সমললৈ যাওক

২০২৩ চন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(২০২৩ৰ পৰা পুনঃনিৰ্দেশিত)

২০২৩ (2023, MMXXIII) হৈছে পৃথিৱীৰ সেইবোৰ সময় অঞ্চলৰ বৰ্তমান চলি থকা বছৰ যিবোৰ সময় অঞ্চলৰ আন্তঃৰাষ্ট্ৰীয় মান সময়−০৩:০০ অথবা তাতকৈ পিছৰ। ই হৈছে গ্ৰেগৰিয়ান দিনপঞ্জীৰ দেওবাৰেৰে আৰম্ভ হোৱা এটা সাধাৰণ বছৰ, সাধাৰণ যুগৰ (CE) আৰু এন' ডমিনি (AD)ৰ ২০২৩তম বছৰ, তৃতীয় সহস্ৰাব্দ আৰু একবিংশ শতিকাৰ ২৩ তম বছৰ আৰু ২০২০ দশকৰ চতুৰ্থ বছৰ। অসমীয়া দিনপঞ্জী মতে ১৪২৯-৩০ ভাস্কৰাব্দ বা ১৯৪৪-৪৫ শকাব্দ।

২০২৩ চনৰ ঘটনাৱলী

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]