অসমৰ বিমানবন্দৰসমূহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসম মানচিত্ৰত ইয়াৰ বিমানবন্দৰসমূহ অৱস্থান
বিমান বন্দৰৰ নাম অৱস্থান ICAO IATA প্ৰকাৰ
চাবুৱা এয়াৰ ফ'ৰ্চ ষ্টেচন চাবুৱা, ডিব্ৰুগড় VECA সামৰিক এয়াৰ বেছ
ডিব্ৰুগড় বিমানবন্দৰ ডিব্ৰুগড়, ডিব্ৰুগড় VEMN DIB আভ্যন্তৰীণ ব্যবসায়িক
ডুমডুমা এয়াৰ ফ'ৰ্চ ষ্টেচন ডুমডুমা, তিনিচুকীয়া সামৰিক এয়াৰ বেছ
তেজপুৰ বিমানবন্দৰ তেজপুৰ, শোণিতপুৰ VETZ TEZ আভ্যন্তৰীণ অসামৰিক
ৰূপসী বিমানবন্দৰ ধুবুৰী, ধুবুৰী VERU RUP আভ্যন্তৰীণ বন্ধ
ৰৰৈয়া বিমানবন্দৰ যোৰহাট, যোৰহাট VEJT JRH আভ্যন্তৰীণ অসামৰিক
লীলাবাৰী বিমানবন্দৰ উত্তৰ লখিমপুৰ, লখিমপুৰ VELR IXI আভ্যন্তৰীণ ব্যবসায়িক
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বৰঝাৰ, কামৰূপ VEGT GAU আন্তঃৰাষ্ট্ৰীয়[1] ব্যবসায়িক
শিলচৰ বিমানবন্দৰ শিলচৰ, কাছাৰ VEKU IXS আভ্যন্তৰীণ অসামৰিক

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Airport Authority of India". Aai.aero. 2015-01-14. Archived from the original on 18 June 2014. https://web.archive.org/web/20140618154837/http://www.aai.aero/allAirports/airports.jsp। আহৰণ কৰা হৈছে: 2017-04-17.