সমললৈ যাওক

ব্ৰাহ্মী লিপিসমূহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ব্ৰাহ্মী লিপিসমূহ হ'ল আবুগিদা লিখন ব্যৱস্থাৰ এটা পৰিয়াল, যাক ভাৰতীয় লিপি বুলিও কোৱা হয়। সমগ্ৰ ভাৰতীয় উপমহাদেশ, দক্ষিণ-পূব এছিয়া আৰু পূব এছিয়াৰ কিছু অংশত ব্ৰাহ্মীক লিপি ব্যৱহাৰ কৰা হয়। ব্ৰাহ্মীক লিপিৰ অন্তৰ্গত লিপিসমূহৰ আদি লিপি হ'ল ব্ৰাহ্মী লিপি। ব্ৰাহ্মী লিপি এটা প্ৰাচীন লিখন ব্যৱস্থাৰ নাম।[1] যি খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাত সম্পূৰ্ণ বিকশিত লিপি হিচাপে প্ৰকাশ পাইছিল।[2] ব্ৰাহ্মী লিপি হ'ল ধ্বনিগত বৰ্ণমালা লিপি, য’ত স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণ পৃথক। ইয়াৰ বংশধৰ ব্ৰাহ্মিক লিপি আজিও সমগ্ৰ দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত ব্যৱহাৰ অব্যাহত আছে।[3]

ব্ৰাহ্মী লিপিসমূহৰ উৎপত্তি হৈছিল ব্ৰাহ্মী লিপিৰ পৰা৷ ব্ৰাহ্মীৰ স্পষ্ট প্ৰমাণ খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ অৰ্থাৎ অশোকৰ ৰাজত্বকালৰ পৰাই পোৱা যায়, যিয়ে সাম্ৰাজ্যবাদী আদেশৰ বাবে লিপি ব্যৱহাৰ কৰিছিল৷ উত্তৰ ব্ৰাহ্মীয়ে গুপ্ত যুগত গুপ্ত লিপিৰ জন্ম দিছিল, যাৰ পৰা কালক্ৰমত বিভিন্ন শৈলীৰ লিপিৰ উৎপত্তি হৈছিল৷ সপ্তম বা অষ্টম শতিকাৰ দ্বাৰা বিকশিত এনে মধ্যযুগীয় লিপিৰ উল্লেখযোগ্য উদাহৰণ হ'ল নাগৰী, সিদ্ধম আৰু শাৰদা।

বৌদ্ধ ধৰ্মত সিদ্ধম লিপি বিশেষভাৱে গুৰুত্বপূৰ্ণ আছিল, কিয়নো ইয়াত বহুতো সূত্ৰ লিখা হৈছিল। সিদ্ধম হস্তলিপিৰ কলা আজিও জাপানত জীয়াই আছে৷ সম্ভৱতঃ বৌদ্ধ ধৰ্মৰ প্ৰসাৰৰ জৰিয়তে জাপানী লিখন শৈলীৰ আধুনিক কানা লিপিৰ উপস্থাপন আৰু অভিধানৰ ক্ৰম ভাৰতীয় লিপিৰ পৰাই উদ্ভৱ হোৱা বুলি বিশ্বাস কৰা হয়।

দক্ষিণ ব্ৰাহ্মীৰ বিকাশ ঘটি কদম্ব, পল্লৱ আৰু ভাটেলুট্টু লিপিলৈ, যিয়ে পাছলৈ দক্ষিণ ভাৰত আৰু দক্ষিণ-পূব এছিয়াৰ অন্যান্য লিপিলৈ বৈচিত্ৰ্যময় হৈ পৰে। ব্ৰাহ্মী লিপিসমূহ ভাৰতীয় শিক্ষাৰ প্ৰসাৰৰ যোগেদি বিয়পি পৰে। লিপিসমূহ স্বাভাৱিকতে দক্ষিণ-পূব এছিয়ালৈ বিয়পি পৰিছিল, বাণিজ্যিক পথৰ বন্দৰসমূহত।[4] এই ব্যৱসায়িক স্থানসমূহত ভাৰতৰ পৰা উৎপত্তি হোৱা লিপি ব্যৱহাৰ কৰা সংস্কৃত ভাষাত প্ৰাচীন শিলালিপি পোৱা গৈছে। প্ৰথমতে ভাৰতীয় ভাষাত শিলালিপি তৈয়াৰ কৰা হৈছিল যদিও পিছলৈ সেই লিপিৰ সহায়ত স্থানীয় দক্ষিণ-পূব এছিয়াৰ ভাষা লিখা হৈছিল। ইয়াৰ পিছত স্থানীয় জাতৰ লিপিৰ বিকাশ ঘটিছিল। অষ্টম শতিকাৰ ভিতৰত লিপিসমূহ বিচ্ছিন্ন হৈ আঞ্চলিক লিপিলৈ পৃথক হৈছিল।[5]

