মাহ

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা


মাহ হ’ল সময় গণনা কৰাৰ এটা একক, যি পঞ্জিকাত ব্যৱহাৰ কৰা হয়। সাধাৰণতে চন্দ্ৰৰ এটা পূৰ্ণ পৰিক্ৰমন কালৰ সৈতে ইয়াৰ সম্পৰ্ক আছে।

আঙুলিৰ গাঠিৰ ওপৰত মাহ গণনা কৰাৰ এক জনপ্ৰিয় পদ্ধতি য’ত গাঠিৰ ওখ অংশ ৩১ দিন, আঙুলিৰ মাজৰ দ অংশ (নীলা): ৩০ দিন আৰু ফেব্ৰুৱাৰী (ৰঙা) ২৮ অথবা ২৯ দিন হয়।

সূচী

[সম্পাদনা কৰক] জুলিয়ান আৰু গ্ৰেগৰিয়ান বৰ্ষপঞ্জি

# বৰ্ণানুক্ৰম দিন
জানুৱাৰী ৩১ দিন
ফেব্ৰুৱাৰী ২৮ দিন, ২৯ দিন লিপ ইয়েৰ
মাৰ্চ ৩১ দিন
এপ্ৰিল ৩০ দিন
মে ৩১ দিন
জুন ৩০ দিন
জুলাই ৩১ দিন
আগষ্ট ৩১ দিন
ছেপ্টেম্বৰ ৩০ দিন
১০ অক্টোবৰ ৩১ দিন
১১ নৱেম্বৰ ৩০ দিন
১২ ডিছেম্বৰ ৩১ দিন

[সম্পাদনা কৰক] অসমীয়া বৰ্ষপঞ্জি

অসমীয়া বৰ্ষপঞ্জিৰ বিভিন্ন মাহৰ নামবোৰ একাদিক্ৰমে লিখা হ’ল:

# বৰ্ণানুক্ৰম
বহাগ
জেঠ
আষাঢ়
শাওন
ভাদ
আহিন
কাতি
আঘোণ
পুহ
১০ মাঘ
১১ ফাগুন
১২ চ’ত


[সম্পাদনা কৰক] বাংলা/হিন্দু বৰ্ষপঞ্জি

বাংলা বৰ্ষপঞ্জি্ৰ বিভিন্ন মাহৰ নামবোৰ একাদিক্ৰমে লিখা হ’ল:

# বৰ্ণানুক্ৰম দিন
বৈশাখ ৩০ দিন
জ্যৈষ্ঠ ৩১ দিন
আষাঢ় ৩১ দিন
শ্ৰাবণ ৩১ দিন
ভাদ্ৰ ৩১ দিন
আশ্বিন ৩০ দিন
কাৰ্তিক ২৯ দিন
অগ্ৰহায়ণ ২৯ দিন
পৌষ ২৯ দিন
১০ মাঘ ২৯ দিন
১১ ফাল্গুন ২৯ দিন
১২ চৈত্ৰ ৩০ দিন

[সম্পাদনা কৰক] ইছলামিক বৰ্ষপঞ্জি

ইছলামিক বৰ্ষপঞ্জিৰ বিভিন্ন মাহৰ নামবোৰ একাদিক্ৰমে লিখা হ’ল:

# বৰ্ণানুক্ৰম দিন আৰবী
মুহৰম ৩০ দিন محرّم
সফৰ ২৯ দিন صفر
ৰবিউল আউয়াল ৩০ দিন ربيع الأول
ৰবিউস সানি ২৯ দিন ربيع الآخر أو ربيع الثاني
জমাদিউল আউয়াল ৩০ দিন جمادى الأول
জমাদিউস সানি ২৯ দিন جمادى الآخر أو جمادى الثاني
ৰজব ৩০ দিন رجب
শা'বান ২৯ দিন شعبان
ৰমজান ৩০ দিন رمضان
১০ শাওয়াল ২৯ দিন شوّال
১১ জ্বিলকদ ৩০ দিন ذو القعدة
১২ জ্বিলহজ্জ ২৯ দিন অথবা ৩০ দিন ذو الحجة

[সম্পাদনা কৰক] তামিলসকলৰ মাহবোৰ

তামিল বৰ্ষপঞ্জিৰ বিভিন্ন মাহৰ নামবোৰ একাদিক্ৰমে লিখা হ’ল:

# বৰ্ণানুক্ৰম
চিতিৰাই
ভাইকাচি
আনি়
আদি
আভানি
পুৰৰাথিচি
আইয়পাচি
কাৰথিগাই
মাৰগাযহি
১০ থাই
১১ মাচি
১২ পাঙ্গুনি

[সম্পাদনা কৰক] সিংহলি বৰ্ষপঞ্জি

সিংহলি বৰ্ষপঞ্জিৰ শ্ৰীলঙ্কাত প্ৰচলিত। সিংহলি বৰ্ষপঞ্জিৰ বিভিন্ন মাহৰ নামবোৰ একাদিক্ৰমে লিখা হ’ল:

# বৰ্ণানুক্ৰম
ভেসাক
পসন
এসাল
নিকিন
বিনাৰ
ভাপ
ইল
অন্দুভাপ
দুৰুথ
১০ নাভাম
১১ মেদিন
১২ বাক


ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত