পুৰুষোত্তম দাস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
(edited with ProveIt)
12 নং শাৰী: 12 নং শাৰী:
| subject = সাহিত্যিক, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক
| subject = সাহিত্যিক, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক
}}
}}
''' পুৰুষোত্তম দাস''' ({{lang-en|Purushottam Das}}) [[অসম]]ৰ এগৰাকী গীতিকাৰ, সুৰকাৰ, গায়ক তথা সংগীত পৰিচালক৷ হিন্দী আৰু বঙালী গীতৰ আধিপত্যৰ কালছোৱাতে তেখেতে অসমীয়া গীত কিয় গাব নোৱাৰি বুলি ষষ্ঠ মান শ্ৰেণীত পঢ়ি থাকোঁতেই অসমীয়া গীত লিখি সুৰ কৰি গাইছিল। তেখেত কলিকতা তথা অসমত, গুৱাহাটীত প্ৰতিষ্ঠা হোৱা প্ৰথমটো [[আকাশবাণী গুৱাহাটী|অনাতাঁৰ কেন্দ্ৰৰ]] ষ্টাফ আৰ্টিষ্ট আছিল আৰু তেখেতৰ উদ্যোগতে [[দিলীপ শৰ্মা]], [[সুদক্ষিণা শৰ্মা]], কুইন হাজৰিকা, তুলতুল ভড়ালী আদিক স্ব-ৰচিত গীত সুৰ কৰি ৰেডিঅ'ত গোৱাইছিল। তেখেতে [[নামনি অসম]]ত প্ৰচলিত গীতকে ধৰি [[বৰগীত]], [[লোকগীত]], [[কামৰূপী লোকগীত|কামৰূপী]] আৰু [[গোৱালপৰীয়া লোকগীত]] ৰেডিঅ'ৰ যোগেদি প্ৰকাশত আগভাগ লৈছিল।<ref name="অসম ইয়েৰ বুক, ২০১৮">{{cite book | title=জন্ম শতবৰ্ষৰ শ্ৰদ্ধাঞ্জলি: পুৰুষোত্তম দাস | publisher=জ্যোতি প্ৰকাশন | author=[[শান্তনু কৌশিক বৰুৱা]] | year=২০১৭ | isbn=9789381485828}}</ref> তেখেতে অসমীয়া বোলছবিত সংগীত পৰিচালনাও কৰিছিল৷
''' পুৰুষোত্তম দাস''' ({{lang-en|Purushottam Das}}) [[অসম]]ৰ এগৰাকী গীতিকাৰ, সুৰকাৰ, গায়ক তথা সংগীত পৰিচালক৷ হিন্দী আৰু বঙালী গীতৰ আধিপত্যৰ কালছোৱাতে তেখেতে অসমীয়া গীত কিয় গাব নোৱাৰি বুলি ষষ্ঠ মান শ্ৰেণীত পঢ়ি থাকোঁতেই অসমীয়া গীত লিখি সুৰ কৰি গাইছিল। তেখেত কলিকতা তথা অসমত, গুৱাহাটীত প্ৰতিষ্ঠা হোৱা প্ৰথমটো [[আকাশবাণী গুৱাহাটী|অনাতাঁৰ কেন্দ্ৰৰ]] ষ্টাফ আৰ্টিষ্ট আছিল আৰু তেখেতৰ উদ্যোগতে [[দিলীপ শৰ্মা]], [[সুদক্ষিণা শৰ্মা]], কুইন হাজৰিকা, তুলতুল ভড়ালী আদিক স্ব-ৰচিত গীত সুৰ কৰি ৰেডিঅ'ত গোৱাইছিল। তেখেতে [[নামনি অসম]]ত প্ৰচলিত গীতকে ধৰি [[বৰগীত]], [[লোকগীত]], [[কামৰূপী লোকগীত|কামৰূপী]] আৰু [[গোৱালপৰীয়া লোকগীত]] ৰেডিঅ'ৰ যোগেদি প্ৰকাশত আগভাগ লৈছিল।<ref name="অসম ইয়েৰ বুক, ২০১৮">{{cite book | title=জন্ম শতবৰ্ষৰ শ্ৰদ্ধাঞ্জলি: পুৰুষোত্তম দাস, অসম ইয়েৰ বুক ২০১৮ (শান্তনু কৌশিক বৰুৱা) | publisher=জ্যোতি প্ৰকাশন | author=প্ৰাণজ্যোতি নাথ | year=২০১৭ | isbn=9789381485828}}</ref> তেখেতে অসমীয়া বোলছবিত সংগীত পৰিচালনাও কৰিছিল৷


