সমললৈ যাওক

অসমত দেখা পোৱা পখিলাবোৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসমীয়া নামইংৰাজী নামবৈজ্ঞানিক নামচিত্ৰ
সাধাৰণ ব্লুবটলCommon bluebottleGraphium sarpedon
নীলাফুটুকী জেCommon JayGraphium doson
নেজাল জেTailed JayGraphium agamemnon
হালধীয়া ফুটুকী মাইমCommon MimePapilio clytia
সাধাৰণ মৰমনCommon MormonPapilio polytes
ৰাভেন পখিলাCommon RavenPapilio castor
ৰঙা হেলেনRed HelenPapilio helenus
হালধীয়া হেলেনYellow HelenPapilio nephelus
বৃহৎ মৰমনGreat MormonPapilio memnon
ৰঙাফুটৰ ক'লীয়া পখিলাSpanglePapilio protenor
নেমুটেঙা পখিলাLime butterflyPapilio demoleus
পেৰিছৰ ময়ূৰীParis PeacockPapilio paris
ৰঙাবক্ষৰ পখিলাRedbreastPapilio alcmenor
সাধাৰণ গোলাপী পখিলাCommon RosePachliopta aristolochiae
চৰাইৰ ডেউকাৰ পখিলাCommon BirdwingTroides helena
বৃহৎ উইণ্ডমিলGreat Windmill butterflyByasa dasarada
গোলাপী উইণ্ডমিলRose WindmillByasa latreillei
বাদুলিপাখিৰ পখিলাBatwingAtrophaneura varuna
তৰুৱাল নেজীয়া পখিলাSword-tailGraphium nomius
জীয়ানেজীয়া পখিলাDragon TailLamproptera meges

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  • শৈলেন্দ্ৰ মোহন দাস, মৃণালী নেওগ দাস; 'চাতকনেজীয়া পখিলাবোৰ';প্ৰান্তিক-১৬/১২/২০১০; পৃষ্ঠা-২৮-৩০।