ৰামাস্বামী পৰমেশ্বৰন
মেজৰ ৰামাস্বামী পৰমেশ্বৰন পিভিচি | |
---|---|
জন্ম | ১৩ ছেপ্টেম্বৰ, ১৯৪৬ বম্বে, বম্বে ৰাজ্য, ব্ৰিটিছ ভাৰত |
মৃত্যু | ২৫ নৱেম্বৰ, ১৯৮৭ (৪১ বছৰ) শ্ৰীলংকা |
আনুগত্য | ভাৰতীয় গণৰাজ্য |
চাকৰি/শাখা | ভাৰতীয় সেনা |
চাকৰিৰ কাৰ্যকাল | ১৯৭২-১৯৮৭ |
পদমৰ্যদা | মেজৰ |
চাৰ্ভিছ নাম্বাৰ | এছ এছ-২৫৫৭৩ (শ্বৰ্ট-চাৰ্ভিচ কমিছন)[1] আইচি-৩২৯০৭ (ৰেগুলাৰ কমিচন) |
ইউনিট | ৮ মহাৰ ৰেজিমেণ্ট আইপিকেএফৰ সৈতে সংযুক্ত |
যুদ্ধ-বিগ্ৰহ | শ্ৰীলংকাৰ গৃহযুদ্ধ অপাৰেচন পৱন |
পুৰস্কাৰ | পৰম বীৰ চক্ৰ |
মেজৰ ৰামাস্বামী পৰমেশ্বৰন (ইংৰাজী: Ramaswamy Parameshwaran), পিভিচি (১৩ ছেপ্টেম্বৰ ১৯৪৬, মুম্বাই – ২৫ নৱেম্বৰ ১৯৮৭, শ্ৰীলংকা) ভাৰতীয় সেনাবাহিনীৰ এগৰাকী বিষয়া আছিল।[2][3] তেওঁ ব্যতিক্ৰমী সাহস, নেতৃত্ব প্ৰদৰ্শন কৰিছিল আৰু শ্ৰীলংকাত হোৱা অপাৰেচন পৱনৰ সময়ত কৰা পৰম ত্যাগৰ বাবে তেওঁক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ সামৰিক সজ্জা পৰম বীৰ চক্ৰেৰে সন্মানিত কৰা হৈছিল।[4][5] সতীৰ্থসকলৰ মাজত তেওঁ "পেৰী চাহাব" নামেৰে পৰিচিত আছিল।[6][7]
প্ৰাথমিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]১৯৪৬ চনৰ ১৩ ছেপ্টেম্বৰত মহাৰাষ্ট্ৰৰ মুম্বাইত শ্ৰী কে এছ ৰামাস্বামীৰ ঔৰষত আৰু শ্ৰীমতী জানকীৰ গৰ্ভত মেজৰ পৰমেশ্বৰনে জন্মগ্ৰহণ কৰিছিল।[8] মুম্বাইৰ এখন হাইস্কুলত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি ১৯৬৩ চনত স্কুলীয়া শিক্ষা সমাপ্ত কৰে। ১৯৬৮ চনত SIES কলেজৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে।[9]
সামৰিক পদক্ষেপ
[সম্পাদনা কৰক]পৰম বীৰ চক্ৰৰ উদ্ধৃতি
[সম্পাদনা কৰক]আইপিকেএফ স্মৃতিসৌধৰ ত্ৰুটি
[সম্পাদনা কৰক]উত্তৰাধিকাৰ
[সম্পাদনা কৰক]মেজৰ ৰামাস্বামী পৰমেশ্বৰনৰ স্মৃতিত আৰু ভাৰতীয় সামৰিক বাহিনীলৈ তেওঁৰ ব্যতিক্ৰমী অৱদানৰ প্ৰতি সন্মান জনাই চেন্নাইৰ এটা গৃহ নিৰ্মাণ প্ৰকল্পক তেওঁৰ সন্মানত "পৰমেশ্বৰ পুৰম" নামেৰে নামকৰণ কৰা হয়।[10]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>
টেগ;SSC
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ "National War Memorial - Ramaswamy Parameswaran". National War Memorial. https://nationalwarmemorial.gov.in/param-yoddhas/details/20। আহৰণ কৰা হৈছে: 2023-09-16.
- ↑ "Honourpoint - Major Ramaswamy Parameswaran PVC". Honourpoint. https://www.honourpoint.in/profile/major-ramaswamy-parameswaran-pvc/। আহৰণ কৰা হৈছে: 2023-09-16.
- ↑ "Memorial to Major Ramaswamy Parameswaran to Come Up at His Ancestral Town". Times of India. https://m.timesofindia.com/city/kochi/memorial-to-major-ramaswamy-parameswaran-to-come-up-at-his-ancestral-town/articleshow/98328080.cms। আহৰণ কৰা হৈছে: 2023-09-16.
- ↑ "The Undeterred Hero from the Indian Peacekeeping Force - Major Ramaswamy Parameswaran". Biocon Blog. https://bioconblog.com/2020/08/14/the-undeterred-hero-from-the-indian-peacekeeping-force-major-ramaswamy-parameswaran/। আহৰণ কৰা হৈছে: 2023-09-16.
- ↑ "Birthday of Ramaswamy Parameshwaran". Mode India. https://modeindia.co.in/special_days/birthday-of-ramaswamy-parameshwaran/। আহৰণ কৰা হৈছে: 2023-09-16.
- ↑ "The Better India - Major Parmeswaran". The Better India. https://www.thebetterindia.com/128397/param-vir-chakra-major-parmeswaran/। আহৰণ কৰা হৈছে: 2023-09-16.
- ↑ "Thank You Indian Army - Ramaswamy Parameswaran". Thank You Indian Army. https://www.thankyouindianarmy.com/ramaswamy-parameswaran/। আহৰণ কৰা হৈছে: 2023-09-16.
- ↑ "Bharat Mata Mandir - Major Ramaswamy Parameshwaran". Bharat Mata Mandir. Archived from the original on 2023-09-22. https://web.archive.org/web/20230922180358/https://bharatmatamandir.in/major-ramaswamy-parameshwaran/। আহৰণ কৰা হৈছে: 2023-09-16.
- ↑ "Amazon - Param Vir Chakra: Ramaswamy Parameswaran". Amazon. https://www.amazon.in/Param-Vir-Chakra-Ramaswamy-Parameswaran/dp/9351941795। আহৰণ কৰা হৈছে: 2023-09-16.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
|