সমললৈ যাওক

অসমৰ সাহিত্যিকসকলৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমৰ প্ৰসিদ্ধ সাহিত্যিকসকল
নাম জন্ম মৃত্যু আলোকচিত্ৰ সাহিত্যৰ বিষয় উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
অজিৎ বৰুৱা ১৯ আগষ্ট, ১৯২৬ ৩ এপ্ৰিল ২০১৫
কবিতা, প্ৰবন্ধ, অনুবাদ সাহিত্য, সমালোচক ভাৰতীয় ভাষা পৰিষদ বঁটা (১৯৮৮)[1]
সাহিত্য অকাডেমি বঁটা (১৯৯১)

অসম উপত্যকা সাহিত্য বঁটা (১৯‍৯‍৯)
নিজৰা কবি শৈলধৰ ৰাজখোৱা স্মৃতি বঁটা (২০০৭)[2]|

অতুলচন্দ্ৰ হাজৰিকা ৯ ছেপ্তেম্বৰ, ১৯০৩ ৭ জুন, ১৯৮৬
কবিতা
নাটক
শিশু সাহিত্য
প্ৰবন্ধ
আত্মজীৱনী
সাহিত্য অকাডেমি বঁটা[3]
পদ্মশ্ৰী বঁটা (১৯৭১),
সাহিত্যচাৰ্য
অতুলানন্দ গোস্বামী ১৯৩৫ ২৭ জুলাই ২০২২
গল্প, প্ৰবন্ধ অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা
‘কথা’ বঁটা
‘কুমাৰ কিশোৰ সোঁৱৰণী বঁটা’
সাহিত্য অকাডেমি বঁটা
অপূৰ্ব শৰ্মা ১৯৪৩ বৰ্তমান
গল্প, প্ৰবন্ধ সাহিত্য অকাডেমি বঁটা
অৰুণ শৰ্মা ১৯৩১ বৰ্তমান
নাটক, উপন্যাস সাহিত্য অকাডেমি বঁটা
অসম উপত্যকা সাহিত্য বঁটা
সংগীত নাটক একাডেমী বঁটা
অৰূপা পটংগীয়া কলিতা ১৯৫৬ বৰ্তমান
কবিতা, গল্প উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
অনুৰাধা শৰ্মা পূজাৰী ১৯৬৪ বৰ্তমান
উপন্যাস কুমাৰ কিশোৰ সোঁৱৰণি বঁটা
অম্বিকাগিৰী ৰায়চৌধুৰী ১৮৮৫ ২ জানুৱাৰী, ১৯৬৭
কবিতা, উপন্যাস সাহিত্য অকাডেমি বঁটা
আনন্দ চন্দ্ৰ আগৰৱালা ১৮৭৪ ১৯৩৯
কবিতা "ভাঙনি কোঁৱৰ" আৰু "বিহগী কবি" উপাধি প্ৰদান
আনন্দ চন্দ্ৰ বৰুৱা জন্ম মৃত্যু
সাহিত্যৰ বিষয় সাহিত্য অকাডেমি বঁটা
ইমৰাণ স্বাহ ১৯৩৩ বৰ্তমান
গল্প. উপন্যাস, প্ৰবন্ধ উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
কবীন ফুকন ১৯৪৬ ২৪ মে', ২০১১
উপন্যাস, প্ৰবন্ধ ক্ৰান্তিকাল সাহিত্য সন্মান
সাহিত্য অকাডেমি বঁটা
কাঞ্চন বৰুৱা (ভুৱন মোহন বৰুৱা) ১৯১৪ ১৯৯৪
উপন্যাস উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
কৃষ্ণকান্ত সন্দিকৈ ২০ জুলাই, ১৮৯৮ ৭ জুন, ১৯৮২
প্ৰবন্ধ পদ্মশ্ৰী বঁটা
পদ্মভূষণ বঁটা
সাহিত্য অকাডেমি বঁটা
কেশৱ মহন্ত ২০ জানুৱাৰী, ১৯২৬ ৩০ মাৰ্চ, ২০০৬
কবিতা, শিশু সাহিত্য, অনুবাদ সাহিত্য সাহিত্য অকাডেমি বঁটা
বিষ্ণু ৰাভা বঁটা
ৰঘুনাথ চৌধাৰী বঁটা
কেশদা মহন্ত জন্ম মৃত্যু
সাহিত্যৰ বিষয় সাহিত্য অকাডেমি বঁটা