দক্ষিণ ভাৰতীয় ব্ৰাহ্মীৰ ভিতৰত প্ৰাচীন কন্নড়, পল্লৱ আৰু ভট্টেলুট্টু লিপি অধিক প্ৰধান। এই লিপিসমূহে দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত বিভিন্ন শ্ৰেণীত শাখা-প্ৰশাখা বিস্তৃত কৰিছিল।

খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাত ভাট্টিপ্ৰ’লু বৌদ্ধ ধৰ্মৰ কেন্দ্ৰবিন্দু হৈ পৰে আৰু এই ঠাইৰ পৰাই বৌদ্ধ ধৰ্ম পূব এছিয়ালৈ বিয়পি পৰে। কাকতলীয়াকৈ ক’বলৈ গ’লে বৰ্তমানৰ তেলুগু লিপি এই ভাট্টিপ্ৰ’লু বা কন্নড়-তেলুগু লিপিৰ পৰাই উদ্ভৱ হৈছে।

প্ৰথমতে তামিল ব্ৰাহ্মী লিপিৰ ক্ৰমান্বয়ে বিকাশ ঘটিছিল, যাৰ বাবে বৰ্তমানৰ তামিল লিপিত অন্যান্য ভাৰতীয় লিপিৰ দৰে বৰ্ণমালাত তুলনামূলকভাৱে কম সংখ্যক আখৰ আছে, মহাপ্ৰাণ আৰু সঘোষ বৰ্ণৰ কোনো পৃথক স্থান নাই।

বৈশিষ্ট্য

[সম্পাদনা কৰক]

কিছুমান বৈশিষ্ট্য, যিবোৰ বেছিভাগ লিপিতে উপস্থিত যদিও সকলো লিপিতে নহয়, সেইবোৰ হ’ল-

  • প্ৰতিটো ব্যঞ্জনবৰ্ণৰ এটা অন্তৰ্নিহিত স্বৰবৰ্ণ থাকে যিটো সাধাৰণতে এটা চুটি 'ə' (অসমীয়া, বাংলা আৰু ওড়িয়াত ধ্বনি সলনি হোৱাৰ বাবে ধ্বনি /ɔ/ হয়)। আন স্বৰবৰ্ণবোৰ বৰ্ণত যোগ দি লিখা হয়। সংস্কৃতত বিৰাম/হলন্ত/হসন্ত বুলি জনাজাত এটা চিহ্ন ব্যৱহাৰ কৰি অন্তৰ্নিহিত স্বৰবৰ্ণৰ অনুপস্থিতি বুজাব পাৰি, যদিও ইয়াৰ ব্যৱহাৰ কমেইহে হয়।
  • প্ৰতিটো স্বৰবৰ্ণৰ দুটা ৰূপ থাকে, ব্যঞ্জনবৰ্ণৰ লগত সংলগ্ন নহ’লে এটা স্বতন্ত্ৰ ৰূপ আৰু ব্যঞ্জনবৰ্ণৰ লগত সংলগ্ন হ’লে এটা নিৰ্ভৰশীল ৰূপ। লিপিৰ ওপৰত ভিত্তি কৰি ব্যঞ্জনবৰ্ণৰ বাওঁফালে, সোঁফালে, ওপৰত, তলত বা বাওঁ আৰু সোঁ দুয়োফালে ৰাখিব পাৰি।
  • ব্যঞ্জনবৰ্ণ (দেৱনাগৰীত ৪ টালৈকে) বৰ্ণ একত্ৰিত কৰিব পাৰি। বেছিভাগ লিপিতেই ‘ৰ’ বৰ্ণটো অন্য ব্যঞ্জনবৰ্ণৰ লগত যুক্ত হ'লে বিশেষ চিহ্ন ব্যৱহৃত হয়।
  • অনুনাসিক স্বৰধ্বনি আৰু সঘোষ স্বৰক চিহ্নিত কৰিবলৈ স্বৰবৰ্ণ অথবা স্বৰচিহ্নৰ লগত নিৰ্দিষ্ট চিহ্ন ব্যৱহৃত হয়। ‌ এই বৰ্ণানুক্ৰমিক ক্ৰমটো হ'ল: স্বৰবৰ্ণ, কণ্ঠ্য ব্যঞ্জনবৰ্ণ, তালব্য ব্যঞ্জনবৰ্ণ, মূৰ্ধন্য ব্যঞ্জনবৰ্ণ, দন্ত্য ব্যঞ্জনবৰ্ণ, ওষ্ঠ্য ব্যঞ্জনবৰ্ণ, অন্তঃস্থ ব্যঞ্জনবৰ্ণ, উষ্ম ব্যঞ্জনবৰ্ণ আৰু অন্যান্য ব্যঞ্জনবৰ্ণ। প্ৰতিটো ব্যঞ্জনবৰ্ণৰ গোটত চাৰিটা বৰ্ণ (সম্ভাব্য ঘোষতা আৰু শ্বাসপ্ৰাণৰ ভিত্তিত) আৰু এটা নাসিক বৰ্ণ থাকে।

