হেৰী পটাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
| -> ।
r2.7.1) (ৰবট পৰিবৰ্তন কৰিছে: zh-classical:哈利波特
425 নং শাৰী: 425 নং শাৰী:
[[yi:הארי פאטער]]
[[yi:הארי פאטער]]
[[zh:哈利·波特]]
[[zh:哈利·波特]]
[[zh-classical:仙界傳]]
[[zh-classical:哈利波特]]
[[zh-min-nan:Há-lih Phá-thò]]
[[zh-min-nan:Há-lih Phá-thò]]
[[zh-yue:Harry Potter]]
[[zh-yue:Harry Potter]]

23:03, 10 February 2013ৰ সংস্কৰণ

হেৰী পটাৰ

হেৰী পটাৰ ছিৰিজৰ সাতখন গ্ৰন্থ
লেখক জে কে ৰাউলিং
দেশ যুক্তৰাজ্য
ভাষা ইংৰাজী
বৰ্গ কল্পকাহিনী, ইয়াং-অ্যাডাল্ট কথাসাহিত্য, থ্ৰিলাৰ, ৰহস্য
প্ৰকাশক ব্লুমচবাৰি পাবলিছিং
প্ৰকাশকাল ১৯৯৭ - ২০০৭
মিডিয়াৰ ধৰন মুদ্ৰণ (হাৰ্ডব্যাক আৰু পেপাৰব্যাক), অডিঅ’বুক

হেৰী পটাৰ (ইংৰাজী: Harry Potter) হৈছে ইংৰাজ লেখিকা জে. কে. ৰাউলিঙৰ সাতখন কল্প কাহিনীৰ উপন্যাসৰ শৃংখলা। ৰাউলিঙৰ মতে এই কাহিনীটোৰ ধাৰণাটো প্ৰথমে তেওঁৰ মনলৈ ১৯৯০ চনত এক ৰেলযাত্ৰাৰ সময়ত আহে।[1] কাহিনীৰ নায়ক হৈছে কিশোৰ যাদুকৰ হেৰী পটাৰ আৰু মূল খলনায়ক ক'লা যাদুকৰ ভলডেম'ৰ্ট। ইয়াত মূলতঃ হেৰী পটাৰ, তেওঁৰ বন্ধু-বান্ধৱী আৰু সৎ যাদুকৰসকলৰ ভলডেম'ৰ্ট আৰু তেওঁৰ সহযোগী ক'লা যাদুকৰবিলাকৰ বিৰুদ্ধে ৰোমাঞ্চকৰ অভিযান বৰ্ণিত হৈছে। এই শৃংখলাটোত লেখিকাই সাধাৰণ মানুহৰপৰা নিজৰ অস্তিত্ব গোপনে ৰখা এখন যাদু জগতৰ ঘটনাৱলী চিত্ৰন কৰিছে যি যাদুশক্তিৰহিত সাধাৰণ মানুহৰ সমাজকো প্ৰভাৱিত কৰে। প্ৰথমখন গ্ৰন্থ হেৰী পটাৰ এণ্ড দ্য ফিল'চ'ফাৰ্ছ ষ্ট'ন-ত নায়ক হেৰী পটাৰৰ মাক-দেউতাকৰ হত্যা তথা ভলডেম'ৰ্টৰ সাময়িক পতনেৰে গোটেই কাহিনীটো আৰম্ভ হৈছে।[2] শেষৰখন গ্ৰন্থ হেৰী পটাৰ এণ্ড দ্য ডেথ্লী হেল'জ-ত খলনায়কৰ সম্পূৰ্ণ পতন তথা তাৰ ১৯ বছৰৰ পাছৰ এক সুস্থিৰ পৰিৱেশৰ বৰ্ণনাৰে শেষ হৈছে।[3]


১৯৯৭ চনত হেৰী পটাৰ এণ্ড দ্যা ফিলোচফাৰ্চ ষ্ট’ন (আমেৰিকাত হেৰী পটাৰ এণ্ড চৰচৰাৰ্চ ষ্ট’ন নামেৰে প্ৰকাশিত) নামৰ এই ছিৰিজৰ প্ৰথম গ্ৰন্থ প্ৰকাশিত হয়। প্ৰকাশিত হোৱাৰ পাছৰ পৰাই এই ছিৰিজৰ গ্ৰন্থসমূহে ৰচনাৰ শৈল্পিক উৎকৰ্ষৰ বাবে সমালোচকসকলৰ কাষত প্ৰশংসিত হৈছে আৰু সমগ্ৰ্ৰবিশ্বৰ পাঠকমহলত তুমুল জনপ্ৰিয়তা আৰু ব্যবসায়িক সাফল্য অৰ্জন কৰিছে।[4] গ্ৰন্থৰ ৰাজ্যৰ সমানেই চিনেমা আৰু ভিডিঅ’ গেমৰ দুনিয়াতো আলোড়ন সৃষ্টি কৰিছে। ২০০৭ চনৰ এপ্ৰিল মাহ পৰ্যন্ত সাতখন গ্ৰন্থৰ প্ৰথম ছখন গ্ৰন্থ সমগ্ৰ পৃথিৱীতে ৩২৫ মিলিয়ন কপিৰো বেছি বিক্ৰী হৈছে[5] আৰু ৬৪টাৰো অধিক ভাষালৈ অনূদিত হৈছে।[6] কেবলমাত্ৰ বাইবেল আৰু বুক অব মৰমন (মৰমনসকলৰ ধৰ্মগ্ৰন্থ) বাদে আৰু কোনো গ্ৰন্থই এই ৰেকৰ্ড নাই।[7] এই ছিৰিজৰ সপ্তম আৰু সৰ্বশেষ গ্ৰন্থ, হেৰী পটাৰ এণ্ড দ্যা ডেথলি হ্যালোস, প্ৰকাশিত হৈছে ২০০৭ চনৰ ২১ জুলাইত।[8] প্ৰকাশসকলে কেবল মাৰ্কিন যুক্তৰাষ্ট্ৰতেই গ্ৰন্থখনৰ ৰেকৰ্ড-ভঙ্গকাৰী ১২ মিলিয়ন কপি বিক্ৰিৰ ঘোষনা কৰিছিল।[9]


এই গ্ৰন্থৰ সাফল্যই ৰাউলিঙক ইতিহাসত সবাতোকৈ বেছি উপাৰ্জন কৰা লেখকৰ তালিকাত শীৰ্ষস্থান দিছে।[10] গ্ৰন্থসমূহৰ ইংৰাজী সংস্কৰন প্ৰকাশ কৰে ব্লুমচবাৰি যুক্তৰাজ্যত, স্কলাস্টিক প্ৰেচ যুক্তৰাষ্ট্ৰত, অ্যালেন আৰু আনউইন অস্ট্ৰেলিয়াত আৰু ৰেইনকোস্ট বুকচ কানাডাত

এই পৰ্যন্ত প্ৰথম ছখন গ্ৰন্থৰ কাহিনীক লৈ কৰা ছখন সফল চলচ্চিত্ৰই মুক্তি পাইছে। সৰ্বশেষ গ্ৰন্থ হেৰী পটাৰ এণ্ড দ্যা ডেথলি হ্যালোস ৰ কাহিনীৰ আধাৰত দুই পৰ্ব বিশিষ্ট চলচ্চিত্ৰ নিৰ্মিত হৈছে। ইয়াৰ প্ৰথম পৰ্বটি মুক্তি পাইছে ১৯ নৱেম্বৰ ২০১০ চনত আৰু দ্বিতীয় পৰ্বটি মুক্তি পায় ১৫ জুলাই ২০১১ চনত।[11][12]

উৎপত্তি আৰু প্ৰকাশনৰ ইতিহাস

চিত্ৰ:Harry Potter and the Philosopher's Stone.jpg
হেৰী পটাৰ ছিৰিজৰ প্ৰথম গ্ৰন্থ হেৰী পটাৰ এণ্ড দ্যা ফিলোচফাৰ্চ ষ্ট’ন (ব্ৰিটিছ সংস্কৰন)

১৯৯০ চনত জে. কে. ৰাউলিং ম্যানচেস্টাৰৰ পৰা যাত্ৰী কঢ়িওৱা ট্ৰেনত যাত্ৰা কৰোঁতে লণ্ডনলৈ অহাৰ পথত হেৰী পটাৰ গ্ৰন্থৰ ধাৰনাটো তেওঁৰ মনলৈ আহে। তেওঁ এই ঘটনাৰ বৰ্ণনা দিবলৈ গৈ তেওঁৰ ৱেবছাইট কয় যে[13]

প্ৰায় ৬ বছৰ বয়সৰ পৰাই মই নিৰবচ্ছিন্ন ভাবে লিখিছোঁI কিন্তু কোনো আইডিয়া সম্পৰ্কে মই পূৰ্বতে ইমান উত্তেজিত হোৱা নাছিলো। মই প্ৰচণ্ডভাবে হতাশ হৈ আছিলো কাৰণ তেতিয়া, মোৰ হাতত তেতিয়া কোনো ভাল কলম নাছিল, আৰু অন্যেৰ পৰা কলম বিচাৰিবলৈ মোৰ লাজ লাগছিল। মই এতিয়া মনত পেলাই ভাবো, যি হৈছিল এফালেদি ভালই হৈছিল, কাৰণ তেতিয়া মই কেবল বহি বহি চিন্তা কৰিছোঁ, চাৰি ঘণ্টাৰ (ট্ৰেন বিলম্বিত) বাবে, আৰু সকলো পুঙ্খানুপুঙ্খ বৰ্ণনা মোৰ মগজত জমা হৈছিল, আৰু এই চৰ্মসাৰ, ক’লা চুলিৰ, চশমাপিন্ধা ল’ৰাজন যি নাজানিলেহেঁতেন যে তেওঁ এজন যাদুকৰ যি মোৰ মনত ক্ৰমেই আৰু বাস্তব বুলি ধৰা দিয়ে। মই ভাবো যে মই যদি অলপ ধীৰে সুস্থিৰে কল্পনা কৰিলো হয় আৰু মই তাৰ কিছু অংশ কাগজত লিখিব পাৰিলো হয় তেতিয়াহ’লে মই হয়তো সেই কল্পনাৰ কিছু অংশ বাদ দি দিলোহেঁতেন (যদিও কেতিয়াবা মই নিজেই অবাক হৈ যাওঁ, যে মই ভ্ৰমণৰ সময়ত যি কল্পনা কৰিছিলো তাৰ কিছুসংখ্যক মই লিখাৰ সময়ত পাহৰি গৈছো)।

সেই সন্ধ্যাত, লেখিকাই তেওঁৰ প্ৰথম উপন্যাস লিখাৰ-পূৰ্ব পৰিকল্পনাত হাত দিয়ে, হেৰী পটাৰ এণ্ড দ্যা ফিলোচফাৰ্চ ষ্ট’ন, এটি অৰ্ধ-পৰিপূৰ্ণ পৰিকল্পনা য’ত আছিল সাত গ্ৰন্থৰ কাহিনীৰ ঘটনা, বিভিন্ন ঐতিহাসিক আৰু আত্মজীবনীমূলক তথ্যাবলী,আৰু যাদুৰ দেশ সম্পৰ্কিত বিভিন্ন তথ্য।[14] শেষ পৰ্যন্ত ৰাউলিঙে পৰ্তুগাললৈ গুচি যায়, য’ত তেওঁ তেওঁৰ প্ৰথম স্বামীক ১৯৯২ চনত বিয়া কৰায়, আৰু ১৯৯৩ চনত তেওঁৰ প্ৰথম সন্তান জেচিকাই জন্মগ্ৰহণ কৰে। এসময়ত তেওঁ ফিলোচফাৰ্চ ষ্ট’নৰ লেখা চলায় গৈছিল। বিবাহ বিচ্ছেদৰ পাছত ৰাউলিঙে তেওঁৰ ছোৱালীক লৈ ব্ৰিটেনলৈ উভতি আহে আৰু এডিনবাৰ্গত তেওঁৰ বায়েকৰ ওচৰাওচৰিকৈ বসবাস কৰিবলৈ আৰম্ভ কৰে। এসময়ত তেওঁ লেখা চলায় গৈছিল এটি কফি হাউচত। সপ্তাহত তেওঁৰ আয় আছিল মাত্ৰ £৯০ (যাৰ মাজত £৭০ আহিছিল সমাজ কল্যানৰ পৰা) আৰু তেতিয়ালৈ তেওঁ তেওঁৰ ছোৱালীৰ বাবে কোনো নাৰ্চাৰীৰ ব্যবস্থা কৰিব পৰা নাছিল, তেওঁৰ নিদ্ৰামগ্ন শিশু কন্যটি তেওঁৰ লেখাৰ সৰ্বক্ষনৰ সঙ্গী আছিল। ৰাউলিঙে পৰিশ্ৰম কৰি তেওঁৰ লেখা শেষ কৰে যিটো তেওঁ কেতিয়াও শেষ কৰিব নোৱাৰিব বুলি ভয় খাইছিল।

১৯৯৬ চনত হেৰী পটাৰ এণ্ড দ্যা ফিলোচফাচ ষ্ট’ন শেষ হয় আৰু পাণ্ডুলিপিটো এজেণ্টৰ হাতত দিয়া হয়।

এজেণ্টে পাণ্ডুলিপিটো মোক হতাশ কৰি ফ’ল্ডাৰ অবিহনেই ওভতাই দিয়ে, যিটো কিনোতে মোৰ £৪.০০ লাগে, আৰু কয় যে ৮০,০০০ শব্দৰে লেখা গ্ৰন্থখন শিশুসকলৰ গ্ৰন্থ হিচাপে বেছি দীঘল।"

