ৰবীন্দ্ৰনাথ ঠাকুৰ

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা


ৰবীন্দ্ৰনাথ ঠাকুৰ Nobel prize medal.svg
Tagore3.jpg
১৯১৫ চনত কলিকতাত ৰবি ঠাকুৰ
জন্ম মে ৭ ১৮৬১
জন্মস্থান কলিকতা, ব্ৰিটিছ ভাৰত
মৃত্যু আগস্ট ৭ ১৯৪১
মৃত্যুস্থান কলিকতা, ব্ৰিটিছ ভাৰত
পেশা কবি, নাট্যকাৰ, দাৰ্শনিক, সংগীত নিৰ্মাতা, চিত্ৰকৰ, গল্পকাৰ
স্বাক্ষৰ Tagoresignature.png

ৰবীন্দ্ৰনাথ ঠাকুৰ (৭ মে, ১৮৬১ - ৭ আগষ্ট, ১৯৪১) (২৫ বহাগ, ১২৬৮ - ২২ শাওন, ১৩৪৮ বঙ্গাব্দ) বাংলা সাহিত্যৰ দিকদৰ্শক কবি, ঔপন্যাসিক, গল্পকাৰ, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু দাৰ্শনিক। ঊনবিংশ শতিকাৰ শেষ ভাগৰ পৰা বিংশ শতিকাৰ মাজভাগলৈকে ৰবীন্দ্ৰনাথে বাংলা সাহিত্যত এক যুগান্তকাৰী পৰিবৰ্তনৰ সূচনা কৰে। তেখেতৰ গীতাঞ্জলি কাব্যগ্ৰন্থৰ বাবে ১৯১৩ চনত তেওঁ এচিয়া মহাদেশৰ প্ৰথম ব্যক্তি হিচাবে [1] নোবেল পুৰস্কাৰ লাভ কৰে।তেওঁৰ জীৱন আৰু কৰ্মৰাজিৰে বাংলা ভাষা আৰু সংস্কৃতি সমৃদ্ধ । বিশ্বৰ বাংলা ভাষাভাষীসকলৰ মাজত তেওঁ বিশ্বকবি, কবিগুৰু আৰু গুৰুদেৱ নামেৰে প্ৰসিদ্ধ । তেওঁ বিশ্বৰ একমাত্ৰ কবি যি দুখনকৈ দেশৰ জাতীয় সঙ্গীত ৰচনা কৰিছে। বাংলাদেশৰ জাতীয় সঙ্গীত আমাৰ সোনাৰ বাংলা আৰু ভাৰতৰ জাতীয় সঙ্গীত জন গণ মন দুয়োটাৰে ৰচয়িতাই ৰবীন্দ্ৰনাথ। বাংলা ভাষা-সাহিত্য, শিল্প কলা আৰু শিল্প চেতনা ৰবীন্দ্ৰনাথৰ হাতত নতুনকৈ নিৰ্মিত হৈছে বুলি কোৱা যায়।

ব্ৰাহ্মণ সমাজৰ অন্তৰ্গত ৰবীন্দ্ৰনাথে তেওঁৰ জীবনৰ প্ৰথম কবিতা লিখিছিল মাত্ৰ আঠ বছৰ বয়সত। ১৮৭৭ চনত মাত্ৰ ১৬ বছৰ বয়সতে তেওঁ প্ৰথম চুটি গল্প আৰু নাটক লিখে। ইয়াৰ আগেয়েই তেওঁ ভানুসিংহ ছদ্মনামেৰে কিছু কাব্য সৃষ্টি কৰিছিল। পাৰিবাৰিক শিক্ষা, শিলাইদহৰ জীবন আৰু প্ৰচুৰ ভ্ৰমণ অভিজ্ঞতাই তেওঁক প্ৰথাবিৰুদ্ধ আৰু প্ৰয়োগবাদী হিচাবে গঢ়ি উঠাত সহায় কৰিছিল। তেওঁ ব্ৰিটিছ শাসনৰ প্ৰবল বিৰোধিতা কৰিছিল আৰু মহাত্মা গান্ধীৰ নেতৃত্বৰে পৰিচালিত ভাৰতীয় স্বাধীনতা আন্দোলনক সমৰ্থন কৰিছিল। তেওঁৰ সমগ্ৰ পৰিয়ালৰ বিলুপ্তি আৰু বঙ্গ-ভঙ্গৰ নিদৰ্শন তেওঁৰ সন্মুখতেই ঘটিছিল। এইফালৰ পৰা তেওঁৰ জীৱনটো দুখৰ বুলি ক’ব পাৰি। কিন্তু তেওঁৰ কবিতা, অন্যান্য সাহিত্য আৰু বিশ্বভাৰতীৰ প্ৰতিষ্ঠাই তেওঁৰ জীৱনক যি মহিমা প্ৰদান কৰিছে সেয়া আজীৱন স্মৰণীয় হৈ থাকিব।

সূচী

[সম্পাদনা কৰক] জীবনী

[সম্পাদনা কৰক] প্ৰাথমিক জীবন (১৮৬১–১৯০১)