স্বৰবৰ্ণ

[সম্পাদনা কৰক]
ISO
akaāêôikiīukuūekeēaikaiokoōaukau əkr̥r̥̄kr̥̄kl̥l̥̄kl̥̄aṁkaṁaḥkaḥk
অশোকা ব্ৰাহ্মী 𑀅𑀓𑀆𑀓𑀸    𑀇𑀓𑀺𑀈𑀓𑀻𑀉𑀓𑀼𑀊𑀓𑀽  𑀏𑀓𑁂𑀐𑀓𑁃  𑀑𑀓𑁄𑀒𑀓𑁅   𑀋𑀓𑀾𑀌𑀓𑀿𑀍𑀓𑁀𑀎𑀓𑁁𑀅𑀁𑀓𑀁𑀅𑀂𑀓𑀂𑀓𑁆
অসমীয়া-বাংলা কাঅ্যাক্যা  কিকীকুকূ  কেকৈ  কোকৌ   কৃকৄকৢকৣঅংকংঅঃকঃক্
তিৰহুতা 𑒁𑒏𑒂𑒏𑒰    𑒃𑒏𑒱𑒄𑒏𑒲𑒅𑒏𑒳𑒆𑒏𑒴 𑒏𑒺𑒋𑒏𑒹𑒌𑒏𑒻 𑒏𑒽𑒍𑒏𑒼𑒎𑒏𑒾   𑒇𑒏𑒵𑒈𑒏𑒶𑒉𑒏𑒷𑒊𑒏𑒸𑒁𑓀𑒏𑓀𑒁𑓁𑒏𑓁𑒏𑓂
নেৱা 𑐀𑐎𑐁𑐎𑐵    𑐂𑐎𑐶𑐃𑐎𑐷𑐄𑐎𑐸𑐅𑐎𑐹  𑐊𑐎𑐾𑐋𑐎𑐿  𑐌𑐎𑑀𑐍𑐎𑑁 𑐆𑐎𑐺𑐇𑐎𑐻𑐈𑐎𑐼𑐉𑐎𑐽𑐀𑑄𑐎𑑄𑐀𑑅𑐎𑑅 𑐎𑑂
ওড়িয়া କା    କିକୀକୁକୂ  କେକୈ  କୋକୌ   କୃକୄକୢକୣଅଂକଂଅଃକଃକ୍
দেৱনাগৰী काकॅकॉकिकीकुकूकॆकेकैकॊकोकौ   कृकॄकॢकॣअंकंअःकः क्
কৈথী 𑂃𑂍𑂄𑂍𑂰    𑂅𑂍𑂱𑂆𑂍𑂲𑂇𑂍𑂳𑂈𑂍𑂴  𑂉𑂍𑂵𑂊𑂍𑂶  𑂋𑂍𑂷𑂌𑂍𑂸           𑂃𑂁𑂍𑂁𑂃𑂂𑂍𑂂𑂍𑂹
গুজৰাটী કાકૅકૉકિકીકુકૂ  કેકૈ  કોકૌ   કૃકૄકૢકૣઅંકંઅઃકઃક્,ક્‍
গুৰমুখী ਕਾ    ਕਿਕੀਕੁਕੂ  ਕੇਕੈ  ਕੋਕੌ           ਅਂਕਂਅਃਕਃਕ੍
ছিলঠীয়া নাগৰী  ꠇꠣ    ꠇꠤ  ꠇꠥ    ꠇꠦꠅꠂꠇꠂ  ꠇꠧ             ꠀꠋꠇꠋ  ꠇ꠆
তিব্বতী ཨཱཀཱ    ཨིཀིཨཱིཀཱིཨུཀུཨཱུཀཱུ  ཨེཀེཨཻཀཻ  ཨོཀོཨཽཀཽ   རྀཀྲྀརཱྀཀཷལྀཀླྀལཱྀཀླཱྀཨཾཀཾཨཿཀཿཀ྄
মীতৈ (মণিপুৰী) ꯑꯥꯀꯥ    ꯀꯤꯑꫫꯀꫫꯀꯨꯑꫬꯀꫬ  ꯑꯦꯀꯦꯑꯩꯀꯩ  ꯑꯣꯀꯣꯑꯧꯀꯧ           ꯑꯪꯀꯪꯑꫵꯀꫵ
লেপচা ᰣᰦᰀᰦ    ᰣᰧᰀᰧᰣᰧᰶᰀᰧᰶᰣᰪᰀᰪᰣᰫᰀᰫ  ᰣᰬᰀᰬ    ᰣᰨᰀᰨᰣᰩᰀᰩ           ᰣᰴᰀᰴ   