দ্বিতীয় এজেণ্ট, ক্ৰিস্টোফাৰ লিটল, যাৰ মাধ্যমেৰে তেওঁ ইয়াৰ বাবে চেষ্টা কৰে, তেওঁ ৰাউলিংঙক লগে লগেই লিখি জনায় যে পাণ্ডুলিপিটো তেওঁৰ পছন্দ হৈছে আৰু তেওঁ তেওঁক সহায় কৰিব। এজেণ্টে পাণ্ডুলিপিটো ব্লুমচবাৰিলৈ পঠায়।[15]

ব্লুমচবাৰিত, সেই সময়ৰ সৰু এটি প্ৰকাশন প্ৰতিষ্ঠান, ফিলোচফাৰ্চ ষ্ট’ন চেয়াৰম্যান নিগেল নিউটন ৰ হাতত পৰে। তেওঁ গ্ৰন্থখনক লৈ বেছি উৎসাহী নাছিল। মি. নিউটনে পাণ্ডুলিপিটো ঘৰলৈ লৈ যায় কিন্তু এইখন পঢ়া নাছিল বৰং তেওঁৰ আঠ বছৰীয়া ছোৱালী এলিচক এইখন পঢ়িবলৈ দিয়ে।[16] পাণ্ডুলিপিটো পঢ়ি এলিচ নিউটনে আনন্দত আত্মহাৰা হৈ দেউতাকক গ্ৰন্থখন প্ৰকাশ কৰাৰ বাবে তাগিদা দিয়ে। অন্য আঠ প্ৰকাশকে গ্ৰন্থখন প্ৰকাশৰ বাবে অসম্মতি জনোৱাৰ পাছত ব্লুমচবাৰিয়ে ৰাউলিঙক অগ্ৰিম £২,৫০০ ৰ প্ৰস্তাব দিয়ে।

যদিও ৰাউলিঙৰ মতে হেৰী পটাৰ লিখাৰ সময়ত কোনো নিৰ্দিষ্ট বয়সৰ পাঠকৰ কথা তেওঁৰ মনলৈ অহা নাছিল, প্ৰকাশকসকলে প্ৰথমে গ্ৰন্থখনক ১১ বছৰ বয়সীয়া পাঠকৰ উপযোগী হিচাপে ধৰি লয়। গ্ৰন্থখন প্ৰকাশৰ কালত অন্যান্য লেখিকাসকলৰ মতে জোয়ানে ৰাউলিঙক প্ৰকাশকসকলে অন্য লিঙ্গ-নিৰপেক্ষ কোনো ছদ্মনাম ব্যাৱহাৰ কৰিবলৈ কয় যাতে এই বয়সৰ ল’ৰাবোৰ আকৃষ্ট হয় কাৰণ ল’ৰাবোৰে সাধাৰণত নাৰী লিখকৰ গ্ৰন্থ কিনাত আগ্ৰহী নহয়। তেওঁ তেওঁৰ জে. কে. ৰাউলিং নামটো নিৰ্বাচন কৰে (জোয়ান ক্যাথলীন ৰাউলিং)। ক্যাথলিন তেওঁৰ আইতাকৰ নাম।

প্ৰথম হেৰী পটাৰ গ্ৰন্থখন যুক্তৰাজ্যত প্ৰকাশ কৰে ব্লুমচবাৰিয়ে ১৯৯৭ চনৰ জুলাইত আৰু যুক্তৰাষ্ট্ৰত প্ৰকাশ কৰে স্কলাস্টিক প্ৰেচে ১৯৯৮ চনৰ ছেপ্টেম্বৰত। আমেৰিকাৰ গ্ৰন্থখনৰ বাবে ৰাউলিঙ ছয় অঙ্কৰ ডলাৰ লাভ কৰে –যিটো এখন শিশুতুল্য গ্ৰন্থৰ বাবে অনেক বেছি। কোনো কোনো পাঠক ফিলোচফাৰ বুজাত সমস্যাত পৰিব বা ইয়াৰ লগত যাদুক মিলোৱাত ব্যৰ্থ হব বুলি ভাবি স্কলাস্টিকে আমেৰিকাৰ সংস্কৰনত গ্ৰন্থৰ নাম পৰিবৰ্তন কৰি হেৰী পটাৰ এণ্ড চৰচৰাৰ্চ ষ্ট’ন ৰাখে।

এই ছিৰিজটোৱে অনেক প্ৰকাশন পুৰস্কাৰ আৰু প্ৰশংসা পাইছে। এইবোৰৰ মাজত, প্ৰথম তিনখন গ্ৰন্থ, হেৰী পটাৰ এণ্ড দ্যা ফিলোচফাৰ্চ ষ্ট’ন, হেৰী পটাৰ এণ্ড দ্যা চেম্বাৰ অফ চিক্ৰেটচ আৰু হেৰী পটাৰ এণ্ড দ্যা প্ৰিজনাৰ অফ আজকাবান, ১৯৯৭, ১৯৯৮, ১৯৯৯ চনত নেচলে স্মাৰ্টিচ বুক প্ৰাইজ পাইছে ৯-১১ বছৰ বয়সৰ শ্ৰেণীত ।[17]

২০০০ চনৰ মাজত এই ছিৰিজটোৱ আংশিকভাবে প্ৰকাশকৰ ব্যৱসায়ৰ নীতিৰ কাৰণে আৰু বহুলাংশ পাঠকৰ বিশেষ কৈ তৰুণ ল’ৰা পাঠকৰ কাৰণে হাই-প্ৰোফাইল হিচাপে পৰিগণিত হয়। ২০০০ চনৰ মাজত ভিডিঅ’ গেমচ আৰু ইন্টাৰনেটৰ কাৰণে গ্ৰন্থৰ আকৰ্ষন অন্য দিশলৈ গুচি যায়। ৰাউলিঙৰ প্ৰকাশকসকলে দ্ৰুতভাবে এই ছিৰিজৰ তিনখন গ্ৰন্থ প্ৰকাশ কৰি পাঠকৰ মন জয় কৰে আৰু তেওঁলোকক হেৰী পটাৰৰ একান্ত ভক্ত কৰি তুলে। ফলত ছিৰিজটোৰ উত্তেজনা বিন্দুমাত্ৰ নকমি বাঢ়িহে যায়।[18] মতানৈক্যৰ চৰম মুহুৰ্তত বিপুল মিডিয়া কভাৰেজৰ মাধ্যমত ২০০০ চনত হেৰী পটাৰৰ চতুৰ্থ গ্ৰন্থহেৰী পটাৰ এণ্ড দি গবলেট অফ ফায়াৰ প্ৰকাশিত হয়।

২০০১ চনত দুখন সৰু গ্ৰন্থ প্ৰকাশিত হয় - নিউট স্ক্যাম্যাণ্ডাৰ ৰ ফ্যান্টাস্টিক বিস্টচ এণ্ড হোয়াৰ টু ফাইণ্ড দেমআৰু কেনিলওয়ৰ্থি হুইস্প ৰ কুইদিচ থ্ৰু দি এজেস। এই গ্ৰন্থদুখনৰ আয় ব্ৰিটিছ দাতব্য সংস্থা কমিক ৰিলিফ ত জমা হয়। ছিৰিজৰ পৰবৰ্তীকালত দুয়োখন গ্ৰন্থৰ, হেৰী পটাৰ এণ্ড দ্যা অৰ্ডাৰ অফ দ্যা ফিনিক্স আৰু হেৰী পটাৰ এণ্ড দ্যা হাফ-ব্লাড প্ৰিন্স, প্ৰকাশৰ ফলত মতানৈক্য আৰু বাঢ়ি যায়। জনগনে হেৰী পটাৰ গ্ৰন্থ পাবলৈ ইমানেই ব্যাকুল হৈ পৰে যে প্ৰকাশৰ আগেয়েই অনেকে গ্ৰন্থখন চুৰি কৰাৰ চেষ্টা কৰে।

প্ৰায় এক যুগৰ সমান কাল ছিৰিজটোৱ সকলো বয়সৰ অসংখ্য ভক্ত পাইছে, যাৰ ফলত প্ৰতি গ্ৰন্থৰ দুটাকৈ সংস্কৰন উলিওৱা হৈছে - যাৰ গল্প একেই কিন্তু প্ৰচ্ছদ বেলেগ, এটি শিশুসকলৰ উদ্দেশ্যে আনটি বয়স্ক পাঠকৰ উদ্দেশ্যে। ইয়াৰ অনেক অনুবাদৰ কাৰণে সমগ্ৰ বিশ্বতে এইখন জনপ্ৰিয়। অৰ্ডাৰ অফ দ্যা ফিনিক্স গ্ৰন্থখন প্ৰথম ইংৰাজী ভাষাত প্ৰকাশিত গ্ৰন্থ যিখন ফ্ৰান্সৰ বজাৰত সবাতোকৈ বেছি বিক্ৰি হৈছে[19] ২০০৫ চনত হেৰী পটাৰ এণ্ড দ্যা হাফ-ব্লাড প্ৰিন্স প্ৰকাশৰ পাছত ২৪ ঘন্টাত গ্ৰন্থখনৰ ৯ মিলিয়ন কপি বিক্ৰি হৈছে আৰু ইয়াৰ জনপ্ৰিয়তা কমাৰ কোনো লক্ষণ দেখা যোৱা নাছিল[20]

কাহিনী

কাহিনীৰ সংক্ষিপ্তসাৰ

কাহিনী আৰম্ভ হৈছে জনসাধাৰণৰ কাষৰ পৰা গোপনে থকা যাদুৰ বিশ্বক লৈ। কাহিনী অনুসৰি বিগত অনেক বছৰ ধৰি যাদুৰ বিশ্ব লৰ্ড ভোলডেমৰ্টৰ ভয়ত ভীত-সন্ত্ৰস্ত অবস্থাত ৰৈছে। এদিন ৰাতি ভোলডেমৰ্টে গোপনে থকা পটাৰ পৰিয়ালৰ সন্ধান পায় আৰু লিলি আৰু জেমচ পটাৰক হত্যা কৰে। তথাপি যেতিয়া তেওঁ আভাডা কেডাভ্ৰা বা মৃত্যু অভিশাপ দি হেৰী পটাৰক হত্যা কৰাৰ চেষ্টা কৰে তেতিয়া অভিশাপটো হেৰীৰ কাষৰ পৰা প্ৰতিফলিত হৈ তেওঁৰ ফাললৈ ছিটিকি আহে। ফলত ভোলডেমৰ্ট ধ্বংসপ্ৰাপ্ত হয় আৰু তেওঁ জীবন আৰু মৃত্যুৰ মধ্যবৰ্তী এটি স্থানত উলমি ৰয়। তেওঁ আত্মাৰ দৰে কিবা এটাত পৰিণত হয়। হেৰীৰ কোন ক্ষতি নহ’ল , কেবল তেওঁৰ কপালত এটা গভীৰ কটা দাগ পৰি যায়। ভোলডেমৰ্টৰ কাষৰ পৰা হেৰীৰ ৰহস্যময়ভাবে বাচি যোৱাৰ ঘটনা যাদু সমাজত বিয়পি পৰে আৰু হেৰী "যি ল’ৰাটো বাচি ছিল" (The Boy Who Lived) নামেৰে পৰিচিত হয়।

পৰবৰ্তী ৰাতি হ্যাগ্ৰিড নামত এজন যাদুকৰে হেৰীক তেওঁৰ পেহীয়েকৰ ঘৰ পোৱায়গৈ, যিটো পৰৱৰ্তীকালত তেওঁৰ বাসস্থান হব। অনাথ হেৰী নিষ্ঠুৰ, মাগল (যাদুগৰ নহয় এওঁলোক) আত্মীয় ডাৰ্চলিসকৰ কাষত মানুহ হয়। হেৰীয়ে যাদুশক্তিৰ পৰা ৰক্ষা পোৱাত ডাৰ্চলিসকলে হেৰীৰ পৰা তেওঁৰ যাদুকৰ পিতা মাতাৰ কথা লুকায় ৰাখে, আৰু তেওঁৰ লগত যে যাদু বিশ্বৰ সম্পৰ্ক আছে তাকো গোপন ৰাখে। এইকাৰণে হেৰীৰ মাজত কোনো অসাধাৰণ কোনো গুণ দেখিলে তেওঁলোক হেৰীক শাস্তি দিয়ে।

পৰৱৰ্তীকালত হেৰীৰ এঘাৰতম জন্মদিনত, হেৰীয়ে প্ৰথমবাৰৰ বাবে যাদুৰ বিশ্বৰ কথা জানিব পাৰে, যেতিয়া তেওঁ হফওয়াৰ্টচ স্কুল অব উইচক্ৰ্যাফট এণ্ড উইজাৰ্ডৰি পৰা নামভৰ্তিৰ চিঠি পায়। অৱশ্যে হেৰীয়ে সেই চিঠি পঢ়িবলৈ নাপায় কাৰণ পেহায়েক ভাৰ্ননে তেওঁৰ পৰা চিঠিখন কাঢ়ি নিছিল। এঘাৰতম জন্মদিনত হগওয়াৰ্টসৰ পক্ষৰ পৰা হ্যাগ্ৰিডে হেৰীক নিবলৈ আহে। তেতিয়াই হেৰীয়ে জানিব পাৰে যে তেওঁ এজন যাদুকৰ আৰু হগওয়াৰ্টস স্কুললৈ তেওঁক আমন্ত্ৰণ জনোৱা হৈছে। হেৰীয়ে স্কুলত যোগদান কৰে আৰু যাদু বিদ্যা আয়ত্ত্ব কৰে। প্ৰতিখন গ্ৰন্থতে হেৰীৰ স্কুল জীৱনৰ এক এক বছৰৰ বৰ্ণনা থাকে। ইয়াৰ বেছিভাগ অংশতেই হেৰী হগওয়াৰ্টচত থকাকালত হোৱা বিভিন্ন এডভেঞ্চাৰ, যাদু বিদ্যা শিকা, বন্ধুসকলৰ লগত আচৰন, ভলডেমৰ্টৰ লগত যুদ্ধ, মানসিক অৱস্থা প্ৰভৃতিৰ বৰ্ণনা থাকে।

