সাঁচ:বিশ্বকাপ ক্ৰিকেট দল, ২০০৩ (ভাৰত)
অৱয়ব
| প্ৰশিক্ষক: | জন ৰাইট |
|---|
| ক্ৰ. নং | নাম | জন্ম | এদিনীয়া | বেটিং | বল কৰাৰ কৌশল | তালিকা A দল |
|---|---|---|---|---|---|---|
| ১ | সৌৰভ গাঙ্গুলি (অধিনায়ক) | ৮ জুলাই, ১৯৭২ | ২১৮ | বাঁওহতীয়া | সোঁহতীয়া মধ্যম বেগী | |
| ২ | অজিত আগাৰকাৰ | ৪ ছেপ্তেম্বৰ, ১৯৭৭ | ১১০ | সোঁহতীয়া | সোঁহতীয়া মধ্যম বেগী | |
| ৩ | সঞ্জয় বনগাৰ | ১১ অক্টোবৰ, ১৯৭২ | ১১ | সোঁহতীয়া | সোঁহতীয়া মধ্যম বেগী | |
| ৪ | ৰাহুল দ্ৰাবিড় (কীপাৰ) | ১১ জানুৱাৰী, ১৯৭৩ | ১৯৬ | সোঁহতীয়া | সোঁহতীয়া অফ ব্ৰেক | |
| ৫ | মহম্মদ কাঈফ | ১ ডিচেম্বৰ, ১৯৮০ | ৩৭ | সোঁহতীয়া | সোঁহতীয়া অফ ব্ৰেক | |
| ৬ | জাহিৰ খান | ৭ অক্টোবৰ, ১৯৭৮ | ৫৬ | সোঁহতীয়া | বাঁওহতীয়া দ্ৰুত-মধ্যম বেগী | |
| ৭ | অনিল কুম্বলে | ১৭ অক্টোবৰ, ১৯৭০ | ২৩৮ | সোঁহতীয়া | সোঁহতীয়া অফ ব্ৰেক | |
| ৮ | দিনেশ মংগিয়া | ১৭ এপ্ৰিল, ১৯৭৭ | ৩২ | বাঁওহতীয়া | বাঁওহতীয়া মন্থৰ গতিৰ অৰ্থডক্স | |
| ৯ | অশিষ নেহৰা | ২৯ এপ্ৰিল, ১৯৭৯ | ৩০ | সোঁহতীয়া | বাঁওহতীয়া মধ্যম বেগী | |
| ১০ | পাৰ্থিৱ পাটেল | ৯ মাৰ্চ, ১৯৮৫ | ১ | বাঁওহতীয়া | (উইকেটকীপাৰ) | |
| ১১ | বীৰেন্দ্ৰ সেহৱাগ | ২০ অক্টোবৰ, ১৯৭৮ | ৫৭ | সোঁহতীয়া | সোঁহতীয়া অফ ব্ৰেক | |
| ১২ | হৰভজন সিং | ৩ জুলাই, ১৯৮০ | ৬৩ | সোঁহতীয়া | সোঁহতীয়া অফ ব্ৰেক | |
| ১৩ | যুৱৰাজ সিং | ১২ ডিচেম্বৰ, ১৯৮১ | ৫৯ | বাঁওহতীয়া | বাঁওহতীয়া মন্থৰ গতিৰ অৰ্থডক্স | |
| ১৪ | জভাগল শ্ৰীনাথ | ৩১ আগষ্ট, ১৯৬৯ | ২২৯ | সোঁহতীয়া | সোঁহতীয়া মধ্যম বেগী | |
| ১৫ | শচীন তেণ্ডুলকাৰ | ২৪ এপ্ৰিল, ১৯৭৩ | ৩০৩ | সোঁহতীয়া | সোঁহতীয়া লেগ ব্ৰেক |