সমললৈ যাওক

অসমৰ সাহিত্যিকসকলৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসমৰ প্ৰসিদ্ধ সাহিত্যিকসকল
নাম জন্ম মৃত্যু আলোকচিত্ৰ সাহিত্যৰ বিষয় উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
অজিৎ বৰুৱা১৯ আগষ্ট, ১৯২৬৩ এপ্ৰিল ২০১৫
কবিতা, প্ৰবন্ধ, অনুবাদ সাহিত্য, সমালোচকভাৰতীয় ভাষা পৰিষদ বঁটা (১৯৮৮)[1]
সাহিত্য অকাডেমি বঁটা (১৯৯১)

অসম উপত্যকা সাহিত্য বঁটা (১৯‍৯‍৯)
নিজৰা কবি শৈলধৰ ৰাজখোৱা স্মৃতি বঁটা (২০০৭)[2]|

অতুলচন্দ্ৰ হাজৰিকা৯ ছেপ্তেম্বৰ, ১৯০৩৭ জুন, ১৯৮৬
কবিতা
নাটক
শিশু সাহিত্য
প্ৰবন্ধ
আত্মজীৱনী
সাহিত্য অকাডেমি বঁটা[3]
পদ্মশ্ৰী বঁটা (১৯৭১),
সাহিত্যচাৰ্য
অতুলানন্দ গোস্বামী১৯৩৫২৭ জুলাই ২০২২
গল্প, প্ৰবন্ধঅম্বিকাগিৰী ৰায়চৌধুৰী বঁটা
‘কথা’ বঁটা
‘কুমাৰ কিশোৰ সোঁৱৰণী বঁটা’
সাহিত্য অকাডেমি বঁটা
অপূৰ্ব শৰ্মা১৯৪৩
গল্প, প্ৰবন্ধসাহিত্য অকাডেমি বঁটা
অৰুণ শৰ্মা১৯৩১
নাটক, উপন্যাসসাহিত্য অকাডেমি বঁটা
অসম উপত্যকা সাহিত্য বঁটা
সংগীত নাটক একাডেমী বঁটা
অৰূপা পটংগীয়া কলিতা১৯৫৬
কবিতা, গল্পউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
অনুৰাধা শৰ্মা পূজাৰী১৯৬৪
উপন্যাসকুমাৰ কিশোৰ সোঁৱৰণি বঁটা
অম্বিকাগিৰী ৰায়চৌধুৰী১৮৮৫২ জানুৱাৰী, ১৯৬৭
কবিতা, উপন্যাসসাহিত্য অকাডেমি বঁটা
আনন্দ চন্দ্ৰ আগৰৱালা১৮৭৪১৯৩৯
কবিতা"ভাঙনি কোঁৱৰ" আৰু "বিহগী কবি" উপাধি প্ৰদান
আনন্দ চন্দ্ৰ বৰুৱা
সাহিত্যৰ বিষয়সাহিত্য অকাডেমি বঁটা
ইমৰাণ স্বাহ১৯৩৩
গল্প. উপন্যাস, প্ৰবন্ধউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
কবীন ফুকন১৯৪৬২৪ মে', ২০১১
উপন্যাস, প্ৰবন্ধক্ৰান্তিকাল সাহিত্য সন্মান
সাহিত্য অকাডেমি বঁটা
কাঞ্চন বৰুৱা (ভুৱন মোহন বৰুৱা)১৯১৪১৯৯৪
উপন্যাসউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
কৃষ্ণকান্ত সন্দিকৈ২০ জুলাই, ১৮৯৮৭ জুন, ১৯৮২
প্ৰবন্ধপদ্মশ্ৰী বঁটা
পদ্মভূষণ বঁটা
সাহিত্য অকাডেমি বঁটা
কেশৱ মহন্ত২০ জানুৱাৰী, ১৯২৬৩০ মাৰ্চ, ২০০৬
কবিতা, শিশু সাহিত্য, অনুবাদ সাহিত্যসাহিত্য অকাডেমি বঁটা
বিষ্ণু ৰাভা বঁটা
ৰঘুনাথ চৌধাৰী বঁটা
কেশদা মহন্ত
সাহিত্যৰ বিষয়সাহিত্য অকাডেমি বঁটা
চন্দ্ৰকুমাৰ আগৰৱালা১৮ নৱেম্বৰ, ১৮৬৭১৯৩৮
কবিতাউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
চন্দ্ৰপ্ৰসাদ শ‍ইকীয়া৮ জুলাই, ১৯২৭৮ আগষ্ট, ২০০৬
উপন্যাসসাহিত্য অকাডেমি বঁটা
চৈয়দ আব্দুল মালিক১৬ জানুৱাৰী, ১৯১৯১৯ ডিচেম্বৰ, ২০০০
উপন্যাস, কবিতা, গল্প, নাটক, প্ৰবন্ধসাহিত্য অকাডেমি বঁটা
জীৱন নৰহ
সাহিত্যৰ বিষয়উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
জ্যোতিপ্ৰসাদ আগৰৱালা    ১৭ জুন, ১৯০৩  ১৭ জানুৱাৰী, ১৯৫১ 
 
