সদস্য বাৰ্তা:Chiring chandan/আৰ্কাইভ/2012-2015

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

Jyoti Prakash Nath (talk) 05:12, 15 মে' 2012 (UTC)

তথ্যসূত্ৰ[সম্পাদনা কৰক]

আপুনি "চুহুংমুং" প্ৰবন্ধত দিয়া তথ্যসূত্ৰসমূহৰ প্ৰকাশৰ নাম, চন, পৃষ্ঠা সংখ্যা আদি লিখি দিব। অলপ সম্পাদনাৰ কাম আছে পিছত কৰিব পৰা হ'ব। সাতসৰী অসম বুৰঞ্জী - ড. সূৰ্য্যকুমাৰ ভূঞা সম্পাদিত অসম দেশৰ বুৰঞ্জী - ড. লক্ষ্মী দেৱী টাই সংস্কৃতিৰ ৰূপৰেখা - ড. লীলা গগৈ

Anjal Borah (talk) 11:35, 22 জুন 2012 (UTC)

আপুনি তথ্যসূত্ৰ দিয়াত অলপ ভুল কৰিছে। "নকলৰ পুৰীয়া পৃষ্ঠাখনত এই কথা শিকোৱা আছে, চাওকচোন। বুজি পোৱা নাই যদি ইয়াত বা ফে'চবুকৰ গ্ৰুপত সুধিব। মই ফে'চবুকতো এই বিষয়ে লিখিম। — গীতাৰ্থ বৰদলৈ (talk) 08:56, 24 জুন 2012 (UTC)

উপকৃত হ'লো। Niyorporosh (talk) 14:58, 26 জুন 2012 (UTC)

পুৰস্কাৰ[সম্পাদনা কৰক]

Tireless Contributor Barnstar.gif অক্লান্ত কৰ্মী পদক
অসমীয়া ৱিকিপিডিয়াত আপোনাৰ মূল্যবান অৱদানৰ বাবে ম‍ই ৱিকিপিডিয়া সম্প্ৰদায়ৰ হৈ আপোনাক কৃতজ্ঞতা জনালোঁ। আশাকৰোঁ আপুনি আগলৈকো এনেদৰেই ৱিকিপিডিয়াৰ লগত জড়িত হৈ থাকি ইয়াৰ উন্নতি সাধন কৰিব।

বিষ্ণু শ‍ইকীয়া বাৰ্তা 10:05, 8 জুলাই 2012 (UTC))

বিশেষ পদক[সম্পাদনা কৰক]

SpecialBarnstar.png বিশেষ বঁটা
জে. কে. ৰাউলিং, দা টেলছ অফ বিডল দা বাৰ্ড, মেগী স্মিথ আদিৰ দৰে ভাল মানদণ্ডৰ কেইবাটাও প্ৰবন্ধ অসমীয়াত তৰ্জমাৰে অশেষ কষ্ট কৰি অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধশালী কৰিছা। ইয়াৰ উপৰিও নিজ চেষ্টাৰ বলত তুমি অন্যান্য জেষ্ঠ সম্পাদকসকলৰ বিশেষ সহায়ৰ আৱশ্যক নোহোৱাকৈয়ে সম্পাদনাৰ কৌশলবোৰ ভালদৰেই আয়ত্ত কৰিছা। তোমাক লৈ আমি গৰ্ব অনুভৱ কৰিছো। অনুগ্ৰহ কৰি অসমীয়া ৱিকিপিডিয়াৰ লগত যথাসম্ভৱ জড়িত হৈ থাকিবা বুলি আশা প্ৰকাশ কৰিলো। অসমীয়া ৱিকিপিডিয়া সমাজৰ হৈ বিষ্ণু শ‍ইকীয়া বাৰ্তা 13:35, 24 ছেপ্টেম্বৰ 2012 (UTC)

হাৰমাইনি গ্ৰিঞ্জাৰ[সম্পাদনা কৰক]

বাৰ্তা:হাৰমাইনি গ্ৰিঞ্জাৰ চাবাঁচোন প্ৰভাকৰ শৰ্মা নেওগ (talk) 06:44, 16 অক্টোবৰ 2012 (UTC)

ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ) চাওক| ইয়াত প্ৰতিলিপি সম্পৰ্কীয় এক আলোচনা উত্থাপন কৰা হৈছে| আপুনি সেই পৃষ্ঠাত নিজৰ মতামত দিবৰ বাবে অনুৰোধ জনালো| বিষ্ণু শইকীয়া 15:19, 17 নৱেম্বৰ 2012 (UTC)

ৱিকিপিডিয়া পদক[সম্পাদনা কৰক]

Team Barnstar Hires.png The Teamwork Barnstar
প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াৰ লগত আমি একেলগে বহুদূৰ আহিলোঁ, যাবলৈও আছে আৰু বহুদুৰ। যাত্ৰাপথৰ এই মোৰত আপোনাক ইয়াকে দি সামান্য সম্বৰ্থনা জনালোঁ। আশাকৰোঁ আপুনি আগলৈও এনেকৈয়ে ৱিকিপিডিয়াক সমৃদ্ধিশালী কৰাৰ নিস্বাৰ্থ প্ৰয়াস কৰি থাকিব। বিষ্ণু শইকীয়া 11:50, 5 নৱেম্বৰ 2014 (UTC)
Team Barnstar Hires.png The Teamwork Barnstar
ৱিকিৰ শেহতীয়া প্ৰকল্পত সমিলমিলেৰে কাম কৰি তুমি দিয়া অৱদানৰ সামান্য স্বীকৃতি স্বৰূপে এই পদক আগবঢ়ালো। আশাকৰোঁ, আগলৈও একে উৎসাহেৰে কাম কৰি যাবা জলি বৰা (talk) 06:47, 28 July 2015 (UTC)