১৮৭৯ চনত ইংলেণ্ডত অধ্যয়নৰত ৰবীন্দ্ৰনাথ

ৰবীন্দ্ৰনাথ ঠাকুৰে ভাৰতৰ কলকাতাৰ জোড়াসাঁকোৰ বিখ্যাত ঠাকুৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। পিতৃ দেবেন্দ্ৰনাথ ঠাকুৰ আৰু মাতৃ সাৰদা দেবীৰ ১৪ টি সন্তানৰ মাজত ১৩ নম্বৰজন আছিল ৰবীন্দ্ৰনাথ [2] । তেওঁৰ সৰুতে মতা নাম আছিল ৰবি। ১১ বছৰ বয়সত তেওঁৰ লগুনদিয়নী সম্পন্ন হোৱাৰ পাচত ১৮৭৩ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে ৰবীন্দ্ৰনাথে পিতৃৰ লগত ভাৰত ভ্ৰমণৰ উদ্দেশ্যে যাত্ৰা কৰে। তেওঁ ভ্ৰমণ কৰা ভাৰতৰ বিভিন্ন ঠাইসমূহৰ ভিতৰত আাছিল তেওঁৰ পৈতৃক সম্পত্তি থকা শান্তিনিকেতন , অমৃতসৰ আৰ হিমালয় অধ্যুষিত পাৰ্বত্য স্টেশন ডেলহাউচি। তাতে তেওঁ বিভিন্ন ব্যক্তিৰ জীৱনী পঢ়িল, অধ্যয়ন কৰিলে ইতিহাস, জ্যোতিৰ্বিজ্ঞান, আধুনিক বিজ্ঞান আৰু সংস্কৃত। একেলগে তেওঁলোকে কালিদাসৰ ধ্ৰুপদী কাব্যৰ বিভিন্ন পৰ্যালোচনা কৰিলে [3][4]। ১৮৭৭ চনত তেওঁৰ প্ৰথম সাহিত্যকৰ্ম প্ৰকাশিত হয়। ইয়াৰ মাজত আছিল মৈথিলি শৈলীত লিখা কিছু সুদীৰ্ঘ কবিতা। এই ধৰণৰ কবিতা প্ৰথম লিখিছিল কবি বিদ্যাপতিয়ে। এইলানি কবিতা সম্পৰ্কে তেওঁ উল্লেখ কৰিছে যে, এইবিলাক হৈছে ভানুসিংহৰ(সপ্তদশ শতাব্দীৰ বৈষ্ণৱ কবি) হেৰাই যোৱা কাব্য-সংগ্ৰহ [5]। সেই একে বছৰতে তেওঁ লিখে ভিক্ষাৰিনী নামৰ গল্পটি, যি বাংলা সাহিত্যৰ প্ৰথম চুটি গল্পৰ মৰ্যদা লাভ কৰিছে [6][7] । ১৮৮২ চনত তেওঁৰ বিখ্যাত কাব্যগ্ৰন্থ সন্ধ্যা সংগীত প্ৰকাশিত হয়। "নিৰ্ঝৰেৰ স্বপ্নভঙ্গ" নামৰ বিখ্যাত কবিতাটি এই কাব্যগ্ৰন্থৰে অন্তৰ্গত।

১৮৮৩ চনত পত্নী মৃণালিনী দেবীৰ সৈতে ৰবীন্দ্ৰনাথ

১৮৭৮ চনত বেৰিষ্টাৰ হোৱাৰ উদ্দেশ্যে ৰবীন্দ্ৰনাথে ইংলেণ্ডলৈ যাত্ৰা কৰে। তাত ব্ৰাইটনৰ এখন পাব্লিক স্কুলত তেওঁ নামভৰ্তি কৰে। তাৰপিছত তেওঁ ইউনিভাৰ্চিটি কলেজ লণ্ডনত পঢ়াশুনা কৰে। ১৮৮০ চনত তেওঁ কোনো ডিগ্ৰি লাভ নকৰাকৈ ভাৰতলৈ ঘূৰি আহে। ১৮৮৩ চনত তেওঁ মৃণালিনী দেবীক বিয়া কৰায়। জন্মৰ সময়ত মৃণালিনীৰ ঘৰত মতা নাম আছিল ভবতাৰিণী (১৮৭৩ - ১৯০২)। তেওঁলোকৰ পাঁচটি সন্তানৰ জন্ম হৈছিল যদিও তাৰ মাজতে দুটি শিশুকালতেই মৃত্যুৰ মুখত পৰে।[8] । ১৮৯০ চনৰপৰা ৰবীন্দ্ৰনাথে শিলাইদহত থকা তেওঁৰ পৈতৃক সম্পত্তি চোৱাচিতা কৰাৰ দায়িত্ব গ্ৰহণ কৰে। এইখিনি সময়ত তেওঁ "জমিদাৰ বাবু" নামেৰে পৰিচিত আছিল। এইছোৱা সময়তে ৰবীন্দ্ৰনাথে অনেক গল্প ৰচনা কৰে। তেওঁৰ তিনিটা খণ্ডত ৰচিত বিখ্যাত গল্প সংকলন গল্পগুচ্ছৰ (য'ত মুঠ ৮৪টা চুটি গল্প আছে) প্ৰায় আধাসংখ্যক গল্প এইখিনি সময়তেই তেওঁ ৰচনা কৰে। [6] । এই গল্পসমূহত ব্যঙ্গ তথা আবেগৰ সমন্বয়ত গ্ৰামীণ বাংলাৰ সঠিক চিত্ৰ নিপুণভাবে ফুটি উঠিছে।[9]

[সম্পাদনা কৰক] শান্তিনিকেতন (১৯০১-১৯৩২)

