২২৯ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
Jump to navigation
Jump to search
ৰাষ্ট্ৰীয় ঘাইপথ ২২৯ | |
---|---|
![]() | |
পথটোৰ তথ্য | |
দৈৰ্ঘ্য: | 1,090 km (680 mi) |
প্ৰধান জংছনসমূহ | |
আৰম্ভ: | টাৱাঙ, অৰুণাচল প্ৰদেশ |
শেষ: | পাছিঘাট, অৰুণাচল প্ৰদেশ |
অৱস্থিতি | |
ৰাজ্যসমূহ: | অৰুণাচল প্ৰদেশ: ১০৯০ কিঃমিঃ |
মূল লক্ষ্যস্থানসমূহ: |
টাৱাঙ - ব'মডিলা - ছেপ্পা - জিৰ' - দাপ'ৰিজ' - আলঙ - পাছিঘাট |
প্ৰধান পথ ব্যৱস্থা | |
ভাৰতীয় পথ নেটৱৰ্ক |
২২৯ নং ৰাষ্ট্ৰীয় ঘাইপথ (ইংৰাজী: National Highway 229, চমুকৈ: NH 229) হৈছে অৰুণাচল প্ৰদেশৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ। ই ৰাষ্ট্ৰীয় ঘাইপথটো ৰাজ্যখনৰ পশ্চিমত অৱস্থিত টাৱাঙ চহৰত আৰম্ভ হৈছে। তাৰ পৰা এই পথটো পাছিঘাট গৈ শেষ হৈছে। ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে ১০৯০ কিঃমিঃ। এই পথটো কেৱল অৰুণাচল প্ৰদেশতেই বিস্তৃত হৈ আছে।[1]
সংযোগ স্থাপন কৰা ঠাইসমূহ[সম্পাদনা কৰক]
লগতে চাওক[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
|