প্ৰতিখন উপন্যাসৰ কাহিনী জানিবলৈ সংশ্লিষ্ট গ্ৰন্থখন চাওক।

মহাবিশ্ব

চলচ্চিত্ৰত দেখুওৱা হগওয়াৰ্টচ স্কুল

আমি দেখা পৃথিৱীৰ পৰা হেৰীৰ যাদুৰ পৃথিৱী পৃথকে আৰু গোপনে ৰখা হৈছে। তথাপিও দুই পৃথিৱীৰ মাজত এক নিবিঢ় যোগসূত্ৰ ৰৈছে। অন্যান্য কল্পকাহিনী যেনে দ্যা লৰ্ড অব দ্যা ৰিংস ত যাদুৰ পৃথিৱী থাকে ৰহস্যময় অতীতত, কিন্তু হেৰী পটাৰ ছিৰিজৰ যাদুৰ পৃথিৱীয়ে বৰ্তমান পৃথিৱীৰ লগতেই সহাবস্থান কৰিছে। এই যাদু বিশ্বৰ প্ৰায় সকলো যাদুময় প্ৰাণী আৰু বস্তুৰ লগত আমাৰ পৃথিৱীৰ সাধাৰণ যাদুহীন প্ৰাণী আৰু বস্তুৰ মিল লক্ষ্য কৰা যায়। যাদুৰ এই পৃথিৱীৰ অনেক প্ৰতিষ্ঠান আছে যিবোৰ আমাৰ বিভিন্ন পৰিচিত চহৰত অৱস্থিত, যেনে লণ্ডন, যাক আমি আমাৰ পৃথিৱীতে চিনি পাওঁ। এই পৃথিৱীতে আছে অনেক আহল-বহল সুপ্ত ৰাস্তা যাৰ প্ৰবেশপথ আমাৰ পৰিচিত পৃথিৱীত বিভিন্ন প্ৰাচীন মদ্যাশালা, নিৰ্জন প্ৰাসাদ, পৰিত্যক্ত জনপদ প্ৰভৃতিৰ মাজত গোপনে আৰু সযত্নে লুকায় ৰখা হৈছে। সাধাৰণ যাদুবিদ্যাহীন জনগণে ("মাগল" নামে পৰিচিত) এইবোৰ বিচাৰি নাপায়। যাদুবিদ্যা সম্পৰ্কিত ক্ষমতা জন্মগতভাবেই পোৱা যায়, যি কাৰণত যাদু শিকি যি কোনো ব্যক্তিয়ে যাদুকৰ হব নোৱাৰে। তথাপি যাদুকৰ পিতা-মাতাৰ যাদুৰ গুণাবলীহীন সন্তান ("স্কুইব" নামে পৰিচিত) আৰু যাদুশক্তিহীন পিতা-মাতাৰ ঘৰত যাদুকৰৰ জন্ম ("মাডব্লাড" নামে পৰিচিত) হব পাৰে। জন্মগত যাদুকৰসকলৰ যাদুবিদ্যা শিক্ষণ আৰু নিয়ন্ত্ৰণ লাভৰ বাবে যাদু শিক্ষাৰ বিদ্যালয়লৈ যাব লাগে। জন্মগতভাবে যাদুকৰ হওক বা নহওক যাদুৰ বিশ্বৰ মানুহৰ বেছিভাগেই মাগল বিশ্ব সম্পৰ্কে অজ্ঞ আৰু এইকাৰণ তেওঁলোকৰ চেহেৰা, পোছাক পৰিচ্ছদ, আচাৰ-আচৰন, ব্যবহৃত বস্তুপাতি মাগল সমাজত উদ্ভট দেখা যায়। তত্‌ সত্ত্বেও যাদুবিশ্ব আৰু ইয়াৰ বিভিন্ন আকৰ্ষণীয় বিষয় ছিৰিজত সুন্দৰকৈ বৰ্ণনা কৰা হৈছে। এই গ্ৰন্থৰ এটি মূল ভাব হৈছে যাদুবিশ্বক আমাৰ চিনাকী বিশ্বেৰ মাধ্যমেৰে চোৱা। গ্ৰন্থত দেখা যায় যাদু বিশ্বত অনেক সমস্যা আছে, আমি আমাৰ সমাজত প্ৰতিনিয়ত যিবোৰৰ মুখামুখি হৈছো।

কাহিনীৰ গঠন আৰু ধৰণ

এই ছিৰিজৰ উপন্যাসসমূহ প্ৰায় কল্পসাহিত্য ধৰণৰ, কোনো কোনো ক্ষেত্ৰত শিক্ষাবিষয়ক উপন্যাসৰ লগত ইয়াৰ মিল পোৱা যায়। বিশেষকৈ য’ত হগওয়াৰ্টচৰ কথা কোৱা হৈছে, যিখন এখন ব্ৰিটিছ স্কুল আৰু যাৰ পাঠ্যক্ৰমত যাদুৰ বিভিন্ন ব্যবহাৰ অন্তুৰ্ভুক্ত কৰা হৈছে। এই অৰ্থত থমাচ হিউগচৰ টম ব্ৰাউন'চ স্কুল ডেজ উপন্যাসৰ লগত ইয়াৰ মিল পোৱা যায়।[21] গ্ৰন্থখনত স্টিফেন কিং ৰ ভাষাত ৰহস্যময় গল্প,[22] আৰু প্ৰতিখন গ্ৰন্থ ছাৰ্লক হ’ম্‌ছ ছিৰিজৰ দৰে ৰচনাৰ ঢং লক্ষ্য কৰা যায়। গ্ৰন্থখনৰ বৰ্ণনাত বিভিন্ন ঘটনাৰ সূত্ৰ লুকায় থাকে আৰু উপন্যাসৰ চৰিত্ৰবোৰে বিভিন্ন স্থানত বিভিন্ন ব্যক্তিক সন্দেহভাজনৰ তালিকাত ৰাখে আৰু কাহিনীৰ শেষৰ ফালে ঘটনাৰ মোৰ একদম ঘুৰি যায়। গ্ৰন্থখন তৃতীয় পুৰুষৰ ভাষাত লিখা; তথাপি কিছু কিছু ঠাইত ইয়াৰ ব্যতিক্ৰম ৰৈছে (যেনে গবলেট অব ফায়াৰ, ফিলোচফাৰ্চ ষ্ট’ন আৰু হাফ ব্লাড প্ৰিন্স ৰ আৰম্ভণিৰ ফালৰ কিছু অধ্যায়ত)। ঘটনাৰ গোপনীয়তাবোৰ পাঠকে তেতিয়াহে জানিব পাৰে যেতিয়া হেৰীয়ে তাক জানিব পাৰে। প্ৰধান চৰিত্ৰ হাৰমাইনি আৰু ৰন সহ অন্যান্য চৰিত্ৰৰ চিন্তা চেতনা হেৰীৰ কাষত প্ৰকাশৰ আগমূহুৰ্ত পৰ্যন্ত পাঠকৰ কাষত গোপনে থাকে।

গ্ৰন্থখনে কিছু নিৰ্দিষ্ট চিৰাচৰিত নিয়ম মানি চলে। প্ৰতিখন গ্ৰন্থৰে সময়সীমা থাকে এবছৰ আৰু প্ৰতিখন গ্ৰন্থৰ আৰম্ভণিতে হেৰীয়ে মাগল দুনিয়াত তেওঁৰ পেহা-পেহীয়েক ডাৰ্চলি পৰিয়ালৰ লগত থাকে। পাছত হেৰীয়ে যাদুৰ দুনিয়াত ডায়াগন এলি, ওয়েজলিসকলৰ ঘৰ অথবা বাৰ নম্বৰ, গ্ৰিমল্ড প্লেচ এলেকালৈ যায়। ইয়াৰ পাছত বিদ্যালয়ৰ ৰেলগাড়ীত তেওঁ হগওয়াৰ্টচওলৈ উভতি আহে। হগওয়াৰ্টচলৈ অহাৰ পাছত কাহিনীয়ে পৰিপক্কতা লাভ কৰে আৰু অন্যান্য চৰিত্ৰ বৰ্ণনালৈ আহে। প্ৰতি গ্ৰন্থতেই দেখা যায় বিদ্যালয়ত পাঠদানৰ সময়ত কঠিন ৰচনা, কষ্টসাধ্য যাদু, অসহনশীল শিক্ষকৰ লগত হেৰীৰ মানসিক যুদ্ধ। ঘটনাৰ শেষ হয় তেতিয়া যেতিয়া হেৰীৰ হাতত ভোলডেমৰ্ট পৰাস্ত হয় আৰু অ্যালবাচ ডাম্বলডোৰে হেৰীক কাহিনীৰ বিভিন্ন তাৎপৰ্য ব্যাখ্যা কৰে।

যাদুবিশ্বৰ বিভিন্ন উপাদান

তেজৰ বিশুদ্ধতা: সাধাৰণ যাদুকৰসকলে মাগলসকলক নিম্নস্তৰৰ মানুহ হিচাপে সন্দেহৰ চকুৰে চায়, আৰু কিছু যাদুকৰৰ বাবে এই আচৰণ চৰম গোঁড়ামিত পৰিণত হৈছে। এই ধৰণৰ চৰিত্ৰৰ লোকসকল নিজৰ পূৰ্বপুৰুষৰ তেজৰ বিশুদ্ধতাক লৈ গৰ্ব প্ৰকাশ কৰে আৰু নিজকে উচ্চখাপৰ মানুহ বা "পিওৰ ব্লাড" হিচাপে গণ্য কৰে, তেওঁলোকৰ পাছত স্থানে থাকে "হাফ-ব্লাড" যাদুকৰ (যিসকলৰ পিতামাতাৰ এজন যাদুকৰ অন্যজন মাগল) আৰু সৰ্বনিন্মত থাকে "মাগল-বৰ্ণ" (যিসকলৰ পূৰ্বপুৰুষ কোনো যাদুকৰ নাছিল)। বিশুদ্ধ তেজৰ সমৰ্থক যাদুকৰসকলে ভাবে যাদু বিশ্বৰ সকলো ক্ষমতা আৰু নিয়ন্ত্ৰণ কেবল তেওঁলোকৰ হাততেই থকা উচিত আৰু মাগল পিতামাতাৰ যাদুকসকল আচল যাদুকৰ নহয়। কোনো কোনোৱ আকৌ চৰম গোড়ামিৰ কাৰণে ভাবে তেওঁলোকক যাদুবিদ্যা শিকিবলৈ দিয়াই উচিত নহয়। অধিকাংশ বিশুদ্ধ তেজৰ সমৰ্থক শ্ৰেণীৰ যাদুকৰ নিজেই বিশুদ্ধ তেজৰ অধিকাৰী, কিন্তু কলাযাদুৰ ভয়ঙ্কৰতম যাদুকৰ ভোলডেমৰ্ট নিজে এজন হাফ-ব্লাড হয়ো বিশুদ্ধ তেজৰ তত্ত্বৰ সমৰ্থক। তথাপি যাদু বিশ্বৰ অনেক কম পৰিয়ালেই বিশুদ্ধ তেজৰ অধিকাৰী, কিয়নো বংশ ৰক্ষাৰ খাতিৰতে এওঁলোকৰ অনেকে এনে কাৰোবাক বিয়া কৰাইছ যাৰ পূৰ্বপুৰুষৰ অন্তত: এজন অবিশুদ্ধ তেজৰ যাদুকৰ আছিল। এনে এক বিশুদ্ধ তেজৰ পৰিয়ালৰ বিলুপ্তি ঘটিছে হেৰী পটাৰ ছিৰিজৰ পঞ্চম গ্ৰন্থত, য’ত "ব্ল্যাক পৰিয়ালৰ" সৰ্বশেষ উত্তৰাধিকাৰী "চিৰিয়াচ ব্ল্যাক" মৰি যায়।

ফেঁচা: যাদুবিশ্বৰ সবাতোকৈ সাধাৰণ প্ৰতীকৰ এটি হৈছে ফেঁচা। প্ৰথম উপন্যাসৰ পৰাই ইয়াৰ উপস্থিতি লক্ষ্য কৰা যায়। বিভিন্ন গ্ৰন্থত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আমাৰ বিশ্বত যিদৰে পাৰৰ দ্বাৰা চিঠিপত্ৰ বিলি কৰা হৈছিল, সেইধৰণে যাদুবিশ্বত ফেঁচাৰ মাধ্যমেৰে চিঠিসহ বিভিন্ন বস্তু পৰিবহন কৰা হয়। এইবোৰক পোহনীয়া প্ৰাণী হিচাপেও ব্যবহাৰ কৰা হয়। হেৰীৰ এটি বৰফৰ দৰে বগা ফেঁচা আছে যাৰ নাম হেডউইগ

