সদস্য:IKHazarika/২০০টা প্ৰবন্ধ সম্পূৰ্ণ!

অসমীয়া ৱিকিপিডিয়াৰ পৰা
২০০টা প্ৰবন্ধ সম্পূৰ্ণ!
২০০ প্ৰবন্ধ............. ১ বছৰ ১১ মাহ ২৭ দিন


হাইলাইটছ
প্ৰতি মাহে প্ৰবন্ধৰ সৃষ্টি
হাইলাইটছ

ভাল প্ৰবন্ধ
প্ৰতি মাহে প্ৰবন্ধৰ বৃদ্ধি

সত্য সাই বাবা (জন্মতে সত্য নাৰায়ণ ৰাজু; ২৩ নৱেম্বৰ ১৯২৬ৰ পৰা ২৪ এপ্ৰিল ২০১১) এজন ভাৰতীয় নেতা আৰু আধ্যাত্মিক গুৰু। তেওঁ দাবী কৰা আৰু অনেক লোকে বিশ্বাস কৰা মতে, তেওঁ শিৰডীৰ সাই বাবাৰ (মৃত্যু: ১৯১৮) পুনৰ্জন্ম। ভাৰতীয় আধ্যাত্মিক গুৰু মেহেৰ বাবাৰ মতে তেওঁ এজন তান্ত্ৰিক আৰু তেওঁ চমৎকাৰৰ বাবে তন্ত্ৰ ব্যৱহাৰ কৰিছিল।


তেওঁ বিভূতি (পবিত্ৰ ভস্ম) আৰু অন্য সৰু বস্তু যেনে আঙঠি, হাৰ, ঘড়ী আদি প্ৰকট কৰিছিল যিয়ে চমৎকাৰী ৰূপত চিকিৎসা কৰা, পুনৰ জীৱন প্ৰদান কৰা আদিৰ কথা অনেকে কয়। ই যশ আৰু সমালোচনা দুয়োকে আমন্ত্ৰিত কৰিলে। তেওঁৰ ওপৰত যৌন নিৰ্যাতন আৰু নকলৰো অভিযোগ উত্থাপিত হৈছিল, কিন্তু তেওঁ তেনে অভিযোগক ষড়যন্ত্ৰ বুলি কৈ, অভিযোগ অস্বীকাৰ কৰিলে।

তেওঁ সদস্যসকলে মানৱ সেৱাৰ দ্বাৰা আধ্যাত্মিক প্ৰগতি লাভ কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা সত্য সাই সংস্থাৰ ১২৬খন দেশত ১২০০তকৈ অধিক শাখা আছে। এই সংস্থাৰ মাধ্যমেৰে সত্য সাই বাবাই বিনামূলীয়া চিকিৎসা প্ৰদানৰ বাবে চিকিৎসালয়, ক্লিনিক, খোৱা পানীৰ প্ৰকল্প আদি পৰিচালনা কৰিছিল। বিতংকৈ পঢ়ক....

মই লাভ কৰা পদক
আপুনি জানে নে, যে !!
বঁটা বঁটা পোৱাৰ তাৰিখ
উদগণি পদক ৩০/১০/২০১৪
বিশেষ বঁটা ৩/১/২০১৫
প্ৰতিভাৱান ন-সম্পাদকৰ বঁটা ১৬/২/২০১৫
শততম প্ৰবন্ধ পদক ৩০/৩/২০১৫
এই মাহৰ ৱিকিপিডিয়ান ১০/৫/২০১৫
The Teamwork Barnstar ২৮/৭/২০১৫
প্ৰথম এশটা প্ৰবন্ধৰ:
*নিগনিয়ে আকালৰ সময়ত নিজৰ নেজো খায়?
*শিৰডীৰ সাই বাবাই উঢ়ীৰে হকীমৰ কাম কৰিছিল?
*৬-৭ বছৰীয়া কৌটিল্য পণ্ডিতে সকলো দেশৰ ভূগোল, ৰাজনীতি আদিৰ বিষয়ে সহজে ক'ব পাৰে?
*পিকাচুৰ নেজ বিজুলীৰ দৰে?
*গুগল (Google) কোম্পানীৰ মালিকে গুগ'ল] (Googol)ৰ বানান ভুল কৰিছিলে?
আন ১০০টা প্ৰবন্ধৰ:
*ছি জিনপিং কেৱল চীনৰ ৰাষ্ট্ৰপতি নহয়, লগতে পলিটব্যুৰ' কমিটীৰ সদস্য আৰু সেনাৰ নেতাও?
*পাই ৰেডিয়ান বৃত্তৰ পৰিসৰ নহয়, টাউ ৰেডিয়ানহে?
*১+২+৪+.......=-১?
*০.৯৯.......=১?
*ভাৰত-চীন যুদ্ধত দুয়ো পক্ষৰ কোনোৱেও জল আৰু বায়ু সেনা প্ৰয়োগ কৰা নাছিল?
*ফেনাৰণৰ ধাৰণাৰ বাবে, 'কেৱল মোৰ অস্তিত্ব আছে' কথাষাৰ মিছা প্ৰমাণিত কৰিব নোৱাৰি?
*আইচিছক অনেকে আন-ইছলামিক আন-ষ্টেট (অ-ইছলামীয় অ-ৰাজ্য) বোলে?
*আজিলৈকে সাম্যবাদী সমাজ ক'তো গঠন হোৱা নাই?
*জাপানী ভাষা লিখিবলৈ প্ৰায় ৮৫ হাজাৰ কাঞ্জি আখৰ ব্যৱহৃত হয়, যাৰ ২০০০-৩০০০ প্ৰায় ব্যৱহৃত আৰু ১৩০০০ কাঞ্জিৰ বাবে জাপানী ঔদ্যোগিক মানত ব্যৱহৃত?
*বিজ্ঞান আৰু বৈজ্ঞানিক ব্যাখ্যাৰ সংজ্ঞা অনিৰ্ণিত আৰু আন কাৰণৰ লগতে সেই বাবে বিজ্ঞানৰ সত্যাসত্য প্ৰতিপন্ন কৰিব পৰা নাযায়?