৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
Jump to navigation
Jump to search
ৰাষ্ট্ৰীয় ঘাইপথ ৫২ | ||||
---|---|---|---|---|
![]() ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মানচিত্ৰ | ||||
পথটোৰ তথ্য | ||||
দৈৰ্ঘ্য: | 850 km (530 mi) | |||
প্ৰধান জংছনসমূহ | ||||
আৰম্ভ: | বাইহাটা, অসম | |||
শেষ: | ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ | |||
অৱস্থিতি | ||||
ৰাজ্যসমূহ: | অসম: 540 km (340 মাইল) অৰুণাচল প্ৰদেশ: 310 km (190 মাইল) | |||
মূল লক্ষ্যস্থানসমূহ: |
গুৱাহাটী - Charali - তেজপুৰ - গহপুৰ – উত্তৰ লক্ষীমপুৰ - পাছিঘাট - তেজু - সীতাপানী | |||
প্ৰধান পথ ব্যৱস্থা | ||||
ভাৰতীয় পথ নেটৱৰ্ক
|
৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ (ইংৰাজী: National Highway 52, NH 52) উত্তৰ-পূব ভাৰতৰ অসম আৰু অৰুণাচল প্ৰদেশত অৱস্থিত। গুৱাহাটীৰ উত্তৰ দিশত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথটো ফাটি এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ সৃষ্টি হৈছে। তাৰ পিছত ই পূব আৰু উত্তৰ-পূবলৈ বিস্তৃত হৈ আছে। ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে ৮৫০ কিঃমিঃ (৫২৮ মাইল)। ইয়াৰে ৫৪০ কিঃমিঃ (৩৪০ মাইল) অসমত আৰু বাকীখিনি অৰুণাচল প্ৰদেশত আছে।[1]
অসমৰ আৰু অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ মাজত সংযোগ স্থাপন কৰা পথটো হৈছে ৫২এ নং ৰাষ্ট্ৰীয় ঘাইপথ। এই পথটো ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰে এটা অংশ।
লগতে চাওক[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ "National Highways and their lengths". National Highways Authority of India. http://www.nhai.org/nh.asp। আহৰণ কৰা হৈছে: 2009-02-12.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
|