সমললৈ যাওক

শিলচৰ বিমানবন্দৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শিলচৰ বিমানবন্দৰ
Kumbhirgram Air Force Base
শিলচৰ বিমানবন্দৰ
কুম্ভীৰগ্ৰাম বায়ুসেনা বেস
আইএটিএ: IXS – আইচিএঅ: VEKU
IXS is located in অসম
IXS
IXS
Location of airport in Assam
সংক্ষিপ্ত
প্ৰকাৰ ভাৰতীয় বায়ু সেনা / অসামৰিক বিমানবন্দৰ
অধিকাৰী ভাৰতীয় বায়ু সেনা
অপাৰেটৰ ভাৰতীয় বায়ু সেনা, ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণ
সেৱা শিলচৰ, হাইলাকান্দি, কৰিমগঞ্জ
অৱস্থান কুম্ভিৰগ্ৰাম, শিলচৰ, অসম, ভাৰত
উচ্চতা 352 ফুট / 107 মিটাৰ
স্থানাঙ্ক 24°54′47″N 092°58′43″E / 24.91306°N 92.97861°E / 24.91306; 92.97861
ৱেবছাইট www.aai.aero/allAirports/silchar
উড্ডায়ন পথ
দিকনিৰ্দেশনা দৈৰ্ঘ্য উপৰিতল
ফুট মিটাৰ
০৬/২৪ ৭,৫০০ ২,২৮৬ কংক্ৰিট
পৰিসংখ্যা (২০১৬)
Passenger Movements 200,855(বৃদ্ধি6.1%)
Aircraft Movements 3586(বৃদ্ধি15.3%)

শিলচৰ বিমানবন্দৰ (বঙালী: শিলচৰ বিমানবন্দৰ) (ইংৰাজী: Silchar Airport) (আইএটিএ: IXS, আইচিএঅ’: VEKU) ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলীয় ৰাজ্য অসমৰ কাছাৰ জিলাৰ শিলচৰত অৱস্থিত এটা বিমানবন্দৰ। এই বিমানবন্দৰটো শিলচৰ নগৰৰ পৰা কিছু দূৰৈত কুম্ভিৰগ্ৰাম নামৰ ঠাইত অৱস্থিত। বিমানবন্দৰটো ১৯৪৪ চনত বৃটিছসকলে প্ৰতিষ্ঠা কৰে। শিলচৰ বিমানবন্দৰে বছৰি প্ৰায় ২,৩০,০০০ যাত্ৰী বহন কৰে। প্ৰতি সপ্তাহত প্ৰায় ৩০ খন বিমান শিলচৰ বিমানবন্দৰৰ পৰা ইম্ফল, গুৱাহাটী, কলকাতা আৰু তেজপুৰলৈ যাত্ৰা কৰে।

শিলচৰ বিমানবন্দৰটো ১৯৪৪ চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বৃটিছসকলে প্ৰতিষ্ঠা কৰিছিল। ১৯৪৪ চনৰ মাৰ্চ মাহৰ পৰা বিমানবন্দৰটো সম্পূৰ্ণ ৰূপে কাৰ্য্যক্ষম হৈ উঠিছিল।

বিমান আৰু গন্তব্যস্থানসমূহ

[সম্পাদনা কৰক]
এয়াৰলাইনগন্তব্যস্থান 
এয়াৰ ইণ্ডিয়াকলকাতা
এয়াৰ ইণ্ডিয়া আঞ্চলিকগুৱাহাটী, ইম্ফল, কলকাতা, তেজপুৰ
জেট এয়াৰৱেজগুৱাহাটী, কলকাতা
স্পাইচজেটগুৱাহাটী, কলকাতা

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

সাঁচ:কাছাৰ জিলা