অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ষষ্ঠ আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'চ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'চ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে[সম্পাদনা কৰক]

স্বৰবৰ্ণ 'চ'ৰ লগত যোগ হ'লে
চা
চি
চী
চু
চূ
চৃ
চে
চৈ
চো
চৌ

যুক্তবৰ্ণ (চ যোগ)[সম্পাদনা কৰক]

চ্ + চ = চ্চ = উচ্চ
চ্ + ছ = চ্ছ = ইচ্ছা
চ্ + ঞ = চ্ঞ = যাচ্ঞা
চ্ + য = চ্য = প্ৰাচ্য

'চ'ৰে আৰম্ভ শব্দ[সম্পাদনা কৰক]

  • চৰাই
  • চল
  • চুঙা
  • চন্দন
  • চিনাইচুক
  • চাং
  • চৰাইদেউ
  • চন্দ্ৰ
  • চুক আদি।

তথ্যসংগ্ৰহ[সম্পাদনা কৰক]

  1. xobdo.org search result of ব্যঞ্জন বৰ্ণ