আন্তৰ্জাতিক গান্ধী শান্তি পুৰস্কাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গান্ধী শান্তি বঁটা
Gandhi Peace Prize
বঁটাৰ তথ্য
শ্ৰেণী আন্তৰ্জাতিক
প্ৰথমবাৰ প্ৰদান ১৯৯৫
অন্তিমবাৰ প্ৰদান ২০২০
মুঠ প্ৰদানৰ সংখ্যা ১৯
প্ৰদানকৰ্তা ভাৰত চৰকাৰ
নগদ টকা ১ কোটি (১০ মিলিয়ন)
প্ৰথম প্ৰাপক জুলিয়াছ নেয়াৰ
অন্তিম প্ৰাপক শেখ মুজিবুৰ ৰহমান ( Sheikh Mujibur Rahman)

আন্তৰ্জাতিক গান্ধী শান্তি বঁটা, মহামানৱ মহাত্মা গান্ধীৰ নামত ভাৰত চৰকাৰে প্ৰদান কৰে।

১৯৯৫ চনত গান্ধীজীৰ ১২৫তম জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰে এই বঁটাৰ সূচনা কৰে। সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিৱৰ্তনত সফলভাৱে অহিংস আৰু গান্ধী নীতি অনুসৰণ কৰা ব্যক্তি বা অনুষ্ঠানক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাৰ লগত আছে ১ কোটি ভাৰতীয় টকা, এখনি প্ৰশস্তি পত্ৰ আৰু এক উদ্ধৃতি। এই বঁটা ৰাষ্টীয়তা, জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে প্ৰদান কৰা হয়।

এই বঁটা প্ৰদানৰ বাচনি কমিটিত ভাৰতৰ প্ৰধানমন্ত্ৰী, লোকসভাৰ বিৰোধী দলপতি, ভাৰতৰ মুখ্য ন্যায়াধীশ আৰু দুজন প্ৰসিদ্ধ ব্যক্তিৰে গঠিত।[1]

বঁটা প্ৰাপকৰ তালিকা[সম্পাদনা কৰক]

যুটীয়ভাৱে প্ৰদান কৰা বঁটা
চন প্ৰাপক চিত্ৰ জন্ম / মৃত্যু দেশ বৰ্ণনা
১৯৯৫ জুলিয়াছ নেয়াৰ[2] ১৯২২-১৯৯৯  তাঞ্জানিয়া জুলিয়াছ কামবাৰেজ নেয়াৰ এজন তাঞ্জানিয়ান ৰাজনৈতিক নেতা
১৯৯৬ এ. টি এৰিয়াৰ্টনে[2] ১৯৩১ -  শ্ৰীলংকা সৰ্বোদয় শ্ৰমদান আন্দোলন
১৯৯৭ গেৰহাৰ্ড ফিছচেৰ[3][4] ১৯২১-২০০৬  জাৰ্মানী জাৰ্মান কুটনৈতিকবিদ, পলিঅ' আৰু কুষ্ঠ ৰোগৰ বাবে কৰা কামৰ বাবে জনা যায়
১৯৯৮ ৰামকৃষ্ণ মিছন[2]  – স্থাপিত ১৮৯৭  ভাৰত সমাজৰ পিছপৰা গোটৰ সামাজিক উন্নয়ন, সহিষ্ণুতা আৰু অহিংসাৰ বাবে স্বামী বিবেকানন্দয়ে স্থাপন কৰিছিল
১৯৯৯ বাবা আমতে[5][2] ১৯১৪-২০০৮  ভাৰত সমাজকৰ্মী, দৰিদ্ৰ কুষ্ঠ ৰোগীৰ পুনৰ সংস্থাপনৰ বাবে জনাজাত
২০০০ নেলছন মেণ্ডেলা[2] ১৯১৮-২০১৩  দক্ষিণ আফ্ৰিকা গান্ধীবাদী, দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি[2]
গ্ৰামীণ বেংক স্থাপিত ১৯৮৩  বাংলাদেশ মুহাম্মদ ইউনুছৰ দ্বাৰা স্থাপিত
২০০১ জন হিউম[1][2] ১৯৩৭ -  উত্তৰ আয়াৰলেণ্ড উত্তৰ আয়াৰলেণ্ডৰ ৰাজনৈতিক নেতা
২০০২ ভাৰতীয় বিদ্যা ভৱন[2] স্থাপিত ১৯৩৮  ভাৰত ভাৰতীয় সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্য স্থাপিত শিক্ষা ট্ৰাষ্ট
২০০৩ ভেকলাভ হাভেল[6][7] ১৯৩৬ - ২০১১  চেক গণৰাজ্য চেক গণতান্ত্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি
২০০৪ কৰেত্তা স্কট কিং[2] ১৯২৭ - ২০০৬  আমেৰিকা যুক্তৰাষ্ট্ৰ নাগৰিকৰ অধিকাৰ নেতা
২০০৫ ডেছমণ্ড টুটো[8] ১৯৩১ -  দক্ষিণ আফ্ৰিকা উত্তৰ আফ্ৰিকান সমাজ কৰ্মী আৰু বিশ্বপ
২০১৩ চণ্ডী প্ৰসাদ ভট[9][10] ১৯৩৪ -  ভাৰত পৰিৱেশ আৰু সমাজ কৰ্মী, চিপকো আন্দোলনৰ নেতা আৰু দাশলী গ্ৰাম স্বৰাজ্য সংঘৰ প্ৰতিস্থাপক
২০১৪ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা[11] স্থাপিত ১৯৬৯  ভাৰত ভাৰতীয় মহাকাশ গৱেষণাৰ ন ন দিশ উন্মোচিত কৰি নতুন প্ৰযুক্তিৰ সৃষ্টিৰ বাবে
২০১৫ বিবেকানন্দ কেন্দ্ৰ[12] স্থাপিত ১৯৭২  ভাৰত A Hindu spiritual organisation based on the principles preached by Swami Vivekananda
২০১৬ অক্ষয় পাত্ৰ ফাউণ্ডেশ্বন স্থাপিত ২০০০  ভাৰত A non-profit organisation in India that runs school lunch programme across India
সুলভ ইন্টাৰনেশ্বনেল স্থাপিত ১৯৭০  ভাৰত A social service organization that works to promote human rights, environmental sanitation, non-conventional sources of energy, waste management and social reforms through education.
২০১৭ একাল অভিযান ট্ৰাষ্ট  ভাৰত Contribution in providing Education for Rural and Tribal Children in remote areas pan India, Rural Empowerment, Gender and Social Equality.
২০১৮ য়শেই চাচাকাৱা[13] ১৯৩৯ -  জাপান For his contribution in Leprosy Eradication in India and across the world.

