ধুবুৰী (লোকসভা সমষ্টি)
অৱয়ব
ধুবুৰী লোকসভা সমষ্টি (ইংৰাজী: Dhubri Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।
বিধান সভাৰ সমষ্টিসমূহ
[সম্পাদনা কৰক]ধুবুৰী লোকসভা সমষ্টিত তলত উল্লিখিত বিধান সভা সমষ্টিসমূহ আছে[1]:
- মানকাচৰ বিধানসভা সমষ্টি
- শ'লমৰা দক্ষিণ বিধানসভা সমষ্টি
- ধুবুৰী বিধানসভা সমষ্টি
- গৌৰীপুৰ বিধানসভা সমষ্টি
- গোলোকগঞ্জ বিধানসভা সমষ্টি
- বিলাসীপাৰা (পশ্চিম) বিধানসভা সমষ্টি
- বিলাসীপাৰা (পূব) বিধানসভা সমষ্টি
- গোৱালপাৰা (পূব) বিধানসভা সমষ্টি
- গোৱালপাৰা (পশ্চিম) বিধানসভা সমষ্টি
- জলেশ্বৰ বিধানসভা সমষ্টি
লোক সভাৰ সদস্য
[সম্পাদনা কৰক]ক্ৰম | বৰ্ষ | প্ৰাৰ্থী | দল |
---|---|---|---|
১ | ১৯৫১ | আমজাদ আলি | প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টী |
২ | ১৯৫৭ | আমজাদ আলি | প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টী |
৩ | ১৯৬২ | গিয়াছুদ্দিন আহমেদ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৪ | ১৯৬৭ | জাহানুদ্দিন আহমেদ | প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টী |
৫ | ১৯৭১ | মইনুল চৌধুৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৬ | ১৯৭৭ | আহমেদ হুচেইন | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৭ | ১৯৮৪ | আব্দুল হামিদ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৮ | ১৯৯১ | নুৰুল ইছলাম | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৯ | ১৯৯৬ | নুৰুল ইছলাম | ভাৰতীয় জাতীয় কংগ্ৰেছ |
১০ | ১৯৯৮ | আব্দুল হামিদ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
১১ | ১৯৯৯ | আব্দুল হামিদ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
১২ | ২০০৪ | আনোৱাৰ হুচেইন | ভাৰতীয় জাতীয় কংগ্ৰেছ |
১৩ | ২০০৯ | বদৰুদ্দিন আজমল | এ আই ইউ ডি এফ |
১৪ | ২০১৪ | বদৰুদ্দিন আজমল | এ আই ইউ ডি এফ |
১৫ | ২০১৯ | বদৰুদ্দিন আজমল | এ আই ইউ ডি এফ |
১৬ | ২০২৪ | ৰকিবুল হুছেইন | ভাৰতীয় জাতীয় কংগ্ৰেছ [2] |
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-05.
- ↑ "GENERAL ELECTION TO LOK SABHA TRENDS & RESULT 2014". ELECTION COMMISSION OF INDIA. 16 May, 2014. Archived from the original on 2014-05-19. https://web.archive.org/web/20140519232549/http://eciresults.nic.in/ConstituencywiseS034.htm?ac=4। আহৰণ কৰা হৈছে: 7 জুন 2014.
|