লিম্বু ᤀᤠᤁᤠ    ᤀᤡᤁᤡᤀᤡ᤺ᤁᤡ᤺ᤀᤢᤁᤢᤀᤢ᤺ᤁᤢ᤺ᤀᤧᤁᤧᤀᤣᤁᤣᤀᤤᤁᤤᤀᤨᤁᤨᤀᤥᤁᤥᤀᤦᤁᤦ           ᤀᤲᤁᤲ  ᤁ᤻
তামিল கா    கிகீகுகூகெகேகைகொகோகௌ           அஂகஂஅஃகஃக்
কন্নড় ಕಾ    ಕಿಕೀಕುಕೂಕೆಕೇಕೈಕೊಕೋಕೌ   ಕೃಕೄಕೢಕೣఅంಕಂఅఃಕಃಕ್
তেলুগু కా    కికీకుకూకెకేకైకొకోకౌ   కృకౄకౢకౣఅంకంఅఃకఃక్
সিংহল කාකැකෑකිකීකුකූකෙකේකෛකොකෝකෞ   කෘකෲකෟකෳඅංකංඅඃකඃක්
মালয়ালম കാ    കികീകുകൂകെകേകൈകൊകോകൗ   കൃകൄകൢകൣഅംകംഅഃകഃക്,ക്‍
চাকমা 𑄃𑄧𑄇𑄧𑄃𑄇𑄃𑄬𑄬𑄇𑄬𑄬𑄃𑅅𑄇𑅅𑄄, 𑄃𑄨𑄇𑄨𑄃𑄩𑄇𑄩𑄅, 𑄃𑄪𑄇𑄪𑄃𑄫𑄇𑄫  𑄆, 𑄃𑄬𑄇𑄬𑄃𑄰𑄇𑄰  𑄃𑄮𑄇𑄮𑄃𑄯𑄇𑄯           𑄃𑄧𑄁𑄇𑄧𑄁𑄃𑄧𑄂𑄇𑄧𑄂𑄇𑄴
বাৰ্মীজ ကအာကာ    ကိကီကုကူ  ကေအဲကဲကော  အောင်ကောင်   ကၖကၗကၘကၙအံကံအးကးက်
টাই থাম ᩋᩣᨠᩣ/ᨠᩤᩋᩯᨠᩯ(ᩋᩬᩴ,ᩋᩳ)(ᨠᩬᩴ,ᨠᩳ)ᨠᩥᨠᩦᨠᩩᨠᩪ(ᩋᩮᩡ)(ᨠᩮᩡ)ᨠᩮᩋᩱᨠᩱ(ᩋᩰᩡ)(ᨠᩰᩡ)ᩒ,ᩋᩰᨠᩰ,ᨠᩮᩣᩋᩮᩢᩣ,ᩋᩯᩣ,ᩐᩣᨠᩮᩢᩣ,ᨠᩮᩫᩣ,ᨠᩯᩣ   ᩁᩂᨠᩂ      ᩋᩴᨠᩴᩋᩡᨠᩡᨠ᩺,ᨠ᩼
টাই লুই ᦀᦱᦂᦱᦶᦀᦶᦂ(ᦀᦸ)(ᦂᦸ)ᦀᦲᦰᦂᦲᦰᦀᦲᦂᦲᦀᦳᦂᦳᦀᦴᦂᦴ(ᦵᦀᦰ)(ᦵᦂᦰ)ᦵᦀᦵᦂᦺᦀᦺᦂ(ᦷᦀᦰ)(ᦷᦂᦰ)ᦷᦀᦷᦂᦀᧁᦂᧁ             ᦀᦰᦂᦰ
খ্‌মেৰ អាកា    កិកីកុកូ  កេកៃ  កោកៅ   ក្ឫក្ឬក្ឭក្ឮអំកំអះកះក៑
থাই อ (อะ)ก (กะ)อากาแอแก(ออ)(กอ)อิกิอีกีอุกุอูกู(เอะ)(เกะ)เอเกไอ,ใอไก,ใก(โอะ)(โกะ)โอโกเอาเกา   กฺฤฤๅกฺฤๅกฺฦฦๅกฺฦๅอํกํอะ (อะฮฺ)กะ (กะฮฺ)กฺ (ก/ก์)
