সমললৈ যাওক

ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিভাজিত দলসমূহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ভাৰতীয় জাতীয় কংগ্ৰেছ ভাৰতৰ এটা মুখ্য ৰাজনৈতিক দল। ১৯৪৭ চনত দেশে স্বাধীনতা লাভ কৰাৰে পৰা দলটোৰ যথেষ্ঠবাৰ বিভাজিত হোৱা দেখা যায়। ইয়াৰে কিছুমান বিভাজিত গোটে স্বাধীন দল হিচাপে ৰাজনৈতিক কাৰ্য-কলাপ চলাই আছে; আন কিছুমান বৰ্তমান বিলুপ্ত। আকৌ কিছুমান গোট মূল দলৰ সৈতে বা আন দলৰ সৈতে চামিল হৈ গৈছে।

বিভাজিত দলসমূহৰ তালিকা

[সম্পাদনা কৰক]
বৰ্ষ দল নেতা অঞ্চল স্থিতি
১৯২৩স্বৰাজ পাৰ্টিচিত্তৰঞ্জন দাস, মতিলাল নেহৰুবেংগল প্ৰেচিডেঞ্চিঅধুনালুপ্ত
ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে একত্ৰীকৰণ
১৯৩৯অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক[1]চাৰ্দুল সিং কৱীশৰ
শীলভদ্ৰ যোগী
সুভাষ চন্দ্ৰ বসু
ৰাষ্ট্ৰীয়সক্ৰিয়
১৯৫১কিষাণ মজদুৰ প্ৰজা পাৰ্টি[2]জীৱতৰাম কৃপালিনীমহিশুৰ ষ্টেট
মাদ্ৰাছ ষ্টেট
দিল্লী
বিন্ধ্য প্ৰদেশ
অধুনালুপ্ত
প্ৰজা ছোচিয়েলিষ্ট পাৰ্টিৰ সৈতে একত্ৰীকৰণ
১৯৫১হায়দৰাবাদ ষ্টেট প্ৰজা পাৰ্টিটাঙুটুৰী প্ৰকাশম
এন.জি. ৰংগা
হায়দৰাবাদ ষ্টেটঅধুনালুপ্ত
কিষান মজদুৰ প্ৰজা পাৰ্টিৰ সৈতে একত্ৰীকৰণ
১৯৫১সৌৰাষ্ট্ৰ খেদুত সংঘনৰসিংভাই দাহানিয়া
ৰতিভাই উকাভাই
সৌৰাষ্ট্ৰ ষ্টেটঅধুনালুপ্ত
স্বতন্ত্ৰ পাৰ্টিৰ সৈতে সৈতে একত্ৰীকৰণ
১৯৫৬ইণ্ডিয়ান নেচনেল ডেমোক্ৰেটিক কংগ্ৰেছ[3]চক্ৰৱৰ্তী ৰাজাগোপালাচাৰীমাদ্ৰাছ ষ্টেটঅধুনালুপ্ত
স্বতন্ত্ৰ পাৰ্টিৰ সৈতে একত্ৰীকৰণ
১৯৫৯স্বতন্ত্ৰ পাৰ্টি[4]চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী
এন.জি. ৰংগা
বিহাৰ
ৰাজস্থান
গুজৰাট
উৰিষ্যা
অধুনালুপ্ত
ভাৰতীয় ক্ৰান্তিদলৰ সৈতে ১৯৭৪ চনত একত্ৰীকৰণ
১৯৬৪কেৰালা কংগ্ৰেছ[5]কে.এম. জৰ্জকেৰালাসক্ৰিয় এই দলটো আকৌ বিভিন্ন গোটত বিভাজিত হৈছে; যেনে- কেৰালা কংগ্ৰেছ (এম), কেৰালা কংগ্ৰেছ (জেকব), কেৰালা কংগ্ৰেছ (বি), কেৰালা কংগ্ৰেছ (ডেমোক্ৰেটিক), কেৰালা কংগ্ৰেছ (স্কাৰিয়া থমাচ), কেৰালা কংগ্ৰেছ (থমাচ), কেৰালা কংগ্ৰেছ (নেচনেলিষ্ট)
১৯৬৬উৰিষ্যা জন কংগ্ৰেছহৰেক্ৰুষ্ণ মেহতাবউৰিষ্যাঅধুনালুপ্ত
জনতা পাৰ্টিৰ সৈতে একত্ৰীকৰণ
১৯৬৭বাংলা কংগ্ৰেছঅজয় মুখাৰ্জীWest Bengalঅধুনালুপ্ত
ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে একত্ৰীকৰণ