==জন্ম আৰু শিক্ষা==
==জন্ম আৰু শিক্ষা==
18 নং শাৰী: 18 নং শাৰী:


==কৰ্মজীৱন আৰু সাহিত্যিক জীৱন==
==কৰ্মজীৱন আৰু সাহিত্যিক জীৱন==
তেওঁ ১৯৩৭ চনত [[গুৱাহাটী]] স্কুল টুৰ্নামেন্ট উপলক্ষে কেম্প ফায়াৰত গীত পৰিৱেশন৷ ১৯৩৮ চনত গীত বাণীবন্ধনৰ বাবে প্ৰথম [[কলিকতা]]-যাত্ৰা৷ ১৯৪৩ চনত বাল্যবন্ধু কমলনাৰায়ণ চৌধুৰীৰ উদ্যোগত কলিকতা ৰেডিঅ'ত অসমীয়া গীতৰ প্ৰযােজক হিচাপে যােগদান৷ তাৰ পৰৱৰ্তী সময়ত ক্ৰমে- ১৯৪৮ চনত গুৱাহাটী-শ্বিলং অনাতাঁৰ কেন্দ্ৰত যােগদান৷ সুচিন্তিত আৰু নিৰলস প্ৰচেষ্টাৰে সকলো নবীন-প্ৰবীণ শিল্পীক আকাশবাণীৰ মজিয়াত একত্ৰ কৰি অসমীয়া গীতৰ এক সুস্থ আৰু সৱল ধাৰা গঢ়ি তুলিবলৈ পাৰ্যমানে চেষ্টা কৰিছিল।<ref>{{cite web | url=http://www.enajori.com/?p=615 | title=অসমীয়া আধুনিক গীতৰ জনপ্ৰিয়তাত আকাশবাণীৰ অৱদান | accessdate=22 June 2019 | author=তফজ্জুল আলি}}</ref> প্ৰতিমা পাণ্ডেৰ দৰে লোকশিল্পীক বৰ্হিজগতৰ সৈতে পৰিচয় কৰি দিয়াত দাসৰ অৰিহণা আছে। বৰপেটাৰ সুপ্ৰভা পাঠক, স্বৰ্ণলতা দাস আদিৰ দৰে মহিলা শিল্পীক উলিয়াই অনাতো তেখেতে অগ্ৰণী ভূমিকা লৈছিল।<ref name="লোকনাথ গোস্বামী">{{cite web | title=পুৰুষোত্তম দাস | accessdate=22 June 2019 | author=লোকনাথ গোস্বামী}}</ref> ১৯৭৯ চনত তেখেতে আকাশবাণীৰপৰা অৱসৰ গ্ৰহণ কৰে। ১৯৪৯ চনত জ্যোতিপ্ৰসাদৰ দ্বিতীয় পৰ্যায়ৰ [[জয়মতী]]ৰ সহকাৰী সঙ্গীত পৰিচালকৰ দায়িত্ব লাভ৷ ১৯৫১ চনত ৰঙালী বিহু উদ্বোধন-পতাকা উত্তোলনৰ গীত ‘শ্ৰীময়ী অসমীৰ শীতল কোলাত’ৰচনা৷<ref>http://assameseonline.com/web/?url=home/read/3</ref> পৰৱৰ্তী কালত কামৰূপ অকাডেমি, [[বৰপেটা]] বিদ্যাপীঠকে ধৰি বহু অনুষ্ঠানৰ ৰূপালী-সােণালী জয়ন্তীৰ উদ্বোধনী গীত ৰচনা৷ ১৯৫৮-অসম সঙ্গীত-নাটক অকাডেমিৰদ্বাৰা গঠিত [[বৰগীত]] গৱেষণা (প্ৰাৰম্ভিক) সমিতিৰ সদস্য নিৰ্বাচিত৷ ইয়াৰ অন্যান্য সদস্যসকল আছিল [[মহেশ্বৰ নেওগ]] (সচিব), ৰাণী সবিতা দেৱী (অবৈতনিক সম্পাদক), [[মিত্ৰদেৱ মহন্ত]], বীৰেন্দ্ৰকুমাৰ ফুকন আৰু খগেন্দ্ৰনাথ দাস৷ এই সমিতিৰ উদ্যোগতে 'স্বৰৰেখাত বৰগীত' শীৰ্ষক গ্ৰন্থ প্ৰকাশ৷<ref> [[কথা বৰেণ্য ১০০]], প্ৰকাশক: কথা প্ৰকাশ, সম্পাদনা: শোণিত বিজয় দাস আৰু মুনীন বায়ন, পৃষ্ঠা-৩২৪</ref>
