সমললৈ যাওক

আহোম ভাষাত ঠাইৰ নামৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আহোম ভাষাৰ পৰা উৎপত্তি হোৱা ঠাইবোৰৰ নাম তলত দিয়া হৈছে:[1]

ক্ৰমিক নংঠাইৰ নামমূল আহোম শব্দ বা অৰ্থ
পাটকাইপ্যাত কাই
টিৰাপতি ৰাপ (তি মানে ঠাই, ৰাপ মানে লগলগোৱা)
নামৰূপনাম ৰুকৰ পৰা অপভ্ৰংশ
টিপামতি পাম
টিপংতি পং
মাকুমমাকুম
টিংখঙটিঙ খাঙ
টুংখাঙটুঙ খাঙ
টিপ্লিঙটিপ্লিঙ
১০চামদাংচামদাং
১১নামদাংনামদাং
১২পাৱৈপাৱাই
১৩টিককতি কক
১৪টিংৰাইতিঙ ৰাই
১৫লিডুলিডু
১৬চেপন চেপন
১৭নামচাংনামচাং
১৮নামখুননামখুন
১৯মকক চাংমকক চাং
২০টুৱেন চাংটিৱেন চাং
২১চৰাইদেউচেৰাইডয় (চাওলুং চুকাফাই স্থাপন কৰা মুখ্য ৰাজধানী আছিল)
২২চন্তকচং তকৰ অপভ্ৰংশ
২৩টিফুকটিফুক
২৪নামফুকনামফুক
২৫চফ্ৰাইথমফ্ৰাইৰ অপভ্ৰংশ
২৬নাজিৰানাজিৰা
২৭ৰাওনাৰাওনা
২৮টিয়কটিয়ক
২৯দুকলোঙিয়াডয় ক্লঙৰ অপভ্ৰংশ
৩০খুমটাইখুমটাই
৩১কলংক্লঙৰ অপভ্ৰংশ
৩২লালুকলা ৰুকৰ অপভ্ৰংশ
৩৩টংলাটংলা
৩৪চিলাচিলা
৩৫চাংচাৰি(আহোম যুগৰ চিকিৎসালয় থকা ঠাই)
৩৬টিহুটিহু
৩৭নামনাত্তাৰিনামনাত্তাৰি
৩৮নামলাইনামলাই
৩৯নামচিকনামচিক
৪০খোৱাংখোৱাং
৪১লেঙেৰীলেঞৰি (লেঞ মানে খেদি যোৱা, ৰি মানে আগভেটি বাদানুবাদ কৰা)
৪২পেঙেৰীপেঞেৰি (পেঞ মানে হাত সৰা, ৰি মানে আগভেটি বিবাদ কৰা)
৪৩লেংৰাই(লেং মানে এক, ৰাই মানে ওখ ঠাই)

লগতে চাওক

[সম্পাদনা কৰক]

তথ্যউৎস

[সম্পাদনা কৰক]
  1. বৰুৱা, বি.; দেওধাই ফুকন, এন.এন. (১৯৬৪) ( আহোম ভাষাত). Ahom lexicon based on original Tai Manuscripts. Department of Historical and antiquarian studies in Assam Gauhati.