অসমীয়া খবৰ (ইংৰাজী: Asomiya Khobor) হৈছে এখন এখন অসমীয়া ভাষাৰ দৈনিক বাতৰি কাকত। গুৱাহাটী আৰু যোৰহাটৰ পৰা ই একেসময়তে প্ৰকাশ পায়। শংকৰ লহকৰ হৈছে এই কাকতখনৰ সম্পাদক।
এই কাকতখনে অসমক কেন্দ্ৰ কৰি সমগ্ৰ উত্তৰ পূব ভাৰতৰ বিষয়ে লগতে কিছু পৰিমানে আন্তৰ্জাতিক বা-বাতৰি, আলোকচিত্ৰ আদি পৰিবেশন কৰি আহিছে। এই কাকতখনে ইণ্টাৰনেট সংস্কৰণো মুকলি কৰিছে। কাকতখনত সাধাৰনতে ১২ পৃষ্ঠা সন্নিবিষ্ট থাকে, য’ত প্ৰত্যেক পৃষ্ঠা অনুসৰি বাতৰিৰ প্ৰকাৰবোৰ শ্ৰেণীকৰণ কৰা হয়। পৃষ্ঠাসমূহ সাধাৰনতে আঞ্চলিক বাতৰি, সম্পাদকীয় শিতান, সাহিত্য, আন্তৰ্জাতিক বাতৰি, খেল-জগত আদিৰ দৰে ভাগত বিভক্ত থাকে।
|
|
|
| বাতৰি কাকত |
|
|
| আলোচনী |
|
|
| শিশু আলোচনী |
|
|