তেওঁ ১৯৩৭ চনত [[গুৱাহাটী]] স্কুল টুৰ্নামেন্ট উপলক্ষে কেম্প ফায়াৰত গীত পৰিৱেশন৷ ১৯৩৮ চনত গীত বাণীবন্ধনৰ বাবে প্ৰথম [[কলিকতা]]-যাত্ৰা৷ ১৯৪৩ চনত বাল্যবন্ধু কমলনাৰায়ণ চৌধুৰীৰ উদ্যোগত কলিকতা ৰেডিঅ'ত অসমীয়া গীতৰ প্ৰযােজক হিচাপে যােগদান৷ তাৰ পৰৱৰ্তী সময়ত ক্ৰমে- ১৯৪৮ চনত গুৱাহাটী-শ্বিলং অনাতাঁৰ কেন্দ্ৰত যােগদান৷ সুচিন্তিত আৰু নিৰলস প্ৰচেষ্টাৰে সকলো নবীন-প্ৰবীণ শিল্পীক আকাশবাণীৰ মজিয়াত একত্ৰ কৰি অসমীয়া গীতৰ এক সুস্থ আৰু সৱল ধাৰা গঢ়ি তুলিবলৈ পাৰ্যমানে চেষ্টা কৰিছিল।<ref>{{cite web | url=http://www.enajori.com/?p=615 | title=অসমীয়া আধুনিক গীতৰ জনপ্ৰিয়তাত আকাশবাণীৰ অৱদান | accessdate=22 June 2019 | author=তফজ্জুল আলি}}</ref> প্ৰতিমা পাণ্ডেৰ দৰে লোকশিল্পীক বৰ্হিজগতৰ সৈতে পৰিচয় কৰি দিয়াত দাসৰ অৰিহণা আছে। বৰপেটাৰ সুপ্ৰভা পাঠক, স্বৰ্ণলতা দাস আদিৰ দৰে মহিলা শিল্পীক উলিয়াই অনাতো তেখেতে অগ্ৰণী ভূমিকা লৈছিল।<ref name="গোস্বামী">{{cite web | url=http://assameseonline.com/web/?url=home/read/3 | title=পুৰুষোত্তম দাস | publisher=ASSAMESE ONLINE | date=31 March 2019 | accessdate=11 May 2020 | author=গোস্বামী, লোকনাথ}}</ref> ১৯৭৯ চনত তেখেতে আকাশবাণীৰপৰা অৱসৰ গ্ৰহণ কৰে। ১৯৪৯ চনত জ্যোতিপ্ৰসাদৰ দ্বিতীয় পৰ্যায়ৰ [[জয়মতী]]ৰ সহকাৰী সঙ্গীত পৰিচালকৰ দায়িত্ব লাভ৷ ১৯৫১ চনত ৰঙালী বিহু উদ্বোধন-পতাকা উত্তোলনৰ গীত ‘শ্ৰীময়ী অসমীৰ শীতল কোলাত’ৰচনা৷<ref name="গোস্বামী"/> পৰৱৰ্তী কালত কামৰূপ অকাডেমি, [[বৰপেটা]] বিদ্যাপীঠকে ধৰি বহু অনুষ্ঠানৰ ৰূপালী-সােণালী জয়ন্তীৰ উদ্বোধনী গীত ৰচনা৷ ১৯৫৮-অসম সঙ্গীত-নাটক অকাডেমিৰদ্বাৰা গঠিত [[বৰগীত]] গৱেষণা (প্ৰাৰম্ভিক) সমিতিৰ সদস্য নিৰ্বাচিত৷ ইয়াৰ অন্যান্য সদস্যসকল আছিল [[মহেশ্বৰ নেওগ]] (সচিব), ৰাণী সবিতা দেৱী (অবৈতনিক সম্পাদক), [[মিত্ৰদেৱ মহন্ত]], বীৰেন্দ্ৰকুমাৰ ফুকন আৰু খগেন্দ্ৰনাথ দাস৷ এই সমিতিৰ উদ্যোগতে 'স্বৰৰেখাত বৰগীত' শীৰ্ষক গ্ৰন্থ প্ৰকাশ৷<ref> [[কথা বৰেণ্য ১০০]], প্ৰকাশক: কথা প্ৰকাশ, সম্পাদনা: শোণিত বিজয় দাস আৰু মুনীন বায়ন, পৃষ্ঠা-৩২৪</ref>


