অসমত হত্যাৰ বলি হোৱা সাংবাদিকৰ তালিকা
১৯৮৭ চনৰ পৰা বিশজনতকৈও অধিক সম্পাদক, সাংবাদিক বা সংবাদপত্ৰৰ লগত জড়িত ব্যক্তিক অসমত হত্যা কৰা হৈছে।
নাম | মিডিয়া | পদ | কৰ্মস্থলী | হত্যাকাৰী | হত্যাৰ স্থান | বছৰ | চিত্ৰ |
---|---|---|---|---|---|---|---|
পুনৰমল আগৰৱালা | দা আচাম ট্ৰিবিউন | সংবাদদাতা | কামপুৰ | আলফা | কামপুৰ | ১৯৮৭ | ![]() |
কমলা শইকীয়া | আজিৰ অসম | স্থানীয় সংবাদদাতা | শিৱসাগৰ | আলফা | শিৱসাগৰ | ৯ আগষ্ট ১৯৯১ |
![]() |
পবিত্ৰ নাৰায়ণ | দা নৰ্থ ইষ্ট টাইম্ছ | সংবাদদাতা | শিৱসাগৰ | সন্দেহযুক্ত চোৰাং কাঠ ব্যৱসায়ী | সোণাৰী, শিৱসাগৰ | ১৯ আগষ্ট ১৯৯৫ |
![]() |
দীপক স্বৰ্গীয়াৰী | সাংবাদিক | গোৰেশ্বৰ | অচিনাক্ত উগ্ৰবাদী | ২৪ চেপ্তেম্বৰ ১৯৯৫ |
![]() | ||
মাণিক দেউৰী | সাংবাদিক | গোৰেশ্বৰ | বি.এল.টি. | ডিফু | April 26 1996 |
![]() | |
পৰাগ কুমাৰ দাস | অসমীয়া প্ৰতিদিন | কাৰ্যবাহী সম্পাদক | গুৱাহাটী | ছালফা | গুৱাহাটী | ১৭ মে' ১৯৯৬ |
![]() |
পাঞ্জা আলী | স্থানীয় সংবাদদাতা | অচিনাক্ত উগ্ৰবাদী | কচুগাঁও, কোকৰাঝাৰ | ১৯৯৭ | ![]() | ||
নুৰুল হক | স্থানীয় সংবাদদাতা | সন্দেহযুক্ত মাফিয়া | হোজাই, নগাঁও | ১৯৯৮ | ![]() | ||
আলফেইড চাজাদ | চিত্ৰগ্ৰহণকাৰী | গ্ৰেনেড বিস্ফোৰণ | শিৱসাগৰ এচ.পি. কাৰ্যালয়ৰ ভিতৰত | ১৯৯৯ | ![]() | ||
জিতেন চুতীয়া | সাংবাদিক | গ্ৰেনেড বিস্ফোৰণ | শিৱসাগৰ এচ.পি. কাৰ্যালয়ৰ ভিতৰত | ১৯৯৯ | ![]() | ||
ৰত্নেশ্বৰ শৰণীয়া শাস্ত্ৰী | জ্যেষ্ঠ সাংবাদিক | আলফা | বৰপেটা | ৩১ ডিচেম্বৰ ১৯৯৯ |
![]() | ||
দীনেশ ব্ৰহ্ম | সাংবাদিক | গুপ্তঘাতক | ধুবুৰী | ২৪ মাৰ্চ ২০০৩ |
![]() | ||
ইন্দ্ৰমোহন হাকচামা | আমাৰ অসম | স্থানীয় সংবাদদাতা | আগীয়া, গোৱালপাৰা | ২০০৩ | ![]() | ||
প্ৰহ্লাদ গোৱালা | অসমীয়া খবৰ | সংবাদদাতা | গোলাঘাট | ৬ জানুৱাৰী ২০০৫ |
![]() | ||
কনক ৰাজ মেধি | সাংবাদিক | শুৱালকুচি | ৰহস্যজনক পৰিস্থিতিত মৃত্যু | ২৯ অক্টোবৰ ২০০৬ |
![]() | ||
মহম্মদ মুচলিমুদ্দিন | সাংবাদিক | হোজাই | ২০০৭ | ![]() | |||
ব'ড'চা নাৰ্জাৰী | বড়োলেণ্ড টি.ভি. | নিৰ্দেশক | সন্দেহযুক্ত পূৰ্ব বি.এল.টি. আৰু বি.পি.এফ.ৰ যুৱ গোটৰ সদস্য | ভবাণীপুৰ, কোকৰাঝাৰ | ১ এপ্ৰিল ২০০৭ |
![]() | |
জগজিত শইকীয়া | আমাৰ অসম | সংবাদদাতা | কোকৰাঝাৰ | কোকৰাঝাৰ | ২২ নৱেম্বৰ ২০০৮ |
![]() | |
অনিল মজুমদাৰ | আজি | কাৰ্যবাহী সম্পাদক | অচিনাক্ত বন্দুকধাৰী | ৰাজগড়, গুৱাহাটী | ২৪ মাৰ্চ ২০০৯ |
![]() |