১৯০১ চনত ৰবীন্দ্ৰনাথে শিলাইদহ ত্যাগ কৰি শান্তিনিকেতনৰ উদ্দেশ্যে যাত্ৰা কৰে। তেওঁৰ শান্তিনিকেতনলৈ যোৱাৰ মূল উদ্দেশ্য আছিল এখন আশ্ৰম স্থাপন কৰা। এই আশ্ৰমত তেওঁ গঢ়ি তোলে এটি মাৰ্বল পাথৰেৰে সুশোভিত মন্দিৰ, এখন বিদ্যালয়, বাগিচা আৰু গ্ৰন্থাগাৰ[10]। এইছোৱা সময়তেই তেওঁৰ পত্নী আৰু দুটা সন্তানৰ পৰলোকপ্ৰাপ্তি হয়। ১৯০৫ চনৰ জানুৱাৰী মাহৰ ১৯ তাৰিখে তেওঁৰ পিতৃ দেবেন্দ্ৰনাথ ঠাকুৰৰ মৃত্যু ঘটে। ইতিমধ্যে তেওঁৰ সাহিত্যকৰ্মই দেশে-বিদেশে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।১৯০১ চনত তেওঁৰ নৈবেদ্য কাব্যপুথি আৰু ১৯০৬ চনত খেয়া নামৰ কাব্যপুথি প্ৰকাশিত হয়। ১৯১৩ চনৰ নৱেম্বৰ মাহত তেওঁ "গীতাঞ্জলী" কাব্যপুথিৰ বাবে সাহিত্যৰ নোবেল বটা লাভ কৰে।

১৯২১ চনত ৰবীন্দ্ৰনাথে কৃষি অৰ্থনীতিবিদ লিওনাৰ্ড কে এল্‌মহাৰ্স্টৰ লগত মিলি শান্তিনিকেতনৰ সমীপত অৱস্থিত সুৰুল নামৰ গাঁৱত পল্লী পুনৰ্নিমাণ সংস্থা নামৰ এটা প্ৰতিষ্ঠান গঢ়ি তোলে। পিছত তেওঁ এই প্ৰতিষ্ঠানটোৰ নাম সলনি কৰি "শ্ৰীনিকেতন" ৰাখে। এই "শ্ৰীনিকেতন"ৰ মাধ্যমেৰে ৰবীন্দ্ৰনাথে মহাত্মা গান্ধী পৰিচালিত স্বাধীনতা আন্দোলনৰ এটি বিকল্প ব্যৱস্থা প্ৰতিষ্ঠাৰ চেষ্টা কৰিছিল। [11]। এই প্ৰতিষ্ঠানত তেওঁ দেশ-বিদেশৰ বিভিন্ন পণ্ডিত আৰু বিদ্বান লোকৰ সহযোগত গাঁৱৰ লোকসকলক বিনামূলীয়া শিক্ষা দিয়াৰ প্ৰয়াস কৰিছিল।[12][13]। ১৯৩০ৰ দশকত তেওঁ ভাৰতবৰ্ষৰ অস্বাভাৱিক বৰ্ণবিভেদৰ বিষয়ে মতামত প্ৰকাশ কৰা আৰম্ভ কৰে। তেওঁ এই বৰ্ণবিভেদৰ বিৰূদ্ধে বক্তৃতা, কবিতা, নাটক আদিৰ জৰিয়তে জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰে। মূলতঃ দলিতসকলক সমাজত অবাধ প্ৰৱেশাধিকাৰ দিয়াটোৱেই আছিল তেওঁৰ উদ্দেশ্য।

[সম্পাদনা কৰক] জনপ্ৰিয়তাৰ বছৰসমূহত (১৯৩২-১৯৪১)

