সাঁচ বাৰ্তা:Assamesecalendar

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

@দিব্য দত্ত: {{Assamese calendar}}, {{Assamese Calendar}}, {{Assamesecalendar}} তিনিটা বেলেগ বেলেগ সাঁচ আছে। শুদ্ধ সাঁচটোৰ নামৰ Assamese calendar ৰাখি বাকীবোৰ redirect কৰি দিয়া ভাল হ'ব নেকি? {{Assamese Months}} আৰু {{Assamesemonth}} এই দুইটাও চাবচোন। নামবোৰ বেছি specific হ'লে ভাল হয়। নামটোৰ পৰা কামটো জানিব পাৰিলে ভাল হয়। --SlowPhoton (talk) 07:13, 18 June 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@SlowPhoton: {{Assamese Calendar}}, {{Assamese calendar}} পৃষ্ঠাদুটা প্রভাকৰ শৰ্মা নেওগদেৱে সৃষ্টি কৰা। ইয়াৰে {{Assamese Calendar}} সাঁচটোৱে {{Calendar}} সাঁচটোৰ কামেই কৰে, কিন্তু {{Calendar}} সাঁচটোৱে ইংৰাজী কেলেণ্ডাৰখনহে প্ৰদৰ্শন কৰে, সেয়ে এই সাঁচটো {{Assamesecalendar}}লৈ redirect কৰিলোঁ, যিটোৱে অসমীয়া কেলেণ্ডাৰ প্ৰদৰ্শন কৰে। আনহাতে {{Assamese calendar}} সাঁচটোৱে তলৰ তথ্যখিনি প্ৰদৰ্শন কৰে।

এই সাঁচটো তেখেতে হয়টো সম্পূৰ্ণ কৰিব, তেতিয়া নামটো কি কৰে আলোচনা কৰিব লাগে, সদ্যহতে এইটো থাকক। আনদুটা সাঁচ {{Assamese Months}} আৰু {{Assamesemonth}}। ইয়াৰে {{Assamesemonth}}টোৱে অসমীয়া মাহ প্ৰদৰ্শন কৰে। {{Assamese Months}}টোৱে অসমীয়া বছৰৰ তাৰিখবোৰ পথালিকৈ প্ৰদৰ্শন কৰে। এই সাঁচটো ঈশান কাশ্যপ হাজৰিকাই সৃষ্টি কৰা। ইয়াৰ নামটো {{Days of Assamese Calendar}} দিলেহে ভাল হ'ব। দিব্য দত্ত (বাৰ্তা) 17:00, 18 June 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]