৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
অৱয়ব
ৰাষ্ট্ৰীয় ঘাইপথ ৫৪ | |
---|---|
ভাৰতৰ মানচিত্ৰত ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থান | |
পথ তথ্য | |
দৈৰ্ঘ্য | সাঁচ:Convert/LoffAoffDxSoff) |
Major junctions | |
From | দবকা, অসম |
To | টুইপং, মিজোৰাম |
Location | |
States | অসম: 335 km (208 মাইল) মিজোৰাম: 515 km (320 মাইল) |
Primary destinations | দবকা - লামডিঙ - শিলচৰ - আইজল - টুইপং |
Highway system | |
ভাৰতীয় পথ নেটৱৰ্ক ৰাষ্ট্ৰীয় ঘাইপথ • এক্সপ্ৰেছ পথ • ৰাজ্যিক Lua error in package.lua at line 80: module 'Module:Road data/parser/sandbox' not found. |
৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ (ইংৰাজী: National Highway 54, চমুকৈ NH 54) হৈছে অসম আৰু মিজোৰামৰ মাজত সংযোগ স্থাপন কৰা এটা ৰাষ্ট্ৰীয় ঘাইপথ। ইয়াৰ দৈৰ্ঘ্য হৈছে 850 km (530 মাইল)। এই ঘাইপথটো অসমৰ দবকাত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰম্ভ হৈছে। তাৰ পিছত দক্ষিণ দিশলৈ গৈ লামডিঙ, শিলচৰৰ মাজেদি গৈছে। অৱশেষত গেগি ঘাইপথটো মিজোৰামৰ টুইপুংত গৈ শেষ হৈছেগৈ।[1]
National Highways Development Project
[সম্পাদনা কৰক]- দবকা আৰু শিলচৰৰ মাজত থকা ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় 309 km (192 মাইল) অংশ National Highways Development Project পূব-পশ্চিম কৰিড’ৰ হিচাপে নিৰ্বাচিত কৰিছে।[2]
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "National Highways Starting and Terminal Stations". Ministry of Road Transport & Highways. http://morth.nic.in/showfile.asp?lid=367। আহৰণ কৰা হৈছে: 2012-12-02.
- ↑ [1] Archived 2009-02-25 at the Wayback Machine National Highways Authority of India (NHAI)
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
|