ৱিকিপিডিয়া বাৰ্তা:অসমীয়া ৱিকিপিডিয়াৰ চিডি, সংখ্যা ১.০

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

মই যিকেইটা যোগ দিছোঁ সেইকেইটাত প্ৰৱন্ধৰ মানৰ কথা ভবা নাই। কাৰণ ৫০০ প্ৰৱন্ধৰ তালিকা প্ৰস্তুত কৰিবলৈ আমি হয়তো মান সম্পৰ্কে মুঠি টান কৰিব লাগিব। সেয়ে যি যি প্ৰৱন্ধ আছে বুলি জানো সেইবিলাক যোগ দি গৈছোঁ, পাছত তাৰপৰা উলিয়াই দিবলৈ সহজ হ'ব।উদ্দীপতালুকদাৰ (talk) 15:19, 19 এপ্ৰিল 2012 (UTC)

অসমীয়াটোৰ লগতে ইংৰাজী কেইটাৰো লিংকটো দিব লাগিব। তাৰ পৰা ইংৰাজী ৱিকিত প্ৰবন্ধটো নাথাকিলে তাত লিখিব লাগিব। কিন্তু উন্নত প্ৰবন্ধ নহলে চিডি খনত দিবলৈ ভাল ন'হব নেকি! Jyoti Prakash Nath (talk) 07:02, 20 এপ্ৰিল 2012 (UTC)
প্ৰথমে অসমীয়া ভাল প্ৰবন্ধসমূহ বাচনি কৰি পাছত ইংৰাজী লিংকবোৰ দিবও পাৰি| ১০০০ উন্নত প্ৰবন্ধ কত পাবা| আছেহে বাৰশ| তাৰে এগাল পোখালি| :)  বিষ্ণু শ‍ইকীয়াবাৰ্তা 13:49, 20 এপ্ৰিল 2012 (UTC)
সেইটো সচাঁ ৫০০ প্ৰবন্ধ দিবলৈ থকিবও লাগিব পিছে (১০০০ নহয় ৫০০)। কিন্তু চিডি খন যিহেতু আন মানুহক বিলোৱা হ'ব গতিকে গুণগত মানৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। Jyoti Prakash Nath (talk) 18:04, 20 এপ্ৰিল 2012 (UTC)
অ’ ৫০০ দেখিছিলো দেখোন| কিয়বা ভুল হ’ল? ভুলতে মিচটেক| বাৰু আগয়ে ভালবোৰ বিচাৰি উলিওৱাচোন|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 18:30, 20 এপ্ৰিল 2012 (UTC)
ইয়াত অসম বুলি প্ৰথম অংশতে যোগ কৰা অনুচ্ছেদৰ প্ৰবন্ধ খিনি সেই বিষয় সম্বন্ধিয় শাখালৈ স্থানান্তৰ কৰা হ'ল। লগতে সকলো প্ৰ্বন্ধই টেবুল বনাই ৰাখিবলৈ অনুৰোধ জনোৱা হ'ল। Jyoti Prakash Nath (talk) 07:11, 23 এপ্ৰিল 2012 (UTC)


তুমি সজাবা, ম‍ই পাছত এপাক চাম| কেইটা মান ভাল প্ৰবন্ধৰ নাম ইয়াতে লিখি থৈছো| সময় পালে ময়ে কৰিম বাৰু|

  1. ভাৰতৰ জিলাসমূহৰ তালিকা
  2. অসমৰ চলচ্চিত্ৰ
  3. ভাৰতীয় সংবিধান
  4. অৰ্থনীতি
  5. যোৰহাট
  6. শোণিতপুৰ জিলা
  7. তেজপুৰ
  8. বিশ্বনাথ চাৰিআলি
  9. উত্তৰ-পূব সীমান্ত ৰেলৱে
  10. তেজপুৰ বিশ্ববিদ্যালয়
  11. সীমা বিশ্বাস
  12. মলয়া গোস্বামী
  13. কলিয়াবৰ
  14. শব্দ (অভিধান)
  15. ছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)
  16. জোনবিল মেলা