চন্দ্ৰকুমাৰ আগৰৱালা ১৮ নৱেম্বৰ, ১৮৬৭ ১৯৩৮
কবিতা উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
চন্দ্ৰপ্ৰসাদ শ‍ইকীয়া ৮ জুলাই, ১৯২৭ ৮ আগষ্ট, ২০০৬
উপন্যাস সাহিত্য অকাডেমি বঁটা
চৈয়দ আব্দুল মালিক ১৬ জানুৱাৰী, ১৯১৯ ১৯ ডিচেম্বৰ, ২০০০
উপন্যাস, কবিতা, গল্প, নাটক, প্ৰবন্ধ সাহিত্য অকাডেমি বঁটা
জীৱন নৰহ জন্ম বৰ্তমান
সাহিত্যৰ বিষয় উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
জ্যোতিপ্ৰসাদ আগৰৱালা     ১৭ জুন, ১৯০৩   ১৭ জানুৱাৰী, ১৯৫১  
 
    কবিতা, গল্প, নাটক, উপন্যাস, প্ৰবন্ধ   ৰূপকোঁৱৰ উপাধিৰে বিভূষিত, শিল্পী দিৱস উদ‍যাপন
টেঙ-ঙাই ম'হুং ১৭১৫ চন  ১৮৩২ চন উপলব্ধ নাই অভিধান প্ৰণেতা
ডিম্বেশ্বৰ নেওগ ৭ আগষ্ট, ১৮৯৯ ১২ নৱেম্বৰ, ১৯৬৬
কবিতা, উপন্যাস উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
তীৰ্থনাথ শৰ্মা ২৩ অক্টোবৰ, ১৯১১ ২৩ অক্টোবৰ, ১৯৮৬
কবিতা, প্ৰবন্ধ, নাটক, উপন্যাস সাহিত্য অকাডেমি বঁটা
ত্ৰৈলোক্য নাথ গোস্বামী ২ মাৰ্চ, ১৯০৬ ২২ ফেব্ৰুৱাৰী, ১৯৮৮[4]
প্ৰবন্ধ সাহিত্য অকাডেমি বঁটা,
সাহিত্য সভা বঁটা,
অসম প্ৰকাশন পৰিষদ বঁটা
ত্ৰৈলোক্য ভট্টাচাৰ্য ১৯৩৮ ১ ফেব্ৰুৱাৰী, ২০১৩
উপন্যাস উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
দীননাথ শৰ্মা[4] ১৯১৪ ১৯৮৮
গল্প, প্ৰবন্ধ উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
দেবেন্দ্ৰ নাথ আচাৰ্য ১৯৩৭ ২৯ ছেপ্টেম্বৰ, ১৯৮১
উপন্যাস, উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
দেৱব্ৰত দাস ১৯৫০ বৰ্তমান
গল্প, প্ৰবন্ধ উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
ধ্ৰুৱজ্যোতি বৰা ১৯৫৫ বৰ্তমান
উপন্যাস, প্ৰবন্ধ সাহিত্য অকাডেমি বঁটা
নগেন শ‍ইকীয়া ১১ ফেব্ৰুৱাৰী, ১৯৩৯ বৰ্তমান
উপন্যাস, প্ৰবন্ধ সাহিত্য অকাডেমি বঁটা
নৱকান্ত বৰুৱা ২৯ ডিচেম্বৰ, ১৯২৬ ১৪ জুলাই, ২০০২
কবিতা সাহিত্য অকাডেমি বঁটা
নলিনীবালা দেৱী ২৩ মাৰ্চ, ১৮৯৮ ২৪ ডিচেম্বৰ. ১৯৭৭
কবিতা, প্ৰবন্ধ সাহিত্য অকাডেমি বঁটা
পদ্মশ্ৰী বঁটা
নলিনীধৰ ভট্টাচাৰ্য জন্ম মৃত্যু
উপন্যাস, প্ৰবন্ধ সাহিত্য অকাডেমি বঁটা
নিৰ্মলপ্ৰভা বৰদলৈ ২০ জুন, ১৯৩৩ ২০০৪
কবিতা, উপন্যাস, প্ৰবন্ধ সাহিত্য অকাডেমি বঁটা
নিৰুপমা বৰগোহাঞি ১৯৩২ বৰ্তমান
কবিতা সাহিত্য অকাডেমি বঁটা
