অসমীয়া বান্দৰ

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
অসমীয়া বান্দৰ (Assamese Macaque)

Assam macaque[1]

সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পর্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Primates
পৰিয়াল: Cercopithecidae
গণ: Macaca
প্ৰজাতি: M. assamensis
বৈজ্ঞানিক নাম
Macaca assamensis
M'Clelland, 1840
অসমীয়া বান্দৰৰ বিতৰণ

অসমীয়া বান্দৰ (ইংৰাজী: Assamese macaque) দক্ষিন-পূব এছিয়াত বিস্তৃত হৈ থকা এবিধ বান্দৰৰ প্ৰজাতি৷

সূচী

[সম্পাদনা কৰক] দৈহিক গঠন

অসমীয়া বান্দৰৰ দেহ মুগা-মটীয়া বৰণৰ নোমেৰে আবৃত ৷ ইয়াক প্ৰথমে দেখাত মলুৱা বান্দৰৰ দৰে লাগে যদিও মলুৱা বান্দৰৰ কমলা নোমে দুয়োকে পৃথক কৰে৷ মতা প্ৰাণী বোৰৰ মুখত দাড়ি থাকে ৷ নেজডাল নোমাল আৰু তুলনামূলক ভাৱে চুটি৷ ইয়াৰ দেহৰ ওজন ৪.৬-১২ কি.গ্ৰা., দৈৰ্ঘ্য ৪৪-৬৮ ছে: মি:৷[3]

[সম্পাদনা কৰক] বিতৰণ

অসমীয়া বান্দৰৰ দুটা মূল উপ-প্ৰজাতি আছে [4] -

ভাৰতবৰ্ষত অসমীয়া বান্দৰ মূলত: চিৰসেউজীয়া তথা শুকান পৰ্ণপাতী অৰণ্যত পোৱা যায়৷ [5]

[সম্পাদনা কৰক] বিচৰণ

অসমীয়া বান্দৰে সাধাৰণতে খাদ্য, ফল-মূল, পাত, পোক-পৰুৱা ইত্যাদি খাদ্য হিচাপে গ্ৰহণ কৰে৷ ইহঁতে ১৫-২০ টাৰ দল বান্ধি থাকে৷ [2]

[সম্পাদনা কৰক] স্থিতি তথা সংৰক্ষণ

চাংহাই চিৰিয়াখানা ত অসমীয়া বান্দৰ

বসতিস্থল ধ্বংস, চোৰাং চিকাৰ আদি বিভিন্ন কাৰণত এই প্ৰাণীবিধৰ জনসংখ্যা অতি দ্ৰুত গতিক হ্ৰাস পোৱাৰ বাবে ২০০৮ চনত ইয়াক আই.ইউ. চি. এন (International Union for Conservation of Nature, IUCN)-এ সংকতাসন্ন প্ৰজাতি (Near Threatened) বুলি ঘোষণা কৰিছে।[2]

[সম্পাদনা কৰক] তথ্যসূত্ৰ

  1. Groves, C. (2005). Wilson, D. E., & Reeder, D. M, eds. ed. Mammal Species of the World (3rd ed.). Baltimore: Johns Hopkins University Press. পৃষ্ঠা. 161. ISBN 0-801-88221-4. OCLC 62265494. http://www.bucknell.edu/msw3/browse.asp?id=12100530. 
  2. 2.0 2.1 2.2 Boonratana, R., Chalise, M., Das, J., Htun, S. and Timmins, R. J. (2008). "Macaca assamensis". IUCN Red List of Threatened Species. Version 2010.4. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/12549. 
  3. Françis, C. M. (2008) A field guide to the mammals of South-East Asia. New Holland Publishers. ISBN 1845377354
  4. Groves, C. P. (2001) Primate taxonomy. Smithsonian Institution Press, Washington, DC, USA.
  5. Srivastava, A. and Mohnot, S. M. (2001) Distribution, conservation status and priorities for primates in Northeast India. ENVIS Bulletin: Wildlife and Protected Areas 1(1): 102–108.

[সম্পাদনা কৰক] বহিঃসংযোগ

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত