১৫ নৱেম্বৰ
অৱয়ব
(নৱেম্বৰ ১৫ৰ পৰা পুনঃনিৰ্দেশিত)
নৱেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | |||||
৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
২০২৪ |
১৫ নৱেম্বৰ (ইংৰাজী: 15 November) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩১৯তম (অধিবৰ্ষত ৩২০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৪৬টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
[সম্পাদনা কৰক]- ১৯৪৯ - মহাত্মা গান্ধীৰ হত্যাৰ অভিযোগত নাথুৰাম গডছে আৰু নাৰায়ণ দত্তাত্ৰেয় আপ্তেক আম্বালা জেলত ফাঁচি দিয়া হয়।
- ১৯৮৩ - চাইপ্ৰাছে স্বাধীনতা লাভ কৰে।
- ২০০০ - অসমৰ সত্ৰীয়া নৃত্যক সংগীত নাটক একাডেমীয়ে ভাৰতৰ অন্যতম শাস্ত্ৰীয় নৃত্যৰ মৰ্য্যদা প্ৰদান কৰে।
- ২০০০ - ঝাৰখণ্ডক ভাৰতৰ ২৮ সংখ্যক ৰাজ্য হিচাপে ঘোষণা কৰা হয়।
- ২০০৭ - বাংলাদেশত হোৱা ঘূৰ্ণী বতাহত প্ৰায় ৭০০০ মানুহৰ মৃত্যু হয়।
জন্ম
[সম্পাদনা কৰক]- ১৮৬৬ - কৰ্ণেলিয়া সৰাবজী, ভাৰতীয় বিদুষী মহিলা।
- ১৮৭৫ - বীৰচা মুণ্ডা, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
- ১৮৯৪ - বাণীকান্ত কাকতি, অসমীয়া ভাষাবিদ, গৱেষক তথা সাহিত্যিক।
- ১৯২৩ - ড° গোলোকচন্দ্ৰ গোস্বামী, অসমৰ ভাষাত্ত্ববিদ, গৱেষক।
- ১৯৭০ - বিদিতা অশোক বৈদ্য, ভাৰতীয় স্নায়ুবিজ্ঞানী।
- ১৯৮৬ - ছানিয়া মিৰ্জা, আন্তৰ্জাতিক ভাৰতীয় মহিলা টেনিচ খেলুৱৈ।
মৃত্যু
[সম্পাদনা কৰক]- ১৬৩০ - জহান্স কেপলাৰ, জাৰ্মান জ্যোতিৰ্বিজ্ঞনী।
- ১৯১৭ - ইমিল ডাৰখাইম, ফৰাচী সমাজতত্ত্ববিদ।
- ১৯৮২ - বিনোৱা ভাৱে, ভূ-দান আন্দোলনৰ নেতা।
- ১৯৮৭ - শ্যামল মিত্ৰ, ভাৰতীয় কণ্ঠশিল্পী।
- ২০১৫ - ছৈয়দ জাফৰি, ভাৰতীয় অভিনেতা।
দিৱস
[সম্পাদনা কৰক]বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত ১৫ নৱেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|