হগওয়াৰ্টচ হাউচ: বিভিন্ন আবাসিক বিদ্যালয়ৰ দৰে হগওয়াৰ্টচো চাৰিটা হাউচত বিভক্ত, যিবোৰৰ নাম সেইবোৰৰৰ প্ৰতিষ্ঠাতাৰ নামেৰে নামকৰণ কৰা হৈছে। বিদ্যালয়ত এটি বাছনি টুপী আছে যিটোৱে শিক্ষাৰ্থীৰ বিভিন্ন গুণাৱলী বিচাৰ কৰি বিদ্যালয়ৰ প্ৰথম বৰ্ষতেই তেওঁলোকক বিভিন্ন হাউচত ভাগ ভাগ কৰি দিয়ে। হাউচবোৰ হৈছে গ্ৰিফিণ্ডৰ, গড্ৰিক গ্ৰিফিণ্ডৰ ৰ নামেৰে, যিটোৱে সাহসীসকলৰ মূল্যায়ন কৰে; ৰ‌্যাভেনক্ল, ৰোয়েনা ৰ‌্যাভেনক্ল ৰ নামেৰে, যিটোৱে বুদ্ধিমত্তাক প্ৰাধান্য দিয়ে; হাফলপাফ, হেলগা হাফলপাফ ৰ নামেৰে যিটোৱে নিষ্কলুষতা আৰু বিশ্বাসক প্ৰাধান্য দিয়ে; আৰু স্লিদাৰিন, চালাজাৰ স্লিদাৰিন ৰ নামেৰে, যিটোত উচ্চাকাংখা তেজৰ বিশুদ্ধতাক প্ৰাধান্য দিয়ে। বিদ্যালয়ত পঢ়িবলৈ অহাৰ পাছত হেৰীয়ে তেওঁৰ সবাতোকৈ কাষৰ দুই বন্ধু ৰন আৰু হাৰমাইনিৰ লগত গ্ৰিফিণ্ডৰ হাউচৰ সদস্য মনোনীত হয়।

কুইডিচ: যাদুবিশ্বৰ জনপ্ৰিয়তম খেলা কুইডিচ। ঝাড়ুৰ ওপৰত উঠি বতাহত উৰি এই খেল খেলা হয় । কুইডিচৰ খেলাৰ ধৰণ প’লো আৰু ফুটবলৰ লগত কিছুদূৰ মিলে। হেৰী খুব ভাল এজন কুইডিচ খেলুৱৈ যি গ্ৰিফিণ্ডৰৰ হৈ বেছ কেইবাখনো খেলত জয়লাভ কাঢ়ি আনিছে। হেৰীয়ে খেলত চকাৰ হিচাপে খেলে যাৰ প্ৰধান কাম হৈছে সোণালী স্নিচ ধৰা। লি জৰ্ডান স্কুলৰ পৰা বাহিৰ হৈ যোৱাৰ আগেয়ে সমস্ত কুইডিচ খেলৰ ধাৰাবিৱৰণীৰ দায়িত্ব তেওঁৰ ওপৰতেই আছিল। ছিৰিজৰ গ্ৰন্থসমূহৰ মাজত কেবলমাত্ৰ সপ্তম গ্ৰন্থতহে কুইডিচ অনুপস্থিত।[23]

মূলভাব

ৰাউলিং এৰ মতে হেৰী পটাৰ ছিৰিজেৰ একটি প্ৰধান থিম হৈছে মৃত্যু। তিনি বলেন:[24]

আমাৰ গ্ৰন্থ অনেকাংশেই মৃত্যু সম্পৰ্কিত। এগুলো শুৰু হৈছে হেৰীৰ পিতা-মাতাৰ মৃত্যু দিয়ে। মৃত্যুকে জয় কৰে যেকোন মূল্যে অমৰত্ব পোৱাই ভোলডেমৰ্ট উদ্দেশ্যে, যেটি যেকোন যাদুকৰেৰই লক্ষ্য। আমি তাই বুঝতে পাৰি ভোলডেমৰ্ট কেন মৃত্যুকে জয় কৰতে চায়। আমৰা সকলেই মৃত্যুভয়ে ভীত।

ছিৰিজে ভালৰ সাথে মন্দ, ভালবাসাৰ সাথে মৃত্যুৰ বিৰোধ দেখানো হৈছে। ভোলডেমৰ্ট সৰ্বদা মৃত্যুকে এড়িয়ে চলাৰ চেষ্টা কৰেছে আৰু একাৰনে সম্ভাব্য সকল উপায় গ্ৰহণ কৰেছে। এসবেৰ মাজত ৰৈছে ফিলোসফাৰ্স স্টোন চুৰিৰ চেষ্টা, উইনিকৰ্নেৰ ৰক্ত পান, তাৰ আত্মাকে সাতটি হৰক্ৰাক্সে বন্দী কৰে ৰাখা ইত্যাদি। এৰ বিপৰীতে ৰৈছে ভোলডেমৰ্টেৰ হাত পৰা সন্তান হেৰী পটাৰকে ৰক্ষা কৰতে লিলি পটাৰেৰ আত্মত্যাগেৰ ঘটনা। শেষপৰ্যন্ত তাৰ ভালবাসাই হেৰীকে ভোলডেমৰ্টেৰ মৃত্যু অভিশাপ 'আভাদা কেদাভ্ৰা পৰা বাঁচিয়েছে, যাৰ মৰ্ম ভোলডেমৰ্ট কখনো বুঝতে পাৰেনি। ভোলডেমৰ্ট শব্দটি নিজেই মৃত্যুৰ সাথে সম্পৰ্কিত। ফৰাসিক্যাটালান ভাষায়, ভোল অৰ্থ আকাশে ওড়া, ডে অৰ্থ পৰা, আৰু মোৰ্ট অৰ্থ মৃত্যু, তাই "ভোলডেমৰ্ট" এৰ পুৰো অৰ্থ দাঁড়ায় "মৃত্যু পৰা (উড়ে) পালানো"। ল্যাটিনেও মোৰ্ট অৰ্থ মৃত্যু

অহংকাৰ ও ভেদাভেদ ব্যাপাৰগুলোও কাহিনীতে আলোচিত হৈছে। হেৰী পড়াশোনাৰ কৰতে কৰতে জানতে পাৰে জাদু বিশ্বে অনেক যাদুকৰ আছেন যাৰা মাগলদেৰ সহ্য কৰতে পাৰে না। কাৰণ মাগলদেৰ জাদুকৰেৰ মত কোন জাদুশক্তি থাকে না। ইয়াৰ বাদেও জাদু বিশ্বে ভেদাবেদ ৰৈছে, যেমন মাগল-বৰ্ন, হাফ-ব্লাড ও পিউৰ-ব্লাড ইত্যাদি। জাদু বিশ্বেৰ গৰিমা বৃদ্ধিৰ সাথে সাথে দিন দিন এই ভেদাভেদ প্ৰকট হৈছে, ফলে জাদুসমাজে শ্ৰেণীকৰন হৈছে। এই শ্ৰেনীকৰনে সৰ্বোচ্চ স্তৰে ধৰা হয়ে থাকে পিউৰ-ব্লাড (বিশুদ্ধ পূৰ্বপুৰুষ), পৰবৰ্তীতে হাফ-ব্লাড আৰু সৰ্বনিন্ম শ্ৰেণী হৈছে মাগল-বৰ্ন বা মাডব্লাড। মানুষে মানুষে এই ভেদাভেদ ছাড়াও আধা-মানুষ আধা-প্ৰাণী (হাফ-ব্ৰিড) প্ৰভৃতিৰ প্ৰতিও সাধাৰণ জাদুকৰদেৰ সন্দেহ ও ঘৃণা বিদ্যামান। পুৰো গ্ৰন্থয়েৰ ছিৰিজে বিভিন্ন প্ৰাণী ও উপাদানেৰ বৰ্ননা দেয়া হৈছে। এদেৰ মাজত ফিনিক্স, গবলিন, হাউজ-এলফ, দানব, ওয়াৰউলফসেনট্যাৰ ৰৈছে। হাৰমায়োনি গ্ৰেঞ্জাৰ স্পিউ (S.P.E.W) নামে একটি প্ৰতিষ্ঠানও প্ৰতিষ্ঠা কৰে যেটি হাউজ এলফেৰ বাবে কাজ কৰেছিল। গ্ৰন্থয়ে এৰ মাধ্যমে জীবেৰ প্ৰতি ভালবাসাৰ ধ্বনি প্ৰচাৰিত হৈছে।

আৰেকটি প্ৰধান ভাবধাৰা হৈছে বাছাই কৰা। চেম্বাৰ অফ সিক্ৰেটস এ ডাম্বলডোৰ এ বিষয়ে একটি উক্তি কৰেছেন: "এটা আমাদেৰ পছন্দ, হেৰী, যেটি আমৰা যা প্ৰকৃতপক্ষে তাই দেখায়, যা আমাদেৰ সক্ষমতাৰ অনেক বাইৰে।"[25] এই বিষয়ে তিনি গবলেট অফ ফায়াৰ গল্পে আবাৰ মন্তব্য কৰেন যখন কৰ্নেলিয়াস ফাজকে তিনি বলেন, একজন যেভাবে জন্ম নিয়েছে তাৰ চেয়ে অনেক বেশি গুৰুত্বপূৰ্ণ হৈছে সে কিভাবে বেড়ে উঠেছে।[26]

ছিৰিজেৰ বিভিন্ন চৰিত্ৰেৰ মাজতও গুণটি লক্ষ্য কৰা গেছে, ডাম্বলডোৰ যাৰ নাম দিছে "যা সঠিক ও যা সহজ এদেৰ মাজত একটিকে বেছে নেয়া"। এই গুনটিই হেৰীৰ জীবনকে ভোলডেমৰ্টেৰ জীবন পৰা ব্যতিক্ৰমী কৰেছে। ভোলডেমৰ্ট ও হেৰী উভয়েই অনাথ হিচাপে বড় হৈছে, আৰু তাদেৰ মাজত অনেক গুণাবলিৰ মিল ৰৈছে। ভোলডেমৰ্টেৰ বিভিন্ন দক্ষতাৰ একটি হল পাৰ্সেলটাং — বা সাপেৰ সাথে কথা বলাৰ ক্ষমতা, যেটা হেৰী পাইছে। ইয়াৰ বাদেও হেৰীৰ মাজত ভোলডেমৰ্টেৰ ইচ্ছাশক্তিৰ প্ৰকাশ ও নিয়ম ভাঙ্গাৰ প্ৰবণতা দেখা যায়। [25] ইয়াৰ বাদেও হেৰী বন্ধুত্ব, দয়াশীলতা, ভালবাসা প্ৰভৃতি গুনাবলি হেৰীৰ চৰিত্ৰকে ফুটিয়ে তুলেছে।

যদিও ৰাউলিং এৰ মতে ভালবাসা, আত্মম্ভৰিতা, আৰু সিদ্ধান্তগ্ৰহণ প্ৰভৃতি ভাব মূল কাহিনীৰ গভীৰে ছড়িয়ে আছে, তবে লেখিকা একই সাথে এগুলোৰ প্ৰকাশ কৰেননি। এগুলো ধীৰে ধীৰে হেৰী ও অন্যান্য চৰিত্ৰে প্ৰকাশ পাইছে যা বাস্তবতাৰ সাথে অধিকতৰ মানানসই।[27] এসব থিমেৰ মাজত বন্ধুত্ব ও আনুগত্য সবাতোকৈ প্ৰাধান্য পাইছে, যা প্ৰধানত হেৰী, ৰন ও হাৰমায়োনিকে কেন্দ্ৰ কৰেই গড়ে উঠেছে। কাহিনীৰ চৰিত্ৰদেৰ বয়স বাড়াৰ সাথে সাথে এদেৰ সম্পৰ্ক আৰো পৰিপক্ক হৈছে, আৰু হগওয়াৰ্টসেৰ বিভিন্ন ঘটনাৰ অভিজ্ঞতায় সবসময় এদেৰ আনুগত্য পৰীক্ষিত হৈছে।[28]

হেৰী পটাৰ গ্ৰন্থতে চৰিত্ৰেৰ নামকৰনে লেখিকাৰ যত্ন লক্ষ্য কৰাৰ মত। প্ৰথম পাতা পৰাই এৰ প্ৰকাশ দেখা যায়। ভোলডেমৰ্ট পৰা শুৰু কৰে গ্ৰপ ("Grawp", হ্যাগ্ৰিডেৰ দৈত্য ভাই), মৃত্যু অভিশাপ আভাডা কেডাভ্ৰা, সব নামেৰই কোন না কোন অৰ্থ ৰৈছে। ৰাউলিং সাধাৰণত একাধিক অৰ্থ আছে এমন নাম ব্যবহাৰ কৰেছেন।

কালানুক্ৰম

হেৰী পটাৰ গ্ৰন্থতে কাহিনীৰ সেৰকম কোন সঠিক বছৰ দেয়া হয় নি। তবে কিছু সূত্ৰ ও অতীতেৰ ঘটনা পৰা গ্ৰন্থটিৰ বিভিন্ন ঘটনাৰ বছৰ পোৱা যায়। যেমন হেৰীৰ জন্মসাল ১৯৮০ আৰু প্ৰথম গ্ৰন্থটি ১৯৯১ চনৰ ঘটনা নিয়ে লেখা হৈছে। হেৰী পটাৰ লেক্সিকন নামে একটি কালানুক্ৰম প্ৰস্তাব কৰা হৈছে আৰু ওয়াৰ্নাৰ ব্ৰাদাৰ্স কৰ্তৃক প্ৰকাশিত বিভিন্ন ডিভিডিতে তা নিশ্চিত কৰা হৈছে। ৰাউলিং দাতব্য কাজে অৰ্থ সংগ্ৰহেৰ বাবে নিলামেৰ বাবে নিজে ব্ল্যাক পৰিবাৰ তালিকা তৈৰি কৰেছেন।