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 Press Information Bureau Website Retrieved 4 November 2006.
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 2.8 "International Gandhi Peace Prize". http://www.mkgandhi.org/nobel/index.htm। আহৰণ কৰা হৈছে: 15 November 2010. 
  3. "President Confers Gandhi Peace Prize 1997 on Dr.Gerhard Fischer of Germany". Press Information Bureau, Government of India. 5 January 1998. Archived from the original on 28 September 2011. https://web.archive.org/web/20110928123440/http://pib.myiris.com/features/article.php3?fl=B2017। আহৰণ কৰা হৈছে: 24 February 2009. 
  4. Radhakrishnan, R.K. (5 July 2006). "Gerhard Fischer passes away". The Hindu. http://www.hindu.com/2006/07/05/stories/2006070505711300.htm। আহৰণ কৰা হৈছে: 24 February 2009. 
  5. Narmada.org Retrieved 4 November 2006.
  6. "PIB Press Release – President to confer the Gandhi Peace Prize to Mr. Vaclav Havel". pib.mic.in. Government of India Press Information Bureau. 2 January 2004. http://pib.nic.in/release/release.asp?relid=583। আহৰণ কৰা হৈছে: 15 November 2010. 
  7. "PIB Press Release – Gandhi Peace Prize conferred on Mr. Vaclav Havel". pib.mic.in. Government of India Press Information Bureau. 5 January 2004. http://pib.nic.in/release/release.asp?relid=584। আহৰণ কৰা হৈছে: 15 November 2010. 
  8. Tutu to be honoured with Gandhi Peace Award Retrieved 11 November 2008.
  9. Joshua, Anita (1 March 2014). "Gandhi Peace Prize for Chipko pioneer, founded Dasholi Swarajya Gram Sangh". The Hindu. http://www.thehindu.com/news/gandhi-peace-prize-for-chipko-pioneer/article5737881.ece। আহৰণ কৰা হৈছে: 3 March 2014. 
  10. Singh, Kautilya (1 March 2014). "Gandhi Peace Prize for Chandi Prasad Bhatt". The Times of India. http://timesofindia.indiatimes.com/india/Gandhi-Peace-Prize-for-Chandi-Prasad-Bhatt/articleshow/31231359.cms। আহৰণ কৰা হৈছে: 3 March 2014. 
  11. "ISRO gets Gandhi Peace Prize for 2014". Press Information Bureau, Government of India. http://pib.nic.in/newsite/PrintRelease.aspx?relid=117790। আহৰণ কৰা হৈছে: 22 April 2015. 
  12. "Centre Announces Winners Of Gandhi Peace Prize For 2015-2018". ndtv. 17 January 2019. https://www.ndtv.com/india-news/centre-announces-winners-of-gandhi-peace-prize-for-2015-2018-1978883। আহৰণ কৰা হৈছে: 17 January 2019. 
  13. "Recipients Of Gandhi Peace Prize For 2015–18 Announced". swarajyamag. 17 January 2019. https://swarajyamag.com/insta/recipients-of-gandhi-peace-prize-for-201518-announced-akshaya-patra-vivekananda-kendra-among-winners। আহৰণ কৰা হৈছে: 17 January 2019.