নিৰোদ চৌধুৰী[4] ১৯৩৫ ২০০১
উপন্যাস, উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
নীলমনি ফুকন(ককা) জুন, ১৮৮০ ১৯৭৮
কবিতা, প্ৰবন্ধ "বাগ্মীবৰ" উপাধিৰে বিভূষিত
নীলমণি ফুকন ১০ ছেপ্তেম্বৰ, ১৯৩৩ মৃত্যু
কবিতা সাহিত্য অকাডেমি বঁটা
নীলিম কুমাৰ ১৯৬২ বৰ্তমান
কবিতা, উপন্যাস “উদয় ভাৰতী” ৰাষ্ট্ৰীয় কবিতা বঁটা
পদ্মনাথ গোহাঞি বৰুৱা ২৪ অক্টোবৰ, ১৮৭১ ৭ এপ্ৰিল, ১৯৪৬
কবিতা, উপন্যাস উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
পূৰবী বৰমুদৈ জন্ম বৰ্তমান
সাহিত্যৰ বিষয় সাহিত্য অকাডেমি বঁটা
বাণীকান্ত কাকতি ১৫ নৱেম্বৰ, ১৮৯৪ ১৫ নৱেম্বৰ, ১৯৫২
প্ৰবন্ধ উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
বিৰিঞ্চি কুমাৰ বৰুৱা ১৬ অক্টোবৰ, ১৯০৮ ৩০ মাৰ্চ, ১৯৬৪
উপন্যাস, গল্প, প্ৰবন্ধ সাহিত্য অকাডেমি বঁটা
বিষ্ণুপ্ৰসাদ ৰাভা ৩১ জানুৱাৰী, ১৯০৯ ২০ জুন, ১৯৬৯
উপন্যাস, গল্প, নাটক, প্ৰবন্ধ "কলাগুৰু" উপাধিৰে বিভূষিত
"কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা"ৰ আৰম্ভণি
বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য ১৪ অক্টোবৰ, ১৯২৪ ৬ আগষ্ট, ১৯৯৭
উপন্যাস, প্ৰবন্ধ সাহিত্য অকাডেমি বঁটা
বীৰেন্দ্ৰ নাথ দত্ত ১ মাৰ্চ, ১৯৩৫ ২৩ নৱেম্বৰ ২০২৩
প্ৰবন্ধ, শিশু সাহিত্য উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
বীৰেশ্বৰ বৰুৱা ১ ছেপ্টেম্বৰ, ১৯৩৩ ২০১০
উপন্যাস, কবিতা, প্ৰবন্ধ সাহিত্য অকাডেমি বঁটা
বেণুধৰ ৰাজখোৱা ১৮৭২ ১৯৫৫
কবিতা সাহিত্য অকাডেমি বঁটা,
পদ্মশ্ৰী বঁটা,
সাহিত্যচাৰ্য
বেণুধৰ শৰ্মা ১৬ নৱেম্বৰ. ১৮৯৪ ২৬ ফেব্ৰুৱাৰী. ১৯৮১
গল্প, প্ৰবন্ধ সাহিত্য অকাডেমি বঁটা
ভৃগুমুনি কাগয়ুং ২২ অক্টোবৰ, ১৯৩৪ ২৭ মাৰ্চ, ২০১১
কবিতা, প্ৰবন্ধ উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
ভৱানন্দ ডেকা ১৯ আগষ্ট, ১৯২৯ ৪ ডিচেম্বৰ, ২০০৬
প্ৰবন্ধ, ভ্ৰমণ কাহিনী উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
ভবেন বৰুৱা জন্ম মৃত্যু
সাহিত্যৰ বিষয় সাহিত্য অকাডেমি বঁটা
ভবেন্দ্ৰ নাথ শইকীয়া ২০ ফেব্ৰুৱাৰী, ১৯৩২ ১৩ আগষ্ট, ২০০৩
উপন্যাস, গল্প, শিশু সাহিত্য সাহিত্য অকাডেমি বঁটা
লক্ষ্মীনাথ ফুকন জন্ম মৃত্যু
প্ৰবন্ধ সাহিত্য অকাডেমি বঁটা
লক্ষ্মীনাথ বেজবৰুৱা ১৮৬৪ ১৯৩৮
সাধু, উপন্যাস, প্ৰবন্ধ, কবিতা "সাহিত্যৰথী" উপাধি