==প্ৰকাশিত সাহিত্য-গ্ৰন্থ আৰু শিল্পকৰ্মসমূহ==
==প্ৰকাশিত সাহিত্য-গ্ৰন্থ আৰু শিল্পকৰ্মসমূহ==
24 নং শাৰী: 24 নং শাৰী:
* গল্প- এৰাতিৰ ইতিহাস
* গল্প- এৰাতিৰ ইতিহাস
* প্ৰবন্ধ- বহু মানুহ বহু কথা
* প্ৰবন্ধ- বহু মানুহ বহু কথা
* সঙ্গীত পৰিচালনা কৰা চলচ্চিত্ৰ: [[বদন বৰফুকন (চলচ্চিত্ৰ)|বদন বৰফুকন]] (গৌড় গােস্বামীৰ সৈতে যুটীয়াভাৱে, ১৯৪৭), [[পাৰঘাট (চলচ্চিত্ৰ)|পাৰঘাট]] (গন্ধৰ্ব ছদ্মনামেৰে ভূপেন হাজৰিকাৰ সৈতে যুটীয়াভাৱে, ১৯৪৯) আৰু [[নিমিলা অংক (চলচ্চিত্ৰ)|নিমিলা অংক]] (১৯৫৫)<ref>http://assameseonline.com/web/?url=home/read/3</ref>
* সঙ্গীত পৰিচালনা কৰা চলচ্চিত্ৰ: [[বদন বৰফুকন (চলচ্চিত্ৰ)|বদন বৰফুকন]] (গৌড় গােস্বামীৰ সৈতে যুটীয়াভাৱে, ১৯৪৭), [[পাৰঘাট (চলচ্চিত্ৰ)|পাৰঘাট]] (গন্ধৰ্ব ছদ্মনামেৰে ভূপেন হাজৰিকাৰ সৈতে যুটীয়াভাৱে, ১৯৪৯) আৰু [[নিমিলা অংক (চলচ্চিত্ৰ)|নিমিলা অংক]] (১৯৫৫)<ref name="গোস্বামী"/>