১৯৬৭বিশাল হাৰিয়ানা পাৰ্টিবীৰেন্দ্ৰ সিংহাৰিয়ানাঅধুনালুপ্ত
ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে একত্ৰীকৰণ
১৯৬৭ভাৰতীয় ক্ৰান্তিদল[6]চৰণ সিংউত্তৰ প্ৰদেশঅধুনালুপ্ত
১৯৬৮মণিপুৰ পিপ’লছ্ পাৰ্টি[7]মহম্মদ আলিমুদ্দিনমণিপুৰসক্ৰিয়
১৯৬৯ভাৰতীয় জাতীয় কংগ্ৰেছ (আৰ)ইন্দিৰা গান্ধীৰাষ্ট্ৰীয়সক্ৰিয়
১৯৭১ৰ সাধাৰণ নিৰ্বাচনৰ পাছত নিৰ্বাচন আয়োগে মূল কংগ্ৰেছ দল বুলি স্বীকৃতি দিয়ে। লগতে নামৰ পিছত লিখা ‘R’ আখৰটো আঁতৰোৱাৰ আৰু পূৰ্বৰ কংগ্ৰেছৰ ‘এহাল বলধ গৰু’ৰ নিৰ্বাচনী চিহ্ন ব্যৱহাৰ কৰাৰ অনুমতি প্ৰদান কৰে। কিন্তু ইন্দিৰা গান্ধীৰ সমৰ্থকসকলে ১৯৬৯ৰ বিভাজনৰ পাছত ইন্দিৰাপন্থী কংগ্ৰেছে গ্ৰহণ কৰা ‘গাই-দামুৰী’ৰ নিৰ্বাচনী চিহ্নহে বাহাল ৰখাৰ পোষকতা কৰে।[8]
১৯৬৯ভাৰতীয় জাতীয় কংগ্ৰেছ (অৰ্গেনাইজেচন)[9]কে. কামৰাজ
মোৰাৰজী দেশাই
ৰাষ্ট্ৰীয়অধুনালুপ্ত
জনতা পাৰ্টিৰ সৈতে একত্ৰীকৰণ
১৯৬৯উৎকল কংগ্ৰেছবিজু পাটনায়কউৰিষ্যাঅধুনালুপ্ত
জনতা পাৰ্টিৰ সৈতে একত্ৰীকৰণ
১৯৬৯তেলেংগানা প্ৰজা সমিতিমেৰী চেন্না ৰেড্ডীঅন্ধ্ৰপ্ৰদেশঅধুনালুপ্ত
ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে একত্ৰীকৰণ
১৯৭১বিপ্লৱী বাংলা কংগ্ৰেছসুকুমাৰ ৰায়পশ্চিমবংগসক্ৰিয়
পশ্চিমবংগৰ বাওমৰ্চাৰ অংশীদাৰ
১৯৭৭কংগ্ৰেছ ফৰ ডেমোক্ৰেছী[10]জগজীৱন ৰামৰাষ্ট্ৰীয়অধুনালুপ্ত
জনতা পাৰ্টিৰ সৈতে একত্ৰীকৰণ
১৯৭৮ভাৰতীয় জাতীয় কংগ্ৰেছ (ইন্দিৰা)ইন্দিৰা গান্ধীৰাষ্ট্ৰীয়১৯৮৩ চনত নিৰ্বাচন আয়োগে মূল কংগ্ৰেছ বুলি স্বীকৃতি দিয়ে।
১৯৭৯ভাৰতীয় জাতীয় কংগ্ৰেছ (উৰচ্)দেৱৰাজ উৰচ্কৰ্ণাটক
কেৰালা
মহাৰাষ্ট্ৰ
গোৱা
অধুনালুপ্ত
১৯৮০কংগ্ৰেছ (এ)এ.কে. এণ্টনীকেৰালাঅধুনালুপ্ত
ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে একত্ৰীকৰণ
১৯৮১ভাৰতীয় জাতীয় কংগ্ৰেছ (সমাজবাদী)[11]শাৰদ পাৱাৰকৰ্ণাটক
কেৰালা
মহাৰাষ্ট্ৰ
গোৱা
অধুনালুপ্ত
ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে একত্ৰীকৰণ
১৯৮১ভাৰতীয় জাতীয় কংগ্ৰেছ (জগজীৱন)[11]জগজীৱন ৰামবিহাৰঅধুনালুপ্ত
১৯৮৪ভাৰতীয় জাতীয় কংগ্ৰেছ (সমাজবাদী)- শৰৎ চন্দ্ৰ সিংহ[12]শৰৎ চন্দ্ৰ সিংহঅসমসক্ৰিয়
দলৰ এক বৃহৎ অংশ নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ সৈতে একত্ৰীকৰণ হৈছে।অৱশিষ্ট অংশ এটা বৰ্তমানেও কেৰালাৰ বাওমৰ্চাৰ অংশীদাৰৰূপে সক্ৰিয় হৈ আছে।
