পদ্মভূষণ অসমীয়া ব্যক্তিসকলৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

পদ্মভূষণ হৈছে ভাৰত চৰকাৰে প্ৰদান কৰা তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান। এই সন্মান লাভ কৰা অসমীয়া ব্যক্তিসকলৰ নাম তলৰ তালিকাত উল্লেখ কৰা হ'ল।[1]

তালিকা[2][সম্পাদনা কৰক]

# চন ব্যক্তিৰ নাম আলোকচিত্ৰ অৱদানৰ ক্ষেত্ৰ
১৯৬৩ অমিয় কুমাৰ দাস সমাজসেৱা
১৯৬৭ কৃষ্ণকান্ত সন্দিকৈ
সাহিত্য আৰু শিক্ষা
১৯৭৬ নৱকান্ত বৰুৱা
সাহিত্য আৰু শিক্ষা
১৯৮৩ বেণুধৰ শৰ্মা
সাহিত্য আৰু শিক্ষা
১৯৯২ বিজয় চন্দ্ৰ ভাগৱতী জননীতি
১৯৯২ চৈয়দ আব্দুল মালিক
সাহিত্য আৰু শিক্ষা
১৯৯৯ পুষ্পলতা দাস সমাজসেৱা
২০০১ ভূপেন হাজৰিকা
কলা
২০০৫ মৃণাল মিৰি সাহিত্য আৰু শিক্ষা
১০ ২০০৭ চন্দ্ৰপ্ৰসাদ শইকীয়া
সাহিত্য আৰু শিক্ষা
১১ ২০১৪ পাৰবীন চুলতানা
কলা
১২ ২০১৫ জাহ্নু বৰুৱা
কলা[3]
১৩ ২০২১ তৰুণ গগৈ
প্ৰশাসনিক সেৱা[4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]