ৱিকিপিডিয়া:ৱিকিমিডিয়াৰ সজাগতা সভা আৰু কৰ্মশালা ২০২৪, নগাঁও মহাবিদ্যালয়
অৱয়ব
যোৱা ৩০ এপ্ৰিল, ২০২৪ত নগাঁও মহাবিদ্যালয়ত She Leads Capmpaignৰ অধীনত এখনি এদিনীয়া ৱিকি-সজাগতা সভা আৰু প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰা হয়৷ কৰ্মশালাখনিত ৱিকিপিডিয়া, ৱিকিউৎস, ৱিকিউদ্ধৃতি আৰু ৱিকিকমন্সৰ বিষয়ে প্ৰাৰম্ভিক প্ৰশিক্ষণ দিয়া হয়৷ এই অনুষ্ঠানৰ আয়োজন কৰে সক্ৰিয় অসমীয়া ৱিকিমিডিয়ান প্ৰণামিকা অধিকাৰীয়ে। প্ৰায় অৰ্দ্ধশতাধিক প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণেৰে কৰ্মশালাখন সফলতাৰে সম্পন্ন হয়। সক্ৰিয় অসমীয়া ৱিকিমিডিয়ান ৰুমী বৰা আৰু জ্যোতি চিৰিঙে কৰ্মশালাখনত সমল ব্যক্তি হিচাপে অংশ লৈ অসমীয়া ৱিকিপিডিয়াৰ লগতে বিভিন্ন ভগ্নী প্ৰকল্প যেনে ৱিকিউৎস, ৱিকিউদ্ধৃতি আৰু ৱিকিকমন্সৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰে।
কাৰ্যসূচী
[সম্পাদনা কৰক]- পুৱা ৯:১৫ বজাৰ পৰা ১০:০০ বজালৈ -পৰিচয়মূলক ভাষণ৷
- পুৱা ১০:০০ বজাৰ পৰা ১০:১৫ বজালৈ -ৱিকিপিডিয়াত কেনেকৈ একাউণ্ট তৈয়াৰ কৰিব পাৰি।
- পুৱা ১০:১৫ বজাৰ পৰা ১০:০০ বজালৈ -ৱিকিকমন্সত ফটো কেনেকৈ আপলোড কৰিব।
- পুৱা ১১:০০ বজাৰ পৰা ১১:১৫ বজালৈ -চাহ-বিৰতি।
- পুৱা ১১:১৫ বজাৰ পৰা দুপৰীয়া ১২:৩০ বজালৈ -ৱিকিউদ্ধৃতিত সম্পাদনা কৰা।
- দুপৰীয়া ১২:৩০ বজাৰ পৰা ০১:০০ বজালৈ - প্ৰশ্নোত্তৰ
- দুপৰেয়া ০১:০০ বজাৰ পৰা ০২:০০ বজালৈ -আহাৰ বিৰতি
- দুপৰীয়া ০২:০০ বজাৰ পৰা ০৪:০০ বজালৈ -দুটা গোটত বিভক্ত, একে সময়তে দুগৰাকী সমল ব্যক্তিৰ দ্বাৰা ৱিকিউৎস আৰু ৱিকিপিডিয়াত সম্পাদনা প্ৰশিক্ষণ।
- বিয়লি ০৪:০০ বজাৰ পৰা ০৪:৩০ বজালৈ -অংশগ্ৰহণকাৰীসকলৰ পৰা প্ৰশ্ন।
- সন্ধিয়া ০৪:৩০ বজাত -প্ৰতিষ্ঠানলৈ ধন্যবাদ জ্ঞাপন। (নগাঁও মহাবিদ্যালয়)
অংশগ্ৰহণকাৰী
[সম্পাদনা কৰক]নাম
[সম্পাদনা কৰক]- Gitika Bora
- Pritam Choudhury
- Ananya Bora
- Pranami Bora
- Parthajyoti Kakati
- Jayasri Dey
- Sangita Bora
- Bonosri Das
- Himasri Kasyap
- Nijara Saikia
- Arani Saikia
- Ponkhi Bonia
- Nayana Devi
- Payel Harijan
- Runara Begum
- Ritamoni Saikia
- Pahimoni Saikia
- Konkona Dadhora
- Darsana Bora
- porinita Bora
- Prakritimona Ray.
