টমাছ ট্ৰান্সট্ৰ'মাৰ
অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
| টমাছ ট্ৰান্সট্ৰ'মাৰ | |
|---|---|
| জন্ম | ১৯৩১ চন ষ্টকহম, ছুইডেন |
| পেচা | সহিত্যিক |
| ভাষা | ছুইডিশ্ব |
| ৰাষ্ট্ৰীয়তা | ছুইডিশ্ব |
| নাগৰিকত্ব | ছুইডিশ্ব |
| উল্লেখযোগ্য বঁটা | |
টমাছ ট্ৰান্সট্ৰ'মাৰ (ইংৰাজী: Tomas Tranströmer)২০১১ চনৰ সাহিত্যৰ ন’বেল বঁটা বিজয়ী ছুইডেনৰ কবি৷ তেওঁৰ কবিতা বিশ্বৰ ৬০টা ভাষাতকৈও অধিক ভাষালৈ অনূদিত হৈছে৷
সূচী |
[সম্পাদনা কৰক] জন্ম
১৯৩১ চনৰ ১৫ এপ্ৰিলত ছুইডেনৰ ষ্টকহম চহৰত ট্ৰানছষ্ট্ৰমাৰৰ জন্ম হয়৷
[সম্পাদনা কৰক] শিক্ষাজীৱন
স্কুলীয়া শিক্ষা ষ্টকহমৰ ছ’দ্ৰা লেটিন স্কুলত৷ ১৯৫৬ চনত ষ্টকহম বিশ্ববিদ্যালয়ৰৰ পৰা মনস্তত্বত স্নাতক ডিগ্ৰী লাভ কৰে৷
[সম্পাদনা কৰক] কৰ্মজীৱন
১৯৬০-৬৬ চনলৈ ৰকষ্টনা জুভেনাইল কেন্দ্ৰত মনস্তাত্বিক হিচাপে সেৱা প্ৰদান৷ ষ্টকহমৰ কাৰাগাৰত মনোবিজ্ঞান বিভাগত চাকৰিৰ কালছোৱাত কিশোৰ আৰু কমবয়সীয়া অপৰাধীৰ পুনৰ সংস্থাপনত সহায় কৰিছিল৷
[সম্পাদনা কৰক] স্বীকৃতি
- ১৯৯৬ত ছুইডেনৰ বেলমাণ্ড প্ৰিছেট বঁটা
- ১৯৮১ত পেট্ৰাৰকা প্ৰেইছ বঁটা
- ১৯৯০ত নিউষ্টেজ আন্তঃৰাষ্ট্ৰীয় বঁটা সাহিত্যৰ বাবে
- ১৯৯১ত ছুইডিশ্ব অকাডেমীৰ নৰ্ডিক বঁটা
- ১৯৯২ত কবিতাৰ বাবে হৰ্চ বিয়েনেক বঁটা
- ১৯৯৬ত অ’গাষ্টপ্ৰিছেট বঁটা
- ২০০৩ত ষ্টুগা পয়েট্ৰী ইভিনিং গ’ল্ডেন ৰেথ বঁটা
- ২০০৭ত দ্য গ্ৰিফিন ট্ৰাষ্ট বঁটা- জীৱনজোৰা সাধনাৰ বাবে
- ২০১১ত টাইটেল অৱ প্ৰফেছৰ
- ২০১১ত ন’বেল বঁটা সাহিত্যৰ বাবে
[সম্পাদনা কৰক] সাহিত্যকৃতী
|
ছুইডিশ্ব সংস্কৰণ
|
ইংৰাজী সংস্কৰণ
|
|
[সম্পাদনা কৰক] তথ্যসংগ্ৰহ
- সাতসৰী, সপ্তম বছৰ চতুৰ্থ সংখ্য, নৱেম্বৰ ২০১১ পৃষ্ঠা নং ৩১, হেমচন্দ্ৰ দত্ত
- প্ৰান্তিক, ত্ৰিশ বছৰ, ২৪ সংখ্যা, ১৬-৩০ নৱেম্বৰ ২০১১ পৃষ্ঠা নং ৩৫, ড০ নয়নানন্দ বৰঠাকুৰ