নগাঁও চহৰৰ মাজেৰে বৈ যোৱা কলং নদী
কলং নদী নাইবা কৈলাং (ইংৰাজী: Kolong) হৈছে ব্ৰহ্মপুত্ৰ নদীৰ এখন উপনদী। এই নদীখন নগাঁও জিলাৰ জখলাবন্ধাৰ হাতীমূৰা অঞ্চলৰ ব্ৰহ্মপুত্ৰ নদীৰ পৰা আঁতৰি গৈছে আৰু গুৱাহাটীৰ কাষৰ কলংপাৰত সমাপ্ত হৈছে। উপনদীখন প্ৰায় ২৫০ কিলোমিটাৰ (১৬০ মিঃ) দীঘল আৰু নদীখন নগাঁও, মৰিগাঁও আৰু কামৰূপ জিলাসমূহৰ মাজেৰে প্ৰবাহিত হৈছে। ডিজু, মিচা আৰু কেইখনমান সৰু জলস্ৰোত কলং নদীৰ গতিপথৰ সংস্পৰ্শলৈ আহে। নদীখন নগাঁৱৰ চহৰীয়া অঞ্চলৰ মাজেৰে প্ৰবাহিত হৈছে আৰু চহৰখনক নগাঁও আৰু হয়বৰগাঁৱত বিভক্ত কৰিছে।[1]
কলং নদীৰ নৈসৰ্গিক সৌন্দৰ্য
নগাঁৱৰ ৰত্নকান্ত বৰকাকতী দলঙৰ পৰা কলং নদীৰ দৃশ্য
|
---|
| ব্ৰহ্মপুত্ৰ |
উত্তৰ বাহিনী উপনৈ | |
---|
| দক্ষিণ বাহিনী উপনৈ | |
---|
| |
---|
| বৰাক |
উত্তৰ পাৰৰ উপনৈ | |
---|
| দক্ষিণ পাৰৰ উপনৈ | |
---|
|
---|
|