১৯৪০ চনত শান্তিনিকেতনত মহাত্মা গান্ধীৰ স’তে সাক্ষাৎৰত ৰবীন্দ্ৰনাথ।

জীৱনৰ অন্তিম দশকটো ৰবীন্দ্ৰনাথ সম্পূৰ্ণৰূপে জনসমক্ষত আছিল। তেখেতৰ জনপ্ৰিয়তাও আছিল তঙ্গত। ১০৩৪ চনৰ ১৫ জানুৱাৰীত ভাৰতৰ বিহাৰ ৰাজ্যত হোৱা প্ৰলয়ংকাৰী ভূমিকম্প সম্বন্ধে মহাত্মা গান্ধী-য়ে কৈছিল যে 'এয়া দলিতসকলক বশীভূত কৰিবলৈ ঈশ্বৰৰ এক প্ৰতিশোধ'।[14] । ৰবীন্দ্ৰনাথে এই মন্তব্যৰ বাবে মহাত্মা গান্ধীক ৰাজহুৱা ভাৱে তিৰস্কাৰ কৰে। ঈয়াৰোপৰি বঙ্গৰ আৰ্থসামাজিক অৱস্থাৰ অৱনতি আৰু কলিকতাত দৰিদ্ৰতাৰ প্ৰাদুৰ্ভাৱৰ কাৰণে বিশেষ ভাৱে দুখ প্ৰকাশকৰে। ১০০ শাৰীৰ এটা মিত্ৰাক্ষৰ ব্ৰজিত কবিতাৰে তেখেতে নিজৰ বেদনাৰ বহিঃপ্ৰকাশ কৰে। দ্বুমুখী চিন্তাধাৰাক উদ্বুদ্ধ কৰাৰ এই কৌশল পৰৱৰ্তী কালৰ সত্যজিত ৰায় পৰিচালিত অউৰ সংসাৰ নামৰ চলচ্চিত্ৰত অনুসৰণ কৰা হয়।[15][16]। এই সময়ত ৰবীন্দ্ৰনাথৰ লেখনীৰ এটা ১৫ খণ্ডৰ সংকলন প্ৰকাশ কৰা হয়। এই সংকলনৰ অন্তৰ্ভূক্ত আছিল "পুনশ্চ" (১৯৩২), "শেষ সপ্তক" (১৯৩৫) আৰু "পাত্ৰপুট" (১৯৩৬)। তেখেতে গদ্য-গান আৰু নৃত্যনাট্য ৰছনাৰ পৰীক্ষা-নিৰীক্ষা অব্যাহত ৰাখে, আৰু ইয়াৰ মাজত আছেঃ "'চিত্ৰঙ্গদা"" (১৯১৪)[17], "শ্যামা" (১৯৩৯) আৰু "চণ্ডালিকা" (১৯৩৮)। এই কালছোৱাত ৰছিত উপন্যাস সমূহ হৈছে "দুই বোন" (১৯৩৩), "মালঞ্চ" (১৯৩৪) আৰু "চাৰ অধ্যায়" (১৯৩৪)। জীৱনৰ শেষ সময়ত তেখেতে বিজ্ঞান সংক্ৰান্তীয় বিষয়ৰ প্ৰতি আগ্ৰাহান্বিত হয় আৰু তাৰ প্ৰমাণ পোৱা যায় "বিশ্ব পৰিচয়" (১৯৩৭) নামৰ এটি প্ৰবন্ধ সংকলনত। তেখেতে জীৱবিজ্ঞান, পদাৰ্থবিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞান বিষয়ে অধ্যয়ন কৰে আৰু তেখেতৰ সেই সময়ৰ কবিতা আৰু সাহিত্য-কৰ্মত বিজ্ঞানৰ প্ৰাকৃতিক নিয়মৰ প্ৰতি তেখেতৰ বোধগম্যতা ফুটি উঠে। এই সাহিত্য ৰাজীত উচ্চমানৰ প্ৰকৃতিবাদ পৰিস্ফুটিত হোৱা দেখা যায়। তেখেতৰ তিনিটা ভিন্ন গল্পত বৈজ্ঞানিক প্ৰক্ৰিয়াৰ বাখ্যা দিয়া আছে, এই গল্পকেইটা হ'লঃ "সে" (১৯৩৭), "তিন সঙ্গী" (১৯৪০) আৰু "গল্পসল্প"। (১৯৪১)[18]

জীবনেৰ শেষ চাৰ বছৰ ৰবীন্দ্ৰনাথেৰ শৰীৰেৰ বিভিন্ন স্থানে ব্যথা ছিল এবং তাৰ এই দুৰাৰোগ্য অসুস্থতা মোট দুই বছৰ বজায় ছিল। ১৯৩৭ সালেৰ শেষ দিকে তিনি চেতনা হাৰিয়ে ফেলেন এবং এৰপৰ দীৰ্ঘ সময় মুমূৰ্ষু অবস্থায় কোমায় ছিলেন। তিন বছৰ পৰ ১৯৪০ সালে আৰেকবাৰ ভাল ৰকমেৰ অসুস্থ হয়ে পড়েন যা থেকে আৰ আৰোগ্য লাভ কৰতে পাৰেন নি। এসময় ৰচিত কবিতাগুলো তাৰ জীবনেৰ অন্যতম প্ৰধান ৰচনা হিসেবে খ্যাত কাৰণ এৰ মধ্যে মৃত্যু দুয়াৰে তাৰ পদচাৰণাৰ আভাস প্ৰস্ফুটিত হয়েছিল[19][20] । দীৰ্ঘ ৰোগ ভোগেৰ পৰ ১৯৪১ সালেৰ ৭ আগস্ট তাৰিখে (২২ শ্ৰাবণ, ১৩৪৮) জোড়াসাকোৰ ঠাকুৰ বাড়িৰ উপৰ তলাৰ একটি কক্ষে তিনি প্ৰাণত্যাগ কৰেন। এই ঘৰেই তিনি বেড়ে উঠেছিলেন [21][22]। তাৰ মৃত্যুবাৰ্ষিকী এখনও বিশ্বেৰ সকল প্ৰান্তেৰ বাংলাভাষীৰা বিশেষ ভাবগাম্ভীৰ্যেৰ সাথে পালন কৰে থাকে।

[সম্পাদনা কৰক] ভ্ৰমণসমূহ

১৯২৪ খ্ৰীষ্টাব্দত চীংহুৱা বিশ্ববিদ্যালয়ত চৈনিক শিক্ষাবিদসকলৰ সৈতে ঠাকুৰ; সোঁফালৰপৰা মাজত।