==স্বীকৃতি==
==স্বীকৃতি==
* 'এটি মনৰ জীয়া ইতিহাস' আলেখ্যৰ বাবে ১৯৭৬ চনত তেখেতে [[আকাশবাণী]]ৰ সৰ্ব্বশ্ৰেষ্ঠ সংগীতালেখ্যৰ পুৰস্কাৰ লাভ কৰে।
* 'এটি মনৰ জীয়া ইতিহাস' আলেখ্যৰ বাবে ১৯৭৬ চনত তেখেতে [[আকাশবাণী]]ৰ সৰ্ব্বশ্ৰেষ্ঠ সংগীতালেখ্যৰ পুৰস্কাৰ লাভ কৰে।
* তেখেত অসম সংগীত-নাটক অকাডেমিৰ দ্বাৰা গঠিত বৰগীত গৱেষণা সমিতিৰ সদস্য ৰূপে নিৰ্বাচিত হৈছিল।
* তেখেত অসম সংগীত-নাটক অকাডেমিৰ দ্বাৰা গঠিত বৰগীত গৱেষণা সমিতিৰ সদস্য ৰূপে নিৰ্বাচিত হৈছিল।
* ১৯৮৩ চনত তেখেতে চৰকাৰৰপৰা সাহিত্যিক পেঞ্চন লাভ কৰে।<ref>http://prathamkhabar.com/2018/06/%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A7%81%E0%A6%B7%E0%A7%8B%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A6%AE-%E0%A6%A6%E0%A6%BE%E0%A6%B8-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%AC%E0%A6%BF%E0%A6%B7%E0%A7%8D%E0%A6%A3/#.XQyHJVbhXDc</ref>
* ১৯৮৩ চনত তেখেতে চৰকাৰৰপৰা সাহিত্যিক পেঞ্চন লাভ কৰে।<ref name="প্ৰথম">{{cite web | url=https://prathamkhabar.com/2018/06/%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A7%81%E0%A6%B7%E0%A7%8B%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A6%AE-%E0%A6%A6%E0%A6%BE%E0%A6%B8-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%AC%E0%A6%BF%E0%A6%B7%E0%A7%8D%E0%A6%A3/#.Xrl1ucDhXIV | title=পুৰুষোত্তম দাস আৰু বিষ্ণু প্ৰসাদ ৰাভাক স্মৰণ | publisher=প্ৰথম খবৰ | date=20 June 2018 | accessdate=11 May 2020}}</ref>


==তথ্যসূত্ৰ==
==তথ্যসূত্ৰ==

16:05, 11 May 2020ৰ সংস্কৰণ

পুৰুষোত্তম দাস
জন্ম বৰপেটা, দহাটী, অসম
মৃত্যু ২০ জুন, ১৯৯৪
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা বৰপেটা বিদ্যাপীঠত অষ্টম মান শ্ৰেণীলৈকে৷
বিষয় সাহিত্যিক, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক

পুৰুষোত্তম দাস (ইংৰাজী: Purushottam Das) অসমৰ এগৰাকী গীতিকাৰ, সুৰকাৰ, গায়ক তথা সংগীত পৰিচালক৷ হিন্দী আৰু বঙালী গীতৰ আধিপত্যৰ কালছোৱাতে তেখেতে অসমীয়া গীত কিয় গাব নোৱাৰি বুলি ষষ্ঠ মান শ্ৰেণীত পঢ়ি থাকোঁতেই অসমীয়া গীত লিখি সুৰ কৰি গাইছিল। তেখেত কলিকতা তথা অসমত, গুৱাহাটীত প্ৰতিষ্ঠা হোৱা প্ৰথমটো অনাতাঁৰ কেন্দ্ৰৰ ষ্টাফ আৰ্টিষ্ট আছিল আৰু তেখেতৰ উদ্যোগতে দিলীপ শৰ্মা, সুদক্ষিণা শৰ্মা, কুইন হাজৰিকা, তুলতুল ভড়ালী আদিক স্ব-ৰচিত গীত সুৰ কৰি ৰেডিঅ'ত গোৱাইছিল। তেখেতে নামনি অসমত প্ৰচলিত গীতকে ধৰি বৰগীত, লোকগীত, কামৰূপী আৰু গোৱালপৰীয়া লোকগীত ৰেডিঅ'ৰ যোগেদি প্ৰকাশত আগভাগ লৈছিল।[1] তেখেতে অসমীয়া বোলছবিত সংগীত পৰিচালনাও কৰিছিল৷

