সমললৈ যাওক

ডিব্ৰুগড় (লোকসভা সমষ্টি)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Dibrugarh Lok Sabha constituencyৰ পৰা পুনঃনিৰ্দেশিত)

ডিব্ৰুগড় লোকসভা সমষ্টি (ইংৰাজী: Dibrugarh Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।

বিধানসভাৰ সমষ্টিসমূহ

[সম্পাদনা কৰক]

ডিব্ৰুগড় লোকসভা সমষ্টিত তলত উল্লিখিত বিধান সভা সমষ্টিসমূহ আছে[1]:

  • মৰাণ বিধানসভা সমষ্টি
  • ডিব্ৰুগড় বিধানসভা সমষ্টি
  • লাহোৱাল বিধানসভা সমষ্টি
  • দুলিয়াজান বিধানসভা সমষ্টি
  • টিংখং বিধানসভা সমষ্টি
  • নাহৰকটীয়া বিধানসভা সমষ্টি
  • তিনিচুকীয়া বিধানসভা সমষ্টি
  • ডিগবৈ বিধানসভা সমষ্টি
  • মাৰ্ঘেৰিটা বিধানসভা সমষ্টি

লোক সভাৰ সদস্য

[সম্পাদনা কৰক]
নিৰ্বাচন নাম দল
১৯৫1 যোগেন্দ্ৰ নাথ হাজৰিকা ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৫৭
১৯৬২
১৯৬৭
১৯৭১ ৰবীন্দ্ৰনাথ কাকতি
১৯৭৭ হৰেণ ভূমিজ
১৯৮৪
১৯৯১ পৱন সিঙ ঘাটোৱাৰ
১৯৯৬
১৯৯৮
১৯৯৯
২০০৪ সৰ্বানন্দ সোণোৱাল অসম গণ পৰিষদ
২০০৯ পৱন সিঙ ঘাটোৱাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
২০১৪ ৰামেশ্বৰ তেলী ভাৰতীয় জনতা পাৰ্টী
২০১৯
২০২৪ সৰ্বানন্দ সোণোৱাল

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-06.