    কবিতা, গল্প, নাটক, উপন্যাস, প্ৰবন্ধ  ৰূপকোঁৱৰ উপাধিৰে বিভূষিত, শিল্পী দিৱস উদ‍যাপন
টেঙ-ঙাই ম'হুং১৭১৫ চন ১৮৩২ চনঅভিধান প্ৰণেতা
ডিম্বেশ্বৰ নেওগ৭ আগষ্ট, ১৮৯৯১২ নৱেম্বৰ, ১৯৬৬
কবিতা, উপন্যাসউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
তীৰ্থনাথ শৰ্মা২৩ অক্টোবৰ, ১৯১১২৩ অক্টোবৰ, ১৯৮৬
কবিতা, প্ৰবন্ধ, নাটক, উপন্যাসসাহিত্য অকাডেমি বঁটা
ত্ৰৈলোক্য নাথ গোস্বামী২ মাৰ্চ, ১৯০৬২২ ফেব্ৰুৱাৰী, ১৯৮৮[4]
প্ৰবন্ধসাহিত্য অকাডেমি বঁটা,
সাহিত্য সভা বঁটা,
অসম প্ৰকাশন পৰিষদ বঁটা
ত্ৰৈলোক্য ভট্টাচাৰ্য১৯৩৮১ ফেব্ৰুৱাৰী, ২০১৩
উপন্যাসউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
দীননাথ শৰ্মা[4]১৯১৪১৯৮৮
গল্প, প্ৰবন্ধউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
দেবেন্দ্ৰ নাথ আচাৰ্য১৯৩৭২৯ ছেপ্টেম্বৰ, ১৯৮১
উপন্যাস,উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
দেৱব্ৰত দাস১৯৫০
গল্প, প্ৰবন্ধউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
ধ্ৰুৱজ্যোতি বৰা১৯৫৫
উপন্যাস, প্ৰবন্ধসাহিত্য অকাডেমি বঁটা
নগেন শ‍ইকীয়া১১ ফেব্ৰুৱাৰী, ১৯৩৯
উপন্যাস, প্ৰবন্ধসাহিত্য অকাডেমি বঁটা
নৱকান্ত বৰুৱা২৯ ডিচেম্বৰ, ১৯২৬১৪ জুলাই, ২০০২
কবিতাসাহিত্য অকাডেমি বঁটা
নলিনীবালা দেৱী২৩ মাৰ্চ, ১৮৯৮২৪ ডিচেম্বৰ. ১৯৭৭
কবিতা, প্ৰবন্ধসাহিত্য অকাডেমি বঁটা
পদ্মশ্ৰী বঁটা
নলিনীধৰ ভট্টাচাৰ্য
উপন্যাস, প্ৰবন্ধসাহিত্য অকাডেমি বঁটা
নিৰ্মলপ্ৰভা বৰদলৈ২০ জুন, ১৯৩৩২০০৪
কবিতা, উপন্যাস, প্ৰবন্ধসাহিত্য অকাডেমি বঁটা
নিৰুপমা বৰগোহাঞি১৯৩২
কবিতাসাহিত্য অকাডেমি বঁটা
নিৰোদ চৌধুৰী[4]১৯৩৫২০০১
উপন্যাস,উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
নীলমনি ফুকন(ককা)জুন, ১৮৮০১৯৭৮
কবিতা, প্ৰবন্ধ"বাগ্মীবৰ" উপাধিৰে বিভূষিত
নীলমণি ফুকন১০ ছেপ্তেম্বৰ, ১৯৩৩মৃত্যু
কবিতাসাহিত্য অকাডেমি বঁটা
নীলিম কুমাৰ১৯৬২
কবিতা, উপন্যাস“উদয় ভাৰতী” ৰাষ্ট্ৰীয় কবিতা বঁটা
পদ্মনাথ গোহাঞি বৰুৱা২৪ অক্টোবৰ, ১৮৭১৭ এপ্ৰিল, ১৯৪৬
কবিতা, উপন্যাসউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
পূৰবী বৰমুদৈ
সাহিত্যৰ বিষয়সাহিত্য অকাডেমি বঁটা
বাণীকান্ত কাকতি১৫ নৱেম্বৰ, ১৮৯৪১৫ নৱেম্বৰ, ১৯৫২
প্ৰবন্ধউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
বিৰিঞ্চি কুমাৰ বৰুৱা১৬ অক্টোবৰ, ১৯০৮৩০ মাৰ্চ, ১৯৬৪
উপন্যাস, গল্প, প্ৰবন্ধসাহিত্য অকাডেমি বঁটা
বিষ্ণুপ্ৰসাদ ৰাভা৩১ জানুৱাৰী, ১৯০৯২০ জুন, ১৯৬৯
উপন্যাস, গল্প, নাটক, প্ৰবন্ধ"কলাগুৰু" উপাধিৰে বিভূষিত
"কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা"ৰ আৰম্ভণি
বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য১৪ অক্টোবৰ, ১৯২৪৬ আগষ্ট, ১৯৯৭
