মুঠ ঘৰুৱা উৎপাদন অনুসৰি ভাৰতীয় ৰাজ্যৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

এই তালিকাত ভাৰতীয় ৰাজ্যসমূহৰ মুঠ ঘৰুৱা উৎপাদনৰ তালিকা আৰু লগতে মুঠ ঘৰুৱা উৎপাদনত বৃদ্ধিৰ হাৰো দৰ্শোৱা হৈছে।[1]

২৫০ বিলিয়ন ইউ এছ ডিৰে মহাৰাষ্ট্ৰ তালিকাৰ শীৰ্ষত, আৰু ৬০ মিলিয়ন ইউ এছ ডিৰে লক্ষদ্বীপ তালিকাৰ আটাইতকৈ তলত।

২০১৪-১৫ৰ তথ্য মিনিষ্ট্ৰি অৱ ষ্টেটিষ্টিক্স এণ্ড প্ৰগ্ৰেম ইম্প্লিমেণ্টেচনৰপৰা লোৱা।

GDP of Indian States in 2013 - 14
Ranking State/UT GDP in 2014-15 (in crore rupees)
ভাৰত ১২৫.৪১ লাখ কোটি (১.৭৬ ট্ৰিলিয়ন ডলাৰ)
1 মহাৰাষ্ট্ৰ ১৬.৮ লাখ কোটি (২৩৫.৫৪ বিলিয়ন ডলাৰ)
2 তামিলনাডু ৯.৭৬ লাখ কোটি (১৩৬.৮৪ বিলিয়ন ডলাৰ)
3 উত্তৰ প্ৰদেশ ৯.৭৬ লাখ কোটি (১৩৬.৮৪ বিলিয়ন ডলাৰ)
4 পশ্চিমবঙ্গ ৮.০০ লাখ কোটি (১১২.১৬ বিলিয়ন ডলাৰ)
5 গুজৰাট ৭.৬৫ লাখ কোটি (১০৭.২৫ বিলিয়ন ডলাৰ)
6 কৰ্ণাটক ৭.০২ লাখ কোটি (৯৮.৪২ বিলিয়ন ডলাৰ)
7 ৰাজস্থান ৫.৭ লাখ কোটি (৭৯.৯১ বিলিয়ন ডলাৰ)
8 অন্ধ্ৰপ্ৰদেশ ৫.২০ লাখ কোটি (৭২.৯ বিলিয়ন ডলাৰ)
9 মধ্যপ্ৰদেশ ৫.০৮ লাখ কোটি (৭১.২২ বিলিয়ন ডলাৰ)
10 দিল্লী ৪.৫১ লাখ কোটি (৬৩.২৩ বিলিয়ন ডলাৰ)
11 তেলঙ্গানা ৪.৩০ লাখ কোটি (৬০.২৯ বিলিয়ন ডলাৰ)
12 বিহাৰ ৪.০২ লাখ কোটি (৫৬.৩৬ বিলিয়ন ডলাৰ)
13 কেৰালা ৩.৯৬ লাখ কোটি (৫৫.৫২ বিলিয়ন ডলাৰ)
14 হাৰিয়ানা ৩.৮৯ লাখ কোটি (৫৪.৫৪ বিলিয়ন ডলাৰ)
15 পঞ্জাব ৩.১৭ লাখ কোটি (৪৪.৪৪ বিলিয়ন ডলাৰ)
16 ওড়িশা ২.৭২ লাখ কোটি (৩৮.১৩ বিলিয়ন ডলাৰ)
17 চণ্ডীগড় ১.৮৫ লাখ কোটি (২৫.৯৪ বিলিয়ন ডলাৰ)
18 ঝাৰখণ্ড ১.৭৩ লাখ কোটি (২৪.২৫ বিলিয়ন ডলাৰ)
19 অসম ১.৫৯ লাখ কোটি (২২.২৯ বিলিয়ন ডলাৰ)
20 উত্তৰাখণ্ড ১.২৩ লাখ কোটি (১৭.২৪ বিলিয়ন ডলাৰ)
21 জম্মু আৰু কাশ্মীৰ ০.৮৭ লাখ কোটি (১২.২ বিলিয়ন ডলাৰ)
22 হিমাচল প্ৰদেশ ০.৮৩ লাখ কোটি (১১.৬৪ বিলিয়ন ডলাৰ)
23 গোৱা ০.৪৯ লাখ কোটি (৬.৮৭ বিলিয়ন ডলাৰ)
24 চণ্ডীগড় ০.২৯ লাখ কোটি (৪.০৭ বিলিয়ন ডলাৰ)
25 ত্ৰিপুৰা ০.২৭ লাখ কোটি (৩.৭৯ বিলিয়ন ডলাৰ)
26 মেঘালয় ০.২২ লাখ কোটি (৩.০৮ বিলিয়ন ডলাৰ)
27 পুডুছেৰী ০.২১ লাখ কোটি (২.৯৪ বিলিয়ন ডলাৰ)
28 নাগালেণ্ড ০.১৮ লাখ কোটি (২.৫২ বিলিয়ন ডলাৰ)
29 মণিপুৰ ০.১৪ লাখ কোটি (১.৯৬ বিলিয়ন ডলাৰ)
30 অৰুণাচল প্ৰদেশ ০.১৪ লাখ কোটি (১.৯৬ বিলিয়ন ডলাৰ)
31 ছিক্কিম ০.১২ লাখ কোটি (১.৬৮ বিলিয়ন ডলাৰ)
32 মিজোৰাম ০.১ লাখ কোটি (১.৪ বিলিয়ন ডলাৰ)
33 আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ০.০৬২ লাখ কোটি (০.৮৭ বিলিয়ন ডলাৰ)
34 দাদৰা আৰু নগৰ হাভেলী ০.০২৪৪ লাখ কোটি (০.৩৪ বিলিয়ন ডলাৰ)
35 দমন আৰু দিউ ০.০১০৫৯ লাখ কোটি (০.১৫ বিলিয়ন ডলাৰ)
36 লক্ষদ্বীপ ০.০০৪০৭ লাখ কোটি (০.০৬ বিলিয়ন ডলাৰ)

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

References

বাহ্যিক সংযোগ[সম্পাদনা কৰক]