অসমত হত্যাৰ বলি হোৱা সাংবাদিকৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

১৯৮৭ চনৰ পৰা বিশজনতকৈও অধিক সম্পাদক, সাংবাদিক বা সংবাদপত্ৰৰ লগত জড়িত ব্যক্তিক অসমত হত্যা কৰা হৈছে।

নাম মিডিয়া পদ কৰ্মস্থলী হত্যাকাৰী হত্যাৰ স্থান বছৰ চিত্ৰ
পুনৰমল আগৰৱালা দা আচাম ট্ৰিবিউন সংবাদদাতা কামপুৰ আলফা কামপুৰ ১৯৮৭ Replace this image male.svg
কমলা শইকীয়া আজিৰ অসম স্থানীয় সংবাদদাতা শিৱসাগৰ আলফা শিৱসাগৰ ৯ আগষ্ট
১৯৯১
Replace this image male.svg
পবিত্ৰ নাৰায়ণ দা নৰ্থ ইষ্ট টাইম্‌ছ সংবাদদাতা শিৱসাগৰ সন্দেহযুক্ত চোৰাং কাঠ ব্যৱসায়ী সোণাৰী, শিৱসাগৰ ১৯ আগষ্ট
১৯৯৫
Replace this image male.svg
দীপক স্বৰ্গীয়াৰী সাংবাদিক গোৰেশ্বৰ অচিনাক্ত উগ্ৰবাদী ২৪ চেপ্তেম্বৰ
১৯৯৫
Replace this image male.svg
মাণিক দেউৰী সাংবাদিক গোৰেশ্বৰ বি.এল.টি. ডিফু April 26
1996
Replace this image male.svg
পৰাগ কুমাৰ দাস অসমীয়া প্ৰতিদিন কাৰ্যবাহী সম্পাদক গুৱাহাটী ছালফা গুৱাহাটী ১৭ মে'
১৯৯৬
Parag Kumar Das.jpg
পাঞ্জা আলী স্থানীয় সংবাদদাতা অচিনাক্ত উগ্ৰবাদী কচুগাঁও, কোকৰাঝাৰ ১৯৯৭ Replace this image male.svg
নুৰুল হক স্থানীয় সংবাদদাতা সন্দেহযুক্ত মাফিয়া হোজাই, নগাঁও ১৯৯৮ Replace this image male.svg
আলফেইড চাজাদ চিত্ৰগ্ৰহণকাৰী গ্ৰেনেড বিস্ফোৰণ শিৱসাগৰ এচ.পি. কাৰ্যালয়ৰ ভিতৰত ১৯৯৯ Replace this image male.svg
জিতেন চুতীয়া সাংবাদিক গ্ৰেনেড বিস্ফোৰণ শিৱসাগৰ এচ.পি. কাৰ্যালয়ৰ ভিতৰত ১৯৯৯ Replace this image male.svg
ৰত্নেশ্বৰ শৰণীয়া শাস্ত্ৰী জ্যেষ্ঠ সাংবাদিক আলফা বৰপেটা ৩১ ডিচেম্বৰ
১৯৯৯
Replace this image male.svg
দীনেশ ব্ৰহ্ম সাংবাদিক গুপ্তঘাতক ধুবুৰী ২৪ মাৰ্চ
২০০৩
Replace this image male.svg
ইন্দ্ৰমোহন হাকচামা আমাৰ অসম স্থানীয় সংবাদদাতা আগীয়া, গোৱালপাৰা ২০০৩ Replace this image male.svg
প্ৰহ্লাদ গোৱালা অসমীয়া খবৰ সংবাদদাতা গোলাঘাট ৬ জানুৱাৰী
২০০৫
Replace this image male.svg
কনক ৰাজ মেধি সাংবাদিক শুৱালকুচি ৰহস্যজনক পৰিস্থিতিত মৃত্যু ২৯ অক্টোবৰ
২০০৬
Replace this image male.svg
মহম্মদ মুচলিমুদ্দিন সাংবাদিক হোজাই ২০০৭ Replace this image male.svg
ব'ড'চা নাৰ্জাৰী বড়োলেণ্ড টি.ভি. নিৰ্দেশক সন্দেহযুক্ত পূৰ্ব বি.এল.টি. আৰু বি.পি.এফ.ৰ যুৱ গোটৰ সদস্য ভবাণীপুৰ, কোকৰাঝাৰ ১ এপ্ৰিল
২০০৭
Replace this image male.svg
জগজিত শইকীয়া আমাৰ অসম সংবাদদাতা কোকৰাঝাৰ কোকৰাঝাৰ ২২ নৱেম্বৰ
২০০৮
Replace this image male.svg
অনিল মজুমদাৰ আজি কাৰ্যবাহী সম্পাদক অচিনাক্ত বন্দুকধাৰী ৰাজগড়, গুৱাহাটী ২৪ মাৰ্চ
২০০৯
Replace this image male.svg

তথ্যসূত্ৰ[সম্পাদনা কৰক]