উপন্যাস, প্ৰবন্ধসাহিত্য অকাডেমি বঁটা
বীৰেন্দ্ৰ নাথ দত্ত১ মাৰ্চ, ১৯৩৫২৩ নৱেম্বৰ ২০২৩
প্ৰবন্ধ, শিশু সাহিত্যউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
বীৰেশ্বৰ বৰুৱা১ ছেপ্টেম্বৰ, ১৯৩৩২০১০
উপন্যাস, কবিতা, প্ৰবন্ধসাহিত্য অকাডেমি বঁটা
বেণুধৰ ৰাজখোৱা১৮৭২১৯৫৫
কবিতাসাহিত্য অকাডেমি বঁটা,
পদ্মশ্ৰী বঁটা,
সাহিত্যচাৰ্য
বেণুধৰ শৰ্মা১৬ নৱেম্বৰ. ১৮৯৪২৬ ফেব্ৰুৱাৰী. ১৯৮১
গল্প, প্ৰবন্ধসাহিত্য অকাডেমি বঁটা
ভৃগুমুনি কাগয়ুং২২ অক্টোবৰ, ১৯৩৪২৭ মাৰ্চ, ২০১১
কবিতা, প্ৰবন্ধউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
ভৱানন্দ ডেকা১৯ আগষ্ট, ১৯২৯৪ ডিচেম্বৰ, ২০০৬
প্ৰবন্ধ, ভ্ৰমণ-কাহিনীউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
ভবেন বৰুৱা
সাহিত্যৰ বিষয়সাহিত্য অকাডেমি বঁটা
ভবেন্দ্ৰ নাথ শইকীয়া২০ ফেব্ৰুৱাৰী, ১৯৩২১৩ আগষ্ট, ২০০৩
উপন্যাস, গল্প, শিশু সাহিত্যসাহিত্য অকাডেমি বঁটা
লক্ষ্মীনাথ ফুকন
প্ৰবন্ধসাহিত্য অকাডেমি বঁটা
লক্ষ্মীনাথ বেজবৰুৱা১৮৬৪১৯৩৮
সাধু, উপন্যাস, প্ৰবন্ধ, কবিতা"সাহিত্যৰথী" উপাধি
লক্ষ্মীনন্দন বৰা
উপন্যাসসাহিত্য অকাডেমি বঁটা
যতিন মিপুন
সাহিত্যৰ বিষয়উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
যোগেশ দাস[4]১ এপ্ৰিল, ১৯২৭৯ ছেপ্তেম্বৰ, ১৯৯৯
গল্প, উপন্যাসসাহিত্য অকাডেমি বঁটা
অসম উপত্যকা সাহিত্য বঁটা
ৰঘুনাথ চৌধাৰী১৮৭৮১৯৬৭
কবিতাউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
ৰজনীকান্ত বৰদলৈ২৪ নৱেম্বৰ, ১৮৬৭২৫ মাৰ্চ, ১৯৪০
উপন্যাস, প্ৰবন্ধউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
ৰমা দাস১০ অক্টোবৰ, ১৯০৯২১ নৱেম্বৰ, ১৯৮১
গল্পউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
ৰংবং তেৰাং১৩ জানুৱাৰী, ১৯৩৭
উপন্যাস, প্ৰবন্ধউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
ৰীতা চৌধুৰী
সাহিত্যৰ বিষয়সাহিত্য অকাডেমি বঁটা
লক্ষহীৰা দাস২ ফেব্ৰুৱাৰী, ১৯৩৩
গল্প, কবিতা, শিশু সাহিত্যউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
লক্ষ্মীধৰ শৰ্মা২০ অক্টোবৰ, ১৮৯৯৩ মে, ১৯৩৪
গল্প, নাটক, প্ৰবন্ধউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
লক্ষ্মীনাথ ফুকন২৯ জানুৱাৰী, ১৮৯৪৩ এপ্ৰিল, ১৯৭৫
গল্প, কবিতা, প্ৰবন্ধউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
লীলা গগৈ২৫ নৱেম্বৰ, ১৯৩০২৩ জুলাই, ১৯৯৪
গল্প, উপন্যাস, প্ৰবন্ধউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
হৰেকৃষ্ণ ডেকা
কবিতাসাহিত্য অকাডেমি বঁটা
হিতেশ ডেকা১৯২৪২০০০
উপন্যাসউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
হীৰেন গোহাঁই১৯৩৯
প্ৰবন্ধসাহিত্য অকাডেমি বঁটা
হীৰেন্দ্ৰ নাথ দত্ত