প্ৰধান চৰিত্ৰ

  • হেৰী পটাৰ: জেমস ও লিলি পটাৰেৰ একমাত্ৰ সন্তান, যাদেৰ সাথে তাৰ চেহাৰা ও আচৰনেৰ অনেক সুনিৰ্দিষ্ট মিল পোৱা যায়। যেমন: জেমসেৰ অপৰিপাটী কালো চুল ও লিলিৰ সবুজ চোখ। পৰে জানা যায় যে, সে তাৰ একগুয়ে আচৰণ তাৰ মা'ৰ কাছ পৰা পাইছে। তাৰ জন্মদিন ৩১ জুলাই, ১৯৮০। তাৰ বয়স যখন এক বছৰ তখন যাদু বিশ্বেৰ ভয়ঙ্কৰতম যাদুকৰ লৰ্ড ভলডেমৰ্ট তাদেৰ বাড়ী আক্ৰমণ কৰে, তাৰ মা-বাবাকে মেৰে ফেলে, কিন্তু তাকে মাৰতে ব্যৰ্থ হয়। এই ঘটনাৰ ফলে যাদু বিশ্বে হেৰী পৰিচিতি অৰ্জন কৰে। কিন্তু এই আক্ৰমণেৰ ফলে হেৰীৰ কপালে বিদ্যাুৎ চমকেৰ মত একটা স্পষ্ট কাটা দাগ (স্কাৰ, scar) পৰা যায়। হেৰীৰ উপৰ লৰ্ড ভোলডেমৰ্টেৰ প্ৰয়োগ কৰা মৃত্যু অভিশাপ আভাডা কেডাভ্ৰা হেৰীৰ কাছ পৰা বাধা পেয়ে প্ৰতিফলিত হওয়াৰ কাৰনে ভোলডেমৰ্ট তাৰ দেহ পৰা বিচ্ছিন্ন হয়ে যায়। হগওয়াৰ্টসে, হেৰী নিজেকে মেধাবী যাদুকৰ হিচাপে প্ৰতিষ্ঠিত কৰে। "ডিফেন্স এগেইনস্ট দ্যা ডাৰ্ক আৰ্টস" (কালো যাদু পৰা প্ৰতিৰক্ষা) ও কুইডিচ খেলায় সে সুনাম অৰ্জন কৰে। তাৰ হাউজ গ্ৰিফিণ্ডৰ ও সাধাৰণ ভাবে বিদ্যাালয়েৰ একজন সক্ষম নেতা হিচাপে সে নিজেকে মেলে ধৰে। তাৰ শত চেষ্টাতেও সে তাৰ খ্যাতিকে দমন কৰতে পাৰেনি আৰু এই কাৰনে সে অনেক সময় হতাশাগ্ৰস্থ হয়ে পড়েছে। তাকে নিয়ে গণমাধ্যমে (দ্যা ডেইলি প্ৰফেট পত্ৰিকা) আলোচনা, গুজব, ঠাট্টা (স্কাৰ নিয়ে) তাকে কিছু সংখ্যক অধ্যাপক ও ছাত্ৰেৰ চক্ষুশুলে পৰিনত কৰেছে। বাইৰেৰ শত চাপ সত্ত্বেও সে সব সময় সাহসী ও মহান পৰাছে, যদিও কখনও কখনও তাৰ এসব গুনাবলি বিপদ ডেকে এনেছে। হাৰমায়োনি গ্ৰেঞ্জাৰ এৰ নাম দিয়েছে "সেভিং-পিপল থিং"। তাৰ সবাতোকৈ ভালো বন্ধু ৰন উইজলি ও হাৰমায়োনি গ্ৰেঞ্জাৰ, আৰু তাৰ শত্ৰু হৈছে লৰ্ড ভলডেমৰ্ট, সেভেৰাস স্নেপ ও ড্ৰাকো ম্যালফয়।
  • ৰন উইজলি: হেৰী পটাৰেৰ সবাতোকৈ কাষতৰ বন্ধু আৰু দৰিদ্ৰ, দয়ালু উইজলি পৰিবাৰেৰ সাত সন্তানেৰ মাজত ষষ্ঠ। উইজলি পৰিবাৰ ব্লাড ট্ৰেইটৰ এৰ সবাতোকৈ বড় উদাহৰণ। হগওয়াৰ্টস স্কুলে প্ৰথম বৰ্ষে ভৰ্তিৰ সময় হগওয়াৰ্টস এক্সপ্ৰেস ট্ৰেনে হেৰীৰ সাথে ৰনেৰ বন্ধুত্ব হয়। সৰ্বদা হেৰীৰ ছায়ায় থাকাৰ কাৰনে একসময় ৰনেৰ সাথে হেৰীৰ দ্বন্দ্ব শুৰু হয়েছিল। তবে তা বেশিদিন স্থায়ী হয়নি আৰু তাৰা পুনৰায় বন্ধুত্ব স্থাপন কৰেছে। ৰন হেৰীৰ সকল অ্যাডভেঞ্চাৰেৰ সহযোগী। ৰন চৰিত্ৰটি হেৰীৰ একটি অপূৰ্ণতা প্ৰকাশ কৰেছে, সেটি হলো পৰিবাৰেৰ সমৰ্থন। ৰনেৰ সাথে বন্ধুত্ব কৰাৰ আগে হেৰী কখনোই পৰিবাৰ কি তা বোঝেনি।
  • হাৰমায়োনি গ্ৰেঞ্জাৰ: হাৰমায়োনি, হেৰী ও ৰনেৰ কাষতৰ বন্ধু আৰু হগওয়াৰ্টস স্কুলে হেৰীৰ বৰ্ষেৰ সবাতোকৈ মেধাবী ছাত্ৰী। তাৰ উচ্চ বুদ্ধিমত্তা ও বাস্তবজ্ঞান বিভিন্ন বিপদাপদ পৰা হেৰী ও ৰনকে অনেকবাৰ বাঁচিয়েছে। তবে মাঝে মাঝে তাৰ নেত্ৰীসুলভ আচৰণ হেৰী ও ৰনেৰ বিৰক্তি উদ্ৰেক কৰে থাকে। হেৰী পটাৰেৰ চতুৰ্থ গ্ৰন্থ হেৰী পটাৰ এণ্ড দ্যা গবলেট অব ফায়াৰে ৰন ও হাৰমায়োনিৰ মাঝে ঝগড়া হয়েছিল। আবাৰ ষষ্ঠ গ্ৰন্থ হেৰী পটাৰ এণ্ড দ্যা হাফ-ব্লাড প্ৰিন্সে তাদেৰ মাজত ভালবাসাৰ সম্পৰ্ক গড়ে ওঠে। হাৰমায়োনিৰ পিতা-মাতা উভয়েই মাগল ও পেশায় দাঁতেৰ ডাক্তাৰ। মাগল পিতামাতা থাকাৰ কাৰনে তাকে সহপাঠী ড্ৰেকো ম্যালফয় ও অধ্যাপক সেভেৰাস স্নেইপেৰ বিভিন্ন মানসিক নিৰ্যাতনেৰ শিকাৰ হতে হৈছে। অনেকে হাৰমায়োনিৰ মাঝে লেখিকা জে কে ৰাউলিং এৰ ছায়া দেখতে পাইছেন।

সমালোচনা ও প্ৰশংসা

সাহিত্যিক সমালোচনা

চিত্ৰ:Harry potter stamps.jpg
হেৰী পটাৰেৰ সফলতাৰ নিদৰ্শন, হেৰী পটাৰ ছিৰিজেৰ সাতটি গ্ৰন্থয়েৰ প্ৰচ্ছদ নিয়ে ৰয়াল মেইল ডাকটিকেট প্ৰকাশ কৰেছে।[29]

হেৰী পটাৰ প্ৰকাশেৰ শুৰুতে গ্ৰন্থটি সৰ্বসাধাৰণেৰ কাষত ইতিবাচক সাড়া পেয়েছিল, যা এই ছিৰিজেৰ বিশাল পাঠকসমাজ তৈৰিতে সাহায্য কৰেছে। হেৰী পটাৰ এণ্ড দ্য ফিলোসফাৰ্স স্টোন প্ৰকাশেৰ পৰ ইংল্যাণ্ডেৰ প্ৰধান সংবাদপত্ৰগুলি গ্ৰন্থটিৰ প্ৰভুত প্ৰশংসা কৰেছে। এসব সংবাদপত্ৰেৰ মাজত ৰৈছে: মেইল অন সানডে যাৰা ৰাউলিংকে "ৰোয়াল্ড ডাল এৰ পৰ কল্পনাতীত অভিষেক" হিচাপে আখ্যায়িত কৰেছে; সানডে টাইমস প্ৰায় একই কথা বলেছে ("ডালেৰ সাথে তুলনা এক্ষেত্ৰে সঠিক হৈছে"), দ্য গাৰ্ডিয়ান একে "নতুন উদ্ভাবনী চিন্তাৰ সমৃদ্ধশালী উপন্যাস" আৰু দ্য স্কটসম্যান "একটি চিৰন্তন সহিত্যেৰ সৃষ্টি" বলে আখ্যায়িত কৰেছে।[30] ২০০৩ চনত প্ৰকাশিত হেৰী পটাৰ এণ্ড দ্য অৰ্ডাৰ অফ দ্য ফিনিক্স অবশ্য বিভিন্ন প্ৰতিষ্ঠিত লেখক ও একাডেমি পৰা বিৰুপ সমালোচনাৰ মুখোমুখি হৈছে। এ. এস. বাট নিউ ইয়ৰ্ক টাইমসে একটি সম্পাদকীয় লেখেন যাতে তিনি বলেন ৰাউলিং বিশ্ব শিশু সাহিত্যেৰ বিভিন্ন ধাৰা, কাৰ্টুন, ডেইলি সোপ, টিভি অনুষ্ঠান ও তাৰকাদেৰ গুজব প্ৰভৃতিৰ কাল্পনিক চৰিত্ৰকে চতুৰতাৰ সাহায্যে পৰিবৰ্ধিত কৰে তাৰ কাল্পনিক জগৎ গড়ে তুলেছেন। বাট ছিৰিজটিৰ বিশ্লেষণ কৰে আৰো বলেন বড়দেৰ কাষত এটিৰ জনপ্ৰিয়তাৰ কাৰণ বড়ৰা তাদেৰ ফেলে আসা অতীতেৰ ইচ্ছা ও আশাগুলোৰ অপূৰ্ণতাৰ সান্তনা পান। ছোটদেৰ কাষত জনপ্ৰিয়তাৰ কাৰণ পালানো ও ক্ষমতা পোৱাৰ কল্পনা কৰা আৰু গল্পগুলো মজাৰ, সহজে পড়া যায় ও যথেষ্ঠ ভয়ঙ্কৰ। এটি বিভিন্ন সংস্কৃতি পড়াশুনা কৰে আৰু সেগুলোৰ জনপ্ৰিয়তা ও সাহিত্য মূল্য বিবেচনা বিচাৰ কৰে লেখা একটি গ্ৰন্থ।[31] লেখক ফে ওয়েল্ডন এই ছিৰিজ সম্পৰ্কে একই ধাৰনা পোষন কৰেন। তাৰ মতে এটি এমন না যেটি কোন কবি আশা কৰেন, তবে এটি কবিতা নয়, এটি সহজপাঠ্য, বিক্ৰয়যোগ্য, সাধাৰণেৰ বাবে গদ্যা।[32] সাহিত্য সমালোচক হ্যাৰল্ড ব্লুমও হেৰী পটাৰেৰ সাহিত্য মূল্য সম্পৰ্কে নেতিবাচক সমালোচনা কৰেছেন। তিনি প্ৰচলিত ধাৰনাৰ সাথে একমত না হয়ে বলে, হেৰী পটাৰ পড়ে কেউ কিপলিং এৰ জাস্ট সো স্টোৰিস অথবা তাৰ জাঙ্গল বুক পড়বে তা তিনি মনে কৰেননা। তিনি আৰো বলেন হেৰী পটাৰেৰ গ্ৰন্থ পাঠকদেৰ থাৰ্বাৰেৰ দ্য থাৰ্টিন ক্লকস অথবা কেনেথ গ্ৰাহামেৰ উইণ্ড ইন দ্য উইলোস অথবা লুইস ক্যাৰলেৰ এলিস পড়ায় আগ্ৰহী কৰবে না[33]

