২৬ জুন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(জুন ২৬ৰ পৰা পুনঃনিৰ্দেশিত)
১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

২৬ জুন (ইংৰাজী: 26 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭৭তম (অধিবৰ্ষত ১৭৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৮৮টা দিন বাকী থাকে।

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৯৩৫ - পেৰিছত হেলিকপ্তাৰৰ প্ৰথম সফল মুক্ত উৰণ সম্পন্ন হৈছিল।
  • ১৯৪৯ - অসমীয়া দৈনিক বাতৰি কাকত 'নতুন অসমীয়া' প্ৰকাশ হৈছিল।
  • ১৯৬২ - ভাৰতৰ বিখ্যাত সংগীত কোম্পানী এইচ এম ভিৰ হৈ দীপালী বৰঠাকুৰৰ 'সোণৰ খাৰু নালাগে মোক' গীতটিৰ বাণীবন্ধন হয়।
  • ২০১১ - ডাইনী সন্দেহত মোনাবাৰী চাহ বাগিচাত কিশোৰী সহ ৪ জনক হত্যা কৰা হয় আৰু লক্ষীমপুৰতো ডাইনী সন্দেহত এগৰাকী বৃদ্ধাক হত্যা কৰা হয়।
  • ২০১১ - অসমত পৰিবেশ বিশ্ববিদ্যালয় লাগে বুলি ৰাজ্যৰ সকলো প্ৰান্তত ধৰ্না কাৰ্যসূচী পালন কৰে ৰাজ্যৰ ছাত্ৰ সংগঠন সমূহে।

জন্ম[সম্পাদনা কৰক]

মৃত্যু[সম্পাদনা কৰক]

  • ১৮৩০ - চতুৰ্থ জৰ্জ, ইংলেণ্ডৰ ৰজা।
  • ২০০১ - সত্য প্ৰসাদ বৰুৱা, অসমীয়া নাট্যকাৰ, অভিনেতা, নাট পৰিচালক, নাট সমালোচক আৰু গৱেষক।

দিৱস[সম্পাদনা কৰক]

  • আন্তৰ্জাতিক নিৰ্যাতনবিৰোধী দিৱস।
  • আন্তৰ্জাতিক মাদকবিৰোধী দিৱস।
  • পতাকা দিৱস (ৰোমানিয়া)

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Library, S.T.N.Y.P.; Skillion, A. (2001). The New York Public Library Literature Companion. Free Press. পৃষ্ঠা. 160. ISBN 978-1-4391-3721-5. https://books.google.com/books?id=BD2P-Yb-m3wC&pg=PT160. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]