সাহিত্যৰ বিষয়সাহিত্য অকাডেমি বঁটা
হেমচন্দ্ৰ গোস্বামী৮ জানুৱাৰী, ১৮৭২২ মে, ১৯২৮
কবিতা, প্ৰবন্ধউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
হোমেন বৰগোহাঞি৭ ডিচেম্বৰ, ১৯৩২
উপন্যাস, প্ৰবন্ধ, কবিতাসাহিত্য অকাডেমি বঁটা
মহিম বৰা১৯২৪
সাহিত্যৰ বিষয়সাহিত্য অকাডেমি বঁটা
মহেশ্বৰ নেওগ
সাহিত্যৰ বিষয়উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
মহেন্দ্ৰ বৰা
সাহিত্যৰ বিষয়উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
মিত্ৰদেৱ মহন্ত৯ জুন, ১৮৯৪২৫,মাৰ্চ, ১৯৮৩
প্ৰবন্ধ, কবিতা, নাটকউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
মামণি ৰয়চম গোস্বামী১৪ নৱেম্বৰ, ১৯৪১২৯ নৱেম্বৰ, ২০১১
গল্প, উপন্যাস, প্ৰবন্ধউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
মেদিনী চৌধুৰী১৯২৭২০০৩
উপন্যাস, প্ৰবন্ধউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
সত্যনাথ বৰা১৮৬০১৩ ডিচেম্বৰ, ১৯২৫
প্ৰবন্ধউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
সত্যেন্দ্ৰ নাথ শৰ্মা১০ ছেপ্তেম্বৰ, ১৯১৭১১ আগষ্ট, ১৯৯৯
প্ৰবন্ধউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
সীতানাথ ব্ৰহ্মচৌধুৰী
সাহিত্যৰ বিষয়উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
সৌৰভ কুমাৰ চলিহা১৯৩০২৫ জুন, ২০১১
সাহিত্যৰ বিষয়সাহিত্য অকাডেমি বঁটা
সূৰ্যকুমাৰ ভূঞা২৭ জানুৱাৰী, ১৮৯৪৫ জুলাই, ১৯৬৪
সাহিত্যৰ বিষয়উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
স্নেহ দেৱী১৯১৬১৯৯০
গল্পসাহিত্য অকাডেমি বঁটা
শীলভদ্ৰ / ৰেৱতী মোহন দত্ত চৌধুৰী১৮ ছেপ্টেম্বৰ, ১৯২৮
উপন্যাস, গল্পসাহিত্য অকাডেমি বঁটা,
অসম উপত্যকা সাহিত্য বঁটা
য়েছে দৰজে ঠংছি১৯৫২
উপন্যাসসাহিত্য অকাডেমি বঁটা
ৰবীন্দ্ৰ সৰকাৰ ৭ আগষ্ট, ১৯৪১
কবিতা, প্ৰবন্ধ, নাট্যকাৰ সাহিত্য অকাডেমি বঁটা (২০১৩)
সনন্ত তাঁতি ৪ নৱেম্বৰ ১৯৫২
কবিতা অসম উপত্যকা সাহিত্য বঁটা (২০১৭)

সাহিত্য অকাডেমি বঁটা (২০১৮)

ইছমাইল হোছেইন ২২ ফেব্ৰুৱাৰী ১৯৬৫
কবি, সমালোচক

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. ↑ "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া". http://sahitya-akademi.gov.in/sahitya-akademi/SearchAwards.do। আহৰণ কৰা হৈছে: ২৮ ডিচেম্বৰ, ২০১১.
  2. ↑ "Award to Ajit Baruah". Archived from the original on January 8, 2009. https://web.archive.org/web/20090108055810/http://www.assamtimes.org/Social/732.html। আহৰণ কৰা হৈছে: December 27, 2011.
  3. ↑ "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২.
  4. 1 2 3 4 Authors Archived 2013-07-03 at the Wayback Machine, উৎস: এনাজৰী ডট কম, আহৰণ: ০২-১০-২০১২