Salon.com এৰ চাৰ্লস টেইলৰ বাটেৰ সমালোচনা সম্পৰ্কে আলোচনা কৰেছেন। তিনি মনে কৰেন বাটেৰ সাথে একটা ক্ষেত্ৰে একমত যে গ্ৰন্থটিৰ ভাষা উঠতি বয়সীদেৰ উপযোগী, যেকাৰনে শিল্পগুনেৰ জটিল বিচাৰ বিশ্লেষনাৰ দিকে না গিয়েই তাৰা গ্ৰন্থটি উপভোগ কৰতে পেৰেছে। তবে বাটেৰ দাবি তিনি প্ৰত্যাখ্যান কৰেন, যাতে বাট বলেছিলেন ছিৰিজটিৰ সাহিত্য গুনেৰ চৰম অভাব ৰৈছে আৰু এটি মানুষেৰ হাৰানো শৈশবেৰ নতুন বিশ্বাস পাঠকদেৰ মাঝে জাগাতে পেৰেছে বলেই ব্যবসায়িক সাফল্য পাইছে। টেইলৰ গ্ৰন্থটিতে কালো ভাবেৰ দিকে জোৰ দিছে, যাতে সহপাঠী ও ঘনিষ্ঠ বন্ধুৰ হত্যাৰ আৰু এৰ ফলে সৃষ্ট মানসিক ক্ষত ও সমাজ পৰা বিচ্ছিন্নতা দেখানো হৈছে। টেইলৰ বলেছেন ফিলোসফাৰ্স স্টোন গ্ৰন্থটি ছয়টি গ্ৰন্থয়েৰ মাজত সবাতোকৈ কমভীতিকৰ যা শৈশবেৰ উপৰ পুনঃ আস্থা আনতে পাৰেনি আৰু বাটেৰ দাবিনুযায়ী যেটি ছিল গ্ৰন্থটিৰ সাফল্যেৰ মূল কাৰন। টেইলৰেৰ মতে ৰাউলিং এৰ সাফল্যেৰ মূল কাৰণ তিনি খুব ভালো কৰে কাহিনী বৰ্ননা কৰতে সিদ্ধহস্ত।[34]

স্টিফেন কিং টেইলৰেৰ সাথে একমত প্ৰকাশ কৰে বলেছেন ছিৰিজটি কেবল সুদূৰ কল্পনাশক্তি সম্পন্ন মস্তিস্ক পৰাই লেখা সম্ভব, আৰু তিনি ৰাউলিং এৰ হাস্যৰসকে অনন্য আখ্যা দিছে। তিনি বলেছেন যদিও কাহিনীটি বেশ ভাল, কিন্তু ছয়টি গ্ৰন্থয়েৰ সব কয়টিতেই খালা-খালুৰ বাসায় হেৰীৰ ব্যথিত দিন কাটানো দেখতে দেখতে তিনি পৰিশ্ৰান্ত হৈছেন।[22] কিং ঠাট্টা কৰে বলেন ৰাউলিং এমন কাৰো দেখা মনে হয় পাননি যাকে তিনি অপছন্দ কৰেন। তিনি অবশ্য অনুমান কৰেছেন যে হেৰী পটাৰ লাইব্ৰেৰীৰ তাকে শ্ৰেষ্ঠ গ্ৰন্থগুলোৰ পাশেই থাকবে, আৰু হেৰী , তাৰ প্ৰিয় চৰিত্ৰ এলিস, হাক ফিন, ফ্ৰোডো ব্যাগিনস, ডৰোথি গেইল প্ৰভৃতিৰ যায়গা দখল কৰবে। তিনি আৰো বলেন এই ছিৰিজ কেবল একযুগেৰ বাবে নয় এটি যুগযুগ ধৰে জনপ্ৰিয় কথা সাহিত্যে পৰিনত হবে।[35]

টেলিগ্ৰাফ হেৰী পটাৰ ছিৰিজেৰ সৰ্বসাম্প্ৰতিক গ্ৰন্থটি ও পুৰো ছিৰিজটিৰ সমালোচনা প্ৰকাশ কৰে বলেছে ৰাউলিং এৰ জনপ্ৰিয়তা সম্পূৰ্ণ তাৰ নিজেৰ তৈৰী, প্ৰকাশনা বিশ্বেৰ কোন প্ৰচাৰনাৰ ফল নয়।[36] তাকে অন্যান্য জনপ্ৰিয় লেখক যেমন, ড্যান ব্ৰাউন, জিওফ্ৰে আৰ্চাৰ প্ৰমুখেৰ চেয়ে কুশলী লেখিকা বলা হয়।

নাৰীবাদী সমালোচনা

কিছু নাৰিবাদী লেখকও হেৰী পটাৰ ছিৰিজেৰ সমালোচনা কৰেছেন। এৰ মাজত ক্ৰিস্টিন শোফাৰ অগ্ৰগামী, যিনি উপন্যাসগুলোকে পুৰুষপ্ৰধান ও অন্ধ দেশপ্ৰেমে পৰিপূৰ্ণ বলে আখ্যায়িত কৰেছেন। শোফাৰেৰ মতে ছিৰিজটি এমন এক বিশ উপস্থাপন কৰেছে যাতে গতানুগতিক পুৰুষ সমাজই সবকিছু কৰে আৰু ধৰেই নেয়া হৈছে তাৰাই বিশ্বকে নেতৃত্ব দেবে। শোফাৰ বিপজ্জনক পৰিস্থিতিতে হেৰীৰ সাহসেৰ সাথে হাৰমায়োনিৰ অনুভুতিপ্ৰবণ মানসিকতাৰ তুলনা আৰু হেৰী ও ৰনেৰ সম্মতিৰ বাবে তাৰ প্ৰয়োজনীতা কথা উল্লেখ কৰেছেন। ইয়াৰ বাদেও নাৰী অধ্যাপক ম্যাকগোনাগল ও চাপগ্ৰস্থ অবস্থায় তাৰ মত দুৰ্বলেৰ সাথে দূৰদৃষ্টিসম্পন্ন ডাম্বলডোৰেৰ তুলনা কৰেছেন। তিনি হেৰী পটাৰে শক্ত নাৰী চৰিত্ৰেৰ অভাবেৰ কথা উল্লেখ কৰেছেন।[37]

ৰক্ষনশীল/সামজিক মূল্যবোধেৰ সমালোচনা

সমালোচক অ্যান্থনি হোল্ডেন দ্য অবজাৰভাৰ পত্ৰিকায় ১৯৯৯ হুইটব্ৰেড পুৰস্কাৰ এৰ বাবে মনোনয়নেৰ সময় হেৰী পটাৰ এণ্ড দ্য প্ৰিজনাৰ অফ আজকাবান গ্ৰন্থটি মূল্যায়নেৰ অভিজ্ঞতা বৰ্ননা কৰেছেন। গ্ৰন্থটি সম্পৰ্কে তাৰ সামগ্ৰিক ধাৰনা নেতিবাচক। তাৰ মতে পটাৰ ছিৰিজ খুগ্ৰন্থ ৰক্ষনশীল, গৌণ, নস্টালজিয়ায় আক্ৰান্ত বিগত ব্ৰিটেনেৰ গুণগান গেয়েছে। তিনি আৰো বলেন অন্যান্য বিচাৰকেৰাও তাৰ সাথে এই ব্যাপাৰে একমত।[38]

যদিও বিভিন্ন ৰক্ষণশীল গোষ্ঠী যেমন জন বাৰ্চ সোসাইটি, তাৰ গ্ৰন্থতে উদাৰপন্থী/সমাজপন্থী মনোভাবেৰ সমালোচনা কৰেছেন। তাৰা মনে কৰেন হেৰী পটাৰ গ্ৰন্থয়েৰ কিছু যায়গায় আধুনিক মধ্যবিত্ত শ্ৰেণীৰ বিপক্ষে কথা বলা হৈছে, বিশেষত হেৰী পটাৰেৰ সাথে ডাৰ্সলি পৰিবাৰেৰ ঘটনায়।[39]

ইয়াৰ বাদেও সমাজে ৰাউলিং এৰ সংস্কাৰপন্থী মনোভাব ও গ্ৰন্থয়েৰ চৰিত্ৰেৰ সহজে মৃত্যু ঘটানোকে জেসিকা মিটফোৰ্ড বামপন্থী ধাৰাৰ চিন্তাৰ প্ৰকাশ হিচাপে দেখেছেন।[40] ৰাউলিং মিটফোৰ্ডকে বলেছেন, যিনি আমেৰিকাৰ কমিউনিস্ট দলেৰ সদস্য (ৰেড স্কেয়াৰ), ১৪ বছৰ বয়স পৰাই মিটফোৰ্ড ৰাউলিং এৰ নায়িকা হিচাপে ৰৈছেন।[41]

উদাৰপন্থী লেখক মাই হাৰ্সেৰ মতে গ্ৰন্থয়েৰ চৰিত্ৰগুলো বড়দেৰ বিৰুদ্ধাচৰণ কৰে, নিয়ম ভাঙ্গে, প্ৰতিকূল পৰিবেশে বিপক্ষ কতৃপক্ষেৰ বিৰুদ্ধে সাহস দেখায়। এইটিই ৰক্ষণশীলদেৰ সবাতোকৈ ভয়েৰ কাৰন, যাৰা বিশ্বকে তাদেৰ গড়া মূল্যবোধে আবদ্ধ দেখে অভ্যস্ত।[42]

বিতৰ্ক

জেকে ৰাউলিং এৰ হেৰী পটাৰ ছিৰিজ অনেক বিতৰ্কেৰ জন্ম দিয়েছে। গ্ৰন্থটি নিয়ে অনেক আইনী লড়াই হৈছে, যাৰ অনেকাংশেৰ উৎপত্তি হৈছে আমেৰিকান ধৰ্মীয় সংস্থা পৰা যাৰা দাবি কৰে আসছে গ্ৰন্থটি শিশুদেৰ মাঝে ডাকিনীবিদ্যাৰ প্ৰসাৰ ঘটাচ্ছে, আৰু আৰও কিছু ঘটনা ঘটেছে কপিৰাইট ও ট্ৰেডমাৰ্ক আইনেৰ লঙ্ঘনেৰ ফলে। গ্ৰন্থয়েৰ তুমুল জনপ্ৰিয়তা ও উচ্চ বাজাৰমূল্যেৰ কাৰনে ৰাউলিং, তাৰ প্ৰকাশক, তাৰ গ্ৰন্থয়েৰ চলচ্চিত্ৰ প্ৰযোজক ওয়াৰ্নাৰ ব্ৰোসকে কপিৰাইট নিশ্চিত কৰতে বিভিন্ন ব্যবস্থা গ্ৰহণ কৰতে হৈছে, গ্ৰন্থয়েৰ প্ৰকাশনা নিয়ন্ত্ৰন কৰতে হৈছে, ৱেবছাইটেৰ ডোমেইন নিয়ে লড়াই কৰতে হৈছে। ইয়াৰ বাদেও লেখিকা ন্যান্সি স্টোফাৰ ৰাউলিং তাৰ নিজেৰ ৰচনাৰ শব্দ ও চৰিত্ৰ চুৰি কৰেছেন বলায় তাৰ বিৰুদ্ধে আইনানুগ ব্যবস্থা নিতে হৈছে। এই আইনি লড়াইয়ে ৰাউলিং জিতেছেন আৰু ন্যান্সি স্টোফাৰকে ৫০,০০০ মাৰ্কিন ডলাৰ জৰিমানা কৰা হৈছে।

পুৰস্কাৰ ও সম্মাননা

জে.কে. ৰাউলিং আৰু হেৰী পটাৰ ছিৰিজ ফিলোসফাৰ্স স্টোন প্ৰকাশেৰ পৰ পৰা অনেক পুৰস্কাৰ পাইছে। এৰ মাজত উল্লেখযোগ্য হৈছে চাৰটি হুইটেকাৰ প্লাটিনাম বুক এওয়াৰ্ডস (সবগুলো ২০০১ চনত), তিনটি নেসলে স্মাৰ্টিস বুক প্ৰাইজ (১৯৯৭-১৯৯৯), দুটি স্কটিশ আৰ্টস কাউন্সিল বুক এওয়াৰ্ডস (১৯৯৯ ও ২০০১), উদ্বোধনী হুইটব্ৰেড বৰ্ষসেৰা শিশুতোষ গ্ৰন্থ পুৰস্কাৰ, (১৯৯৯), ডব্লিউ এইচ স্মিথ বৰ্ষসেৰা গ্ৰন্থ (২০০৬)। ২০০০ চনত হেৰী পটাৰ এণ্ড দ্য প্ৰিজনাৰ অব আজকাবান শ্ৰেষ্ঠ উপন্যাস বিভাগে হিউগো পুৰস্কাৰেৰ বাবে মনীত হয় কিন্তু পায়নি। তবে ২০০১ চনত হেৰী পটাৰ এণ্ড দ্য গবলেট অব ফায়াৰ গ্ৰন্থটি উক্ত পুৰস্কাৰ ছিনিয়ে নেয়। অন্যান্য সম্মাননাৰ মাজত ৰৈছে কাৰ্নেগি মেডেলেৰ বাবে ১৯৯৭ চনত মনোনয়ন, ১৯৯৮ চনত গাৰ্ডিয়ান চিলড্ৰেন'স এওয়াৰ্ড পুৰস্কাৰেৰ সংক্ষিপ্ত তালিকায় স্থান, বিভিন্ন স্থানে স্মৰনীয় গ্ৰন্থয়েৰ তালিকায় স্থান, আমেৰিকান লাইব্ৰেৰী এসোসিয়েশন, নিউ ইয়ৰ্ক টাইমস, শিকাগো পাবলিক লাইব্ৰেৰীপাবলিশাৰ্স উইকলি প্ৰভৃতিতে সম্পাদকেৰ পছন্ধ আৰু প্ৰস্তাবিত শ্ৰেষ্ঠ গ্ৰন্থ তালিকায় অবস্থান।[43]

