সমললৈ যাওক

আৰাধনা (১৯৬৯ চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Aradhana (১৯৬৯ film)ৰ পৰা পুনঃনিৰ্দেশিত)
আৰাধনা
পৰিচালক শক্তি সামন্ত
ৰচনা শচীন ভৌমিৰ
আনন্দ বক্সী (গীতিকাৰ)
প্ৰযোজক শক্তি সামন্ত
অভিনয়ত শৰ্মিলা ঠাকুৰ
ৰাজেশ খান্না
সুজিত কুমাৰ
ফৰিদা জালাল
অভি ভট্টাচাৰ্য
অশোক কুমাৰ
চিত্ৰগ্ৰহণকাৰী আলোক দাশগুপ্তা
সম্পাদনা চাহিল বুধিৰাজা
সংগীত পৰিচালক শচীন দেৱ বৰ্মন
ৰাহুল দেৱ বৰ্মন
পৰিবেশক শক্তি ফিল্ম্‌ছ
মুক্তি
২৭ ছেপ্টেম্বৰ ১৯৬৯ (1969-09-27)
দৈৰ্ঘ্য
১৬৯ মিনিট
দেশ ভাৰত
ভাষা হিন্দী
সৰ্বমুঠ আয় est. 17.85 কৌটি[টোকা 4]

আৰাধনা (ইংৰাজী: Aradhana) ১৯৬৯ চনত মুক্তিপ্ৰাপ্ত এখন হিন্দী ভাষী ৰোমাণ্টিক ড্ৰামা চলচ্চিত্ৰ। শক্তি সামন্তৰ দ্বাৰা পৰিচালিত এই চলচ্চিত্ৰখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছে শৰ্মিলা ঠাকুৰ আৰু ৰাজেশ খান্না‌ই। ১৭ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডছত চলচ্চিত্ৰখনে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। ইয়াৰোপৰি শৰ্মিলা ঠাকুৰে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়।[6] মূলতঃ হিন্দী ভাষাত মুক্তি লাভ কৰা[7] আৰু বঙালী ভাষালৈ ডাব কৰা আৰাধনাৰ বৃহৎ সফলতাৰ ফলত তামিল[8] আৰু তেলেগু ভাষাত[9] চলচ্চিত্ৰখন পুনৰ্নিমাণ কৰা হয়। ১৯৬৯ চনৰ পৰা ১৯৭১ চনৰ ভিতৰত ৰাজেশ খান্নাৰ একেৰাহে বৃহৎ সাফল্য লাভ কৰা ১৭ খন চলচ্চিত্ৰৰ ভিতৰত আৰাধনাও এখন। আৰাধনা ভাৰতৰ বাহিৰে ছোভিয়েট ইউনিয়নটো ব্লকবাষ্টাৰ হিচাপে পৰিগণিত হৈছে।[10] চলচ্চিত্ৰখনৰ বিষয়বস্তু ১৯৪৬ চনৰ To Each His Own চলচ্চিত্ৰখনৰ ওপৰত আধাৰিত আছিল।[11]

অভিনয় শিল্পী

[সম্পাদনা কৰক]
নং শিৰোনামকণ্ঠশিল্পী দৈৰ্ঘ্য
1. "মেৰে চপনো কী ৰাণী"  কিশোৰ কুমাৰ ৫:০০
2. "কোৰা কাগজ থা য়ে মন মেৰা"  কিশোৰ কুমাৰ, লতা মংগেশকাৰ ৫:৩৮
3. "গুণ গুণা ৰহে হে ভাৱৰে"  মহম্মদ ৰফী, আশা ভোছলে ৩:৫৩
4. "ৰূপ তেৰা মস্তানা"  কিশোৰ কুমাৰ ৩:৪৫
5. "সফল হোগী তেৰী আৰাধনা"  এছ ডি বৰ্মণ ৫:৪৫
6. "চন্দা হে তু মেৰা সূৰজ হে তু"  লতা মংগেশকাৰ ৪:০২
7. "বাঘো মে বাহাৰ হে"  লতা মংগেশকাৰ, মহম্মদ ৰফী ৩:৫২
মুঠ দৈৰ্ঘ্য:
৩১:৫৫

    তথ্য সংগ্ৰহ

    [সম্পাদনা কৰক]
    1. "Box Office 1969". Box Office India. 14 October 2013. Archived from the original on 14 October 2013. https://web.archive.org/web/20131014065501/http://www.boxofficeindia.com/showProd.php?itemCat=175&catName=MTk2OQ== আহৰণ কৰা হৈছে: 18 August 2021.
    2. 1 2 Sergey Kudryavtsev (3 August 2008). "Зарубежные популярные фильмы в советском кинопрокате (Индия)". http://kinanet.livejournal.com/1469857.html আহৰণ কৰা হৈছে: 16 December 2017.
    3. Moscow Prime Time: How the Soviet Union Built the Media Empire that Lost the Cultural Cold War, page 48 Archived 10 May 2018 at the Wayback Machine, Cornell University Press, 2011
    4. "Archive". Central Bank of Russia. 1992. http://cbr.ru/currency_base/OldDataFiles/USD.xls আহৰণ কৰা হৈছে: 16 December 2017.
    5. "Pacific Exchange Rate Service". University of British ColumbiaUBC Sauder School of Business. পৃষ্ঠা: 3. Archived from the original on 24 January 2019. https://web.archive.org/web/20190124061916/http://fx.sauder.ubc.ca/etc/USDpages.pdf#page=3 আহৰণ কৰা হৈছে: 21 November 2017.
    6. "rediff.com: Dial D for Darjeeling". Specials.rediff.com. http://specials.rediff.com/movies/2008/jun/19slide2.htm আহৰণ কৰা হৈছে: 14 January 2012.
    7. Aradhana. 0:19. 1969.
    8. "Why not in Tamil?". Sunday Times. 22 February 1998. http://www.sundaytimes.lk/980222/mirror2.html আহৰণ কৰা হৈছে: 12 May 2017.
    9. "Birthday Special: Remembering Rajesh Khanna's top five films". Jagran Post. 29 December 2014. Archived from the original on 1 October 2018. https://web.archive.org/web/20181001142736/http://post.jagran.com/birthday-special-remembering-rajesh-khannas-top-five-films-1419847963 আহৰণ কৰা হৈছে: 2018-10-01.
    10. "Archived copy". Archived from the original on 13 April 2018. https://web.archive.org/web/20180413124749/https://www.cinestaan.com/articles/2018/apr/12/12464/remembering-master-screenwriter-sachin-bhowmick-ndash-death-anniversary-special আহৰণ কৰা হৈছে: 12 April 2018.
    11. "Aradhana (1969) & To Each His Own (1946)". bobbytalkscinema.com. Archived from the original on 9 August 2016. https://web.archive.org/web/20160809012355/http://bobbytalkscinema.com/recentpost.php?postid=postid070409095932 আহৰণ কৰা হৈছে: 14 February 2016.
    1. 47.4 million tickets sold,[2] average ticket price of 25 kopecks)[3]
    2. 0.829 Soviet rubles per US dollar in 1972[4]
    3. 7.5945 Indian rupees per US dollar in 1972[5]
    4. Aradhana worldwide gross: 17.85 crore (equivalent to 805 crore or US$121 million in 2016)
    উদ্ধৃতি ত্ৰুটি: <ref> টেগ্‌সমূহ "টোকা" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="টোকা"/> টেগ্‌ পোৱা নগ'ল