লাও ອະກະອາກາແອແກ(ອອ)(ກອ)ອິກິອີກີອຸກຸອູກູ(ແອະ)(ແກະ)ເອເກໄອ,ໃອໄກ,ໃກ(ໂອະ)(ໂກະ)ໂອໂກເອົາ,ອາວເກົາ,ກາວ           ອํກํອະກະ
চাম ꨀꨩꨆꨩ    ꨆꨪꨁꨩꨆꨫꨆꨭꨂꨩꨆꨭꨩ  ꨆꨯꨮꨆꨰ  ꨆꨯꨀꨯꨱꨆꨯꨱ   ꨣꨮꨆꨴꨮꨣꨮꨩꨆꨴꨮꨩꨤꨮꨆꨵꨮꨤꨮꨩꨆꨵꨮꨩꨀꩌꨆꩌꨀꩍꨆꩍ
কাৱী 𑼄 𑼒 𑼅 𑼒𑼴 𑼆 𑼒𑼶 𑼇 𑼒𑼷 𑼈 𑼒𑼸 𑼉 𑼒𑼹 𑼎 𑼒𑼾 𑼏 𑼒𑼿 𑼐 𑼒𑼾𑼴 𑼐𑼴 𑼒𑼿𑼴 𑼄𑽀 𑼒𑽀 𑼊 𑼒𑼺 𑼊𑼴 𑼒𑼺𑼴 𑼌 𑼒𑽂𑼌 𑼍 𑼒𑽂𑼭𑽀𑼴 𑼄𑼁 𑼒𑼁 𑼄𑼃 𑼒𑼃 𑼒𑽁
বালিনীজ ᬓᬵ    ᬓᬶᬓᬷᬓᬸᬓᬹᬓᬾ  ᬓᬿᬓᭀ  ᬓᭁ ᬅᭂ ᬓᭂᬓᬺᬓᬻᬓᬼᬓᬽᬅᬂᬓᬂᬅᬄᬓᬄᬓ᭄
জাভানীজ ꦄꦴꦏꦴ    ꦏꦶꦏꦷꦏꦸꦈꦴꦏꦹꦏꦺ  ꦏꦻꦏꦺꦴ  ꦎꦴꦏꦻꦴ ꦄꦼꦏꦼꦏꦽꦉꦴꦏꦽꦴꦏ꧀ꦊꦏ꧀ꦋꦄꦁꦏꦁꦄꦃꦏꦃꦏ꧀
ছুন্দানীজ       ᮊᮤ  ᮊᮥ  ᮊᮦ    ᮊᮧ     ᮊᮨᮊ᮪ᮻ  ᮊ᮪ᮼ  ᮃᮀᮊᮀᮃᮂᮊᮂᮊ᮪
লোন্তাৰা       ᨕᨗᨀᨗ  ᨕᨘᨀᨘ  ᨕᨙᨀᨙ    ᨕᨚᨀᨚ     ᨕᨛᨀᨛ             
মাকাছাৰ 𑻱𑻠𑻱𑻳𑻠𑻳𑻱𑻴𑻠𑻴𑻱𑻵𑻠𑻵𑻱𑻶𑻠𑻶   
ৰেজাং   ꥆꥎꤰꥎꥆꥍꤰꥍꥆꥇꤰꥇ  ꥆꥈꤰꥈ  ꥆꥉꤰꥉ  ꥆꥊꤰꥊꥆꥋꤰꥋ  ꥆꥌꤰꥌ           ꥆꥏꤰꥏꥆꥒꤰꥒꤰ꥓
বাতাক (তোবা)       ᯂᯪ  ᯂᯮ   ᯂᯩ     ᯂᯬ               ᯀᯰᯂᯰᯀᯱᯂᯱᯂ᯲
ব্যেব্যীন       ᜃᜒ  ᜃᜓ  ᜃᜒ    ᜃᜓ                   ᜃ᜔
বুহিদ       ᝃᝒ  ᝃᝓ                              
হানুনুও       ᜣᜲ  ᜣᜳ                             ᜣ᜴
তাগ্‌বান্‌ৱা       ᝣᝲ  ᝣᝳ                              
ISOakaāêôikiīukuūekeēaikaiokoōaukau əkr̥r̥̄kr̥̄kl̥l̥̄kl̥̄aṁkaṁaḥkaḥk
aāêôiīuūeēaioōau ər̥̄l̥̄ 

