বৰাক নদী
অৱয়ব
| বৰাক নদী | |
| দেশসমূহ | ভাৰত, বাংলাদেশ |
|---|---|
| প্ৰদেশসমূহ | অসম, মণিপুৰ |
| উপনৈ | |
| - বাঁওদিশত | সোণাই নদী, ঘাগৰা নদী (Ghagra River), কাটাখাল নদী (Katakhal River), ধলেশ্বৰী নদী (Dhaleswari River) |
| - সোঁদিশত | জিৰি নদী (Jiri River), চিৰি নদী (Chiri River), মধুৰা নদী (Madhura River), জাতিংগা নদী ( Jatinga River) |
| চহৰ | শিলচৰ |
| উৎস | মুক্ৰু (Mukru) [1] |
| - অৱস্থান | বৰাইল শ্ৰেণী, ভাৰত |
| মোহনা | বংগোপসাগৰ |
| - অৱস্থান | গংগা ব-দ্বীপ, বাংলাদেশ |
| - স্থানাঙ্ক | 25°13′24″N 89°41′41″E / 25.22333°N 89.69472°E |
| দৈৰ্ঘ্য | ৯০০ কিমি (৫৬০ মাইল) [2] |
বৰাক নদী (ইংৰাজী: Barak River, বঙালী: বব়াক নদী) হৈছে দক্ষিণ অসমৰ মুখ্য নদী। মণিপুৰ পাৰ্বত্য অঞ্চলৰ লোকসকল বিশেষকৈ এই নদীৰ ওপৰতে নিৰ্ভৰশীল।[1] বৰাইল শ্ৰেণীৰ মুক্ৰু (Mukru) নামৰ ঠাইৰ পৰা এই নদীখনৰ উৎপত্তি হৈছে।[1] নদীখনৰ দৈৰ্ঘ্য হৈছে ৯০০ কিঃমিঃ (৫৬০ মাইল)।
উপনৈ
[সম্পাদনা কৰক]উত্তৰ পাৰৰ উপনৈ
[সম্পাদনা কৰক]দক্ষিণ পাৰৰ উপনৈ
[সম্পাদনা কৰক]ৰাষ্ট্ৰীয় জলপথৰ মৰ্যাদা
[সম্পাদনা কৰক]অসমৰ বৰাক নদীক ৰাষ্ট্ৰীয় জলপথ-৬ হিচাপে স্বীকৃতি দিবলৈ ভাৰত চৰকাৰক প্ৰস্তাৱ দিয়া হৈছে। স্বীকৃতি পালে এই নদীয়েদি বাণিজ্যৰ বাবে ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰা হৈছে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
| ||||||||||||||||||||