ঠাকুৰৰ ভ্ৰমণৰ নিচা আছিল প্ৰখৰ। ১৮৭৮ চনৰ পৰা ১৯৩২ চনৰ মাজভাগত তেওঁ পাঁচখন মহাদেশৰ ত্ৰিছখনৰো অধিক দেশ ভ্ৰমণ কৰিছিল। এৰ মধ্যে অনেকগুলো সফৰেৰই উদ্দেশ্য ছিল ভাৰতবৰ্ষেৰ বাইৰে এবং অবাঙালি পাঠক এবং শ্ৰোতাদেৰকে তাৰ সাহিত্যকৰ্মেৰ সাথে পৰিচিত কৰিয়ে দেয়া এবং তাৰ ৰাজনৈতিক আদৰ্শ প্ৰচাৰ কৰা। যেমন ১৯১২ সালে ইংল্যান্ডে যাওয়াৰ সময় তিনি তাৰ এক তাক বইয় নিয়ে যান এবং এই বইগুলো বিভিন্ন মিশনাৰি ব্যক্তিত্ব, গ্ৰান্ধী প্ৰতিজি চাৰ্লস এফ অ্যান্ড্ৰুজ, অ্যাংলো-আইৰিশ কবি উইলিয়াম বাটলাৰ ইয়েট্‌স, এজৰা পাউন্ড ৰবাৰ্ট ব্ৰিজেস, আৰ্নস্ট ৰাইস প্ৰমুথ অনেককেই মুগ্ধ কৰেছিল। এমনকি ইয়েট্‌স গীতাঞ্জলিৰ ইংৰেজি অনুবাদেৰ ভূমিকা লিখেছিলেন এবং অ্যান্ড্ৰুজ শান্তিনিকেতনে এসে তাৰ সাথে যোগ দেন। ১৯১২ সালেৰ ১০ নভেম্বৰ ঠাকুৰ যুক্তৰাষ্ট্ৰ এবং যুক্তৰাজ্য ভ্ৰমণে যান। যুক্তৰাজ্যে তিনি অ্যান্ড্ৰুজেৰ চাকুৰিজীবী বন্ধুদেৰ সাথে বাটাৰটন এবং স্ট্যাফোৰ্ডশায়াৰে অবস্থান কৰেছিলেন। ১৯১৬ সালেৰ মে ৩ থেকে ১৯১৭ সালেৰ এপ্ৰিল মাস পৰ্যন্ত তিনি জাপান এবং যুক্তৰাষ্ট্ৰে বক্তৃতা কৰেন। এইসব বক্তৃতায় তিনি জাতীয়তাবাদ- বিশেষত জাপানী এবং মাৰ্কিন জাতীয়তাবাদেৰ নিন্দা কৰেন। তিনি "ভাৰতে জাতীয়তাবাদ" নামে একটি প্ৰবন্ধ ৰচনা কৰেন যাতে ভাৰতীয় জাতীয়তাবাদেৰ প্ৰতি বিদ্ৰুপ এবং এৰ প্ৰশংসা উভয়টিই ছিল। বিশ্বজনীন শান্তিবাদে বিশ্বাসীৰা অবশ্য এৰ প্ৰশংসাই কৰে থাকেন যেমন কৰেছেন ৰোমাঁ ৰোঁলা। সেখান থেকে ভাৰতে ফিৰে আসাৰ পৰপৰই ৬৩ বছৰ বয়সী ৰবীন্দ্ৰনাথ পেৰুভিয়ান সৰকাৰেৰ আমন্ত্ৰণে সেদেশে যান এবং একই সাথে মেক্সিকো যাওয়াৰ সুযোগটিও গ্ৰহণ কৰেন। তাৰ সফৰেৰ সম্মানে উভয় দেশেৰ সৰকাৰই শান্তিনিকেতনে বিশ্বভাৰতী শিক্ষাঙ্গণেৰ জন্য ১০০,০০০ মাৰ্কিন ডলাৰ অনুদান দেয়।

১৯২৪ সালেৰ ৬ নভেম্বৰ তিনি আৰ্জেন্টিনাৰ ৰাজধানী বুয়েনস আয়ৰ্‌স-এ যান। কিন্তু সেখানে যাবাৰ এক সপ্তাহেৰ মাথায় অসুস্থ হয়ে পড়ায় তাকে ভিক্টোৰিয়া ওকাম্পো-তে অবস্থিত Villa Miralrío-তে নিয়ে যাওয়া হয়। অসুস্থ ৰবীন্দ্ৰনাথ ১৯২৬ সালেৰ জানুয়াৰি মাসে ভাৰতেৰ উদ্দেশ্যে যাত্ৰা কৰেন। একই বছৰেৰ ৩০ মে তিনি ইতালিৰ নেপ্‌লসে পৌঁছেন এবং পৰদিন ইতালিৰ ফ্যাসিবাদী একনায়ক বেনিতো মুসোলিনিৰ সাথে সাক্ষাৎ কৰেন। উভয়েৰ মধ্যে উষ্ণ সম্পৰ্ক বিৰাজ কৰছিল। কিন্তু ১৯২৬ সালেৰ ২০ জুলাই ৰবীন্দ্ৰনাথ প্ৰথম মুসোলিনিৰ বিৰুদ্ধে কথা বলেন এবং এৰ ফলে তাদেৰ মধ্যকাৰ সে সম্পৰ্ক নষ্ট হয়ে যায়।

১৯৩২ চনত এপ্ৰিল-মে মাহত ৰবীন্দ্ৰনাথে (প্ৰথম শাৰী, সোঁফালৰ পৰা তৃতীয়) ইৰানী মজলিচৰ সদস্যসকলৰ স’তে সাক্ষাৎ কৰে।