ব্যঞ্জনবৰ্ণ

[সম্পাদনা কৰক]
ISOkakhagaghaṅacachajajhañaṭaṭhaḍaḍhaṇatathadadhanaṉapapha/fababhamayaẏaraṟalaḷaḻavaśaṣasahakṣaṯa
অশোকা ব্ৰাহ্মী 𑀓𑀔𑀕𑀖𑀗𑀘𑀙𑀚𑀛𑀜𑀝𑀞𑀟𑀠𑀡𑀢𑀣𑀤𑀥𑀦𑀧𑀨𑀩𑀪𑀫𑀬𑀭𑀮𑀴𑀯𑀰𑀱𑀲𑀳 
অসমীয়া -বাংলা য়ৰ / ব়ক্ষ
তিৰহুতা 𑒏𑒐𑒑𑒒𑒓𑒔𑒕𑒖𑒗𑒘𑒙𑒚𑒛𑒜𑒝𑒞𑒟𑒠𑒡𑒢𑒣𑒤𑒥𑒦𑒧𑒨𑒩𑒪𑒬𑒭𑒮𑒯 
নেৱা প্ৰচলিত 𑐎𑐏𑐐𑐑𑐒𑐔𑐕𑐖𑐗𑐘𑐚𑐛𑐜𑐝𑐞𑐟𑐠𑐡𑐢𑐣𑐣𑑆𑐥𑐦𑐧𑐨𑐩𑐫𑐫𑑆𑐬𑐬𑑆𑐮𑐮𑑆𑐲𑑆𑐰𑐱𑐲𑐳𑐴𑐎𑑂𑐲
ওড়িয়া କ୍ଷ 
দেৱনাগৰী य़क्ष 
কৈথী 𑂍𑂎𑂏𑂐𑂑𑂒𑂓𑂔𑂕𑂖𑂗𑂘𑂙𑂛𑂝𑂞𑂟𑂠𑂡𑂢𑂣𑂤𑂥𑂦𑂧𑂨𑂩𑂪𑂫𑂬𑂭𑂮𑂯 
গুজৰাটী ક્ષ 
গুৰমুখী ਲ਼ਸ਼ 
ছিলঠীয়া নাগৰী  
তিব্বতী གྷཛྷཌྷདྷབྷ 
মীতৈ (মণিপুৰী)  
লেপচা ᰡ᰷ 
লিম্বু  
গ্ৰন্থ 𑌕𑌖𑌗𑌘𑌙𑌚𑌛𑌜𑌝𑌞𑌟𑌠𑌡𑌢𑌣𑌤𑌥𑌦𑌧𑌨𑌪𑌫𑌬𑌭𑌮𑌯𑌰𑌲𑌳𑌵𑌶𑌷𑌸𑌹𑌕𑍍𑌷 
তামিল க்ஷ 
কন্নড় ಕ್ಷ 
তেলুগু క్ష 
সিংহল ක්‍ෂ 
মালয়ালম ക്ഷ
ʼPhags-pa ꡂꡜꡆꡜꡫꡜꡊꡜ}}ꡎꡜ 
চাকমা 𑄇𑄈𑄉𑄊𑄋𑄌𑄍𑄎𑄏𑄐𑄑𑄒𑄓𑄔𑄕𑄖𑄗𑄘𑄙𑄚𑄛𑄜𑄝𑄞𑄟𑄠𑄡𑄢𑄣𑅄𑄤𑄥𑄦 
বাৰ্মীজ ကဉ /  
টাই থাম ᨡ,ᨢᨣ,ᨤᨩ,ᨪᨷ,ᨸᨹ,ᨺᨻ,ᨼᨿ,ᩀ ᩉ,ᩌ 
টাই লুই ᦅ,ᦆᦋ,ᦌᦡ,ᦤᦢ,ᦥ,ᦔᦕ,ᦚᦗ,ᦝᦍ,ᦊ  
খ্‌মেৰ  
থাই ข,ฃค,ฅช,ซฎ,ฏด,ตบ,ปผ,ฝพ,ฟห,ฮ 
লাও ດ,ຕບ,ປຜ,ຝພ,ຟ 
চাম  
কাৱী 𑼒 𑼓 𑼔 𑼕 𑼖 𑼗 𑼘 𑼙 𑼚 𑼛 𑼜 𑼝 𑼞 𑼟 𑼠 𑼡 𑼢 𑼣 𑼤 𑼥 𑼳 𑼦 𑼧 𑼨 𑼩 𑼪 𑼫 𑼬 𑼭 𑼮 𑼯 𑼰 𑼱 𑼲  
বালিনীজ  
জাভানীজ  
ছুন্দানীজ  
লোন্তাৰা  
মাকাছাৰ 𑻠 𑻡 𑻢 𑻩 𑻪 𑻫 𑻦 𑻧 𑻨 𑻣 𑻤 𑻥 𑻬 𑻭 𑻮 𑻯 𑻰 𑻱  
ৰেজাং ꤿ 
বাতাক (তোবা) / 
ব্যেব্যীন                   /       
বুহিদ                        
হানুনুও                        
তাগ্‌বান্‌ৱা                           
