ব'হাগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বহাগৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১
 

ব'হাগ অসমীয়া বৰ্ষপঞ্জীৰ প্ৰথম মাহ। ই অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওন, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, আহিন আৰু চ'তৰ অন্যতম।[1] বহাগত ৩১ দিন থাকে।[2] ১ ব'হাগ হ'ল এই মাহৰ প্ৰথম দিন। এই দিনত অসমীয়া নববৰ্ষৰ উপলক্ষে 'মানুহ বিহু' পতা হয়।

অন্য পঞ্জিকাত ব'হাগৰ সমকক্ষ মাহ[সম্পাদনা কৰক]

অসমীয়া পঞ্জিকাত ব'হাগ মাহ চলি থাকোতে গ্ৰেগৰিয়ান পঞ্জিকাএপ্ৰিল আৰু মে' হয়। ব'হাগ ১৪ বা ১৫ এপ্ৰিলত আৰম্ভ হয় আৰু মে'ৰ মধ্যলৈকে থাকে।[3] ব'হাগ মাহ চলি থকাৰ সময়ত অন্য কিছু ভাৰতীয় হিন্দু পঞ্জিকাত চৈত্ৰ (চ্ছেইত্ৰ) মাহ চলি থাকে।[4]

উৎসৱ পৰ্ব আদি[সম্পাদনা কৰক]

  1. ১ ব'হাগ -- মানুহ বিহু
  2. ২ ব'হাগ -- কুতুম বিহু
  3. ৩ ব'হাগ -- মেলা বিহু
  4. ৪ ব'হাগ -- চেৰা বিহু[5]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. http://hindupad.com/assamese-months/
  2. বৰকটকী কোম্পানী, যোৰহাট
  3. বৰকটকী কোম্পানী, যোৰহাট
  4. http://hindupad.com/assamese-months/
  5. http://festivals.iloveindia.com/bihu/rongali-bihu/days-of-rongali-bihu.html