- Sangita Saikia
- Lisha Devi
- Sagarika Das
- Bornali Neog
- Murchana Deka
- Bhushan Rajkonwar
- Karabi Devi
- Roujmery Saikia
- Nimisha Sarma
- Tunmi Devi
- Danada Devi
- Kabyarupa Bora
- Aisha Siddika
- Asika Sultana
- Rubi Masrong
- Abhijit Das
- Bikram Bora
- Sanjiv Kumar Kalita
- Rupanjali Devi
- Darshana Neog
- Prerona Deb
- Priyanka Das
- Chumchum Khound
- Priyadarshini Sarma Kasyap
- Meghali Bordoloi
- Khristajyoti Das
- Himshikha Sandikoi
- Seagata Kalita
- Ruli Rekha Bora
- Raktim Jyoti hazarika
- Mousumi Saikia
- Biman kumar Nath
- Sanchita Bora
- Bornali Sarma
স্বাক্ষৰ
[সম্পাদনা কৰক]- Gitika Bora
- Pritam Choudhury
- Ananya Bora
- Pranami Bora
- Parthajyoti Kakati
- Jayasri Dey
- Sangita Bora
- বনশ্ৰী দাস (বাৰ্তা) 10:24, 30 April 2024 (ইউ.টি.চি.)
- Himasri Kasyap
- Nijara Saikia
- KukiArani (বাৰ্তা) 10:30, 30 April 2024 (ইউ.টি.চি.)
- Ponkhi Bonia
- Nayana Devi
- Payel Harijan
- Runara Begum
- ৰীতা শইকীয়া (বাৰ্তা) 10:23, 30 April 2024 (ইউ.টি.চি.)
- Pahimoni Saikia
- Konkona Dadhora
- Darsana Bora
- Porinita Bora
- Prakritimona Ray.
- Sangita Saikia
- Lisha Devi
- সাগৰিকা দাস (বাৰ্তা) 10:26, 30 April 2024 (ইউ.টি.চি.)
- Bornali Neog
- Murchana Deka (বাৰ্তা) 10:31, 30 April 2024 (ইউ.টি.চি.)
- Bhushan Rajkonwar
- Karabi Devi
- Roujmery Saikia
- Nimisha Sarma
- Tunmi Devi
- Danada Devi
- Kabyarupa Bora
- Aisha Siddika
- Asika Sultana
- Rubi Masrong
- Abhijit Das
- Bikram Bora
- Sanjiv Kumar Kalita
- Rupanjali Devi
- Darshana Neog
- Prerona Deb
- Piyanka Das Hojai (বাৰ্তা) 09:48, 30 April 2024 (ইউ.টি.চি.)
- Chumchum Khound
- Priyadarsiny Sarmah Kashyap (বাৰ্তা) 09:52, 30 April 2024 (ইউ.টি.চি.)
- Meghali Bordoloi
- Khristajyoti Das
- Himshikha Sandikoi
- Seagata Kalita
- Ruli Rekha Bora (বাৰ্তা) 09:58, 30 April 2024 (ইউ.টি.চি.)
- RAKTIM JYOTI HAZARIKA (বাৰ্তা) 09:35, 30 April 2024 (ইউ.টি.চি.)
- Mousumi Saikia (বাৰ্তা) 09:53, 30 April 2024 (ইউ.টি.চি.)
- Biman kumar Nath
- Sanchita Bora (বাৰ্তা) 10:38, 30 April 2024 (ইউ.টি.চি.)
- Bornali Sarma
সমল ব্যক্তি
[সম্পাদনা কৰক]- Pranamikaadhikary (বাৰ্তা) 10:17, 30 April 2024 (ইউ.টি.চি.)
- Rumi Borah~aswiki (বাৰ্তা) 12:24, 30 April 2024 (ইউ.টি.চি.)
আলোকচিত্ৰ
[সম্পাদনা কৰক]-
কৰ্মশালাৰ আলোকচিত্ৰ
-
কৰ্মশালাৰ আলোকচিত্ৰ
|