সুনীল গাভাস্কাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
105 নং শাৰী: | 105 নং শাৰী: | ||
<ref>http://sportstar.thehindu.com/profile/author/Sunil-Gavaskar-6283/</ref> <ref>http://archive.cricketnmore.com/legends/sunil-gavaskar-biography-6</ref> |
<ref>http://sportstar.thehindu.com/profile/author/Sunil-Gavaskar-6283/</ref> <ref>http://archive.cricketnmore.com/legends/sunil-gavaskar-biography-6</ref> |
||
==Test debut== |
==Test debut== |
||
===First test match win in West Indies=== |
|||
===First Test century and first series victory over West Indies=== |
|||
===England tour=== |
|||
===England tour of India=== |
|||
===West Indies tour=== |
|||
===First home test century=== |
|||
===Tour of Australia=== |
|||
===India Tour of Pakistan=== |
|||
==Captaincy== |
==Captaincy== |
||
==International farewell== |
==International farewell== |
10:16, 23 May 2020ৰ সংস্কৰণ
ব্যক্তিগত তথ্য | ||||
---|---|---|---|---|
সম্পূৰ্ণ নাম | সুনীল মনোহৰ গাভাস্কাৰ | |||
জন্ম | ১০ জুলাই, ১৯৪৯ (৭৪ বছৰ) বোম্বাই,ভাৰত | |||
উপনাম | ছানী, লিটল মাষ্টাৰ | |||
উচ্চতা | 5 ফুট 5 ইঞ্চি (1.7 মিটাৰ) | |||
বেটিং শৈলী | সোঁহতীয়া | |||
বলিং শৈলী | সোঁহতীয়া মিডিয়াম | |||
ভূমিকা | অপেনিং বেটছমেন, ধাৰভাষ্যকাৰ | |||
সম্পৰ্ক | মাধৱ মন্ত্ৰী (খুৰা) ৰোহন গাভাস্কাৰ (পুত্ৰ) | |||
আন্তঃৰাষ্ট্ৰীয় তথ্য | ||||
জাতীয় দল | ভাৰত | |||
টেষ্ট অভিষেক (মুঠ খেল ১২৮) | ৬ মাৰ্চ ১৯৭১ বনাম ৱেষ্ট ইণ্ডিজ | |||
অন্তিম টেষ্ট | ১৩ মাৰ্চ ১৯৮৭ বনাম পাকিস্তান | |||
ODI অভিষেক (মুঠ খেল ৪) | ১৩ জুলাই ১৯৭৪ বনাম ইংলেণ্ড | |||
শেষ ODI | ৫ নৱেম্বৰ ১৯৮৭ v ইংলেণ্ড | |||
ঘৰুৱা দলৰ তথ্য | ||||
বছৰ | দল | |||
১৯৬৭–১৯৮২ | বোম্বাই | |||
১৯৮০ | ছমাৰচেট | |||
কেৰিয়াৰ পৰিসংখ্যা | ||||
প্ৰতিযোগিতা | টেষ্ট | এদিনীয়া | প্ৰথম শ্ৰেণীৰ ক্ৰিকেট | প্ৰথম তালিকাৰ ক্ৰিকেট |
মুঠ খেল | ১২৫ | ১০৮ | ৩৪৮ | ১৫১ |
ৰাণ | ১০, ১২২ | ৩, ০৯২ | ২৫, ৮৩৪ | ৪, ৫৯৪ |
বেটিং গড় | ৫১. ১২ | ৩৫. ১৩ | ৫১. ৪৬ | ৩৬. ১৭ |
শতক/অৰ্ধশতক | ৩৪/৪৫ | ১/২৭ | ৮১/১০৫ | ৫/৩৭ |
সৰ্বোচ্চ ৰাণ | ২৩৬* | ১০৩* | ৩৪০ | ১২৩ |
বল | ৩৮০ | ২০ | ১৯৫৩ | ১০৮ |
উইকেট | ১ | ১ | ২২ | ২ |
বলিং গড় | ২০৬. ০০ | ২৫. ০০ | ৫৬. ৩৬ | ৪০. ৫০ |
এটা ইনিংছত ৫টা উইকেট | ০ | ০ | ০ | ০ |
এখন খেলত ১০টা উইকেট | ০ | ০ | ০ | ০ |
শ্ৰেষ্ঠ বলিং | ১/৩৪ | ১/১০ | ৩/৪৩ | ১/১০ |
কেচ্চ/ষ্টাম্পিং | ১০৮/– | ২২/– | ২৯৩/– | ৩৭/– |
উৎস: ক্ৰিকেট আৰ্কাইভ, ৫ চেপ্তেম্বৰ ২০০৮ |
