অসমৰ বিমানবন্দৰসমূহ
অৱয়ব
বিমান বন্দৰৰ নাম | অৱস্থান | ICAO | IATA | প্ৰকাৰ | |
---|---|---|---|---|---|
চাবুৱা এয়াৰ ফ'ৰ্চ ষ্টেচন | চাবুৱা, ডিব্ৰুগড় | VECA | — | সামৰিক | এয়াৰ বেছ |
ডিব্ৰুগড় বিমানবন্দৰ | ডিব্ৰুগড়, ডিব্ৰুগড় | VEMN | DIB | আভ্যন্তৰীণ | ব্যবসায়িক |
ডুমডুমা এয়াৰ ফ'ৰ্চ ষ্টেচন | ডুমডুমা, তিনিচুকীয়া | — | — | সামৰিক | এয়াৰ বেছ |
তেজপুৰ বিমানবন্দৰ | তেজপুৰ, শোণিতপুৰ | VETZ | TEZ | আভ্যন্তৰীণ | অসামৰিক |
ৰূপসী বিমানবন্দৰ | ধুবুৰী, ধুবুৰী | VERU | RUP | আভ্যন্তৰীণ | বন্ধ |
ৰৰৈয়া বিমানবন্দৰ | যোৰহাট, যোৰহাট | VEJT | JRH | আভ্যন্তৰীণ | অসামৰিক |
লীলাবাৰী বিমানবন্দৰ | উত্তৰ লখিমপুৰ, লখিমপুৰ | VELR | IXI | আভ্যন্তৰীণ | ব্যবসায়িক |
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ | বৰঝাৰ, কামৰূপ | VEGT | GAU | আন্তঃৰাষ্ট্ৰীয়[1] | ব্যবসায়িক |
শিলচৰ বিমানবন্দৰ | শিলচৰ, কাছাৰ | VEKU | IXS | আভ্যন্তৰীণ | অসামৰিক |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Airport Authority of India". Aai.aero. 2015-01-14. Archived from the original on 18 June 2014. https://web.archive.org/web/20140618154837/http://www.aai.aero/allAirports/airports.jsp। আহৰণ কৰা হৈছে: 2017-04-17.
|