১৯৮৬ৰাষ্ট্ৰীয় সমাজবাদী কংগ্ৰেছপ্ৰণৱ মুখাৰ্জীপশ্চিমবংগঅধুনালুপ্ত
ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে একত্ৰীকৰণ
১৯৮৮থামিঝাগা মুন্নেত্ৰা মুন্নানী[13]শিৱাজী গণেশনতামিলনাডুঅধুনালুপ্ত
জনতা দলৰ সৈতে একত্ৰীকৰণ
১৯৯০হাৰিয়ানা বিকাশ পাৰ্টিবংশী লালহাৰিয়ানাঅধুনালুপ্ত
ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে একত্ৰীকৰণ
১৯৯৪অল ইণ্ডিয়া কংগ্ৰেছ (তিৱাৰী)[14]নাৰায়ণ দত্ত তিৱাৰী
অৰ্জুন সিং
নটৱৰ সিং
ৰংগৰাজন কুমাৰমংগলম
উত্তৰ প্ৰদেশঅধুনালুপ্ত
ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে একত্ৰীকৰণ
১৯৯৪কৰ্ণাটক কংগ্ৰেছ পাৰ্টিবাংগাৰাপ্পাকৰ্ণাটকঅধুনালুপ্ত
ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে একত্ৰীকৰণ
১৯৯৪তামিঝাগা ৰাজীৱ কংগ্ৰেছবাঝাপাড়ি ৰামমূৰ্তিতামিলনাডুঅধুনালুপ্ত
ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে একত্ৰীকৰণ
১৯৯৬কৰ্ণাটক বিকাশ পাৰ্টিবাংগাৰাপ্পাকৰ্ণাটকঅধুনালুপ্ত
ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে একত্ৰীকৰণ
১৯৯৬অৰুণাচল কংগ্ৰেছগেগং আপংঅৰুণাচল প্ৰদেশঅধুনালুপ্ত
ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে একত্ৰীকৰণ
১৯৯৬
২০১৪
তামিল মানিলা কংগ্ৰেছ[15]জি.কে. মুপনাৰ ১৯৯৬-২০০১
জি.কে. বাচান (২০১৪-বৰ্তমানলৈ)
তামিলনাডুসক্ৰিয়
২০০১ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে একত্ৰীকৰণ
২০১৪ চনত পুনৰ কংগ্ৰেছৰ পৰা বিচ্ছিন্ন হৈ যায়।
১৯৯৬মধ্যপ্ৰদেশ বিকাশ কংগ্ৰেছমাধৱৰাও সিন্ধিয়ামধ্যপ্ৰদেশঅধুনালুপ্ত
ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে একত্ৰীকৰণ
১৯৯৭তামিলনাডু মাক্কাল কংগ্ৰেছবাঝাপাড়ি ৰামমূৰ্তিতামিলনাডুঅধুনালুপ্ত
১৯৯৭হিমাচল বিকাশ কংগ্ৰেছসুখ ৰামহিমাচল প্ৰদেশঅধুনালুপ্ত
ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে একত্ৰীকৰণ
১৯৯৭মণিপুৰ ষ্টেট কংগ্ৰেছ পাৰ্টি[16]ৱাহেংবাম নিপামাচা সিংমণিপুৰঅধুনালুপ্ত
ৰাষ্ট্ৰীয় জনতা দলৰ সৈতে একত্ৰীকৰণ
১৯৯৮অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছমমতা বেনাৰ্জীপশ্চিমবংগসক্ৰিয়
ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে হোৱা মৰ্চা ত্যাগ কৰে।
১৯৯৮গোৱা ৰাজীৱ কংগ্ৰেছ পাৰ্টিফ্ৰেঞ্চিচ ডি চুজাগোৱাঅধুনালুপ্ত
নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ সৈতে একত্ৰীকৰণ
১৯৯৮অৰুণাচল কংগ্ৰেছ (মিথি)মুকুট মিথিঅৰুণাচল প্ৰদেশঅধুনালুপ্ত
ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে একত্ৰীকৰণ
১৯৯৮অল ইণ্ডিয়া কংগ্ৰেছ (চেকুলাৰ)[17]শিশৰাম ওলাৰাজস্থানঅধুনালুপ্ত
ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে একত্ৰীকৰণ
১৯৯৮মহাৰাষ্ট্ৰ বিকাশ আঘাড়ি [18]সুৰেশ কালমাদীমহাৰাষ্ট্ৰঅধুনালুপ্ত
ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে একত্ৰীকৰণ
১৯৯৯ভাৰতীয় জন কংগ্ৰেছজগন্নাথ মিশ্ৰবিহাৰঅধুনালুপ্ত
নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ সৈতে একত্ৰীকৰণ
১৯৯৯নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিশাৰদ পাৱাৰ
পি.এ. চাংমা
তাৰিক আনোৱাৰ
মহাৰাষ্ট্ৰ
মেঘালয়
বিহাৰ
কেৰালা
সক্ৰিয়
ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে মৰ্চা। কেৰালাত আকৌ চি.পি.আই (এম)নেতৃত্বাধীন বাওমৰ্চাৰ অংশীদাৰ দল; যি মৰ্চা ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বাধীন সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ বিৰোধী।
১৯৯৯জম্মু এণ্ড কাশ্মীৰ পিপ’লছ্ ডেমোক্ৰেটিক পাৰ্টিমুফটি মহম্মদ চৈয়িদজম্মু আৰু কাশ্মীৰসক্ৰিয়
২০০০গোৱা পিপ’লছ্ কংগ্ৰেছফ্ৰেঞ্চিস্কো সৰদানিয়াগোৱাঅধুনালুপ্ত
ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে একত্ৰীকৰণ
২০০১কংগ্ৰেছ জননায়ক পেৰাৱাইপি. চিদাম্বৰমতামিলনাডুঅধুনালুপ্ত
ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে একত্ৰীকৰণ
২০০১খোণ্ডৰ কংগ্ৰেছকুমাৰী অনন্তনতামিলনাডুঅধুনালুপ্ত
ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে একত্ৰীকৰণ
২০০১পণ্ডিচেৰী মাক্কাল কংগ্ৰেছপি কান্নানপণ্ডিচেৰীঅধুনালুপ্ত
২০০১বিদৰ্ভ জনতা কংগ্ৰেছজম্বুৱান্ত্ৰাও ধোতেমহাৰাষ্ট্ৰসক্ৰিয়
২০০১ইণ্ডিয়ান নেচনেল কংগ্ৰেছ (শেখ হাচান)শেখ হাচানগোৱাঅধুনালুপ্ত
ভাৰতীয় জনতা পাৰ্টিৰ সৈতে একত্ৰীকৰণ
২০০২গুজৰাট জনতা কংগ্ৰেছছবিলাল মেহতাগুজৰাটঅধুনালুপ্ত
নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ সৈতে একত্ৰীকৰণ
২০০৩কংগ্ৰছ (দোলো)কামেং দোলোঅৰুণাচল প্ৰদেশঅধুনালুপ্ত
ভাৰতীয় জনতা পাৰ্টিৰ সৈতে একত্ৰীকৰণ