সুনীল মনোহৰ গাভাস্কাৰ (জন্ম: ১০ জুলাই,১৯৪৯) ভাৰতৰ এজন প্ৰাক্তন ক্ৰিকেটাৰ৷ ১৯৭০ চনৰ পৰাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিবলৈ লোৱা গাভাস্কাৰক বিশ্বৰ এজন শ্ৰেষ্ঠ বেটছমেন আখ্যা দিয়া হয়৷ টেষ্ট ক্ৰিকেটৰ ইতিহাসত গাভাস্কাৰ এজন চিৰস্মৰণীয় অপেনিং বেটছমেন৷ নিজৰ বৰ্ণিল টেষ্ট ক্ৰিকেটৰ কেৰিয়াৰত গাভাস্কাৰে ৩৪ টা শতক অৰ্জন কৰি অভিলেখ ৰচিছিল৷ দুটা দশকৰ পাছত ২০০৫ চনত সেই অভিলেখ শচীন তেণ্ডুলকাৰে অতিক্ৰম কৰে৷ টেষ্ট মেচত ১০,০০০ ৰাণ কৰা গাভাস্কাৰেই হৈছে প্ৰথমজন বেটছমেন আৰু বৰ্তমান টেষ্ট ক্ৰিকেটত ১০০০০ ৰাণ কৰা ১৩ জন খেলুৱৈৰ ভিতৰত তেওঁ ১২ নম্বৰ স্থানত আছে। ১৯৮৩ চনত বিশ্বকাপবিজয়ী ভাৰতীয় দলটোৰো তেওঁ এজন সদস্য আছিল৷ উল্লেখনীয় যে ভাৰতীয় ক্ৰিকেট দললৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে সুনীল গাভাস্কাৰক ভাৰত চৰকাৰে পদ্মশ্ৰী আৰু পদ্মভূষণ সন্মানেৰে সন্মানীত কৰিছে৷
দ্ৰুত বলিঙৰ বিপৰীতত গাভাস্কাৰে ব্যৱহাৰ কৰা কৌশলসমূহৰ বাবে সদায় উচ্চ প্ৰশংসিত হৈ আছে। সপ্তম ইণ্ডিয়ান প্ৰীমিয়াৰ লীগৰ বাবে উচ্চতম ন্যায়ালয়ে ২০১৪ চনৰ ২৮ মাৰ্চত বি চি চি আইৰ অস্থায়ী সভাপতি হিচাপে নিয়োগ কৰিছিল। লগতে ক্ৰিকেট ধাৰভাষ্যকাৰ পদৰ পৰাও অব্যহতিৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল।
ঘৰুৱা অভিষেক
তেখেতৰ জন্ম মুম্বাইত। ছেণ্ট জেভিয়াৰ্ছ হাইস্কুলৰ ছাত্ৰ গাভাস্কাৰ স্কুলৰ হৈ খেলোতে ১৯৬৬ চনত ভাৰতৰ শ্ৰেষ্ঠ ছাত্ৰ ক্ৰিকেটাৰ আছিল। মাধ্যমিক শিক্ষাৰ শেষৰ বৰ্ষত লণ্ডন স্কুলবয়জৰ বিৰুদ্ধে এটা শতক কৰাৰ আগত বিদ্যালয়ৰ ক্ৰিকেটত গাভাস্কাৰে ২৪৬ (অপৰাজিত),২২২ আৰু ৮৫ ৰাণ কৰিছিল ।তেওঁ বম্বেৰ প্ৰতিষ্ঠিত ছেণ্ট জেভিয়াৰ্ছ প্ৰাক্তন ছাত্ৰ হিচাপে ১৯৬৮/৬৯ বৰ্ষত কৰ্ণাটকৰ বিৰুদ্ধে প্ৰথম আত্মপ্ৰকাশ কৰে।
১৯৭০/৭১ চনত ৱেষ্ট ইণ্ডিজ ভ্ৰমণত যোৱা ভাৰতীয় দলটোত স্থান লাভ কৰা এজন খেলুৱৈ হ'ল সুনীল গাভাস্কাৰ।
Test debut
First test match win in West Indies
First Test century and first series victory over West Indies
England tour
England tour of India
West Indies tour
First home test century
Tour of Australia
India Tour of Pakistan
Captaincy
International farewell
Style
Records and achievements
Important statistics
After playing career
Entertainment career
Honours
Written works
Controversies
Personal life
লগতে চাওঁক
তথ্যসূত্ৰ
বাহ্যিক সংযোগ
ৱিকিমিডিয়া কমন্সত সুনীল গাভাস্কাৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
ৱিকিউদ্ধৃতিত সুনীল গাভাস্কাৰ বিষয় সংক্ৰান্তত উদ্ধৃতি আছে। |
- সুনীল গাভাস্কাৰৰ বিষয়ে ইএছপিএন ক্ৰিকইনফ'ত থকা তথ্য।
- ৰেডিফ পৃষ্ঠাত সুনীল গাভাস্কাৰ
Sporting positions | ||
---|---|---|
পূৰ্বৱৰ্তী Nawab of Patudi Jr. |
Indian National Test Cricket Captain 1975/76 (1 Test Match) |
পৰৱৰ্তী Bishen Singh Bedi |
পূৰ্বৱৰ্তী Bishen Singh Bedi |
Indian National Test Cricket Captain 1978/79 – 1979 |
পৰৱৰ্তী Srinivasaraghavan Venkataraghavan |
পূৰ্বৱৰ্তী Srinivasaraghavan Venkataraghavan |
Indian National Test Cricket Captain 1979/80 |
পৰৱৰ্তী Gundappa Viswanath |
পূৰ্বৱৰ্তী Gundappa Viswanath |
Indian National Test Cricket Captain 1980/81 – 1982–83 |
পৰৱৰ্তী Kapil Dev |
পূৰ্বৱৰ্তী Kapil Dev |
Indian National Test Cricket Captain 1984/85 |
পৰৱৰ্তী Kapil Dev |