২০১৯ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
অৱয়ব
(ভাৰতৰ সাধাৰণ নিৰ্বাচন, ২০১৯ৰ পৰা পুনঃনিৰ্দেশিত)
| |||||||||||||||||||||||||||||||||||||||
| |||||||||||||||||||||||||||||||||||||||
|
২০১৯ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন সপ্তদশ লোকসভা গঠন কৰাৰ উদ্দেশ্যে ২০১৯ৰ ১১ এপ্ৰিলৰ পৰা ১৯ মে’লৈ সাতটা স্তৰত অনুষ্ঠিত হয়। ভোটগণনা হয় ২৩ মে’ত।[1][2][3] লোকসভা নিৰ্বাচনৰ লগতে চাৰিখন ৰাজ্য- অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, উৰিষ্যা আৰু চিক্কিমৰ বিধানসভা নিৰ্বাচনো একেলগে অনুষ্ঠিত হয়।[4]
নিৰ্বাচন সূচী
[সম্পাদনা কৰক]স্তৰ | তাৰিখ | লোকসভা সমষ্টি | ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংখ্যা | ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চল |
---|---|---|---|---|
১ | ১১ এপ্ৰিল | ৯১ | ২০ | অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, অসম, বিহাৰ, ছট্টিশগড়, জম্মু আৰু কাশ্মীৰ, মহাৰাষ্ট্ৰ, মণিপুৰ, মেঘালয়, নাগালেণ্ড, উৰিষ্যা, চিক্কিম, তেলেঙ্গানা, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পশ্চিম বঙ্গ, আন্দামান আৰু নিকোবৰ, লাক্ষাদ্বীপ |
২ | ১৮ এপ্ৰিল | ৯৭ | ১৩ | অসম, বিহাৰ, ছট্টিশগড়, জম্মু আৰু কাশ্মীৰ, কৰ্ণাটক, মহাৰাষ্ট্ৰ, মণিপুৰ, উৰিষ্যা, তামিলনাডু, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, পশ্চিম বঙ্গ, পুদুচেৰী |
৩ | ২৩ এপ্ৰিল | ১১৫ | ১৪ | অসম, বিহাৰ, ছট্টিশগড়, গুজৰাট, গোৱা,জম্মু আৰু কাশ্মীৰ, কৰ্ণাটক, কেৰালা, মহাৰাষ্ট্ৰ, উৰিষ্যা, উত্তৰ প্ৰদেশ, পশ্চিম বঙ্গ, দাদৰ আৰু নগৰহাৱেলী, দমন আৰু দিউ |
৪ | ২৯ এপ্ৰিল | ৭১ | ৯ | বিহাৰ, জম্মু আৰু কাশ্মীৰ, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, উৰিষ্যা, ৰাজস্থান, উত্তৰ প্ৰদেশ, পশ্চিম বঙ্গ |
৫ | ৬ মে’ | ৫১ | ৭ | বিহাৰ, জম্মু আৰু কাশ্মীৰ, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থান, উত্তৰ প্ৰদেশ, পশ্চিম বঙ্গ |
৬ | ১২ মে’ | ৫৯ | ৭ | বিহাৰ, হাৰিয়ানা, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, পশ্চিম বঙ্গ, দিল্লী |
৭ | ১৯ মে’ | ৫৯ | ৮ | বিহাৰ, হিমাচল, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, পঞ্জাব, পশ্চিম বঙ্গ, ছট্টিশগড়, উত্তৰ প্ৰদেশ |
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ https://timesofindia.indiatimes.com/india/ec-may-announce-lok-sabha-poll-schedule-in-march-first-week-sources/articleshow/67588495.cms
- ↑ Staff, Scroll. "2019 General Elections: Voting to be held in 7 phases from April 11 to May 19, counting on May 23" (en-US ভাষাত). Scroll.in. https://scroll.in/latest/915713/2019-general-elections-voting-to-be-held-in-seven-phases-to-start-on-april-11। আহৰণ কৰা হৈছে: 2019-03-10.
- ↑ "Lok Sabha Election 2019 Dates Schedule LIVE, Assembly Elections Dates For Andhra Pradesh, Odisha, Sikkim, Arunachal Pradesh, 2019 Election Date Time for Polling, Counting and Results" (en-GB ভাষাত). www.timesnownews.com. https://www.timesnownews.com/elections/blog/election-dates-2019-schedule-live-updates-lok-sabha-assembly-elections-arunachal-pradesh-andhra-pradesh-odisha-sikkim-jammu-and-kashmir-elections-date-india-elections-schedule-election-commission-model-code-of-conduct-2019-election-2019-dates-declared/184। আহৰণ কৰা হৈছে: 2019-03-10.
- ↑ "Lok Sabha elections 2019: Congress MP favours more seats for RJD in Bihar" (en-US ভাষাত). 2018-09-04. https://www.indiatvnews.com/elections/lok-sabha-elections-2019-lok-sabha-elections-2019-congress-mp-favours-more-seats-for-rjd-in-bihar-461365.
|