২০০৩নাগালেণ্ড পিপ’লছ্ ফ্ৰণ্টনাগালেণ্ডসক্ৰিয়
২০০৫পণ্ডিচেৰী মুন্নেত্ৰা কংগ্ৰেছপি. কান্নানপণ্ডিচেৰীঅধুনালুপ্ত
ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে একত্ৰীকৰণ
২০০৫ডেমোক্ৰেটিক ইন্দিৰা কংগ্ৰেছ (কৰুণাকৰণ)[19]কে. কৰুণাকৰণকেৰালাঅধুনালুপ্ত
নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ সৈতে একত্ৰীকৰণ আৰু এক বৃহৎ সংখ্যক কৰ্মী কে.কৰুণাকৰণৰ সৈতে পুনৰ কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তন। পিছলৈ তেওঁৰ পুত্ৰ কে. মুৰুলীধৰণেও কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তন কৰে।
২০০৭হাৰিয়ানা জনহিত কংগ্ৰেছ (বি.এল.)কলদীপ বিষ্ণইহাৰিয়ানাভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে একত্ৰীকৰণ
২০০৮প্ৰগতিশীল ইন্দিৰা কংগ্ৰেছ (পি.চি.আই)সৌমেন্দ্ৰনাথ মিত্ৰপশ্চিমবংগঅধুনালুপ্ত
অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ সৈতে একত্ৰীকৰণ
২০১১ৱাই.এচ.আৰ. কংগ্ৰেছ পাৰ্টিৱাই.এচ. জগমোহন ৰেড্ডীঅন্ধ্ৰপ্ৰদেশসক্ৰিয়
২০১১অল ইণ্ডিয়া এন.আৰ. কংগ্ৰেছএন. ৰংগস্বামীপণ্ডিচেৰীসক্ৰিয়
২০১৪জয় সমৈক্যন্ধৰা পাৰ্টিনল্লৰি কিৰণ কুমাৰ ৰেড্ডীঅন্ধ্ৰপ্ৰদেশঅধুনালুপ্ত
নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ সৈতে একত্ৰীকৰণ
২০১৬চট্টিছগড় জনতা কংগ্ৰেছঅজিত যোগীছত্তীসগঢ়সক্ৰিয়

তথ্য উৎস

[সম্পাদনা কৰক]
  1. Ghosh, Asok (ed.), A Short History of the All India Forward Bloc. Kolkata: Bengal Lokmat Printers Pvt Ltd., 2001. p. 55
  2. Amit Mukherjee (2004-04-03). "The case of the missing socialists". The Times of India. Archived from the original on 2012-10-21. https://web.archive.org/web/20121021053625/http://articles.timesofindia.indiatimes.com/2004-04-03/india/28332682_1_janata-party-political-parties-parties-today.
  3. Bose, K.; Forward Bloc. Madras: 1988, Tamil Nadu Academy of Political Science. p. 94-95, 119, 175-184, 212
  4. Rajmohan Gandhi. "Its tone being liberal as well as conservative, Swatantra reached out to moderate Hindus and non-Hindus in ways not available to the Jan Sangh". Rediff. http://www.rediff.com/news/oct/31raj2.htm আহৰণ কৰা হৈছে: 2009-10-25.