লক্ষ্মীনন্দন বৰা জন্ম বৰ্তমান
উপন্যাস সাহিত্য অকাডেমি বঁটা
যতিন মিপুন জন্ম মৃত্যু
সাহিত্যৰ বিষয় উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
যোগেশ দাস[4] ১ এপ্ৰিল, ১৯২৭ ৯ চেপ্তেম্বৰ, ১৯৯৯
গল্প, উপন্যাস সাহিত্য অকাডেমি বঁটা
অসম উপত্যকা সাহিত্য বঁটা
ৰঘুনাথ চৌধাৰী ১৮৭৮ ১৯৬৭
কবিতা উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
ৰজনীকান্ত বৰদলৈ ২৪ নৱেম্বৰ, ১৮৬৭ ২৫ মাৰ্চ, ১৯৪০
উপন্যাস, প্ৰবন্ধ উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
ৰমা দাস ১০ অক্টোবৰ, ১৯০৯ ২১ নৱেম্বৰ, ১৯৮১
গল্প উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
ৰংবং তেৰাং ১৩ জানুৱাৰী, ১৯৩৭ বৰ্তমান
উপন্যাস, প্ৰবন্ধ উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
ৰীতা চৌধুৰী জন্ম বৰ্তমান
সাহিত্যৰ বিষয় সাহিত্য অকাডেমি বঁটা
লক্ষহীৰা দাস ২ ফেব্ৰুৱাৰী, ১৯৩৩ মৃত্যু
গল্প, কবিতা, শিশু সাহিত্য উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
লক্ষ্মীধৰ শৰ্মা ২০ অক্টোবৰ, ১৮৯৯ ৩ মে, ১৯৩৪
গল্প, নাটক, প্ৰবন্ধ উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
লক্ষ্মীনাথ ফুকন ২৯ জানুৱাৰী, ১৮৯৪ ৩ এপ্ৰিল, ১৯৭৫
গল্প, কবিতা, প্ৰবন্ধ উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
লীলা গগৈ ২৫ নৱেম্বৰ, ১৯৩০ ২৩ জুলাই, ১৯৯৪
গল্প, উপন্যাস, প্ৰবন্ধ উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
হৰেকৃষ্ণ ডেকা জন্ম বৰ্তমান
কবিতা সাহিত্য অকাডেমি বঁটা
হিতেশ ডেকা ১৯২৪ ২০০০
উপন্যাস উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
হীৰেন গোহাঁই ১৯৩৯ বৰ্তমান
প্ৰবন্ধ সাহিত্য অকাডেমি বঁটা
হীৰেন্দ্ৰ নাথ দত্ত জন্ম মৃত্যু
সাহিত্যৰ বিষয় সাহিত্য অকাডেমি বঁটা
হেমচন্দ্ৰ গোস্বামী ৮ জানুৱাৰী, ১৮৭২ ২ মে, ১৯২৮
কবিতা, প্ৰবন্ধ উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
হোমেন বৰগোহাঞি ৭ ডিচেম্বৰ, ১৯৩২ বৰ্তমান
উপন্যাস, প্ৰবন্ধ, কবিতা সাহিত্য অকাডেমি বঁটা
মহিম বৰা ১৯২৪ মৃত্যু
সাহিত্যৰ বিষয় সাহিত্য অকাডেমি বঁটা
মহেশ্বৰ নেওগ জন্ম মৃত্যু
সাহিত্যৰ বিষয় উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
মহেন্দ্ৰ বৰা জন্ম মৃত্যু
সাহিত্যৰ বিষয় উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