বাণিজ্যিক সফলতা

"হেৰী পটাৰ" ছিৰিজেৰ জনপ্ৰিয়তাৰ কাৰনে ৰাউলিং, তাৰ প্ৰকাশক আৰু "হেৰী পটাৰ" লাইসেন্সধাৰীৰা আৰ্থিক দিক দিয়ে প্ৰচুৰ লাভবান হৈছেন। ছিৰিজেৰ গ্ৰন্থগুলো সাৰাবিশ্বে ৩২৫ মিলিয়নেৰ অধিক কপি বিক্ৰি হৈছে আৰু গ্ৰন্থয়েৰ কাহিনী অবলম্বনে ওয়াৰ্নাৰ ব্ৰস কৰ্তৃক নিৰ্মিত সাতটি চলচ্চিত্ৰও বানিজ্যিক সফলতা পাইছে। হেৰী পটাৰেৰ কাহিনী নিয়ে নিৰ্মিত প্ৰথম চলচ্চিত্ৰ হেৰী পটাৰ এণ্ড দ্য ফিলোসফাৰ্স স্টোন আয়েৰ দিক দিয়ে চতুৰ্থ অবস্থানে ছিল। অন্যান্য তিনটি চলচ্চিত্ৰও শীৰ্ষ ২০ নম্বৰ অবস্থানেৰ ভেতৰ ছিল।[44] চলচ্চিত্ৰগুলো পৰা পাঁচটি ভিডিও গেম নিৰ্মিত হৈছে আৰু সবমিলিয়ে ৪০০ এৰ অধিক হেৰী পটাৰ সংক্ৰান্ত পণ্য (একটি আইপড সহ) বাজাৰে এসেছে। জুলাই ২০০৫ পৰ্যন্ত এগুলো পৰা আয় হৈছে প্ৰায় ৪ বিলিয়ন ডলাৰ আৰু ৰাউলিং বিলিয়নিয়াৰে পৰিনত হৈছেন যা তাকে যুক্তৰাজ্যেৰ ৰানীৰ পৰা বিত্তবানে পৰিনত কৰেছে।[45][46]

২০০৭ চনৰ ১২ এপ্ৰিল বাৰ্নেস এণ্ড নোবেল ঘোষনা কৰে ডেথলি হ্যালোস আগেৰ সকল ৰেকৰ্ড ভঙ্গ কৰেছে তাদেৰ সাইটে ৫০০,০০০ কপিৰ অৰ্ডাৰ পোৱাৰ মাধ্যমে।[47]

অনুবাদ

চিত্ৰ:Harry Potter en de Steen der Wijzen Uitgeverij De Harmonie 2001 edition.jpg
হেৰী পটাৰেৰ প্ৰথম গ্ৰন্থয়েৰ ডাচ অনুবাদ Harry Potter en de Steen der Wijzen এৰ প্ৰচ্ছদ

সাৰা বিশ্বে জনপ্ৰিয় এই ছিৰিজটি ৬৩ টিৰও অধিক ভাষায় অনূদিত হৈছে। প্ৰথম অনুবাদ হৈছে আমেৰিকান ইংৰাজীতে কাৰণ ব্ৰিটিছ ইংৰাজীৰ কিছু শব্দ আমেৰিকাৰ শিশুদেৰ বাবে প্ৰযোজ্য ছিলনা বা আমেৰিকায় ভিন্নাৰ্থে ব্যবহৃত হত। এৰপৰ পৰা বিশ্বেৰ বিভিন্ন ভাষা যেমন বাংলা, ইউক্ৰেনীয়, হিন্দি, ওয়েলশ আৰু ভিয়েতনামী ভাষায় এটি অনূদিত হৈছে। প্ৰথম খণ্ডটি লাতিন আৰু প্ৰাচীন গ্ৰীক ভাষায়ও অনূদিত হৈছে।[48] গ্ৰিক ভাষায় অনূদিত ৰচনাটি তৃতীয় শতকে "হেলিডোৰাস অব এমেসা" গ্ৰন্থয়েৰ পৰ সৰ্ববৃহৎ অনূদিত গ্ৰন্থ।[49]

বহু আকাঙ্খিত ও জনপ্ৰিয় গ্ৰন্থটিৰ প্ৰাঞ্জল ও সহজবোধ্য অনুবাদ সহজসাধ্য নয়, এবাবে যত্ন ও ধৈৰ্য প্ৰয়োজন। পঞ্চম গ্ৰন্থটিৰ ৰুশ অনুবাদ কৰেছেন ভিক্টৰ গোলিশেভ যিনি পূৰ্বে উইলিয়াম ফকনাৰ আৰু জৰ্জ অৰওয়েলেৰ মত লেখকেৰ অনুবাদ কৰেছেন।[50] তুৰ্কীতে ছিৰিজেৰ দ্বিতীয় পৰা পঞ্চম গ্ৰন্থয়েৰ অনুবাদ কৰেছেন সেভিন ওকায়, যিনি তুৰস্কেৰ একজন জনপ্ৰিয় সাহিত্য সমালোচক আৰু সাংস্কৃতিক ভাষ্যকাৰ।[51] প্ৰয়োজন অনুসাৰে এসব অনুবাদ পাঠকেৰ কাষত পৌছাতে ইংৰাজী গ্ৰন্থয়েৰ চেয়ে বেছি সময় নেয়, যাৰ কাৰনে অ-ইংৰাজী ভাষী দেশেও ইংৰাজী সংস্কৰন ভালই বিক্ৰি হয়। সাৰা বিশ্বে গ্ৰন্থটিৰ এতই জনপ্ৰিয়তা যে ছিৰিজটিৰ পঞ্চম গ্ৰন্থয়েৰ ইংৰাজী সংস্কৰন ফ্ৰান্সে বিক্ৰিৰ তালিকায় শীৰ্ষে ছিল যা কোন ইংৰাজী গ্ৰন্থয়েৰ বাবে প্ৰথম ঘটনা।[19] কোন কোন দেশে মূল অনুবাদেৰ আগেই চোৰাই অনুবাদ বাজাৰে চলে আসে,[52] আৰু কোন কোন স্থানে, যেমন শ্ৰীলঙ্কায় চোৰাই কৰা সংস্কৰনই একমাত্ৰ স্থানীয় অনুবাদ।[53]

বাংলাদেশে বাংলা ভাষায় গ্ৰন্থটি প্ৰকাশ কৰেছে অঙ্কুৰ প্ৰকাশনী।

সাংস্কৃতিক প্ৰভাব

ফিলোসফাৰ্স স্টোন প্ৰকাশিত হওয়াৰ পৰে সমাজে বিভিন্ন চল চালু হৈছে। ২০০৫ চনত, অক্সফোৰ্ডেৰ জন ৰেডক্লিফ হাসপাতালেৰ ডাক্তাৰেৰা একটি বিবৰনী প্ৰকাশ কৰেন, যাতে জুন ২১, ২০০৩ আৰু জুলাই ১৬, ২০০৫ তাৰিখেৰ (সপ্তাহান্তেৰ শনিবাৰে, যেসময় সৰ্বশেষ দুটি গ্ৰন্থ প্ৰকাশিত হৈছে) আসা ৰোগীদেৰ উপৰ গবেষণা চালানো হয়। এতে দেখা যায় কেবল ৩৬ জন শিশুৰ দুৰ্ঘটনাৰ বাবে জৰুৰী চিকিৎসাৰ দৰকাৰ হয়েছিল, অন্যসময় য’ত গড়ে ৬৭ জনেৰ বাবে চিকিৎসা দেয়া হত।[54] ইয়াৰ বাদেও শিশুদেৰ মাঝে পড়ালেখাৰ ক্ষমতা বৃদ্ধিৰ প্ৰমাণও পোৱা গেছে। স্কলাস্টিকেৰ পৰিচালিত এক জৰিপে দেখা যায় ৫-১৭ বছৰ বয়সী হেৰী পটাৰ পাঠকেৰ মতে এই গ্ৰন্থটি পড়াৰ আগে তাৰা কখনো আনন্দ লাভেৰ বাবে গ্ৰন্থ পড়ত না, যা তাৰা এখন পড়ে। এই গবেষণা পৰা আৰও পোৱা যায় ৬৫% শিশু আৰু ৭৬% অভিভাবকেৰ মতে ছিৰিজটি পড়া শুৰু কৰাৰ পৰ বিদ্যালয়ে তাদেৰ ফলাফল ও মানেৰ উন্নতি হৈছে।[55]

ডেলাওয়াৰেৰ একটি গ্ৰন্থয়েৰ দোকানে মধ্যৰাতে প্ৰকাশিত গ্ৰন্থয়েৰ বাবে অপেক্ষমাণ পাঠকেৰা

ছিৰিজটি প্ৰকাশিত হওয়াৰ পৰ উল্লেখযোগ্য পৰিমাণে ভক্তগোষ্ঠীৰ উদ্ভব হৈছে। এৰা ছিৰিজটি নিয়ে এতই উৎসাহী যে, ২০০০ চনত বিশ্বেৰ বিভিন্ন দেশেৰ গ্ৰন্থয়েৰ দোকানে হেৰী পটাৰ এণ্ড দ্য গবলেট অব ফায়াৰ গ্ৰন্থটিৰ প্ৰকাশনাৰ পাশাপাশি উৎসবও অনুষ্ঠিত হৈছে। এই অনুষ্ঠানে থাকে জন-সমাগম, গেমস, চেহাৰায় চিত্ৰাংকন, ও বিভিন্ন বিষয়াদি। হেৰী পটাৰ এণ্ড দ্য হাফ ব্লাড প্ৰিন্স গ্ৰন্থটিৰ প্ৰথম সংস্কৰন ছাপানো হয়েছিল ১০.৮ মিলিয়ন কপি, যাৰ মাজত ৯ মিলিয়নই ২৪ ঘণ্টাৰ মাজত বিক্ৰি হয়েছিল।[56][20] এসব সমৰ্থকেৰ মাজত কিছুসংখ্যক ৰৈছেন যাৰা ছিৰিজটিৰ অন্ধভক্ত বা সুপাৰ-ফ্যান। ইন্টাৰনেটেৰ ব্লগ, পডকাস্ট আৰু বিভিন্ন ফ্যানসাইট প্ৰতিষ্ঠাৰ মাধ্যমে তাৰা বিষয়টিকে আৰো উচ্চ পৰ্যায়ে নিয়ে গিয়েছে। এৰা মাঝে মাঝে পটাৰ সম্বন্ধীয় বিষয়ে মেলাৰ আয়োজনও কৰে থাকে।

হেৰী পটাৰ ছিৰিজেৰ মাধ্যমে উইজাৰ্ড ৰক আন্দোলনেৰ সূত্ৰপাত হৈছে, য’ত বিভিন্ন সঙ্গীত দল প্ৰতিষ্ঠিত হৈছে যাৰা হেৰী পটাৰেৰ নাম, চিত্ৰ আৰু গানেৰ কথায় পটাৰ সম্পৰ্কিত বিভিন্ন বিষয়াদি ব্যবহাৰ কৰেছে। উদাহৰন হৈছে হেৰী এণ্ড দ্য পটাৰস আৰু দ্য ক্ৰুসিয়েটাস কাৰ্স প্ৰভৃতি ব্যাণ্ডদল।

হেৰী পটাৰেৰ মাধ্যমে প্ৰকাশনা বিশ্বেও পৰিবৰ্তন এসেছে, যাৰ মাজত উল্লেখযোগ্য একটি হৈছে নিউ ইয়ৰ্ক টাইমস বেস্ট সেলাৰ লিস্ট এৰ পুনৰ্গঠন। ২০০০ চনত গবলেট অব ফায়াৰ প্ৰকাশিত হবাৰ পৰ এটিতে পৰিবৰ্তন আনা হয়, যখন প্ৰকাশকেৰ অভিযোগ কৰেন যে তালিকাৰ অধিকাংশ স্থানই হেৰী পটাৰ ও অন্যানু শিশুতোষ গ্ৰন্থ দখল কৰে ৰেখেছে। দ্য টাইমস পৰে শিশুতোষ গ্ৰন্থয়েৰ বাবে আৰেকটি বেস্ট সেলাৰ তালিকা প্ৰণয়ণ কৰে।[57]

হেৰী পটাৰ গ্ৰন্থয়েৰ মাধ্যমে মাগল শব্দটিৰ ব্যপক প্ৰসাৰ হৈছে আৰু অনেকেই যাদেৰ কোন বিষয় দক্ষতা কম ৰৈছে তাদেৰ সম্পৰ্কে মাগল শব্দটি ব্যবহাৰ কৰেছেন। ২০০৩ চনত মাগল শব্দটি অক্সফোৰ্ড ইংলিশ ডিকশনাৰিতে যোগ কৰা হৈছে।[58]

ভবিষ্যত

থিম পাৰ্ক

২০০৭ চনৰ ৩১ মে ওয়াৰ্নাৰ ব্ৰোস, ইউনিভাৰ্সাল স্টুডিও আৰু লেভেসডেন স্টুডিও ঘোষনা দেয় হেৰী পটাৰ নিয়ে একটি পাৰ্ক তৈৰি কৰা হবে ফ্লোৰিডা ৰাজ্যেৰ অৰলাণ্ডোৰ ইউনিভাৰ্সাল অৰলাণ্ডো'স আইল্যাণ্ড অব এডভেঞ্চাৰ' এলাকায়।[59] এই ঘোষনা অনুসাৰে দ্য উইজাৰ্ডিং ওয়াৰ্ল্ড অব হেৰী পটাৰ নামেৰ এই পাৰ্কটি হবে বিশ্বেৰ প্ৰথম হেৰী পটাৰ থিম পাৰ্ক। এই পাৰ্কটি উদ্বোধন হতে পাৰে ২০০৯ চনৰ শেষেৰ দিকে। এতে থাকবে বিভিন্ন অত্যাধুনিক ৰাইড আৰু হেৰী পটাৰে উল্লিখিত বিভিন্ন চৰিত্ৰেৰ বাস্তবৰুপ।[60] একটি অনলাইন ঘোষনায় বোঝা যায় এটি লেখিকা ৰাউলিং আৰু স্টুয়াৰ্ট ক্ৰেইগেৰ দেড় বছৰেৰ চিন্তাৰ ফসল।[59]