ISOkakhagaghaṅacachajajhañaṭaṭhaḍaḍhaṇatathadadhanaṉapaphababhamayaẏaraṟalaḷaḻavaśaṣasahakṣaṯa
  • তিৰহুতা লিপিৰ অসমীয়া লিপিৰ সৈতে যথেষ্ট সাদৃশ্য আছে। ওপৰত দিয়া তালিকাত থকা তিৰহুতা লিপি কিছুমান ম'বাইলত চাপৰ্ট নকৰিব পাৰে। যদিহে চাপৰ্ট নকৰে, তেন্তে তিৰহুতা লিপি পৃষ্ঠাটো চাব পাৰে।
  • কামতাপুৰী লিপি অসমীয়া লিপিৰ সৈতে প্ৰায় একেই। কেৱল কেইটামান বৰ্ণ বেলেগ।[6] সেইকেইটা হ'ল:
    • অ =
    • আ =
    • ঋ =
    • ৠ =
    • এ্য =
    • ্য =
    • ফ =
  • অন্যান্য চিহ্নসমূহ
অসমীয়া-বাংলানেৱা প্ৰচলিতওড়িয়াদেৱনাগৰীগুজৰাটী
𑑃
𑑉
। ,॥𑑋 𑑌। ,॥। ,॥, ..
হিন্দু-আৰবীয়0123456789
Brahmi  numbers 𑁒𑁓𑁔𑁕𑁖𑁗𑁘𑁙𑁚
Brahmi  digits 𑁦𑁧𑁨𑁩𑁪𑁫𑁬𑁭𑁮𑁯
অসমীয়া-বাংলা
তিৰহুতা
ওড়িয়া
দেৱনাগৰী
গুজৰাটী
গুৰমুখী
নেৱা প্ৰচলিত 𑑐‎𑑑‎𑑒‎𑑓‎𑑔‎𑑕‎𑑖‎𑑗‎𑑘‎𑑙
তিব্বতী
সৌৰাষ্ট্ৰ
চাকমা 𑄶𑄷𑄸𑄹𑄺𑄻𑄼𑄽𑄾𑄿
শাৰদা 𑇐𑇑𑇒𑇓𑇔𑇕𑇖𑇗𑇘𑇙
মোডী 𑙐‎𑙑‎𑙒𑙓‎𑙔‎𑙕𑙖‎𑙗𑙘‎𑙙
টাকৰী 𑛀𑛁𑛂𑛃𑛄𑛅𑛆𑛇𑛈𑛉
Khudabadi 𑋰𑋱𑋲𑋳𑋴𑋵𑋶𑋷𑋸𑋹
মীতৈ (মণিপুৰী)
মংগোলীয়
লেপচা
লিম্বু
Sinhala astrological numbers
Sinhala archaic numbers 𑇡𑇢𑇣𑇤𑇥𑇦𑇧𑇨𑇩
তামিল
তেলুগু
কন্নড়
মালয়ালম
আহোম 𑜰𑜱𑜲𑜳𑜴𑜵𑜶𑜷𑜸𑜹
বাৰ্মীজ
Tai Tham Astrological Numbers
টাই লুই
শান
খ্‌মেৰ
থাই
লাও
টাই থাম
চাম
বালিনীজ
জাভানীজ
ছুন্দানীজ
ছিলঠীয়া নাগৰী
Hindu-Arabic0123456789
  • কৈথী সংখ্যা (০-ৰ পৰা ৯-লৈ)

