সমললৈ যাওক

অসম সাহিত্য সভাৰ অষ্টম বিশেষ বাৰ্ষিক গুৱাহাটী অধিৱেশন (২০১৪)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসম সাহিত্য সভাৰ গুৱাহাটীৰ বিশেষ বাৰ্ষিক অধিৱেশন (২০১৪)
দিনাংক ২০১৪ চনৰ ৩১ জানুৱাৰীৰ পৰা
স্থান খানাপাৰা, গুৱাহাটী
অসম সাহিত্য সভাৰ অষ্টম বিশেষ বাৰ্ষিক অধিৱেশন

অসম সাহিত্য সভাৰ অষ্টম বিশেষ বাৰ্ষিক গুৱাহাটী অধিৱেশন (ইংৰাজী: 8th special yearly Adhiveshan of Assam Sahitya Sabha) ২০১৪ চনৰ ৩১ জানুৱাৰীৰ পৰা চাৰি দিনীয়া কাৰ্য্যসূচীৰে গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয়।[1] ৩১ জানুৱাৰীৰ দিনা মামণি ৰয়ছম গোস্বামীৰ সোঁৱৰণী গ্ৰন্থ উৎসৱ আৰু সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী প্ৰদৰ্শনীখন বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত হয়।[2]

লাইখুঁটা স্থাপন

[সম্পাদনা কৰক]

অসম সাহিত্য সভাৰ অষ্টম বিশেষ বাৰ্ষিক গুৱাহাটী অধিৱেশনৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ক্ষেত্ৰৰ ২৭ জানুৱাৰীৰ দিনা আনুষ্ঠানিকভাৱে লাইখুঁটা স্থাপন কৰে পঞ্চকন্যা ধামৰ আচাৰ্য পণ্ডিত ভৃগুগিৰি মহাৰাজে।[3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "8th Assam Sahitya Sabha begins". TNT - The Northeast Today Magazine. January 31st, 2014. Archived from the original on 2025-01-19. https://web.archive.org/web/20250119162944/http://www.tntmagazine.in/news/8th-assam-sahitya-sabha-begins/ আহৰণ কৰা হৈছে: 13 ফেব্ৰুৱাৰী 2014.
  2. "সাহিত্য সভাৰ বিশেষ গুৱাহাটী". amarasom.glpublications.in. পৃষ্ঠাসমূহ: ৮ পৃষ্ঠা. http://www.amarasom.glpublications.in/Details.aspx?id=16513&boxid=124257515 আহৰণ কৰা হৈছে: 28 জানুৱাৰী 2014.[সংযোগবিহীন উৎস]
  3. "সাহিত্য সভাৰ বিশেষ গুৱাহাটী অধিৱেশনৰ লাইখঁটা স্থাপন". amarasom.glpublications.in. পৃষ্ঠাসমূহ: ১ পৃষ্ঠা. http://www.amarasom.glpublications.in/Details.aspx?id=16503&boxid=125356468 আহৰণ কৰা হৈছে: 28 জানুৱাৰী 2014.[সংযোগবিহীন উৎস]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]