মিত্ৰদেৱ মহন্ত ৯ জুন, ১৮৯৪ ২৫,মাৰ্চ, ১৯৮৩
প্ৰবন্ধ, কবিতা, নাটক উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
মামণি ৰয়চম গোস্বামী ১৪ নৱেম্বৰ, ১৯৪১ ২৯ নৱেম্বৰ, ২০১১
গল্প, উপন্যাস, প্ৰবন্ধ উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
মেদিনী চৌধুৰী ১৯২৭ ২০০৩
উপন্যাস, প্ৰবন্ধ উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
সত্যনাথ বৰা ১৮৬০ ১৩ ডিচেম্বৰ, ১৯২৫
প্ৰবন্ধ উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
সত্যেন্দ্ৰ নাথ শৰ্মা ১০ ছেপ্তেম্বৰ, ১৯১৭ ১১ আগষ্ট, ১৯৯৯
প্ৰবন্ধ উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
সীতানাথ ব্ৰহ্মচৌধুৰী জন্ম মৃত্যু
সাহিত্যৰ বিষয় উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
সৌৰভ কুমাৰ চলিহা ১৯৩০ ২৫ জুন, ২০১১
সাহিত্যৰ বিষয় সাহিত্য অকাডেমি বঁটা
সূৰ্যকুমাৰ ভূঞা ২৭ জানুৱাৰী, ১৮৯৪ ৫ জুলাই, ১৯৬৪
সাহিত্যৰ বিষয় উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
স্নেহ দেৱী ১৯১৬ ১৯৯০
গল্প সাহিত্য অকাডেমি বঁটা
শীলভদ্ৰ / ৰেৱতী মোহন দত্ত চৌধুৰী ১৮ ছেপ্টেম্বৰ, ১৯২৮ ২৯ ফেব্ৰুৱাৰী, (চন?)
উপন্যাস, গল্প সাহিত্য অকাডেমি বঁটা,
অসম উপত্যকা সাহিত্য বঁটা
য়েছে দৰজে ঠংছি ১৯৫২ বৰ্তমান
উপন্যাস সাহিত্য অকাডেমি বঁটা
ৰবীন্দ্ৰ সৰকাৰ ৭ আগষ্ট, ১৯৪১ বৰ্তমান
কবিতা, প্ৰবন্ধ, নাট্যকাৰ সাহিত্য অকাডেমি বঁটা (২০১৩)
সনন্ত তাঁতি ৪ নৱেম্বৰ ১৯৫২ বৰ্তমান
কবিতা অসম উপত্যকা সাহিত্য বঁটা (২০১৭)

সাহিত্য অকাডেমি বঁটা (২০১৮)

ইছমাইল হোছেইন ২২ ফেব্ৰুৱাৰী ১৯৬৫ বৰ্তমান
কবি, সমালোচক

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া". http://sahitya-akademi.gov.in/sahitya-akademi/SearchAwards.do। আহৰণ কৰা হৈছে: ২৮ ডিচেম্বৰ, ২০১১. 
  2. "Award to Ajit Baruah". Archived from the original on January 8, 2009. https://web.archive.org/web/20090108055810/http://www.assamtimes.org/Social/732.html। আহৰণ কৰা হৈছে: December 27, 2011. 
  3. "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২. 
  4. 4.0 4.1 4.2 4.3 Authors Archived 2013-07-03 at the Wayback Machine, উৎস: এনাজৰী ডট কম, আহৰণ: ০২-১০-২০১২