১৯২৭ সালেৰ ১৪ জুলাই ঠাকুৰ অন্য দুইজন সঙ্গী নিয়ে দক্ষিণ-পূৰ্ব এশিয়াৰ কয়েকটি স্থানে চাৰ মাসেৰ সফৰে যান। এই স্থানগুলোৰ মধ্যে ছিল বালি, জাভা দ্বীপ, কুয়ালালামপুৰ, মালাক্কা, পেনাং, সিয়াম এবং সিঙ্গাপুৰ। তাৰ সে সময়কাৰ ভ্ৰমণকাহিনী যাত্ৰী নামক ৰচনায় স্থান পেয়েছে। ১৯৩০ সালেৰ প্ৰথমদিকে তিনি ইউৰোপ এবং আমেৰিকায় বছৰব্যাপী সফৰেৰ উদ্দেশ্যে বাংলা ত্যাগ কৰেন। সফৰ শেষে যুক্তৰাজ্যে ফিৰে যাওয়াৰ পৰ লন্ডন এবং প্যাৰিসে তাৰ চিত্ৰকৰ্মেৰ প্ৰদৰ্শনী হয়। এসময় তিনি বাৰ্মিংহামে ধৰ্মীয় ভ্ৰাতৃসংঘেৰ আশ্ৰয়ে অবস্থান কৰছিলেন। এখানে বসে তিনি অক্সফোৰ্ড বিশ্ববিদ্যালয়েৰ জন্য তাৰ বিখ্যাত হিবাৰ্ট ভাষণ প্ৰস্তুত কৰেন। তাৰ এই ভাষণেৰ বিষয় ছিল আমাদেৰ ঈশ্বৰেৰ মানবতাবোধ এবং মানুষ ও পৰমাত্মাৰ স্বৰ্গীয় ৰূপ। তিনি লন্ডনেৰ বাৰ্ষিক কোয়েকাৰ সম্মেলনেও বক্তৃতা কৰেছিলেন। সেখানে তাৰ বক্তৃতাৰ বিষয় ছিল ব্ৰিটিশ এবং ভাৰতীয়দেৰ সম্পৰ্ক যে বিষয়কে কেন্দ্ৰ কৰে তিনি পৰবৰ্তী দুই বছৰ অনেক চিন্তা-ভাবনা কৰেছেন। একইসাথে তিনি "dark chasm of aloofness" নিয়েও কথা বলেছিলেন। তাৰ পৰবৰ্তী সফৰ ছিল ডাৰ্টিংটন হলে অবস্থিত আগা খান ৩-এ। ডাৰ্টিংটন হলেই তিনি অবস্থান কৰেছিলেন। এৰপৰ ভ্ৰমণ কৰেন ডেনমাৰ্ক, সুইজাৰল্যান্ড এবং জাৰ্মানি। ১৯৩০ সালেৰ জুন থেকে সেপ্টেম্বৰেৰ মাঝামাঝি সময়টা এভাবেই কেটে যায়। এৰপৰ যান সোভিয়েত ইউনিয়নে। সৰ্বশেষে ১৯৩২ সালেৰ এপ্ৰিল মাসে ইৰানেৰ শাহ ৰেজা শাহ পাহলভি তাকে সৰকাৰীভাবে আমন্ত্ৰণ জানান। ৰবীন্দ্ৰনাথ নিজেও ইৰানী কবি হাফিজেৰ অতিন্দ্ৰীয় ফৰাসি সাহিত্যেৰ প্ৰতি আকৃষ্ট ছিলেন। শাহেৰ আমন্ত্ৰণে তিনি ইৰানে যান। এই ভ্ৰমণগুলোৰ মাধ্যমে ঠাকুৰ তৎকালীন সময়েৰ আলোচিত এবং বিখ্যাত অনেকেৰ সাথে পৰিচিত হন। এদেৰ মধ্যে উল্লেখযোগ্য হলেন হেনৰি বাৰ্গসন, আলবাৰ্ট আইনস্টাইন, ৰবাৰ্ট ফ্ৰস্ট, টমাস মান, জৰ্জ বাৰ্নাৰ্ড শ, এইচ জি ওয়েলস এবং ৰোঁমা ৰোঁলা। বিদেশে তাৰ একেবাৰে শেষ সফৰগুলোৰ মধ্যে ছিল ১৯৩২ সালে ইৰান, ইৰাক সফৰ; ১৯৩৩ সালে সেইলন ভ্ৰমণ। তাৰ সকল ভ্ৰমণ সামগ্ৰিকভাবে তাকে মানুষে মানুষে বিভাজন এবং জাতীয়তাবাদেৰ স্বৰূপ অনুধাবন কৰতে সক্ষম কৰে তুলেছিল।

[সম্পাদনা কৰক] সাহিত্যকৰ্ম

ঠাকুৰেৰ বাংলা ভাষাৰ শব্দগুলো মাঝেমাঝেই এ ধৰণেৰ কাঠেৰ সিলেৰ মাধ্যমে আঁকা হতো যাৰ নাম ৰ-ঠ। এৰ সাথে হাইদা-ৰ মিল ৰয়েছে। তাৰ পাণ্ডুলিপিতে এ ধৰণেৰ নকশা থাকতো।

