 14:23, 31 March 2019 (ইউ.টি.চি.)
WLWI2019 Special Award
ৱিকি লাভ্ছ ৱুমেন ২০১৯ - ভাৰত শীৰ্ষক সম্পাদনা মাৰাথনত আপুনি আগবঢ়োৱা অৱদানৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথম পুৰস্কাৰ হিচাপে আপোনাক এই পদক প্ৰদান কৰিলোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ! -- ViśvakoṣaSampādaka (talk ) 02:31, 1 april 2019 (ইউ.টি.চি.)
ৱিকিমিডিয়া প্ৰচাৰ পদক
অভিনন্দন ! আপোনাক জনাবলৈ পাই সুখী হৈছোঁ যে সামাজিক মাধ্যমসমূহত অসমীয়া ৱিকিমিডিয়া প্ৰকল্পবোৰ জনপ্ৰিয় কৰিবলৈ আপুনি কৰা নিৰন্তৰ প্ৰচেষ্টাৰ বাবে আপোনাক "ৱিকিমিডিয়া প্ৰচাৰ পদক" পদক প্ৰদান কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে—
অসমীয়া ৱিকিমিডিয়া সমাজ
Priyankush Deka 14:00, 31 May 2019 (ইউ.টি.চি.)
এই মাহৰ ৱিকিপিডিয়ান: জুন,২০১৯ [ সম্পাদনা কৰক ]
এই মাহৰ ৱিকিপিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিপিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক "এই মাহৰ ৱিকিপিডিয়ান" সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিপিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-
অসমীয়া ৱিকিপিডিয়াৰ সদস্যবৃন্দ
- দিব্য দত্ত (বাৰ্তা ) 06:03, 22 June 2019 (ইউ.টি.চি.)
জীৱনীকাৰ পদক
শেহতীয়াকৈ ভালেসংখ্যক উচ্চমান বিশিষ্ট জীৱনীমূলক প্ৰবন্ধ সৃষ্টিৰে অসমীয়া ৱিকিক সমৃদ্ধ কৰাৰ বাবে তোমালৈ অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা কৃতজ্ঞতাস্বৰূপে এই পদক আগবাঢ়ালো৷ আগলৈও তুমি একেই উৎসাহেৰে ৱিকিত অৱদান আগবঢ়াই যাবা বুলি আশা ৰাখিলোঁ৷ - জলি বৰা (talk ) 14:03, 27 July 2019 (ইউ.টি.চি.)
Thank you and Happy Diwali [ সম্পাদনা কৰক ]
Thank you and Happy Diwali
"Thank you for being you." —anonymous Hello, this is the festive season. The sky is full of fireworks, tbe houses are decorated with lamps and rangoli. On behalf of the Project Tiger 2.0 team , I sincerely thank you for your contribution and support. Wishing you a Happy Diwali and a festive season. Regards and all the best. --Titodutta (talk ) 13:16, 27 October 2019 (ইউ.টি.চি.)
টাইগাৰ প্ৰবন্ধকাৰ পদক
প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত স্থানীয় ভাষাৰ সমল বৃদ্ধিৰ উদেশ্যেৰে আয়োজিত প্ৰজেক্ট টাইগাৰ ২.০ শীৰ্ষক সম্পাদনা মেলাত আপুনি বাঘৰ দৰে উদ্দ্যমেৰে ৬০ টা প্ৰবন্ধ যোগ দি আগবঢ়োৱা অমূল্য অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি এই পদক আগবঢ়ালোঁ৷ অসমীয়া ৱিকিপিডিয়ালৈ আপোনাৰ অৱদান অতুলনীয়। আপোনাক জনাব পাই সুখী হৈছোঁ যে প্ৰজেক্ট টাইগাৰ ২.০-ত অসমীয়া ৱিকিপিডিয়া সমাজৰ ১৮ জন অংশগ্ৰহণকাৰীয়ে ২০৫ টা প্ৰবন্ধ সৃষ্টি কৰি সম্পাদনা মেলাখনক সফল কৰি তোলে। আশা ৰাখিছোঁ আগলৈকে একেই উৎসাহেৰে আপুনি অসমীয়া ৱিকিপিডিয়াৰ শ্ৰীবৃদ্ধিৰ বাবে কাম কৰি যাব৷ ধন্যবাদ। --SlowPhoton (talk ) 10:55, 21 January 2020 (ইউ.টি.চি.)
ৱিকি লাভ্ছ ৱুমেন দক্ষিণ এছিয়া ২০২০ বাৰ্ণষ্টাৰ [ সম্পাদনা কৰক ]
ৱিকি লাভ্ছ ৱুমেন পদক
প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত আয়োজন কৰা ৱিকি লাভ্ছ ৱুমেন দক্ষিণ এছিয়া ২০২০ শীৰ্ষক সম্পাদনা মেলাত আপুনি আগবঢ়োৱা বহুমূলীয়া অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি এই পদক আগবঢ়ালোঁ৷ আপোনাক জনাব পাই সুখী হৈছোঁ যে এই সম্পাদনা মেলাত আপোনাৰ দৰে ৯ গৰাকী স্বেচ্ছাসেৱী অংশগ্ৰহণকাৰীয়ে ১৩৫ টা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ৱিকিপিডিয়া ভঁৰাল টনকিয়াল কৰিলে। আশা ৰাখিছোঁ আগলৈয়ো একেই উৎসাহেৰে আপুনি অসমীয়া ৱিকিপিডিয়াৰ শ্ৰীবৃদ্ধিৰ বাবে কাম কৰি যাব৷ ধন্যবাদ। --SlowPhoton (talk ) 04:18, 3 April 2020 (ইউ.টি.চি.)
বিশেষ ৱিকি পদক
অজয়, ২০২০ চনত ন'বেল বঁটা লাভ কৰা কেইবাগৰাকীও বৰেণ্য ব্যক্তিৰ বিষয়ে অসমীয়া ৱিকিপিডিয়াত লিখি তুমি ৱিকিপিডিয়াক সমৃদ্ধ কৰিলা৷ আমিও সেই ব্যক্তিসকলৰ বিষয়ে নিজৰ ভাষাত পঢ়ি মুগ্ধ হ'লোঁ৷ তোমাৰ এই উদ্যমপূৰ্ণ সেৱাৰ বাবে বিশেষ ৱিকি পদক প্ৰদান কৰা হ'ল। ধন্যবাদেৰে-
ঈশান জ্যোতি বৰা (talk ) 12:36, 12 October 2020 (ইউ.টি.চি.)