অতিৰিক্ত বৰ্ণ

[সম্পাদনা কৰক]
  • দেৱনাগৰী লিপিৰ অতিৰিক্ত বৰ্ণ/চিহ্ন
    • ऍ, ऑ, ऎ, ऒ, ॵ, ॳ, ॴ, ॶ, ॷ
    • ॅ, ॉ, ॆ, ॊ, ॏ, ऺ, ऻ, ॖ, ॗ
    • ऄ, ॲ, ॹ, ॺ, ॻ, ॼ, ॾ, ॿ, ॸ
    • ऀ, ॒, ॑, ॽ, ऩ, ऱ, ऴ, ळ
    • ॰, ॓, ॔, ॎ
    • ꣲ, ꣳ, ꣴ, ꣵ, ꣶ, ꣷ, ꣸, ꣹, ꣺, ꣻ, ꣼, ꣽ
    • ꣠ ꣡ ꣢ ꣣ ꣤ ꣥ ꣦ ꣧ ꣨ ꣩ ꣪ ꣫ ꣬ ꣭ ꣮ ꣯ ꣰ ꣱

ব্ৰাহ্মী লিপিৰ পৰা উৎপত্তি হোৱা লিপিসমূহ

[সম্পাদনা কৰক]

উত্তৰ ব্ৰাহ্মী

[সম্পাদনা কৰক]

দক্ষিণ ব্ৰাহ্মী

[সম্পাদনা কৰক]
  • তামিল-ব্ৰাহ্মী, খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকা
    • পল্লৱ
      • তামিল
      • গ্ৰন্থ
      • খ্মেৰ
        • খোম থাই
        • আদি-টাই
          • সুখোথাই
            • থাই
            • ফকখাম
              • থাই নই
                • লাও
          • টাই ভিয়েট
          • দাই ডন
          • লাই টাই
          • লাই পাও
      • চাম
      • কৱী
        • বালিনীজ
        • বতক
        • বুদা
        • জাভানীজ
        • পুৰণি সুন্দানীজ
          • সুন্দানীজ
        • লন্তৰা
        • মকাছাৰ
          • উলু লিপি
          • ইন্‌কুং
          • লাম্পুং
          • লেম্বাক
          • অগান
          • পাছেমাহ
          • ৰেজাং
          • ছেৰাৱাই
        • বাইবাইন
          • বুহিদ
          • হানুনুও
          • তাগবানৱা
          • কুলিতান
          • বাছাহান
      • সোম–বাৰ্মীজ
        • আধুনিক সোম
        • বাৰ্মীজ
          • চাকমা
          • ছ'গাৱ কাৰেন
          • শন
          • তঞ্চঙ্গ্যা
          • লিক-টাই লিপি
        • টাই থাম
          • নতুন টাই লুই
      • প্যূ
    • ভাটেলুট্টু
      • কোলেজুথু
      • মলায়নমা (মালয়ালম)
    • সিংহল
  • ভট্টিপ্ৰলু লিপি
  • কদম্ব
    • তেলুগু-কন্নড়
      • তেলুগু
      • কন্নড়
        • গোয়কানাদি

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Salomon 1998, পৃষ্ঠা 17. "Until the late nineteenth century, the script of the Aśokan (non-Kharosthi) inscriptions and its immediate derivatives was referred to by various names such as 'lath' or 'Lat', 'Southern Aśokan', 'Indian Pali', 'Mauryan', and so on. The application to it of the name Brahmi [sc. lipi], which stands at the head of the Buddhist and Jaina script lists, was first suggested by T[errien] de Lacouperie, who noted that in the Chinese Buddhist encyclopedia Fa yiian chu lin the scripts whose names corresponded to the Brahmi and Kharosthi of the Lalitavistara are described as written from left to right and from right to left, respectively. He therefore suggested that the name Brahmi should refer to the left-to-right 'Indo-Pali' script of the Aśokan pillar inscriptions, and Kharosthi to the right-to-left 'Bactro-Pali' script of the rock inscriptions from the northwest."
  2. Salomon 1998, পৃষ্ঠা 17. "...  the Brahmi script appeared in the third century BCE as a fully developed pan-Indian national script (sometimes used as a second script even within the proper territory of Kharosthi in the north-west) and continued to play this role throughout history, becoming the parent of all of the modern Indic scripts both within India and beyond. Thus, with the exceptions of the Indus script in the protohistoric period, of Kharosthi in the northwest in the ancient period, and of the Perso–Arabic and European scripts in the medieval and modern periods, respectively, the history of writing in India is virtually synonymous with the history of the Brahmi script and its derivatives."
  3. "Brahmi". Encyclopedia Britannica. 1999. Archived from the original on 2020-07-19. Retrieved 2017-03-21. Among the many descendants of Brāhmī are Devanāgarī (used for Sanskrit, Hindi and other Indian languages), the Bengali and Gujarati scripts and those of the Dravidian languages Unknown parameter |url-status= ignored (help)
  4. Court, C. (1996). Introduction. In P. T. Daniels & W. Bright (Eds.) The World's Writing Systems (pp. 443). Oxford: Oxford University Press.
  5. Court, C. (1996). The spread of Brahmi Script into Southeast Asia. In P. T. Daniels & W. Bright (Eds.) The World's Writing Systems (pp. 445–449). Oxford: Oxford University Press.
  6. https://www.omniglot.com/writing/rangpuri.htm
  7. 1 2 Sproat, ৰিচাৰ্ড (2006-07-20). "ব্ৰাহ্মীৰ পৰা উৎপন্ন লিপি, লিপি লেআউট, আৰু ছেগমেণ্টেল সজাগতা". লিখিত ভাষা আৰু সাক্ষৰতা খণ্ড 9 (1). doi:১০.১০৭৫/wll.৯.১.০৫spr. ISSN ১৩৮৭-৬৭৩২. http://dx.doi.org/10.1075/wll.9.1.05spr.