শৃংখলা

  • সাতটি গ্ৰন্থই অডিও মাধ্যমে প্ৰকাশিত হৈছে। যুক্তৰাজ্যেৰ অডিও গ্ৰন্থতে কন্ঠ দিছে স্টিফেন ফ্ৰাই আৰু আমেৰিকাৰ গ্ৰন্থতে কন্ঠ দিছে জিম ডেল।

সহপাঠ্য

অন্যান্য মাধ্যম

চলচ্চিত্ৰ

খেল


গ্ৰন্থসমূহ

  1. হেৰী পটাৰ এণ্ড দ্য ফিল'চ'ফাৰ্ছ ষ্ট'ন (আমেৰিকাত হেৰী পটাৰ এণ্ড দ্য ছৰ্চাৰাৰ্চ ষ্ট'ন)
  2. হেৰী পটাৰ এণ্ড দ্য চেম্বাৰ অফ্ ছিক্ৰেট্চ
  3. হেৰী পটাৰ এণ্ড দ্য প্ৰিজনাৰ অফ্ আজকাবান
  4. হেৰী পটাৰ এণ্ড দ্য গবলেট অফ্ ফায়াৰ
  5. হেৰী পটাৰ এণ্ড দ্য অৰ্ডাৰ অফ্ ফিনিক্স
  6. হেৰী পটাৰ এণ্ড দ্য হাফ ব্লাড প্ৰিন্স
  7. হেৰী পটাৰ এণ্ড দ্য ডেথ্লী হেল'জ


তথ্য সংগ্ৰহ

  1. http://jkrowling.com_official website of J.K. Rowling
  2. Harry Potter and The Philosopher's Stone_Ebook_http://mobile9.com
  3. Harry Potter and The Deathly Hallows_Ebook_http://mobile9.com
  4. Allsobrook, Dr. Marian (2003-06-18). "Potter's place in the literary canon". BBC. http://news.bbc.co.uk/2/hi/entertainment/2996578.stm। আহৰণ কৰা হৈছে: 2007-10-15. 
  5. Dearbáil Jordan (2007). "Time comes for Harry to fly to the rescue". Times UK. http://business.timesonline.co.uk/tol/business/industry_sectors/retailing/article1610344.ece। আহৰণ কৰা হৈছে: 2007-04-07. 
  6. Rowling, JK. "J.K.Rowling Official Site - Harry Potter and more: Acknowledgements". http://www.jkrowling.com/en/। আহৰণ কৰা হৈছে: 2007-07-30. 
  7. Wizard revisited
  8. "Publication Date for Harry Potter and the Deathly Hallows". Joanne Rowling. http://www.jkrowling.com/textonly/en/news_view.cfm?id=97। আহৰণ কৰা হৈছে: 2007-06-26. 
  9. McLaren, Elsa (2007-03-15). "Harry Potter's final adventure to get record print run". The Times. http://entertainment.timesonline.co.uk/tol/arts_and_entertainment/books/article1521607.ece। আহৰণ কৰা হৈছে: 2007-03-27. 
  10. Watson, Julie and Kellner, Tomas. "J.K. Rowling And The Billion-Dollar Empire". Forbes.com, 26 February 2004. Accessed 19 March 2006.
  11. "Release Date Set for Harry Potter 7: Part I". Comingsoon.net. 25 April 2008. http://www.comingsoon.net/news/movienews.php?id=44442। আহৰণ কৰা হৈছে: 24 May 2008. 
  12. "WB Sets Lots of New Release Dates!". Comingsoon.net. 24 February 2009. http://www.comingsoon.net/news/movienews.php?id=53203। আহৰণ কৰা হৈছে: 24 February 2009. 
  13. Rowling, J.K.. "Biography". JKRowling.com. http://www.jkrowling.com/textonly/en/biography.cfm। আহৰণ কৰা হৈছে: 2006-05-21. 
  14. "J.K. Rowling interview transcript, The Connection". Quick Quote Quill. October 12, 1999. http://www.quick-quote-quill.org/articles/1999/1099-connectiontransc.html. 
  15. ""Spell Binder" People Magazine". Quick Quotes Quill. July 12, 1999. http://www.quick-quote-quill.org/articles/1999/0799-people-plummer.html. 
  16. "Revealed: The eight-year-old girl who saved Harry Potter". New Zeland Herald. July 3, 2005. http://www.nzherald.co.nz/section/6/story.cfm?c_id=6&objectid=10333960. 
  17. "Past winners". Nestle Smarties Prize. May 21, 2006. http://www.booktrusted.co.uk/nestle/pw.html. 
  18. "Books' Hero Wins Young Minds". New York Times. Jul 12, 1999. 
  19. 19.0 19.1 "OOTP is best seller in France - in English!". BBC. July 1, 2003. http://news.bbc.co.uk/cbbcnews/hi/world/newsid_3036000/3036350.stm. 
  20. 20.0 20.1 "Potter book smashes sales records". BBC. July 18, 2005. http://news.bbc.co.uk/1/hi/entertainment/arts/4692093.stm.  উদ্ধৃতি ত্ৰুটি: Invalid <ref> tag; name "Potter book smashes sales records" defined multiple times with different content
  21. "J. K. Rowling" by Leslie Ellen Jones, NoveList/EBSCO Publishing, 2003, retrieved September 9, 2005
  22. 22.0 22.1 ""Wild About Harry"". New York Times. July 23, 2000. 
  23. Accio Quote: Luna commentated last Quidditch match
  24. "'There would be so much to tell her...'". http://www.telegraph.co.uk/news/main.jhtml?xml=/news/2006/01/10/nrowl110.xml। আহৰণ কৰা হৈছে: 2007-04-04. 
  25. 25.0 25.1 Rowling, J.K. (1999). Harry Potter and the Chamber of Secrets (US Hardback). পৃষ্ঠা. 333. 
  26. Rowling, J.K. (2000). Harry Potter and the Goblet of Fire (US Hardback). পৃষ্ঠা. 708. 
  27. "Mzimba, Lizo, moderator. Interview with Steve Kloves and J.K. Rowling". Quick Quotes Quill. February 2003. http://www.quick-quote-quill.org/articles/2003/0302-newsround-mzimba.htm. 
  28. "About the Books: transcript of J.K. Rowling's live interview on Scholastic.com". Scholastic.com. 16 October 2000. http://www.quick-quote-quill.org/articles/1999/0299-guardian-carey.htm. 
  29. "Special stamps to mark Potter book release". Australian Broadcasting Corporation. 2007-22-05. http://www.abc.net.au/news/newsitems/200705/s1929389.htm। আহৰণ কৰা হৈছে: 2007-06-06. 
  30. JK Rowling (1998). Harry Potter and the Chamber of Secrets. Bloomsbury. পৃষ্ঠা. 253. 
  31. "Harry Potter and the Childish Adult". New York Times. July 7, 2003. 
  32. "Rowling books 'for people with stunted imaginations'". The Guardian. July 11, 2003. http://books.guardian.co.uk/harrypotter/story/0,,996243,00.html. 
  33. Bloom, Harold. "Dumbing down American readers". Boston.com. http://www.boston.com/news/globe/editorial_opinion/oped/articles/2003/09/24/dumbing_down_american_readers/। আহৰণ কৰা হৈছে: 2006-06-20. 
  34. "A. S. Byatt and the goblet of bile". Salon.com. July 8, 2003. http://archive.salon.com/books/feature/2003/07/08/byatt_rowling/index_np.html. 
  35. Fox, Killian (2006-31-12). "HJK Rowling:The mistress of all she surveys". Guardian Unlimited. http://observer.guardian.co.uk/7days/story/0,,1980741,00.html। আহৰণ কৰা হৈছে: 2007-02-10. 
  36. "It smacks of the dark arts". Telegraph.co.uk. 27 May 2005. http://www.telegraph.co.uk/arts/main.jhtml;jsessionid=BDAWJLEENITTDQFIQMFCFGGAVCBQYIV0?xml=/arts/2005/07/24/borow24.xml। আহৰণ কৰা হৈছে: 31 May 2007. 
  37. Schoeffer, Christine. "Harry Potter's girl trouble". Salon.com. http://archive.salon.com/books/feature/2000/01/13/potter/index.html। আহৰণ কৰা হৈছে: 2006-06-20. 
  38. "Why Harry Potter doesn't cast a spell over me". The Observer. June 25, 2000. http://observer.guardian.co.uk/review/story/0,6903,335923,00.html. 
  39. Steve Bonta (2002). "Tolkien's Timeless Tale". The New American. http://www.thenewamerican.com। আহৰণ কৰা হৈছে: 2007-05-03. 
  40. Steve Bonta (2002). "Harry Potter's Hocus Pocus". The Free Republic. http://www.freerepublic.com/forum/a39fa196418cc.htm। আহৰণ কৰা হৈছে: 2007-05-03. 
  41. J. K. Rowling (2006). "The first It Girl". Telegraph.co.uk. http://www.telegraph.co.uk/arts/main.jhtml?xml=/arts/2006/11/26/bomit05.xml&sSheet=/arts/2006/11/26/bomain300.html। আহৰণ কৰা হৈছে: 2007-05-03. 
  42. Mike Hersh (2003). "Harry Potter Lessons in Action". http://www.mikehersh.com/Harry_Potter_Lessons.shtml। আহৰণ কৰা হৈছে: 2007-06-05. 
  43. Arthur, Levine. "Awards". Arthur A. Levine Books. http://www.arthuralevinebooks.com/awards.asp। আহৰণ কৰা হৈছে: 2006-05-21. 
  44. "Potter book sales top 325 million". USA Today. February 4th, 2007. http://www.usatoday.com/life/books/news/2007-02-04-harry-potter_x.htm?csp=34. 
  45. "J.K. Rowling Richer than the Queen". BBC. April 27, 2003. http://news.bbc.co.uk/1/hi/uk/2979033.stm. 
  46. "Harry Potter Brand Wizard". Business Week. July 21, 2005. http://www.businessweek.com/innovate/content/jul2005/di20050721_060250.htm. 
  47. "New Harry Potter breaks pre-order record". RTÉ.ie Entertainment. 2007-04-13. http://www.rte.ie/arts/2007/0413/potterh.html। আহৰণ কৰা হৈছে: 2007-04-23. 
  48. HP in Ancient Greek. Accessed 25 November 2006.
  49. Greek Harry Accessed 25 November 2006.
  50. Steven Goldstein (2004). "Translating Harry — Part I: The Language of Magic". GlobalByDesign. http://www.globalbydesign.com/resources/articles/translating_harry_potter_part1.html। আহৰণ কৰা হৈছে: 2007-05-09. 
  51. EMRAH GÜLER (2005). "Not lost in translation: Harry Potter in Turkish". http://www.turkishdailynews.com.tr/article.php?enewsid=29054। আহৰণ কৰা হৈছে: 2007-05-09. 
  52. "Harry Potter and the Internet Pirates". Northeastern University. 2003. http://msl1.mit.edu/furdlog/docs/nytimes/2003-07-14_nytimes_h_potter.pdf। আহৰণ কৰা হৈছে: 2007-06-05. 
  53. Dilshani Samaraweera (2005). "Harry Potter to fly into Sri Lanka under tight security". Lanka Business Online. http://www.lankabusinessonline.com/fullstory.php?newsID=1862492683&no_view=1&SEARCH_TERM=11। আহৰণ কৰা হৈছে: 2007-06-05. 
  54. "Reading 'cuts childhood injuries'". BBC News. 23 December 2005. http://news.bbc.co.uk/2/hi/uk_news/england/oxfordshire/4553110.stm. 
  55. "New Study Finds That the Harry Potter Series Has a Positive Impact on Kids' Reading and Their School Work". Scholastic. 2006-25-07. http://www.scholastic.com/aboutscholastic/news/press_07252006_CP.htm। আহৰণ কৰা হৈছে: 2007-02-10. 
  56. "Harry Potter casts spell at checkouts". Times Online. July 18, 2005. http://www.timesonline.co.uk/article/0,,927-1698839,00.html. 
  57. "Why 'Harry Potter' did a Harry Houdini". CNN. July 21, 2000. http://archives.cnn.com/2000/books/news/07/21/potter7_21.a.tm/. 
  58. Meg McCaffrey (2003). "'Muggle' Redux in the Oxford English Dictionary". http://www.schoollibraryjournal.com/article/CA294413.html। আহৰণ কৰা হৈছে: 2007-05-01. 
  59. 59.0 59.1 The Wizarding World of Harry Potter – Universal Orlando Resort
  60. Majendie, Paul (2007-05-31). "All aboard for the Harry Potter rollercoaster". Reuters. http://news.yahoo.com/s/nm/20070531/ts_nm/arts_potter_dc_2। আহৰণ কৰা হৈছে: 2007-05-31. 
  61. "Confirmed  : 'Phoenix' flies on July 13, 2007". HPANA. 2006-04-05. http://www.hpana.com/news.19370.html। আহৰণ কৰা হৈছে: 2006-10-23. 
  62. "Confirmed: HBP movie release date". MuggleNet. 2006-08-04. http://mugglenet.com/app/news/full_story/251। আহৰণ কৰা হৈছে: 2006-12-17. 

বাহ্যিক সংযোগ

প্ৰাতিষ্ঠানিক ৱেবছাইট
অন্যান্য আকৰ্ষণীয় সংযোগসমূহ