জন্ম আৰু শিক্ষা

১৯১৮ চনত বৰপেটাৰ দহাটীত জন্ম৷ পিতৃৰ নাম কৃষ্ণ দাস আৰু মাতৃৰ নাম বৰদা দাস৷ পঢ়াশলীয়া শিক্ষা বৰপেটা বিদ্যাপীঠত অষ্টম মানলৈকে৷

কৰ্মজীৱন আৰু সাহিত্যিক জীৱন

তেওঁ ১৯৩৭ চনত গুৱাহাটী স্কুল টুৰ্নামেন্ট উপলক্ষে কেম্প ফায়াৰত গীত পৰিৱেশন৷ ১৯৩৮ চনত গীত বাণীবন্ধনৰ বাবে প্ৰথম কলিকতা-যাত্ৰা৷ ১৯৪৩ চনত বাল্যবন্ধু কমলনাৰায়ণ চৌধুৰীৰ উদ্যোগত কলিকতা ৰেডিঅ'ত অসমীয়া গীতৰ প্ৰযােজক হিচাপে যােগদান৷ তাৰ পৰৱৰ্তী সময়ত ক্ৰমে- ১৯৪৮ চনত গুৱাহাটী-শ্বিলং অনাতাঁৰ কেন্দ্ৰত যােগদান৷ সুচিন্তিত আৰু নিৰলস প্ৰচেষ্টাৰে সকলো নবীন-প্ৰবীণ শিল্পীক আকাশবাণীৰ মজিয়াত একত্ৰ কৰি অসমীয়া গীতৰ এক সুস্থ আৰু সৱল ধাৰা গঢ়ি তুলিবলৈ পাৰ্যমানে চেষ্টা কৰিছিল।[2] প্ৰতিমা পাণ্ডেৰ দৰে লোকশিল্পীক বৰ্হিজগতৰ সৈতে পৰিচয় কৰি দিয়াত দাসৰ অৰিহণা আছে। বৰপেটাৰ সুপ্ৰভা পাঠক, স্বৰ্ণলতা দাস আদিৰ দৰে মহিলা শিল্পীক উলিয়াই অনাতো তেখেতে অগ্ৰণী ভূমিকা লৈছিল।[3] ১৯৭৯ চনত তেখেতে আকাশবাণীৰপৰা অৱসৰ গ্ৰহণ কৰে। ১৯৪৯ চনত জ্যোতিপ্ৰসাদৰ দ্বিতীয় পৰ্যায়ৰ জয়মতীৰ সহকাৰী সঙ্গীত পৰিচালকৰ দায়িত্ব লাভ৷ ১৯৫১ চনত ৰঙালী বিহু উদ্বোধন-পতাকা উত্তোলনৰ গীত ‘শ্ৰীময়ী অসমীৰ শীতল কোলাত’ৰচনা৷[3] পৰৱৰ্তী কালত কামৰূপ অকাডেমি, বৰপেটা বিদ্যাপীঠকে ধৰি বহু অনুষ্ঠানৰ ৰূপালী-সােণালী জয়ন্তীৰ উদ্বোধনী গীত ৰচনা৷ ১৯৫৮-অসম সঙ্গীত-নাটক অকাডেমিৰদ্বাৰা গঠিত বৰগীত গৱেষণা (প্ৰাৰম্ভিক) সমিতিৰ সদস্য নিৰ্বাচিত৷ ইয়াৰ অন্যান্য সদস্যসকল আছিল মহেশ্বৰ নেওগ (সচিব), ৰাণী সবিতা দেৱী (অবৈতনিক সম্পাদক), মিত্ৰদেৱ মহন্ত, বীৰেন্দ্ৰকুমাৰ ফুকন আৰু খগেন্দ্ৰনাথ দাস৷ এই সমিতিৰ উদ্যোগতে 'স্বৰৰেখাত বৰগীত' শীৰ্ষক গ্ৰন্থ প্ৰকাশ৷[4]

