ৰূপসী বিমানবন্দৰ
Jump to navigation
Jump to search
ৰূপসী বিমানবন্দৰ रपीसी हवाई अड्डे | |||
---|---|---|---|
আইএটিএ: RUP – আইচিএঅ: VERU | |||
সংক্ষিপ্ত | |||
বিমানবন্দৰৰ প্ৰকাৰ | ৰাজহুৱা খণ্ডৰ | ||
অপাৰেটৰ | ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণ | ||
অৱস্থান | ধুবুৰী, অসম, ভাৰত | ||
সাগৰ পৃষ্ঠৰ পৰা উচ্চতা | ৪০ মিটাৰ / ফুট | ||
উড্ডায়ন পথ | |||
দিকনিৰ্দেশনা | দৈৰ্ঘ্য | উপৰিতল | |
মিটাৰ | ফুট | ||
05L/23R | ৬,০০০ | Paved | |
Source:,[1][2] STV[3] |
ৰূপসী বিমানবন্দৰ (আইএটিএ: RUP, আইচিএঅ’: VERU) অসমৰ ধুবুৰী জিলাত অৱস্থিত এটা বিমানবন্দৰ। বিমানবন্দৰটো ধুবুৰী চহৰৰ পৰা প্ৰায় 23 kilometres (সাঁচ:Convert/NM) দূৰত্বত অৱস্থিত। [2] এই বিমানবন্দৰটোত এটা একক অন্তঃদেশীয় টাৰ্মিনেল(ইংৰাজী:domestic terminal) আছে। বিমানবন্দৰটোৰ ব্যস্ততম সময়ত যাত্ৰী পৰিচালনাৰ সক্ষমতা কম। বৰ্তমান এই বিমানবন্দৰৰ পৰা কোনো এয়াৰলাইনছে অন্তঃদেশীয় সেৱা আগবঢ়াই থকা নাই।
সা-সুবিধা[সম্পাদনা কৰক]
ৰূপসী বিমানবন্দৰৰ পৃষ্ঠকালি 447 একৰs (181 হেক্টৰ)। গড় সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা 131 ফুট (40 মিটাৰ)। বিমানবন্দৰটোত দৈৰ্ঘ্যৰ এটা ০৫/২৩ ধৰণৰ উৰণপথ আছে।
এয়াৰলাইনছ আৰু গন্তব্যস্থল[সম্পাদনা কৰক]
বৰ্তমান এই বিমানবন্দৰৰ পৰা কোনো এয়াৰলাইনছে অন্তঃদেশীয় সেৱা আগবঢ়াই থকা নাই।
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ Rupsi Airport at Airports Authority of India
- ↑ 2.0 2.1 Airport information for Rupsi, India (ICAO: VERU) at Great Circle Mapper.
- ↑ সাঁচ:STV