দুৰ্জন (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(দুৰ্জন (২০১৩ চলচ্চিত্ৰ)ৰ পৰা পুনঃনিৰ্দেশিত)
দুৰ্জন
'দুৰ্জন'
'দুৰ্জন'ৰ প’ষ্টাৰ
পৰিচালক মৌপ্ৰাণ শৰ্মা
চিত্ৰনাট্য লিজা পেগু
মৌপ্ৰাণ শৰ্মা
প্ৰযোজক গুনীন বসুমতাৰী
অভিনয়ত উৎপল দাস
অনন্যা পৰাশৰ
গুনীন বসুমতাৰী
চিত্ৰগ্ৰহণকাৰী বেদদ্যুতি দত্ত
সংগীত পৰিচালক বিষ্ণু কলিতা
প্ৰযোজনা
কোম্পানী
আহৰণ ফিল্মছ
মুক্তি
২৫ অক্টোবৰ, ২০১৩
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

দুৰ্জন (ইংৰাজী: Durjon) ২০১৩ বৰ্ষত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰআহৰণ ফিল্মছৰ বেনাৰত গুনীন বসুমতাৰীয়ে প্ৰযোজনা কৰা চলচ্চিত্ৰখন পৰিচালনা কৰিছে মৌপ্ৰাণ শৰ্মায়ে।

অভিনয়-শিল্পী[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]