প্ৰকাশিত সাহিত্য-গ্ৰন্থ আৰু শিল্পকৰ্মসমূহ

  • গীত- ত্ৰিবেণী, শ্ৰীময়ী, সুৰবাণী, পােৱা নাই পৰসাদ
  • গল্প- এৰাতিৰ ইতিহাস
  • প্ৰবন্ধ- বহু মানুহ বহু কথা
  • সঙ্গীত পৰিচালনা কৰা চলচ্চিত্ৰ: বদন বৰফুকন (গৌড় গােস্বামীৰ সৈতে যুটীয়াভাৱে, ১৯৪৭), পাৰঘাট (গন্ধৰ্ব ছদ্মনামেৰে ভূপেন হাজৰিকাৰ সৈতে যুটীয়াভাৱে, ১৯৪৯) আৰু নিমিলা অংক (১৯৫৫)[3]

স্বীকৃতি

  • 'এটি মনৰ জীয়া ইতিহাস' আলেখ্যৰ বাবে ১৯৭৬ চনত তেখেতে আকাশবাণীৰ সৰ্ব্বশ্ৰেষ্ঠ সংগীতালেখ্যৰ পুৰস্কাৰ লাভ কৰে।
  • তেখেত অসম সংগীত-নাটক অকাডেমিৰ দ্বাৰা গঠিত বৰগীত গৱেষণা সমিতিৰ সদস্য ৰূপে নিৰ্বাচিত হৈছিল।
  • ১৯৮৩ চনত তেখেতে চৰকাৰৰপৰা সাহিত্যিক পেঞ্চন লাভ কৰে।[5]

তথ্যসূত্ৰ

  1. প্ৰাণজ্যোতি নাথ (২০১৭). জন্ম শতবৰ্ষৰ শ্ৰদ্ধাঞ্জলি: পুৰুষোত্তম দাস, অসম ইয়েৰ বুক ২০১৮ (শান্তনু কৌশিক বৰুৱা). জ্যোতি প্ৰকাশন. ISBN 9789381485828. 
  2. তফজ্জুল আলি. "অসমীয়া আধুনিক গীতৰ জনপ্ৰিয়তাত আকাশবাণীৰ অৱদান". http://www.enajori.com/?p=615। আহৰণ কৰা হৈছে: 22 June 2019. 
  3. 3.0 3.1 3.2 গোস্বামী, লোকনাথ (31 March 2019). "পুৰুষোত্তম দাস". ASSAMESE ONLINE. http://assameseonline.com/web/?url=home/read/3। আহৰণ কৰা হৈছে: 11 May 2020. 
  4. কথা বৰেণ্য ১০০, প্ৰকাশক: কথা প্ৰকাশ, সম্পাদনা: শোণিত বিজয় দাস আৰু মুনীন বায়ন, পৃষ্ঠা-৩২৪
  5. "পুৰুষোত্তম দাস আৰু বিষ্ণু প্ৰসাদ ৰাভাক স্মৰণ". প্ৰথম খবৰ. 20 June 2018. https://prathamkhabar.com/2018/06/%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A7%81%E0%A6%B7%E0%A7%8B%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A6%AE-%E0%A6%A6%E0%A6%BE%E0%A6%B8-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%AC%E0%A6%BF%E0%A6%B7%E0%A7%8D%E0%A6%A3/#.Xrl1ucDhXIV। আহৰণ কৰা হৈছে: 11 May 2020.