ৰবীন্দ্ৰনাথেৰ সবচেয়ে প্ৰভাবশালী সাহিত্য হচ্ছে তাৰ কবিতা এবং গান। অবশ্য উপন্যাস, প্ৰবন্ধ, ছোটগল্প, ভ্ৰমণ কাহিনী এবং নাটক ৰচনায়ও তিনি সিদ্ধহস্ত ছিলেন। কবিতা ও গান বাদ দিলে তাৰ সবচেয়ে প্ৰভাবশালী ৰচনা হচ্ছে ছোটগল্প। তাকে বাংলা ভাষায় ছোটগল্প ৰচনাধাৰাৰ প্ৰতিষ্ঠাতা হিসেবে বিবেচনা কৰা হয়। তাৰ সাহিত্যকৰ্মেৰ ছান্দসিক, আশাবাদী এবং গীতিধৰ্মী ৰূপ সহজেই সকলকে আকৃষ্ট কৰে। সাধাৰণ বাঙালিদেৰ জীবনই ছিল তাৰ প্ৰধান উপজীব্য।

[সম্পাদনা কৰক] উপন্যাস আৰু প্ৰবন্ধ

ৰবীন্দ্ৰনাথ আটটি উপন্যাস ও চাৰটি উপন্যাসিকা লিখেছেন যাৰ মধ্যে ৰয়েছ চতুৰঙ্গ, শেষেৰ কবিতা, চাৰ অধ্যায়নৌকাডুবি

[সম্পাদনা কৰক] সঙ্গীত আৰু চিত্ৰশিল্প

ৰবীন্দ্ৰনাথ ঠাকুৰ ছিলেন একজন উচুদৰেৰ সংগীতজ্ঞ ও চিত্ৰকৰ। তাঁৰ লেখা ২,২৩০টি গাণ এখন বাংলা সংস্কৃতিৰ এক অবিচ্ছেদ্য অংশ। ৰবীন্দ্ৰনাথেৰ গান ৰবীন্দ্ৰ সংগীত হিসাবে পৰিচিত। ৰবীন্দ্ৰনাথেৰ গানকে আসলে তাৰ সাহিত্য থেক আলাদা কৰা মুশ্কিল। সেগুলোৰ বেশিৰভাগই কবিতা অথবা গল্প উপন্যাসেৰ অংশ, কিংবা অংম গীতি কবিতা বা নাটকেৰ। তাৰগানে হিন্দুস্থানী শাস্ত্ৰীয় সংগীতেৰ ঠুমৰীৰ বিশেস প্ৰভাব লক্ষ কৰা যায়। তবে মানব মনেৰ প্ৰায় সকল অভিব্যক্তিই তাৰ গানে ধৰা দিয়েছ বলে মনে কৰা হয়[23]

ষাট বছৰ বয়সে ৰবীন্দ্ৰনাথ ৰং তুলি হাতে নেন আৰ সফলভাবে আয়োজন কৰেন তাৰ নানা প্ৰদৰ্শনীৰ। তাঁৰ প্ৰথম চিত্ৰ প্ৰদৰ্শনী হয় প্যাৰিস শহৰে। দক্ষিণ ফ্ৰান্সেৰ এক শিল্পী তাকে এই প্ৰদৰ্শনীৰ জন্য অনুপ্ৰাণিত কৰেন। পৰে এই প্ৰদৰ্শনী ইউৰোপেৰ নানা স্থানে অনুষ্ঠিত হয়[24]

[সম্পাদনা কৰক] নাটক

নাটকে ৰবীন্দ্ৰনাথেৰ যাত্ৰা শুৰু হয় ষোল বছৰ বয়সে ভ্ৰাতা জ্যোতিৰিন্দ্ৰনাথ ঠাকুৰ অনুদিত মঁলিয়েৰেবুৰ্জোয়া? (Le Bourgeois Gentilhomme) নাটকে প্ৰধান চৰিত্ৰে অভিনয়েৰ মাধ্যমে। তাঁৰ প্ৰথম নাটক বাল্মিকী প্ৰতিভা তিনি লেখেন বিশ বছৰ বয়সে। এতে ডাকাত বাল্মিকী কিভাবে তাঁৰ জীবনদৰ্শন পালটে সৰস্বতীৰ আশীৰ্বাদপ্ৰাপ্ত হয়ে ৰামায়ণ ৰচনা কৰেন তা বৰ্ণিত হয়েছে। [25] এই নাটকে ৰবীন্দ্ৰনাথ নানা ধৰণেৰ নাট্যশৈলী এবং ভাবেৰ ব্যাপক প্ৰকাশ ঘটান যাৰ মধ্যে উল্লেখযোগ্য হচ্ছে কীৰ্তনেৰ ব্যবহাৰ এবং মাতাল গানে ঐতিহ্যবাহী ব্ৰিটিশ এবং আইৰিশ লোকসংগীতেৰ সুৰ সংযোজন। [26] ৰবীন্দ্ৰনাথেৰ আৰেকটি উল্লেখযোগ্য নাটক ডাকঘৰ, যেখানে একটি বালক তাৰ দৈনন্দিন আবদ্ধ জীবন থেকে মুক্তি চায় এবং অবশেষে ঘুমিয়ে পড়ে (যেটা তাৰ দৈহিক মৃত্যুকেই নিৰ্দেশ কৰে)। সাৰ্বজনীন আবেদনমূলক ডাকঘৰেৰ এ গল্পে (ইউৰোপে যা প্ৰভূত সাড়া ফেলেছিল) যে মৃত্যু দেখানো হয়েছে, তা ৰবীন্দ্ৰনাথেৰ ভাষায়, “জাগতিক স্তুপিকৃত সম্পদ ও প্ৰচলিত বিশ্বাস” থেকে “আধ্যাত্মিক মুক্তি”।[27][28]

