ডিব্ৰুগড় (লোকসভা সমষ্টি)
অৱয়ব
(Dibrugarh (Lok Sabha constituency)ৰ পৰা পুনঃনিৰ্দেশিত)
ডিব্ৰুগড় লোকসভা সমষ্টি (ইংৰাজী: Dibrugarh Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।
বিধানসভাৰ সমষ্টিসমূহ
[সম্পাদনা কৰক]ডিব্ৰুগড় লোকসভা সমষ্টিত তলত উল্লিখিত বিধান সভা সমষ্টিসমূহ আছে[1]:
- মৰাণ বিধানসভা সমষ্টি
- ডিব্ৰুগড় বিধানসভা সমষ্টি
- লাহোৱাল বিধানসভা সমষ্টি
- দুলিয়াজান বিধানসভা সমষ্টি
- টিংখং বিধানসভা সমষ্টি
- নাহৰকটীয়া বিধানসভা সমষ্টি
- তিনিচুকীয়া বিধানসভা সমষ্টি
- ডিগবৈ বিধানসভা সমষ্টি
- মাৰ্ঘেৰিটা বিধানসভা সমষ্টি
লোক সভাৰ সদস্য
[সম্পাদনা কৰক]| ক্ৰম | বৰ্ষ | প্ৰাৰ্থী | দল |
|---|---|---|---|
| ১ | ১৯৫১ | জে. এন. হাজৰিকা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ২ | ১৯৫৭ | জে. এন. হাজৰিকা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৩ | ১৯৬২ | জে. এন. হাজৰিকা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৪ | ১৯৬৭ | জে. এন. হাজৰিকা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৫ | ১৯৭১ | ৰবীন্দ্ৰনাথ কাকতি | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৬ | ১৯৭৭ | হৰেণ ভূমিজ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৭ | ১৯৮৪ | হৰেণ ভূমিজ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৮ | ১৯৯১ | পৱন সিঙ ঘাটোৱাৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৯ | ১৯৯৬ | পৱন সিঙ ঘাটোৱাৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১০ | ১৯৯৮ | পৱন সিঙ ঘাটোৱাৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১১ | ১৯৯৯ | পৱন সিঙ ঘাটোৱাৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১২ | ২০০৪ | সৰ্বানন্দ সোণোৱাল | অসম গণ পৰিষদ |
| ১৩ | ২০০৯ | পৱন সিঙ ঘাটোৱাৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১৪ | ২০১৪ | ৰামেশ্বৰ তেলী[2] | ভাৰতীয় জনতা পাৰ্টী |
| ১৫ | ২০১৯ | ৰামেশ্বৰ তেলী | ভাৰতীয় জনতা পাৰ্টী |
| ১৬ | ২০২৪ | সৰ্বানন্দ সোণোৱাল | ভাৰতীয় জনতা পাৰ্টী |
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-06.
- ↑ "GENERAL ELECTION TO LOK SABHA TRENDS & RESULT 2014". ELECTION COMMISSION OF INDIA. 16 May, 2014. Archived from the original on 2014-05-19. https://web.archive.org/web/20140519232532/http://eciresults.nic.in/ConstituencywiseS0313.htm?ac=13। আহৰণ কৰা হৈছে: 7 জুন 2014.
| ||||||||||||||||