২০২৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন

অসমীয়া ৱিকিপিডিয়াৰ পৰা

২০২৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন (ইংৰাজী: 2024 Indian general election) ১৮তম লোকসভাৰ ৫৪৩জন সদস্যক নিৰ্বাচিত কৰিবলৈ ১৯ এপ্ৰিলৰ পৰা ১ জুনলৈ অনুষ্ঠিত হ’ব। ৭টা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ ফলাফল অহা ৪ জুন ২০২৪ তাৰিখে ঘোষণা কৰা হ’ব। ২০১৯ চনৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনকো চেৰ পেলাই এইটো বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ আৰু ভাৰতৰ ভিতৰতে সৰ্বাধিক দীঘলীয়া, মুঠ ৪৪ দিনৰ সাধাৰণ নিৰ্বাচন হ’ব(১৯৫১–৫২ চনৰ প্ৰথম ভাৰতৰ সাধাৰণ নিৰ্বাচনক বাদ দি)। বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ’ব।

১৪০ কোটি জনসংখ্যাৰ ভিতৰত প্ৰায় ৯৬ কোটি ব্যক্তিয়ে এই নিৰ্বাচনত অংশগ্ৰহণৰ যোগ্যতা অৰ্জন কৰিছে।[1][2][3] সাধাৰণ নিৰ্বাচনৰ সমান্তৰালভাৱে অন্ধ্ৰ প্ৰদেশ, অৰুণাচল প্ৰদেশ, উৰিষ্যা, চিক্কিমৰ বিধানসভা নিৰ্বাচনৰ লগতে ১৬খন ৰাজ্যৰ ৩৫খন আসনৰ উপ-নিৰ্বাচনো অনুষ্ঠিত হ’ব।

নিৰ্বাচন সূচী[সম্পাদনা কৰক]

2024 Lok Sabha Election Schedule
2024 Lok Sabha Election Schedule
Chief Election Commissioner Rajiv Kumar announced the 2024 General Elections schedule for Lok Sabha and State Legislative Assemblies during a press conference
চিত্ৰ:2024 Lok Sabha elections logo.png
Official logo,
"चुनाव का पर्व DESH KA GARV" which means -''Festival of Election, Nation's Pride''

The election schedule for the 18th Lok Sabha was announced by the Election Commission of India on 16 March 2024, and with it the Model Code of Conduct came into effect.[4] The tenure of the 17th Lok Sabha is scheduled to end on 16 June 2024.[5]

তাৰিখ[সম্পাদনা কৰক]

Poll event Phase
I II III IV V VI VII
নিৰ্বাচনী অধিসূচনা ২০ মাৰ্চ ২৮ মাৰ্চ ১২ এপ্ৰিল ১৮ এপ্ৰিল ২৬ এপ্ৰিল ২৯ এপ্ৰিল ৭ মে'
মনোনয়ন দাখিলৰ শেষ তাৰিখ ২৭ মাৰ্চ ৪ এপ্ৰিল ১৯ এপ্ৰিল ২৫ এপ্ৰিল ৩ মে' ১৪ মে'
মনোনয়ন পৰীক্ষণ ২৮ মাৰ্চ ৫ এপ্ৰিল ২০ এপ্ৰিল ২৬ এপ্ৰিল ৪ মে' ৭ মে' ১৫ মে'
মনোনয়ন উঠাই লোৱাৰ শেষ তাৰিখ ৩০ মাৰ্চ ৮ এপ্ৰিল ২২ এপ্ৰিল ২৯ এপ্ৰিল ৬ মে' ৯ মে' ১৭ মে'
ভোটগ্ৰহণ ১৯ এপ্ৰিল ২৬ এপ্ৰিল ৭ মে' ১৩ মে ২০ মে ২৫ মে ১ জুন
ভোট গণনা ৪ জুন ২০২৪
লোকসভা সমষ্টিৰ সংখ্যা ১০২ ৮৯ ৯৪ ৯৬ ৪৯ ৫৭ ৫৭

আসন[সম্পাদনা কৰক]

ভোটগ্ৰহণৰ পৰ্যায়
ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চল মুঠ লোকসভা সমষ্টি নিৰ্বাচনৰ তাৰিখ আৰু সমষ্টি সংখ্যা
পৰ্যায় ১ পৰ্যায় ২ পৰ্যায় ৩ পৰ্যায় ৪ পৰ্যায় ৫ পৰ্যায় ৬ পৰ্যায় ৭
অন্ধ্ৰ প্ৰদেশ ২৫ (১টা পৰ্যায়) ২৫
অৰুণাচল প্ৰদেশ ২ (১টা পৰ্যায়)
অসম ১৪ (৩টা পৰ্যায়)
বিহাৰ ৪০ (৭টা পৰ্যায়)
ছট্টিছগড় ১১ (৩টা পৰ্যায়)
গোৱা পৰ্যায় (১টা পৰ্যায়)
গুজৰাট ২৬ (১টা পৰ্যায়) ২৬
হাৰিয়ানা ১০ (১টা পৰ্যায়) ১০
হিমাচল প্ৰদেশ ৪ (১টা পৰ্যায়)
ঝাৰখণ্ড ১৪ (৪টা পৰ্যায়)
কৰ্ণাটক ২৮ (২টা পৰ্যায়) ১৪ ১৪
কেৰালা ২০ (১টা পৰ্যায়) ২০
মধ্যপ্ৰদেশ ২৯ (৪টা পৰ্যায়)
মহাৰাষ্ট্ৰ ৪৮ (৫টা পৰ্যায়) ১১ ১১ ১৩
মণিপুৰ ২ (২টা পৰ্যায়) [n 1] ½[n 1]
মেঘালয় ২ (১টা পৰ্যায়)
মিজোৰাম ১ (১টা পৰ্যায়)
নাগালেণ্ড ১ (১টা পৰ্যায়)
ওড়িশা ২১ (৪টা পৰ্যায়)
পঞ্জাব ১৩ (১টা পৰ্যায়) ১৩
ৰাজস্থান ২৫ (১টা পৰ্যায়) ১২ ১৩
ছিকিম ১ (১টা পৰ্যায়)
তামিলনাডু ৩৯ (১টা পৰ্যায়) ৩৯
তেলংগানা ১৭ (১টা পৰ্যায়) ১৭
ত্ৰিপুৰা ২ (২টা পৰ্যায়)
উত্তৰ প্ৰদেশ ৮০ (৭টা পৰ্যায়) ১০ ১৩ ১৪ ১৪ ১৩
উত্তৰাখণ্ড ৫ (১টা পৰ্যায়)
পশ্চিম বংগ ৪২ (৭টা পৰ্যায়)
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ১ (১টা পৰ্যায়)
চণ্ডীগড় ১ (১টা পৰ্যায়)
দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ ২ (১টা পৰ্যায়)
দিল্লী ৭ (১টা পৰ্যায়)
জম্মু আৰু কাশ্মীৰ ৫ (৫টা পৰ্যায়)
লাডাখ ১ (১টা পৰ্যায়)
লাক্ষাদ্বীপ ১ (১টা পৰ্যায়)
পুডুছেৰী ১ (১টা পৰ্যায়)
সমষ্টি ৫৪৩ ১০২ ৮৯ ৯৪ ৯৬ ৪৯ ৫৭ ৫৭
মুঠ সমষ্টি
% আটাইকেইটা পৰ্যায়ৰ সমাপ্তি
ফলাফল ৫৪৩
  1. 1.0 1.1 Polling in Outer Manipur seat was scheduled in two phases.

তথ্য উৎস[সম্পাদনা কৰক]