১৮৯০ সালে ৰবীন্দ্ৰনাথ বিসৰ্জন ৰচনা কৰেন যা তাঁৰ ৰচিত সৰ্বশ্ৰেষ্ঠ নাটক হিসেবে অনেকে বিবেচনা কৰেন।[25] পৰেৰ দিকে ৰচিত নাটকগুলিতে ৰবীন্দ্ৰনাথ ৰূপকেৰ বেশী ব্যবহাৰ কৰেছেন, যাৰ মধ্যে ডাকঘৰ অন্যতম। ৰবীন্দ্ৰনাথেৰ আৰেকটি উল্লেখযোগ্য নাটক চন্ডালিকা, যাৰ বিষয়বস্তু গড়ে উঠেছে একটি প্ৰাচীণ বৌদ্ধ কিংবদন্তীকে ঘিৰে যেখানে গৌতম বুদ্ধেৰ শিষ্য আনন্দ একটি আদিবাসী মেয়েৰ কাছ থেকে কিভাবে জল চাচ্ছেন তা বৰ্ণিত হয়েছে। [29] ৰবীন্দ্ৰনাথেৰ সবচেয়ে বিখ্যাত নাটক ৰক্তকৰবী, যেখানে একজন লোভী ৰাজাৰ কথা বলা হয়েছে যিনি ধনী হওয়াৰ জন্য তাৰ প্ৰজাদেৰ খনিতে কাজ কৰতে বাধ্য কৰেন। নাটকেৰ নায়িকা নন্দিনী সাধাৰণ মানুষকে ঐক্যবদ্ধ কৰে এসব অনাচাৰেৰ অবসান ঘটায়। ৰবীন্দ্ৰনাথেৰ উল্লেখযোগ্য অন্যান্য নাটকেৰ মধ্যে ৰয়েছে চিত্ৰাংগদা, ৰাজা, এবং মায়াৰ খেলা। ৰবীন্দ্ৰনাথেৰ নাচ ভিত্তিক নাটকগুলো ৰবীন্দ্ৰ নৃত্যনাট্য হিসেবে পৰিচিত।

[সম্পাদনা কৰক] ছুটিগল্প

[সম্পাদনা কৰক] কবিতা

[সম্পাদনা কৰক] ৰাজনৈতিক মতাদৰ্শ

শান্তিনিকেতনত গান্ধীৰ ভ্ৰমণ। ৰবীন্দ্ৰনাথৰ স’তে মহাত্মা গান্ধী আৰু তেওঁৰ পত্নী কস্তুৰবা গান্ধী, ১৯৪০।

ৰবীন্দ্ৰনাথেৰ ৰাজনৈতিক মতাদৰ্শে বিবিধ দৰ্শনেৰ প্ৰভাব ৰয়েছে। তিনি ইউৰোপীয় ঔপনিবেশিকতাৰ প্ৰতিবাদ কৰেন, এবং ভাৰতীয় জাতীয়তাবাদী আন্দোলনকে সমৰ্থন দেন।[30]। হিন্দু-জাৰ্মান ষড়যন্ত্ৰেৰ কথা তিনি জানতেন বলে পৰবৰ্তীতে প্ৰমাণ পাওয়া যায়। এই ষড়যন্ত্ৰেৰ জন্য জাপানী সমৰ্থন লাভেৰ উদ্দেশ্যে তিনি জাপানেৰ প্ৰধানমন্ত্ৰী কাউন্ট তেৰাউচি ও প্ৰাক্তন প্ৰধানমন্ত্ৰী কাউন্ট ওকুমাৰ সাথে আলাপ কৰেন।[31] তবে, একই সাথে তিনি স্বদেশী আন্দোলনেৰ বিৰুদ্ধে ছিলেন, এবং ১৯২৫ সালেৰ একটি প্ৰবন্ধে এই আন্দোলনকে চৰকাৰ পাগলামী বলে আখ্যায়িত কৰেন। [32] দেশকে স্বাধীন কৰাৰ জন্য অসহযোগ ও সশস্ত্ৰ আন্দোলনেৰ বদলে তিনি স্বনিৰ্ভৰতা ও জনমানুষেৰ আত্মিক উন্নতিৰ উপৰে যোগ দেন। তাঁৰ মতে, ব্ৰিটিশ ঔপনিবেশিক শাসন অশুভ নয়, বৰং সামাজিক সমস্যাৰ ৰাজনৈতিক ৰূপ। তিনি ভাৰতবাসীকে এই শাসন মেনে নিতে আহবান জানিয়ে বলেন, "there can be no question of blind revolution, but of steady and purposeful education".[33]

[সম্পাদনা কৰক] প্ৰভাব

অনেকেৰ মতে ৰবীন্দ্ৰনাথেৰ গানে প্ৰাচীন আইৰিশ এবং স্কটিশ সুৰ ও ছন্দেৰ ব্যাপক প্ৰভাব ৰয়েছে। উদাহৰণস্বৰূপ বলা যায় , "পুৰোনো সেই দিনেৰ কথা" গানটিৰ মূল সুৰ নেয়া হয়েছে স্কটিশ লোকগীতি "অল্ড ল্যাং সাইন" হতে। এছাড়া তাৰ অনেক গানেই স্থানীয় বাউল গান, দক্ষিণ ভাৰতেৰ কৰ্ণাটকেৰ উচ্চাঙ সঙ্গীতেৰ প্ৰভাব পৰিলক্ষিত হয়েছে।

[সম্পাদনা কৰক] তথ্যসূত্ৰ

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত