বাৰ্তা:আহোম ৰাজ্য

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

মোটামুটি লিখিলোঁ। কোনোবাই পাৰিলে "আহোমৰ অৰ্থনৈতিক ব্যৱস্থা" আৰু "পাইক প্ৰথা" অংশখিনি অনুবাদ কৰি দিব। কিছুমান শব্দৰ অনুবাদ লৈও সন্দেহ আছে। অনুগ্ৰহ কৰি ইংৰাজী প্ৰবন্ধটোৰ লগত মিলাই ঠিক কৰি দিব। গীতাৰ্থ বৰদলৈ 14:06, 26 ফেব্ৰুৱাৰী 2012 (UTC)

মানচিত্রখনত অলপ সন্দেহ উপজিছে। অলপ সংশোধনৰ প্রয়োজন আছে নেকি? বিশেষকে কাৰ্বি ৰাজ্যৰ অৱস্থান, বাংলাদেশ বুলি নামাকৰন আদি।। বিজ্ঞজনে মতামত দিয়ক। নেকিব আহমেদ 18:22, 14 আগষ্ট 2012 (UTC)