কবিতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
182.66.8.161 (আলোচনা) সম্পাদিত 149635 সংশোধনটি বাতিল কৰক
12 নং শাৰী: 12 নং শাৰী:


== বৈশিষ্ট্য ==
== বৈশিষ্ট্য ==
Sanda badha rosonay kobita



== প্ৰকাৰভেদ ==
== প্ৰকাৰভেদ ==

15:12, 10 August 2015ৰ সংস্কৰণ


অসমীয়া সাহিত্য




চৰ্যাপদ পুথি
শ্ৰীমন্ত শংকৰদেৱ, হেমচন্দ্ৰ বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা
হেমচন্দ্ৰ গোস্বামী, কমলাকান্ত ভট্টাচাৰ্য্য, জ্যোতিপ্ৰসাদ আগৰৱালা
অসমীয়া সাহিত্য
(শ্ৰেণী: সাহিত্য)
অসমীয়া ভাষা
সাহিত্যৰ ইতিহাস
অসমীয়া সাহিত্যৰ ইতিহাস
অসমীয়া সাহিত্যিকসকলৰ তালিকা
কালানুক্ৰমিক তালিকা - বৰ্ণানুক্ৰমিক তালিকা
অসমীয়া সাহিত্যিক
ঔপন্যাসিক - গল্পকাৰ - নাট্যকাৰ - কবি - প্ৰবন্ধকাৰ
সাহিত্যধাৰা
প্ৰাচীন আৰু মধ্যযুগীয়
চৰ্যাপদ - প্ৰাক-শঙ্কৰী যুগৰ সাহিত্য - বৈষ্ণৱ যুগৰ সাহিত্য - অৰুণোদই যুগ - অনুবাদ সাহিত্য -মুছলিম সাহিত্য - লোকসাহিত্য
আধুনিক যুগৰ সাহিত্য
উপন্যাস - কবিতা - নাটক - চুটিগল্প - প্ৰবন্ধ - শিশুসাহিত্য - কল্পবিজ্ঞান - অভিধান
প্ৰতিষ্ঠান আৰু পুৰস্কাৰ
ভাষা শিক্ষায়ন
সাহিত্য পুৰস্কাৰ
সম্পৰ্কীয় প্ৰবেশদ্বাৰ
সাহিত্য প্ৰবেশদ্বাৰ
অসম প্ৰবেশদ্বাৰ

কবিতা সাহিত্যৰ এটা প্ৰধান শাখা; আনটো প্ৰধান শাখা হ’ল গদ্য। কবিতা সম্ভবত সাহিত্যৰ আদিমতম শাখা। কবি হৃদয়-নিহিত ভাৱৰ ছন্দোবদ্ধ আৰু শিল্পিত প্ৰকাশকে কবিতা বুলি নামাকৰণ কৰা হৈছে। কবিতা হ’ল ধ্বনি সুষমাৰ লগত ভাৱৰ সমন্বিত প্ৰকাশ।

কবিতাৰ জন্ম

এইটো অনুমান কৰা হৈছে যে, আদি কবি বাল্মীকিৰ হাততেই অৰ্থাৎ পূণ্যভূমি ভাৰতবৰ্ষতেই পোন প্ৰথমে কবিতাৰ জন্ম হৈছে ।ক্ৰৌঞ্চ বিয়োগ-জনিত শোকেই অাপুনা - অাপুনি বাল্মিকীৰ মুখৰপৰা শ্লোকৰূপে উচ্ছাৰিত হৈছিল। সহচাৰী-বিয়োগকাতৰ ক্ৰৌঞ্চৰ বেদনাত কবি চিত্তত বেদনাৰ সঞ্চাৰ হয়। এই বেদনাৰ পৰাই সহসা 'পৰিপূৰ্ণ বাণীৰ সঙ্গীত' জন্মগ্ৰহণ কৰি অপূৰ্ব ছন্দত কবি-কণ্ঠত উচ্চাৰিত হ’ল[1] -

মা নিষাদ প্ৰতিষ্ঠাং ত্বমগমঃ শাশ্বতী সমাঃ।
যৎক্ৰৌঞ্চমিথুনাদেকমবধীঃ কামমোহিতম্‌।।

বৈশিষ্ট্য

Sanda badha rosonay kobita

প্ৰকাৰভেদ


তথ্যসূত্ৰ

  1. সাহিত্য-সন্দৰ্শন, শ্ৰীশচন্দ্ৰ দাশ, বৰ্ণ বিচিত্ৰ, ঢাকা, ৬ষ্ঠ সংস্কৰণ, ১৯৯৫, পৃষ্ঠা-৩০