  5. "P. T. Chacko, Pullolil". Archived from the original on 11 April 2011. https://web.archive.org/web/20110411230907/http://cs.nyu.edu/kandathi/p_t_chacko.html আহৰণ কৰা হৈছে: 8 April 2011.
  6. Wallace, Paul. India: The Dispersion of Political Power Paul Wallace, in Asian Survey, Vol. 8, No. 2, A Survey of Asia in 1967: Part II. (Feb., 1968), pp. 68. সাঁচ:JSTOR
  7. Ksh Kennedy Singh (2009-01-25). "The MPP and the People of Manipur". Manipuronline.com. Archived from the original on 2008-05-13. https://web.archive.org/web/20080513093039/http://www.manipuronline.com/Profiles/mppjan25.htm আহৰণ কৰা হৈছে: 2009-10-25.
  8. Mukharjee, Aditya. "Congress and the Making of the Indian Nation". Academic Foundation, New Delhi. Archived from the original on 7 December 2016. https://web.archive.org/web/20161207085106/http://inc.in/about-congress/history/literature/6-Congress-and-the-Making-of--the-Indian-Nation/27-Indira-Gandhi আহৰণ কৰা হৈছে: 17 May 2014.
  9. Chandra, Bipan & others (2000). India after Independence 1947-2000, New Delhi:Penguin Books, আই.এচ.বি.এন. 0-14-027825-7, p.236
  10. G. G. Mirchandani (2003). 320 Million Judges. Abhinav Publications. পৃষ্ঠা. 90–100. ISBN 81-7017-061-3.
  11. 1 2 Andersen, Walter K.. India in 1981: Stronger Political Authority and Social Tension, published in Asian Survey, Vol. 22, No. 2, A Survey of Asia in 1981: Part II (Feb., 1982), pp. 119-135
  12. "Spotlight: Merger with NCP". The Tribune. 1999-06-11. http://www.tribuneindia.com/1999/99jun11/spotlite.htm আহৰণ কৰা হৈছে: 2009-10-25.
  13. Ashok Kumar (2006-04-05). "From MGR to Vijaykant, the film-politics nexus continues". The Hindu (Chennai, India). Archived from the original on 2006-04-09. https://web.archive.org/web/20060409053933/http://www.hindu.com/2006/04/05/stories/2006040518720200.htm.
  14. Bhavdeep Kang (2004-04-03). "A Sleight Of Hand". Outlook India. http://www.outlookindia.com/article.aspx?200901 আহৰণ কৰা হৈছে: 2009-10-25.
  15. T.S. Subramanian (2001-09-15). "Crusading Congressman". The Hindu. Archived from the original on 2008-09-15. https://web.archive.org/web/20080915160945/http://www.hinduonnet.com/fline/fl1819/18191180.htm আহৰণ কৰা হৈছে: 2009-10-25.
  16. Kalyan Chaudhuri (2002-02-02). "A fractured verdict in Manipur". The Hindu. Archived from the original on 2011-07-28. https://web.archive.org/web/20110728034710/http://www.hinduonnet.com/fline/fl1905/19050150.htm আহৰণ কৰা হৈছে: 2009-10-27.
  17. "MEMBERS OF XII LOK SABHA". Parliament of India. http://parliamentofindia.nic.in/ls/lok12/party/12ls50.htm আহৰণ কৰা হৈছে: 2009-10-27.
  18. "Pune set for triangular fight". The Hindu (Chennai, India). 2004-04-05. Archived from the original on 2004-07-03. https://web.archive.org/web/20040703112803/http://www.hindu.com/2004/04/05/stories/2004040508740500.htm.
  19. "Karunakaran's party gets new name". The Hindu (Chennai, India). 2005-09-01. Archived from the original on 2005-12-05. https://web.archive.org/web/20051205131817/http://www.hindu.com/2005/09/01/stories/2005090108900400.htm.

https://eci.nic.in/eci_main/mis-Political_Parties/Constitution_of_Political_Parties/ConstitutionOfINC.pdf

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]