অসমীয়া-বঙালী ভাষাগোষ্ঠী
অৱয়ব
(অসমীয়া-বঙালী ভাষাৰ পৰা পুনঃনিৰ্দেশিত)
| অসমীয়া-বঙালী | |
|---|---|
| গৌড়-কামৰূপীয়া | |
| ভৌগোলিক বিস্তৃতি: |
বাংলাদেশ, ভাৰত, ম্যানমাৰ, নেপাল |
| ভাষাৰ শ্ৰেণীবিভাজন: | ভাৰত-ইউৰোপীয় |
| উপশ্ৰেণীসমূহ: |
—
|
অসমীয়া-বঙালী ভাষাগোষ্ঠী (বা বঙালী-অসমীয়া ভাষাগোষ্ঠী) হৈছে ভাৰত-আৰ্য ভাষা পৰিয়ালৰ পূব এলেকাৰ গোষ্ঠী।
এই গোষ্ঠীটোৰ ভাষাবিলাক হ’ল:
| ভাষা | থলুৱা নাম | কওঁতাৰ সংখ্যা (নিযুতত) | অঞ্চল |
|---|---|---|---|
| বঙালী | বাংলা Bangla |
২২০[1] | |
| অসমীয়া | অসমীয়া Oxomiya |
২৪ | |
| কোচ ৰাজবংশী | ৰংপুৰী / ৰাজবংশী / কোচ ৰাজবংশী Rongpuri / Rajbongši / Kʊch rajbongsi |
১৫ | |
| চট্টগ্ৰামীয়া | চাঁটগাঁইয়া Čąŧgąiya |
১৩ | |
| ছিলঠীয়া | ꠍꠤꠟꠐꠤ Siloŧi |
১১ | |
| ৰহিঙীয়া | رُاَࣺينڠَ Ruáingga |
১.৮ | |
| চাকমা | 𑄌𑄧𑄁𑄟𑄧 Sangma |
০.৩৩ | |
| বিষ্ণুপ্ৰিয়া মণিপুৰী | বিষ্ণুপ্ৰিয়া মণিপুৰী Bișnupriya Monipuri |
০.১২ | |
| হাজং | হাজং Hazong |
০.০৬ | |
| তাঞ্চঙীয়া | তঞ্চঙ্গ্যা Tonsongya |
০.০৫ |